Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সুন্দৰ ।অনুপম ।
আপোনাৰ লগত চিনাকী হব বিচাৰিছো
Oti sundor koboloi vasa nai provbhu soto kutti kutti pronam pronam 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Pranam. Guruji
Om. Namah. Sivya
শত কোটি নমস্কাৰ। ওম নম: শিৱায়।
অতি সুন্দৰ
সুন্দৰ
Pranam
kolijugat kritan aikarane sestra buli koise je kritanar joriyatehe giyanar prakash hoy aru ai giyanar dra apunar dare hathik path bisari pay.upka joy ho.
ruclips.net/video/ShMpC2iYoho/видео.htmlsi=g8SNqKDfIU_gBP8r
@@RinkuSaikiaDas-t8b বালপাল নিজেই বলাৎকাৰী বুলি সমগ্ৰ বিশ্বত বিখ্যাত। বালপালৰ শিষ্যই সদাই উলটাকৈ বুজে। কাৰণ বালপাল আৰু তেওঁৰ শিষ্য সকলো উলটাকৈ জন্ম হৈছিল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অনুসুয়াক বলাৎকাৰ কৰিব বিচৰা নাছিল। অনুসুয়াৰ সতীত্বতাৰ প্ৰমাণ লবলৈহে গৈছিল। মূৰ্খহঁত মৰি যা তহঁত।
@updeshmala2737 নিজেই বলৎত কাৰি হ'লে হে আনকো দেখে। অৰ্থাৎ চুৰে হে চুৰৰ ঠেং দেখে
@RinkuSaikiaDas-t8b শাস্ত্ৰৰ তত্ত্ব নজনাকৈ যিহকে তিহকে বকি কিয় থাকা। শিৱ আৰু শংকৰৰ ৰহস্য বামপালে জানেনে?জনা হলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিৰুধে পাগল নবকিলে হেঁতেন। মহা ধুৰন্ধৰ বালপাল। এখন পুৰাণৰ তত্ত্ব আন এখন পুৰাণৰ লগত যে মিল আছে আজিও সি বুজি নুঠিলে।
@updeshmala2737 কপালত চন্দনৰ ফোট,গাত হালধীয়া ৰঙৰ কাপোৰ, ডিঙিত ৰুদ্ৰাক্ষ মালা ধাৰণ কৰিলে। আৰু ২-৪ চাৰিটা সংস্কৃত শ্লোক জানিলেই কোনো জ্ঞানি নহয়। তাৰ বাবে গীতাত পৰিচয় দিয়া আছে। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোনো বেদ,পুৰাণৰ শ্ৰীমদ্ভভাগৱত গীতা, লিখা নাই, তেওঁ লিখা পুথি সমূহ জ্ঞান গংগা,জীৱনৰ সোগম পথ, তাৰ লগতে আৰু দূখন মান পুঠি লিখি ছে। কাৰণ মই যি শাস্ত্ৰ পঢ়িছোঁ সেইয়া মাৰ্কেট পৰা কিনি হে আনিছো। আৰু বিনা প্ৰমাণে কাৰোবাৰ ওপৰত আৰোপ লগোৱা কিমান ধাৰা লাগে আপোনি চাগে নেজানে সেই বাবে আপুনি আৰোপ লগায় আছে।