মৰা মানুহ এজনে বেৰৰ ফুটা ৰে চাই আছিল😱 Real Horror Story | JSS

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 464

  • @santudas6975
    @santudas6975 5 месяцев назад +53

    বৰষুণৰ 🌧️বতৰত ৰাতি এটা বজাত আপোনাৰ ভূতৰ👻👻 কাহিনী শুনি বহুত ভাল লগতে ভয় লাগিছে । কাষতে ভূত শুই থকা যেন অনুভৱ হয়।

    • @Saya_ek_Rahashya
      @Saya_ek_Rahashya 5 месяцев назад

      Ebar amr channel tu sabole napahoribo jdi he horror story lover hoi ❤❤

  • @bhriguphukan8313
    @bhriguphukan8313 5 месяцев назад +63

    মানুহ মৰিলে আত্মাটো তিনিদিনলৈ ঘৰৰ মহলতে থাকে ।মোৰ দেউতা ৰাতিপুৱা মৰিছে আৰু ৰাতি দেখা পাইছো ।মোৰ দাদাৰ লগতো এনেকুৱা ঘটনা হৈছে ।

    • @B.GOHAIN
      @B.GOHAIN 5 месяцев назад +3

      Hoi thake thake ...

    • @BandanaRoy-jt7sc
      @BandanaRoy-jt7sc 4 месяца назад +2

      ম ই মোৰ মামা মৰাৰ 24 ঘন্টা পিছত মামাৰ মাতটো শুনিছিলো

    • @TukuRay3055
      @TukuRay3055 4 месяца назад

      Kidney touching knowledge!!😶‍🌫️

    • @Mridusmitabarman700
      @Mridusmitabarman700 9 дней назад

      Kotha tu hoi de

  • @PoliticalAddaWithKajal
    @PoliticalAddaWithKajal 5 месяцев назад +39

    Always Chant Hanuman Chalisa. No mantra is more powerful than the Hanuman Chalisa. Jai Bajrangbali. Jai Hanuman🙏

  • @AnkurJoyti123
    @AnkurJoyti123 5 месяцев назад +18

    ৰাতি তিনিটা বজাত সদায় খটক্ খটক্ খটক্..
    (ইংৰাজ ভুত)।

  • @Amusicaluniverse
    @Amusicaluniverse 5 месяцев назад +15

    Ba apunar show2 Sai bohut val lage❤️😌

  • @narjiyesmin6049
    @narjiyesmin6049 5 месяцев назад +13

    ভাষা দুই প্ৰকাৰৰ লিখিত আৰু কথিত 😊😊😊শুনি ভাল লাগিল 😊😊

  • @jutikakalita9168
    @jutikakalita9168 5 месяцев назад +19

    Ber r uporedi omli sai thoka kahini2 he mr bht voi lgil 😰😰😰😰...

    • @Saya_ek_Rahashya
      @Saya_ek_Rahashya 5 месяцев назад

      Jdi he horror story lover tene ebar amr channel 2 saboloi napahoribo ....❤❤

  • @mintusaikia580
    @mintusaikia580 5 месяцев назад +8

    Moi buji paisu....dhuniya lagil video tu sai.....vutar story diba himasri baa...ba buli koisu tumi mor xomane hoba sage..

  • @anamikakalita4732
    @anamikakalita4732 5 месяцев назад +23

    Sowali joni r khta khine vl a lagisa xouni.. kintu sowali joni a vut r kahini jimn kowisa culi khine o ximn a larisa 😅😅

  • @Pryrrrt
    @Pryrrrt 5 месяцев назад +40

    (বিভিন্ন ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূহ)
    💥 হিন্দু ধৰ্ম - বেদ, উপনিষদ, গীতা, ভাগৱত।
    💥 বৌদ্ধ ধৰ্ম - ত্ৰিপিটক।
    💥 ইছলাম ধৰ্ম - কোৰান।
    💥 শিখ ধৰ্ম - গুৰু গ্ৰন্থ চাহিব।
    💥 খ্ৰীষ্টান ধৰ্ম - বাইবেল।
    💥 জৈন ধৰ্ম - আগাম সুত্ৰছ (Agam Sutras)
    💥 Zoroastrianism - Avesta.
    💥 Confucianism - Analects.
    💥 Judaism - Tanakh (Hebrew Bible).olp porhi lowa kamat ahina ✅

