Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতি সুন্দৰ বৰ ভাল লাগিল কলা সংস্কৃতি সাহিত্য সভাৰ জীয়াই ৰখাৰ বাবে আপোনাসবলৈ জনালোঁ শত সহস্ৰ প্ৰণিপাত ।কৃষ্ণ
মহেন্দ্ৰ চুতিয়া ওজা, আপোনাৰ ওজাঢোল চালোঁ। ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ। জগন্নাথ মহন্ত, কলিয়াবৰ।
শাস্ত্ৰত উল্লেখিত ভৱিষ্যত বাণীসমূহ আজি বাস্তৱত দেখা পোৱা হৈছে। আপোনালোকলৈ অশেষ ধন্যবাদ।
Ucchakamal Chetia ধন্যবাদ
Bihu dina hunixu Amar papai nasi ase d j logai dixu🥰🥰🤩🤩🤟🤟 bhot hundr lagese from (Golaghat) furkating
চাপৰ খিনি খুব ভাল লাগিল । আপোনাৰ কণ্ঠ ও খুব সুন্দৰ
Bor Val lagil apunalukar bihukhini. Suni God bless you
🙏
Apuranta morom Mohen da r logte xongk..bor bhaal upostapon...🙏🙏🙏👏👏
সুন্দৰ ।মহেন্দ্ৰৰ দা ।
আপোনাৰ অনুষ্ঠান ২০১৫ চনত তিতাবৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত দেখা পাইছিলো | খুব ভাল লাগিছিল | হাহিঁত ৰ'ব নোৱাৰে হৈছিলো | ধন্যবাদ |
আপোনালোকলৈ বহুতো ধন্যবাদ থাকিল ।
সঁচা অৰ্থত এইয়াই প্ৰকৃত অসমীয়াৰ পৰিচয়।
ঢোল বাদ্য পৰিবেশনৰ এই ধ্বনি বিশ্ব ব্ৰহ্মাণ্ডত বিয়পাই দিয়াৰ বাবে অশেষ ধন্যবাদ ।
মজা লাগিলে . ঘেনখিতা হাতখনো দিব চোন
আপোনাক লৈ আমি যোৰহাটৰ ৰাইজে গৌৰৱ কৰো।
Amlan H.Baruah বহুত ধন্যবাদ.. যোৰহাটবাসীৰ মৰমেহে মোক জীয়াই ৰাখিছে
অনাগত দিনটো আপোনাৰ পৰা আৰু বহুত আশা কৰিছোঁ।
সুন্দৰ উপস্থাপনবহুত ভাল লাগিল
🌹😍😊😂😀😗😁🤣🤩🍆😘🤗😊😉😆😀😁🤣😃😅🤩😘🙂😎😎😎😎☺️😋😋😋🙂😎
সুন্দৰ লাগিছে
শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰ ওজা ঢ়োল বাদন আৰু সংলাপ খুউব ভাল লাগিছে। দেশ আৰু জাতিৰ অস্তিত্ব প্ৰতি সংবেদনশীল তেখেতৰ শিল্পী সুলভ উপস্থাপনক শ্ৰদ্ধাৰ সহ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। 🙏 হেমেন শইকীয়া, তিতাবৰ।
বহুত ভাল লাগিল
ভাল লাগিল....প্ৰথমৰ পৰা শেষলৈ...বাস্তৱৰ কথাই পালো....।।
সুন্দৰ ঢো লৰ চে ও। ভাল লাগিছে।❤❤❤
সুন্দৰ বাস্তৱিক উপস্থাপন, খুব ভাল লাগিল
অতি সুন্দৰ উপস্থাপন ! সচাঁ কথাৰ গুণানুকীৰ্তন !
পিতাই আপুনি দীৰ্ঘায়ু হওক।এই সময় যুগে যুগে বৈ থাকক।
❤❤❤Hosakoie bohot dhunia dada
সুন্দৰ ! সময়োপযোগী শিল্পকলা পৰিবেশন ,আপোনাৰ আপোনালোকৰ পৰিবেশনত সঁচা জাতীয়তাবাদ প্ৰকাশ পাইছে !! চৰ্চা ৰাখক শিপাত থাকক ! সবাকে গভীৰ শ্ৰদ্ধা নিবেদিলোঁজয় আই অসম ধন্য ধন্য ভাৰত ভূমি !!
হয় ।ভাল লাগিল ।বহুত বহুত ধন্যবাদ
বহুত সুন্দৰকৈ উপস্থাপন, ধন্যবাদ সকলোলৈকে
শ্ৰদ্ধাৰ মহেন্দ্ৰ ওজা ডাঙৰীয়া ' আপোনি ঢোল বাদনৰ যোগেদি অসমীয়াৰ ভাষা ও কলা-সংস্কৃতি অতি সুন্দৰ ভাবে প্ৰদৰ্শন কৰাৰ বাবে অশেষ ধন্যবাদ ।আপোনাৰ এনে প্ৰশংসনীয় প্ৰচেষ্ঠা অবিৰাম গতিত চলি থকাৰ আশা থাকিল ।
X
1
moja lagise.....nice
Xundor... Apunalukor guteikaita video bhut dhuniya hoise...
ভাল লাগিল দাদা....আপোনাৰ অনুষ্ঠানটো চাই.......👌👌
Moja
জয় আই অসম
অতি সুন্দৰ । অভিনন্দন জনাইছোঁ
P
Pp
Ppppp
সুন্দৰ 💕
Bahut bahut excellent.
অতি সুন্দৰ ককাই, এইটো কি গান বুলি কোৱা হয়?
সুন্দৰ, 💯 %সচা কথা কলে ।
ধুনীয়া লাগিছে.
সচা কথা কৈছে আপোনাৰঢোলৰ জৰিয়তে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈকে জিলিকি থকা শুভেচ্ছাৰে 🙏
Joi aai axom
Moza
Bhahut val lagil sir
Aoti hundor hoise dei
ভাল লাগিল আপোনাৰ অনুষ্ঠান বিলাক মই প্ৰায়েই চাওঁ, বহুত ভাল লাগে।
সুন্দৰ
Xosa...kotha ..Val lagil sai..
Khub bhal lagil. Many thanks. God will bless you.
বৰ সুন্দৰ লাগিল।
সুন্দৰ লাগিছে।
Bohut vl lgil😍😍😀😀
Bohut bochor murot eman dhunia ujapali sunilu montu bor bhal lagil
Xundar
Vl lgil
সময় উপযোগী কৈ উপস্থাপন কৰা বাবে আপোনাক অশেষ ধন্যবাদ দিছোঁ! লগতে ৰঙালী বিহুৰ ওলগ জনাইছোঁ ।
Mojjaa
একেবাৰে সত্য বানী
Moja ❤️❤️🙏
ধুনীয়া হুন্দৰ প্ৰগ্ৰাম কৰিছে অৰু ভাল লগিছে শাস্ত্ৰৰ কথা এনেদৰে জিয়াই ৰাখক মৰমৰ অসম অমাৰ ধ্যন্যৱাদ
বহুত সূন্দৰ ।
Jugor logot khap khuwa hokolu hosa kotha Getor joriyote hunibole Pai Val lagil.
I like to asamese culture and asssam
সুন্দৰ হৈছে
জয় আই অসম দাদা সকল
Apunak bohut val pau apunar usorot hikibo bohut mon asil kintu nuwarisu 🙏🏽🙏🏽 apunak guru mani agoloi bojai jam jiman paru
সুন্দৰ উপস্থাপন বৰ ভাল লাগিল
a moja
Hamanta Borah dhoinyobad
বৰ ভাল লাগিল। হৃদয়ঙ্গম কৰি দুখো
দুখো লাগিল।উপায় কি হ'ব সঁচাকৈ।দিন কাল সলনি হৈ একো ভাল হোৱা নাই। ধন্যবাদ।
বহুত ভাল লাগিছে খুড়া
Bohut bohut val lagil ❤️🙏
Hundor hoise
So Nice.....বহুত ভাল লাগিল।
BISHWAJIT BOROO dhoinyobad
Bor dhuniya lagise Love you sirApunaluke ai bihu git tir joriote amar bastob xomajor sobi khon oti hundor koi dangi dhorise...Dhoinnobad sir....
সুন্দৰ সচা কথা কৈছে
চাপৰ খিনি ভাল লাগিল।
ভাল লাগিল ।
Apunar para luhuribatha hat sunim buli asha karilu u t
ভাল হৈছে। শুভেচ্ছা জনালো।
Bastobt ji hodai ghoti ase takei koise vl lgil hunil😍
best dadaa
Pabitra Bhuyan dhoinyobad
Bhut val lage apunar gan sune.....
