Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ক্ৰমানয়ে হেৰাই যোৱা,জাতীয় জীৱনৰ সম্পদ ঢোল বাদন।দেখি সঁচাই সুখী হৈছো।আপোনাক অশেষ ধন্যবাদ।আপোনাৰ কণ্ঠও বৰ সুন্দৰ। বাকী kosturi, তুমিও শিকিছা মানে!
অতি সুন্দৰ প্ৰদৰ্শন ও বাদ্য চালনা শটোকোটি প্ৰণাম আপোনালোক সদৌটি শিল্পী বৃন্দলৈ । জয় আই অসম।।।।।।
Thank you for uploads... please keep uploading..
Val ligsa huni 🙏🙏♥️♥️♥️
Hundor pinkuda aru mohendrada
অতি সুন্দৰ ।
পিংকু থাকিলে আপোনাৰ লগত সচাকৈয়ে ভাল লাগে।
এইটো live performance ৰ পুৰণি ৰেকৰ্ডিং.... এটা এঘণ্টাৰ অনুষ্ঠানত সকলো প্ৰদৰ্শন সম্ভৱ নহয় | আধা ঘণ্টাতকৈ অধিক সময় মালিতা পৰিৱেশনৰ বাবেই লাগিব... সম্পূৰ্ণ পৰম্পৰাগতভাৱে আমাৰ বিয়াঘৰৰ অনুষ্ঠানত মালিতা আদি পৰিৱেশন কৰা হয় | আৰু মালিতা, হাত আদি মুখ বাগৰা বাবে তাৰ এটাই ৰূপ নাই... ঠাই আৰু ওজা ভেদে পৃথক .
Ouyot 5f f,
Mja
Mojaaaaaaaaa lagise
Nice
Oti hundor
Xundar
deepjyoti talukdar dhoinyobad
ভাল লাগিল
dhoinyobad
Val lagil huni
Amrit Saikia dhoinyobad
Sundor
nice performance
Apuni dhulor seor prokaror oporot ata video bonabo pleas
Moja
Dhulor khola kenekuw dhoronor how's usit gurudev
আপলোড কৰিম বুলি ভাবিছো...
Dhulor uja aru bihu sokolo seor prokaror oporot video bonabo pleas
Koka 🙏🙏🙏 hewa grahan koribo
অাজি কালি বিয়াত ওজা মানুহে নিমন্তন নকৰা হ'ল এয়া অামাৰ বাবে দুখজনক ।
বেণ্ড পাৰ্টীৰ যুগ হয়তু... তথাপি আমাৰ দলটিয়ে নিয়মীয়াকৈ বিয়াৰ অনুষ্ঠান কৰি আছো..
নৱ প্ৰজন্মৰ বহুতেই আকৌ বিয়াত ওজাঢোল দেখাই নায়
nice
Sudeepta Das ধন্যবাদ
Apuni kor
Deepjyoti Borah dhoinyobad
ক্ৰমানয়ে হেৰাই যোৱা,জাতীয় জীৱনৰ সম্পদ ঢোল বাদন।দেখি সঁচাই সুখী হৈছো।আপোনাক অশেষ ধন্যবাদ।আপোনাৰ কণ্ঠও বৰ সুন্দৰ।
বাকী kosturi, তুমিও শিকিছা মানে!
অতি সুন্দৰ প্ৰদৰ্শন ও বাদ্য চালনা
শটোকোটি প্ৰণাম আপোনালোক সদৌটি শিল্পী বৃন্দলৈ । জয় আই অসম।।।।।।