  • @njb6437
    @njb6437 5 месяцев назад +24

    Swali jonir thaka address tu jonabo sun.. moi jam abar gaon khonot

    • @SabitaBaishya-f8w
      @SabitaBaishya-f8w 4 месяца назад

      Sangsari

    • @njb6437
      @njb6437 4 месяца назад

      @@SabitaBaishya-f8w changsari r kuntu area t

  • @runuhazarika8290
    @runuhazarika8290 5 месяцев назад +11

    ভুতৰ কাহিনীতো শুনি ভাল লাগিল

    • @Saya_ek_Rahashya
      @Saya_ek_Rahashya 5 месяцев назад

      Jdi he horror story lover tene amr channel 2 visit koribo loi napahoribo

  • @অসমৰলৰা-ব১জ
    @অসমৰলৰা-ব১জ 5 месяцев назад +44

    মোৰো লগত এটা ডাঙৰ ঘটনা ঘটিছিল। মই যেতিয়া ষষ্ঠ শ্ৰেণীত অধ্যন কৰি আছিলোঁ সেই সময়ৰ ঘটনা। এনিশা প্ৰায় ১১ মান বজাত মোৰ মাঁ গালি দিয়াত মই খঙতে নিজান ৰাতিত এন্ধাৰৰ মাজত লগৰৰ ৰুমত ভয়ে- ভয়ে ৰাওনা হলো। কিছু সময় পাছত লগৰ জনক দৰ্জাৰ ওচৰত পাই লগৰ জনক বহুৰাৰ মাত লগালোঁ। দুৰ্ভাগ্য যে লগৰজন এবাৰো মাত নিদিয়াত কেনেবাকৈ দুৱাৰ খুলি ৰুমৰ ভিতৰত সোমাই তেওঁৰ বিচনাতে মইও তেওঁৰ লগতে শুভ ধৰিলো, তেওঁৰ ইমানেই টোপনি যে মোলৈ এবাৰো চকু মেলি চোৱা নাই আৰু এষাৰো মাত দিয়া নাই। এইয়া মোৰ প্ৰথম অভিজ্ঞতা যে সেই বয়সলৈ মই এবাৰো এনেকৈ ৰাতিত ঘৰৰ পৰা গৈ আনৰ লগত শুই পোৱা নাই সেই বাবে চাগে মোৰ এবাৰো টোপনি ধৰা নাছিলোঁ। প্ৰথম বাৰৰ বাবে এনে সিদ্ধান্ত লোৱাত মোৰ মনত বহু উগুল-টোগুল লাগি লাগি আছিল। তেনে পৰিস্থিতিত ৰাতি প্ৰায় ১ বজাত ঘৰলৈ যাওগে বুলি সিদ্ধান্ত লৈ লাগে লগেই বিছনাৰ পৰা উঠি ঘৰলৈ ৰাওনা কৰিলোঁ। ৰাতি এনেবোৰ খেলিমেলিত মোৰ ৰাতিপুৱা শুই উঠাত অলপ দেৰি হ'ল। যাৰ পৰিপ্ৰেক্ষিতত সেই লগৰ জন ৰাতিপুৱা মোক তেওঁৰ লগত মই শুইছিল নে নাই, তেওঁৰ মনত জুইৰ দৰে জ্বলি থকা প্ৰশ্নৰ সঠিক উত্তৰ মোৰ পৰা পাবলৈ সক্ষম নহল। যাৰ পৰিপ্ৰেক্ষিতত তেওঁ উপাই নাপায় ঘৰৰ পৰিয়ালক ৰাতিৰ ঘটনাৰ বিষয়ে বিৱৰি কব লগা হল। ঘৰৰ মানুহেও দিপাঙত পৰি পঞ্জিকা চোৱাৰ সিদ্ধান্ত ললে। কোৱা মতে কাম, - লগে লগে তেওঁৰ মাঁ আৰু দাদা এজনক লগ ধৰি অন্য এটা গাঁৱৰ সু-নাম থকা পূজাৰীৰ ওচৰলৈ গৈ পঞ্জিকা দেখুৱালে। পঞ্জিকাৰ উত্তৰত পালে যে মোৰ বন্ধুৰ লগত হেনো এজনী নাৰী ৰূপী ভূত অভিৰ্ভৱ হৈছিল। সেই ভূত যদিহে সোনকালে ভষ্ম নকৰে তেন্তে মোৰ লগৰ জনক তাইৰ (ভূত) লগত লৈ যাব। লৰাটোক জীয়াই ৰখাৰ স্বাৰ্থত পূজাৰীৰ পৰামৰ্শ মতে পৰিয়ালৰ মানুহে ততাটোয়াকৈ যজ্ঞৰ সামগ্ৰী বজাৰ কৰি পিছদিনা লগৰ জনৰ ঘৰত পূজা কৰা আৰম্ভ হ'ল। সেই মূহুৰ্ততে মই স্কুলৰ পৰা ঘূৰি আহি থকা অৱস্থাত তেওঁলোকৰ ঘৰৰ চোতালত কেইজনমান গাঁৱৰে মানুহৰ লগতে মণ্ডব সাজি পূজাৰী এজনক যজ্ঞ কৰি থকা দেখা পায় মই থমকি ৰলোঁ আৰু ওচৰৰ বাইদেউ এজনীক সুধিলো যে মোৰ লগৰ জন কিবা হৈছে নেকি বুলি। সেই বাইদেউ জনী সেইনিশাৰ ঘটনাৰ সকলো কথা মোক বিৱৰী কলে আৰু বাইদেউ জনীৰ কথা শুনি মোৰ মূৰত যেন আকাশ খন খহি পৰিল যেন অনুভৱ হল।
    কাৰণ সেইজন ভূত মইহে আছিলোঁ। কিন্তু এতিয়া কেনেকৈ কম সেইজন মইহে আছিলোঁ বুলি, বুকুখন কপিব ধৰিল, আৰু এটা দাঙৰ বিপদত নিজে ছপাই অনিলোঁ । কিয়নো যদিহে নিজকে সেইজন ভূতৰূপী মনুজন মইহে আছিলোঁ বুলি কওঁ
    👉 তেন্তে সেই সু-নাম থকা পূজাৰী জন জানো মোক হোধাই এৰিব নে? ওলোটা মোকহে তেওঁ মন্ত্ৰ-তন্ত্ৰৰে শেষ কৰিব।
    👉 ইমান খৰছ কৰি যজ্ঞ কৰা সেই পৰিয়ালে জানো মোক এনেই এৰিবনে?? যদিহে যজ্ঞৰ গোতেই টকা মোক পৰিশোধ কৰিবলৈ কয়, তেন্তে সেই সময়ত ক'ৰ পৰা ইমান টকা পাই ঘূৰাই দিম।
    👉 যদিহে সেই নিশা মই মোৰ মাঁ গালি দিয়াৰ বাবে সেইজন লগৰ ৰুমত শুভ গৈছিল বুলি গম পায় তেন্তে মাঁ জানো মোক এনেই এৰিব নে?? নিশ্চয় পিঠি ফালিলে হয়।
    🥺🥺 এয়া সেই বয়সত লাখ টকীয়া প্ৰশ্ন 🤔🤔🤔। সেইবোৰ কাৰণতে মই সেই দিনৰ পৰা আজিলৈ মনুষ্যৰৰূপী ভূত হৈ ৰঁলো। আৰু এটা কথা- এইষাৰ কথা আজিহে আপোনাক জনাইছো, আৰু কাকো নক'ব। যদি আপুনি মোৰ কমেন্ত পঢ়িছা মাথোঁ এটা লাইক কমেণ্টহে দিব। ধন্যবাদ

  • @julisarma3483
    @julisarma3483 5 месяцев назад +9

    Oloukik karubar kiba ase jodi o video bonabosun. Okol vut vut Sai voy lage. Vogobanoru bohut kahini thake. Pale share koribo.