Hundor Hoisa
Bor dhuniya lagise khura.i love u so mach
Xundor
ভাল লাগিল শুনি আপোনালোকলৈ ধন্যবাদ থাকিল
Pankoz Saikia ধন্যবাদ
Bohut Val lagil
বহু ভাল লাগিল । ধন্যবাদ
vl lagise
Dipankar Dutta dhoinyobad
100% right gaise
Ranjit Talukdar dhoinyobad
অতি সুন্দৰ খুব ভাল লাগিল
ভাল লাগিল মোৰ ঢোল শিকিবলৈ বৰ মন আপোনাক লগ কেনেকৈ পাম বাৰু।
বহুত ভাল লাগিল।
🙏Wow 🦋💖 Nice👌
Nice 👍👍👍👍👍
muru apunar dore dhul bojabo mon jai. kintu najanuwe.
Satya katha very good
Boom lagisa
Thenkeu dangoria
শাস্তই ঠিক কঐশে
Val lagil Dada
bhut bhut vl lagil de sai
Hundor hoise. Dumuni sapor to bojai deok sun
অতি সুন্দৰ বৰ ভাল লাগিল কলা সংস্কৃতি সাহিত্য সভাৰ জীয়াই ৰখাৰ বাবে আপোনাসবলৈ জনালোঁ শত সহস্ৰ প্ৰণিপাত ।কৃষ্ণ
মহেন্দ্ৰ চুতিয়া ওজা, আপোনাৰ ওজাঢোল চালোঁ। ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ। জগন্নাথ মহন্ত, কলিয়াবৰ।
শাস্ত্ৰত উল্লেখিত ভৱিষ্যত বাণীসমূহ আজি বাস্তৱত দেখা পোৱা হৈছে। আপোনালোকলৈ অশেষ ধন্যবাদ।
Ucchakamal Chetia ধন্যবাদ
Bihu dina hunixu Amar papai nasi ase d j logai dixu🥰🥰🤩🤩🤟🤟 bhot hundr lagese from (Golaghat) furkating
চাপৰ খিনি খুব ভাল লাগিল । আপোনাৰ কণ্ঠ ও খুব সুন্দৰ
Bor Val lagil apunalukar bihukhini. Suni God bless you
🙏
Apuranta morom Mohen da r logte xongk..bor bhaal upostapon...🙏🙏🙏👏👏
সুন্দৰ ।মহেন্দ্ৰৰ দা ।
আপোনাৰ অনুষ্ঠান ২০১৫ চনত তিতাবৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত দেখা পাইছিলো | খুব ভাল লাগিছিল | হাহিঁত ৰ'ব নোৱাৰে হৈছিলো | ধন্যবাদ |
আপোনালোকলৈ বহুতো ধন্যবাদ থাকিল ।
সঁচা অৰ্থত এইয়াই প্ৰকৃত অসমীয়াৰ পৰিচয়।
ঢোল বাদ্য পৰিবেশনৰ এই ধ্বনি বিশ্ব ব্ৰহ্মাণ্ডত বিয়পাই দিয়াৰ বাবে অশেষ ধন্যবাদ ।
মজা লাগিলে . ঘেনখিতা হাতখনো দিব চোন
আপোনাক লৈ আমি যোৰহাটৰ ৰাইজে গৌৰৱ কৰো।
Amlan H.Baruah বহুত ধন্যবাদ.. যোৰহাটবাসীৰ মৰমেহে মোক জীয়াই ৰাখিছে
অনাগত দিনটো আপোনাৰ পৰা আৰু বহুত আশা কৰিছোঁ।
সুন্দৰ উপস্থাপন
বহুত ভাল লাগিল
🌹😍😊😂😀😗😁🤣🤩🍆😘🤗😊😉😆😀😁🤣😃😅🤩😘🙂😎😎😎😎☺️😋😋😋🙂😎
সুন্দৰ লাগিছে
শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰ ওজা ঢ়োল বাদন আৰু সংলাপ খুউব ভাল লাগিছে। দেশ আৰু জাতিৰ অস্তিত্ব প্ৰতি সংবেদনশীল তেখেতৰ শিল্পী সুলভ উপস্থাপনক শ্ৰদ্ধাৰ সহ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। 🙏 হেমেন শইকীয়া, তিতাবৰ।
বহুত ভাল লাগিল
ভাল লাগিল....প্ৰথমৰ পৰা শেষলৈ...বাস্তৱৰ কথাই পালো....।।
সুন্দৰ ঢো লৰ চে ও। ভাল লাগিছে।❤❤❤
সুন্দৰ বাস্তৱিক উপস্থাপন, খুব ভাল লাগিল
অতি সুন্দৰ উপস্থাপন ! সচাঁ কথাৰ গুণানুকীৰ্তন !
পিতাই আপুনি দীৰ্ঘায়ু হওক।
এই সময় যুগে যুগে বৈ থাকক।
❤❤❤Hosakoie bohot dhunia dada
সুন্দৰ !