    • @ranideka1084
      @ranideka1084 5 месяцев назад

      Saya ek rahashy,,, channel tut sab paribo apunar mn ppsndor kahini

  • @krishnomonivlogs
    @krishnomonivlogs 5 месяцев назад +15

    Vutor video bur komi goise aru dibo sun

  • @alinapatgiri4441
    @alinapatgiri4441 5 месяцев назад +7

    কথা খিনি শুনি ধুনীয়া লাগিছে ❤😊

  • @NishaDoley-z7e
    @NishaDoley-z7e 5 месяцев назад +4

    O himashri ba apunak bhut val lage

  • @JXD_ff
    @JXD_ff 5 месяцев назад +2

    Wow super duper writer ma'am.....mojja lagil.....

  • @Nomadic-soul333
    @Nomadic-soul333 5 месяцев назад +12

    Jootar kotha tu amar ghorotu sobe huna paisil Nagaon t... Town r majot daily rati after 3am boot shoe sound

    • @lizadas7964
      @lizadas7964 5 месяцев назад +2

      Moi o xunisilu

    • @Nomadic-soul333
      @Nomadic-soul333 5 месяцев назад +1

      @@Digi-Work britishers graveyard t besi k hoi

    • @mainadas7313
      @mainadas7313 4 месяца назад

      Moiu hunisu kintu lakhutir maat maaj rati jetia moi mur mama ghort thokake goislu. Mama ghor main road r sidet

    • @bhanitabayandas8157
      @bhanitabayandas8157 4 месяца назад

      ​@@Digi-Work কোন ঠাইত চাহ বাগিচাখন ?

    • @Digi-Work
      @Digi-Work 4 месяца назад

      @@bhanitabayandas8157 Oppsoite Spring Valley Resort (Mayfair) in Kamarkuchi, Sonapur, Guwahati

  • @BituPhukan-ci2df
    @BituPhukan-ci2df 5 месяцев назад +1

    Ba apnuar show2 sai bohut val lage Himashree imn simpal Val lagil❤❤❤JAI HANUMAN

  • @mandipdeka4371
    @mandipdeka4371 5 месяцев назад +6

    Xuni val lagil xadhu xuna jen lagil negative energy ajiloi log puwu nai dekhau nai

  • @AnkurJoyti123
    @AnkurJoyti123 5 месяцев назад +6

    বাইদেউৱে সদায় সাজ সন্ধিয়া ফুৰিব যায়। তাই সদায় ফুৰি ফুৰি আহি পিছ ফালে প্ৰেচাব কৰিব যায়😢।

  • @BahnimanNath
    @BahnimanNath 5 месяцев назад +11

    mojja

  • @bhanitabayandas8157
    @bhanitabayandas8157 4 месяца назад +2

    কুনখেন গাঁৱৰ আপি হা এই তু ? কেংকে কথা কয় হা ! 😄 শুনি ভাল লাগ-ছি দে

  • @jyotigammer449
    @jyotigammer449 5 месяцев назад +5

    Ami গাওঁৰ মানুহ কথা বোৰ বুজি পাও তুমি ভাল কে বুজি নাপায় কাৰণ তুমি

  • @rumideka6291
    @rumideka6291 5 месяцев назад +4

    Val lagil khuni

  • @nishakalita5722
    @nishakalita5722 5 месяцев назад +3

    Last or kahini to Xosa 😢

  • @Pooja-wm3pn
    @Pooja-wm3pn Месяц назад

    Pura bhoi lagil dei

  • @assamesegirl___4850
    @assamesegirl___4850 5 месяцев назад +17

    Amar usoror a hoi sn ba joni👍❤️

    • @simantadassong3978
      @simantadassong3978 5 месяцев назад +1

      Tq 🤗mur baa hoi🤗

    • @StarplayZ227
      @StarplayZ227 5 месяцев назад +1

      Kot ghr baa jni r

    • @simantadassong3978
      @simantadassong3978 5 месяцев назад

      @@StarplayZ227 changsari t

    • @rjsfund7063
      @rjsfund7063 5 месяцев назад

      Changsari r kot ghor. Muru ghor changsari t

    • @Jakiya-y7c
      @Jakiya-y7c 5 месяцев назад

      ​@@simantadassong3978changsarit r kt hoi

  • @simantadassong3978
    @simantadassong3978 5 месяцев назад +11

    Mojja lgil baaa story gutei bur voi o lgil😥😥mur nijor a baaa hoi☺

  • @Ratanhajong.
    @Ratanhajong. 5 месяцев назад +4

    Lastor story to mur lgt hoise

  • @puspadas9235
    @puspadas9235 5 месяцев назад +4

    ঠিকেই কৈছে তেওঁ এনেধৰনৰ বহুত নিগেটিভ এনাৰজি আছে, পিছে আমি কিছুমানে এ 37:15 নেধৰনৰ একো নাই বুলি কব খোজে,যিহেতোনেকি যাৰ লগত হৈছে তেওঁ হে গম পায়। ভাল লাগিল।।,👌👌👌👌👌

  • @mrinalkalita8955
    @mrinalkalita8955 5 месяцев назад +2

    আমাৰ ইয়াৰ হয় চোন ছোৱালী জনী

  • @theas03ridder7
    @theas03ridder7 5 месяцев назад +3

    Baidaw apunak ha bhoot lagise hsa koisu😢

  • @midulbarman1223
    @midulbarman1223 5 месяцев назад +3

    Baa Armyr podcast laga😊

  • @Jiya___kalita___________
    @Jiya___kalita___________ 5 месяцев назад +4

    Dhuniya lagise Aru Xunim Baa Vutor Story ❤😊

  • @Sarmah_Kangkana
    @Sarmah_Kangkana 5 месяцев назад +4

    Baa jni moromloga kotha keitao dhunia 😊

  • @shikhadas1495
    @shikhadas1495 5 месяцев назад +5

    Vl lagil xuni ❤

  • @WellDone-e2k
    @WellDone-e2k Месяц назад

    Moi akole roomot thaku kintu bhoi nakhaw
    Apunar show hodai saw , bohut va lage sai

  • @BirbalRabha-hc7qw
    @BirbalRabha-hc7qw Месяц назад

    Ai keidin bhut horror story bhut Val lage o❤❤❤❤

  • @swapnaskitchenlifevlog7798
    @swapnaskitchenlifevlog7798 5 месяцев назад +4

    Val lagil xuni.. aru dhuniya koi koise kotha khini

  • @Rajibdekaraja-q4v
    @Rajibdekaraja-q4v 5 дней назад

    Tair kotha khini mur baor bhal lagil

  • @hemenkalita171
    @hemenkalita171 5 месяцев назад +7

    Baideu joni ak dom khosa kotha koise Jen lagise

  • @paribordoloi9818
    @paribordoloi9818 5 месяцев назад

    Bohut dhunia k koise teu xuni vl lgil...heoah e nopolal sai😊

  • @DigantaSaikia-lq6xy
    @DigantaSaikia-lq6xy 3 месяца назад

    ❤❤bohut bhal lagil kintu baa❤❤😊😊😊

  • @Grbora94953
    @Grbora94953 2 месяца назад

    ভ্ৰমৰ বাদে একো নহয়।

  • @DalimiDas-u4j
    @DalimiDas-u4j 5 месяцев назад +14

    কি যে কৈছে তাই নিজেও গম নেপায় ইমান মিছলিয়া দেই

    • @simantadassong3978
      @simantadassong3978 5 месяцев назад +4

      moi buji paisu sun tumi baa kio puwa niii English baideou nki tumi😁

    • @barnalisarma7445
      @barnalisarma7445 5 месяцев назад +1

      সকলোবোৰ সচা কৈ আছে আমি এই গাওঁৰ ওচৰৰ হয় সৰুৰেপৰা শুনি ডাঙৰ হৈছোঁ। দেউতাহঁতৰ মুখত বহুত শুনিছোঁ। এই ছোৱালী জনীৰ ঘৰৰ ওচৰতে নদীত মাছ মাৰিব যায় দেউতাহঁতে গতিকে তাত দেখিছিল।

  • @bhumika4267
    @bhumika4267 5 месяцев назад +1

    Bohut val lagse baa ❤️

  • @HemenDas-yl9kn
    @HemenDas-yl9kn 5 месяцев назад +2

    Suwali joni kintu khati gaolia val lagil❤❤❤

  • @Ruhi-l7u
    @Ruhi-l7u 5 месяцев назад +3

    Suwali joni Voice tu dhuniya ❤

  • @manashidasmaina731
    @manashidasmaina731 5 месяцев назад +10

    Ji dina palat poribo negetive enarjir pesap olai jbo ... negetive enarji believe nkra burar ..ru kissomame boji powa ni boli koisa je ... English t kotha koi ase neki sis joniue 😂😂ata kotha nhi amr Assam r mnh belake aku English he boji pai , Assamese kotha boji nepai nhi 😂😂......over smart bure 😂😂