সময়োপযোগী শিল্পকলা পৰিবেশন ,
আপোনাৰ আপোনালোকৰ পৰিবেশনত
সঁচা জাতীয়তাবাদ প্ৰকাশ পাইছে !!
চৰ্চা ৰাখক
শিপাত থাকক !
সবাকে গভীৰ শ্ৰদ্ধা নিবেদিলোঁ
জয় আই অসম
ধন্য ধন্য ভাৰত ভূমি !!
হয় ।ভাল লাগিল ।বহুত বহুত ধন্যবাদ
বহুত সুন্দৰকৈ উপস্থাপন, ধন্যবাদ সকলোলৈকে
শ্ৰদ্ধাৰ মহেন্দ্ৰ ওজা ডাঙৰীয়া ' আপোনি ঢোল বাদনৰ যোগেদি অসমীয়াৰ ভাষা ও কলা-সংস্কৃতি অতি সুন্দৰ ভাবে প্ৰদৰ্শন কৰাৰ বাবে অশেষ ধন্যবাদ ।আপোনাৰ এনে প্ৰশংসনীয় প্ৰচেষ্ঠা অবিৰাম গতিত চলি থকাৰ আশা থাকিল ।
X
1
moja lagise.....nice
Xundor... Apunalukor guteikaita video bhut dhuniya hoise...
ভাল লাগিল দাদা....আপোনাৰ অনুষ্ঠানটো চাই.......👌👌
Moja
জয় আই অসম
অতি সুন্দৰ । অভিনন্দন জনাইছোঁ
P
Pp
Ppppp
সুন্দৰ 💕
Bahut bahut excellent.
অতি সুন্দৰ ককাই, এইটো কি গান বুলি কোৱা হয়?
সুন্দৰ, 💯 %সচা কথা কলে ।
ধুনীয়া লাগিছে.
সচা কথা কৈছে আপোনাৰঢোলৰ জৰিয়তে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈকে জিলিকি থকা শুভেচ্ছাৰে 🙏
Joi aai axom
Moza
Bhahut val lagil sir
Aoti hundor hoise dei
ভাল লাগিল আপোনাৰ অনুষ্ঠান বিলাক মই প্ৰায়েই চাওঁ, বহুত ভাল লাগে।
সুন্দৰ
Xosa...kotha ..
Val lagil sai..
Khub bhal lagil. Many thanks. God will bless you.
বৰ সুন্দৰ লাগিল।
সুন্দৰ লাগিছে।
Bohut vl lgil😍😍😀😀
Bohut bochor murot eman dhunia ujapali sunilu montu bor bhal lagil
Xundar
Vl lgil
সময় উপযোগী কৈ উপস্থাপন কৰা বাবে আপোনাক অশেষ ধন্যবাদ দিছোঁ! লগতে
ৰঙালী বিহুৰ ওলগ জনাইছোঁ ।
Mojjaa
একেবাৰে সত্য বানী
Moja ❤️❤️🙏
ধুনীয়া হুন্দৰ প্ৰগ্ৰাম কৰিছে অৰু ভাল লগিছে শাস্ত্ৰৰ কথা
এনেদৰে জিয়াই ৰাখক মৰমৰ অসম অমাৰ ধ্যন্যৱাদ
বহুত সূন্দৰ ।
Jugor logot khap khuwa hokolu hosa kotha Getor joriyote hunibole Pai Val lagil.
I like to asamese culture and asssam
সুন্দৰ হৈছে
জয় আই অসম দাদা সকল
Apunak bohut val pau apunar usorot hikibo bohut mon asil kintu nuwarisu 🙏🏽🙏🏽 apunak guru mani agoloi bojai jam jiman paru
সুন্দৰ উপস্থাপন বৰ ভাল লাগিল
a moja
Hamanta Borah dhoinyobad
বৰ ভাল লাগিল। হৃদয়ঙ্গম কৰি দুখো
দুখো লাগিল।উপায় কি হ'ব সঁচাকৈ।
দিন কাল সলনি হৈ একো ভাল হোৱা নাই। ধন্যবাদ।
বহুত ভাল লাগিছে খুড়া
Bohut bohut val lagil ❤️🙏
Hundor hoise
So Nice.....বহুত ভাল লাগিল।
BISHWAJIT BOROO dhoinyobad
Bor dhuniya lagise
Love you sir
Apunaluke ai bihu git tir joriote amar bastob xomajor sobi khon oti hundor koi dangi dhorise...
Dhoinnobad sir....
সুন্দৰ
সচা কথা কৈছে