    • @bikashdeka1353
      @bikashdeka1353 5 месяцев назад +3

      Enarji nhoi baideu.. Energy hoi 😂😂😂

    • @prettyrekhadas5695
      @prettyrekhadas5695 5 месяцев назад

      Apunr alp vul hl nki baidew,,,,, enarji nhoi he energy hoi.... Apun ko alp kmke buje sage 😅

    • @trishadutta4866
      @trishadutta4866 5 месяцев назад

      Oo baideo ....upper assamr lukhokolor lower Assam r Kotha kua style tu bujat ohubidha hoi ...takee heikrne buji pua nai buli koise ...english hh buje english tt hh Kotha pate heitu nhoi ....nijei over smart dekhai ,kotha kb ahise eyt .

  • @priyankasarania5244
    @priyankasarania5244 2 месяца назад +1

    Moi aji rati okole xubo nuwarim 😢😭🙏 Horror story bur vl lage kintu voio lage nasaw aru ajir pora aibur 😭

  • @Munuphukan-o1z
    @Munuphukan-o1z 3 месяца назад

    Mur logotu anekuwa kiba hoi ase ki najanu rati paile xobdo suna pau bohut voi lage 😢😢😢😢

  • @MrinmoyRajbongshi-j1o
    @MrinmoyRajbongshi-j1o 25 дней назад

    মই নিজ চকুৰে দেখিছোঁ ভূত

  • @babubhai8191
    @babubhai8191 2 месяца назад

    Gobodhiya kun2 mane? Buji napalu.

  • @alakabaruah7479
    @alakabaruah7479 5 месяцев назад +1

    Vl lagil xuni

  • @DigantaSaikia-lq6xy
    @DigantaSaikia-lq6xy 3 месяца назад +1

    khuniboloi bhal lage kintu khunar pasot rati houk baa dinot bahirot houk baa bhitorot thakiboloi bhoi lage mur😅😅😅😅

  • @edxqueenborahsayanika2393
    @edxqueenborahsayanika2393 5 месяцев назад

    Hekhor 2 stry bhut voi lagil😢

  • @jyotigammer449
    @jyotigammer449 5 месяцев назад +3

    এই জনী গাওঁৰ হয় কথা বোৰত গম পাই

  • @ujjaldas1137
    @ujjaldas1137 3 месяца назад

    এটা চুবুৰীৰ একেবাৰেই শেষৰ ঘৰখন হব নালাগে।

  • @momisonowal9610
    @momisonowal9610 5 месяцев назад

    Val lagil......

  • @wodekho
    @wodekho 3 месяца назад

    Dhuniya ❤ k bujaise tai❤ bhal lgise de story telling tu

  • @premadasahariah4447
    @premadasahariah4447 5 месяцев назад +3

    কাহিনীটো শুনি ভাল লাগিছে কিন্তু এই যে জাপ জৰি এতিয়াও 😂😂 ।কোন যুগত আছা?

    • @manashidasmaina731
      @manashidasmaina731 5 месяцев назад

      Tumi jito kobo bisarisa gom paiso ...atiyar dint 😂adin ahba baideo ...vagabnk jdi believe kora tumi votuku believe koriba alp ...ru jap joriy t vl neple tumi dactork dekhai vl hoba neki 😂

    • @manashidasmaina731
      @manashidasmaina731 5 месяцев назад

      Ami atiyar jugar amio phora khuna thoka swali ...tumi Kun jugat asa boli koi lv ni adin ahba pothai dim mnh pura Thai khineloi ....douri tot npba😂😂jap joriy lgbo tetiya tumk 😂

  • @mundas6452
    @mundas6452 5 месяцев назад +1

    মোৰ আইতাকৰ লগতোsemঘটনা হৈছে 25:34

  • @kritiman3578
    @kritiman3578 4 месяца назад

    Morileo sai thaka xei kotha tu xasai bht bht voi lagise😮😮😮😮

  • @harenKalita-cu4is
    @harenKalita-cu4is 5 месяцев назад +1

    Suwali Jani katha khini xuni bhot bhal lagil

  • @Thejourneyoflife-3ge
    @Thejourneyoflife-3ge 5 месяцев назад +2

    ভয়েই ভূত, ভূতেই ভয়
    ভূত বুলিবলেই একোৱেই নাই। ।

  • @UttamSaikia-zv9gu
    @UttamSaikia-zv9gu 4 месяца назад +2

    Koi thaka suali joni bom dhekeri marise ene motiont sai ase beya dise dhek pura dehekeri 😂😂😂

  • @SubhrajitRajkumar
    @SubhrajitRajkumar 5 месяцев назад +2

    Val lage tumar video bur sai❤❤

  • @kushalsarkar8128
    @kushalsarkar8128 5 месяцев назад +1

    Baah bohut val lagil bohut dinor murot punor

  • @mridulaboruah6200
    @mridulaboruah6200 5 месяцев назад +2

    Gorur logt ghota ghotana Tu first hunisu .. Val lagil video Tu sai

  • @kukhaldeka2318
    @kukhaldeka2318 5 месяцев назад +4

    Dimpi diary RUclips▶️... Matiba sun adin.... Bahut val khtha janib paribo xakalowe.

  • @kritiman3578
    @kritiman3578 4 месяца назад

    Gobodhiya moio najanu jodio gaour bhale lage xuni kintu voi lagise bht😢😢

  • @iublood
    @iublood 5 месяцев назад

    ঘৰত গীতা পুথি ৰাখিব বেয়া বস্তু থাকিব নোৱাৰে

  • @rupasvlogs527
    @rupasvlogs527 5 месяцев назад +2

    Himashree imn simpal Val lagil..❤❤

  • @hemenkalita171
    @hemenkalita171 5 месяцев назад +3

    Baideu jonir likhito nahil mukhot

    • @simantadassong3978
      @simantadassong3978 5 месяцев назад +1

      lower assam r hoi likhito nejane aru nijor vaxa khodai nijr tumi khikai diba likhito☺

    • @manashidasmaina731
      @manashidasmaina731 5 месяцев назад

      Ami nijr vakha Kia ariy dim ,amr gaot ghr gaoliya kotha koise tumr prblm hoise tumi nesaba,Likheto kotha kole bese smart hoi neki mnh 😂😂Kun jamanat asa a bapa toi😂...Gwhti amr usrte a bapa 10 toka Vara....

    • @udhabkumar3579
      @udhabkumar3579 5 месяцев назад +1

      😂😂😂 xi likhito mare nhy tar level hb a de

  • @MRIDULKALITA-h7g
    @MRIDULKALITA-h7g 5 месяцев назад +1

    Hoi diwa muro anekuwa hoisil.

  • @KunjaNath-mh2ny
    @KunjaNath-mh2ny 5 месяцев назад +3

    Gubedha khosa ke ase amar gaout ase

  • @mausamhazarika7030
    @mausamhazarika7030 29 дней назад

    Bht val lagile Kahani sob huni Aru kobo lagise bonai tai

  • @anitanath-bq9qr
    @anitanath-bq9qr 5 месяцев назад

    Suni val lagil

  • @kishorepradhan6356
    @kishorepradhan6356 5 месяцев назад +1

    Bohot wait kora pasot aji palu horror story 😊 thkw baa

  • @KhusbuChetia
    @KhusbuChetia 5 месяцев назад +1

    Val lagil sai❤❤❤❤

  • @MamaniDas-g6h
    @MamaniDas-g6h 5 месяцев назад +1

    Baa aru bhutr kahinu lage kak kak lage comment kora

  • @DipjyotiDipjyotideka-dy1ne
    @DipjyotiDipjyotideka-dy1ne 5 месяцев назад +2

    বাপেৰৰ মূৰটো কেলা

  • @nirupoomachoudhury2448
    @nirupoomachoudhury2448 5 месяцев назад +2

    Bhut bhal lagil

  • @Horu-h1m
    @Horu-h1m 5 месяцев назад

    Bhut video mojja lage Sai rati Sai aru vl lage Moro ata story ase

  • @hirendas5794
    @hirendas5794 5 месяцев назад +2

    Ba tumak bhut val lage ❤

  • @bituponbora3300
    @bituponbora3300 5 месяцев назад

    Ba joni bohut danger thait thake dakun😮

  • @umolaghar8438
    @umolaghar8438 Месяц назад

    Papai nij sakure hopun dekhisil

  • @priyamkalita467
    @priyamkalita467 5 месяцев назад +3

    ghot ghot koi jutu khobdo kuna jai .. kheitu jin hoi.. ghurare jai thakute khei khobdo khuna jai .. mur maye praiye khuna pai ... jinor ghuratu boga hatot saboli loi ghot ghot kori jai thke...

    • @Digi-Work
      @Digi-Work 5 месяцев назад

      Burha Dangoriya Buli Koi kheitu Cycle or Bel type khobdo kore rati 3ta maanot
      Juta khobdo tu ghor bhitorot hoi khitu beleg

  • @koushikoficial7333
    @koushikoficial7333 5 месяцев назад +1

    Aru ghost video lage dae

  • @PritamDas-sl4yf
    @PritamDas-sl4yf 5 месяцев назад

    Aibor kahini mor bohut val lage

  • @জ্ঞানশ্ৰী_দাস20
    @জ্ঞানশ্ৰী_দাস20 5 месяцев назад +119

    Suali joni lower r vakha kuar ovyax so likhito koute olp ksto hoise Jen lagise

    • @Ruhi-l7u
      @Ruhi-l7u 5 месяцев назад

      Tar bbe nijor bhakha tu aribo nelage kobo laz korile tenoka a hoi

    • @mohansingha1373
      @mohansingha1373 5 месяцев назад +3

      Gawliya sowalir likhitoh kobole olop holew problem hye

    • @Ruhi-l7u
      @Ruhi-l7u 5 месяцев назад +18

      Sohoriya bure o gayoliya bhakha kobo bbe xatta jonom lobo lgibo😅

    • @জ্ঞানশ্ৰী_দাস20
      @জ্ঞানশ্ৰী_দাস20 5 месяцев назад +5

      @@Ruhi-l7u 😂gaot a thaku holeu likhito kothitor lgt pblm ni ,, eyat ki 7ta jnmor ktha ahile,,murkhor nisina ktha nkbo eyat byake laj pbo nhle

    • @Ruhi-l7u
      @Ruhi-l7u 5 месяцев назад +9

      @@জ্ঞানশ্ৰী_দাস20 sobei buji pyse tur he bujat problem hoise 🤣🤣🤣🤣🤣

  • @BobymohontoMohonto
    @BobymohontoMohonto 5 месяцев назад

    Huni Val lagil 😊

  • @pSychovlogs88
    @pSychovlogs88 5 месяцев назад +2

    বা মোৰ জেথাই এজনী আছে তেওঁ লগত এইবোৰ ঘটনা বহুত আছে।

  • @anajlibarman2493
    @anajlibarman2493 5 месяцев назад

    Val lagil.

  • @GitaSaikia-305
    @GitaSaikia-305 2 месяца назад

    এবাৰ মোৰ লগতো হৈছিল মই তেতিয়া গৰ্ভৱতী আছিলোঁ বানপানী হৈছিল ঘৰৰ চাৰিফালে পানী গধূলি সময়ৰ কথা কিবা বস্তু এটা পানীৰ ওপৰত কোনোবাই জবং জবং কৈ শুজ কাঢ়ি গৈছিল । লগে লগে বাহিৰত ওলাই চাইছোঁ একো নাই আকৌ ভিতৰত গলে তেনেকৈ শুনা পাওঁ পানীৰ ওপৰত জবং জবং কৈ শুজ কাঢ়ি গৈ আছে বহুত ভয় লগা আছিল ❤❤

  • @shillongteernumber8109
    @shillongteernumber8109 5 месяцев назад +1

    Right hosa kotha koise moiu bohut paisu..... Mur logot 4 bar hoise

  • @SumitKumar-wp6wq
    @SumitKumar-wp6wq 4 месяца назад

    Kotha khini xuni voi hai lagise mur

  • @himashreenath1625
    @himashreenath1625 5 месяцев назад +4

    Moi guvedha dexisu . bohut voi loga hoi

    • @Animalcreat
      @Animalcreat 5 месяцев назад

      Knakuwa hoi nu kowa sn