বৰমপুৰৰ বোপ মেধিৰ গৃহত ভাগৱতৰ বাস্তৱসন্মত ব্যাখ্যা || Rodali darshan

Поделиться
HTML-код
  • Опубликовано: 1 фев 2025

Комментарии • 152

  • @RajuGogoi-p1n
    @RajuGogoi-p1n 8 месяцев назад +2

    Thanks 🙏🙏🙏🙏🙏🙏👍👍👍 Happy

  • @alpanachutia4811
    @alpanachutia4811 8 месяцев назад

    প্ৰভু তোমাক সেৱা জনাইছো🙏🙏🙏

  • @MinaliGogoi-v5y
    @MinaliGogoi-v5y 3 месяца назад

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @purnandadas1898
    @purnandadas1898 Год назад +1

    Krishna prabhu🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Statusking-ur9gd
    @Statusking-ur9gd Год назад

    He Prabhu oti hundor huni bhokti sakulu boi gol krishno ram narayan gubinda joi joi ,🙏🙏🙏🙏❤️

  • @mamoniborah8806
    @mamoniborah8806 Год назад +2

    আজি হে আপোনাৰ বাখ্যা শুনিলো বৰ্ ভাল লাগিছে ❤

  • @nilimapathak4130
    @nilimapathak4130 Год назад

    Krishna Krishna 🙏🙏

  • @banamalinath4252
    @banamalinath4252 10 месяцев назад

    কৃষ্ণ। প্ৰভু জনা বৰ যুক্তিনিষ্ঠ ব্যাখ্যা শ্ৰৱনে ধন্য হলো ।চৰণ কমলত সেৱা জনালোঁ প্ৰভু।

  • @gayatritamuly2780
    @gayatritamuly2780 Год назад

    Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna prabhu

  • @kasturibordoloi4932
    @kasturibordoloi4932 Год назад

    🙏💝 Krishna

  • @daisyrabha2343
    @daisyrabha2343 Год назад +2

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏

  • @barshakakoti3323
    @barshakakoti3323 Год назад +2

    হেমন্ত দাস দেৱলৈ আন্তৰিক অভিনন্দন যাছিলো । আপোনাৰ দ্বাৰা পৰিচালিত ভাগৱতৰ ব্যাখ্যা শুনি সন্তোষ পালো , কৃষ্ণ কৃষ্ণ 🙏

  • @Kaustav_rava
    @Kaustav_rava Год назад

    হৰি ও হৰি চৰণে লাগো
    অভয় চৰণে শৰণে মাগো।
    কৃষ্ণ কৃষ্ণ- - -

  • @rinagogoi1795
    @rinagogoi1795 Год назад

    Krishna krishna prabhu. Sewar janalu apuna Bhagwat byakha ati hajj haral suni bhal lagil

  • @assamali4589
    @assamali4589 9 месяцев назад +1

    কৃষ্ণ,আপোনাৰ কথাবোৰ শুনি মোৰ বহুত ভাল লাগিছে ! দয়া কৰি আপুনি মোক

  • @bubulkardong8382
    @bubulkardong8382 Год назад +1

    ভাল লাগিল...কৃষ্ণ

  • @lakhipatar6362
    @lakhipatar6362 Год назад

    কৃষ্ণ কৃষ্ণ বাপ শতকৌট প্ৰনাম জনাছো্ঁ৷

  • @AnupamaDasBania
    @AnupamaDasBania 4 месяца назад +1

    বাপ! আপোনাক কৌটি কৌটি প্ৰণাম জনাইছোঁ। আমাক এনেদৰে আগলৈ ধৰ্ম জ্ঞান দি যাব বুলি আশা কৰিলোঁ।🙏🙏

  • @banamalinath4252
    @banamalinath4252 3 месяца назад

    নিৰপক্ষ আৰু সত্য নিষ্ঠ বাস্তৱ মুখি পৰ্যালোচনা বহুত ভালগিল । ধন্যবাদ। কৃষ্ণ।

  • @chinugogoi5411
    @chinugogoi5411 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনাইছো

  • @probingogoi9774
    @probingogoi9774 Год назад +1

    কৃষ্ণ, কৃষ্ণ প্ৰভূ সেৱা জনালো আপোনাৰ মুখ পদ্মই বৰিষন হোৱা ভকতিৰ তত্ত্ব শুনি ধন্য হলো যেন অনুভৱ কৰিছো। অন্তযামি ভগৱন্তই কৃপা কৰি দীঘায়ু কৰক, যাতে এনে অমৃতময় কথোপ-কথন পুনৰ এই অভাগনৰ কৰ্ণৰ পথেদি পবেশ কৰি হৃদয় পদ্মত পভূ জনাক স্থান দিয়াত সহায় কৰিব। পভূ জনাৰ যোগাযোগৰ নম্বৰ ভাগী আশা কৰিছো। অভাগন ডিবুগড়ৰ বাসিন্দা।

  • @parishmitabordoloi1768
    @parishmitabordoloi1768 Год назад

    Montu val lagi gol 🙏🙏🙏

  • @SeemaDasborah
    @SeemaDasborah 11 месяцев назад

    কৃষ্ণ প্ৰভু

  • @ritadutta1754
    @ritadutta1754 Год назад

    Provu val lagil boisnob sokol kusole thakok krisno.

  • @anjalibaishya2287
    @anjalibaishya2287 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sonamoniboruah7322
    @sonamoniboruah7322 Год назад

    Bestofallaftermedition

  • @kumudgayan1664
    @kumudgayan1664 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ শ্ৰী মুখেৰে অমৃতময় ভাগৱত বাখ্যাই অন্তৰত বাৰুকৈ কৃষ্ণ প্ৰেমৰ প্ৰেৰণা যোগাইছে, সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @akhilgogoi1869
    @akhilgogoi1869 Год назад

    Krishna Krishna bap bhal bhal Krishna.

  • @assamali4589
    @assamali4589 9 месяцев назад +1

    কৃষ্ণ, যদি যোগ্য হওঁ আপুনি এবাৰ দেখা কৰিলে কৃতাৰ্থ হ ম

  • @dhrubajyotisaikia9073
    @dhrubajyotisaikia9073 Год назад +1

    Krishna Krishna Baap Ai Hokaluke Namaskar... Krishna Krishna

  • @jasbirmamonichannel431
    @jasbirmamonichannel431 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ভাপ 🙏🙏🙏🙏

  • @rubirani2724
    @rubirani2724 Год назад

    কৃষ্ণ।

  • @pragyan3169
    @pragyan3169 Год назад +1

    বহুত ভাল লাগিল
    কৃষ্ণ

  • @sarajonisardar429
    @sarajonisardar429 Год назад

    Krishna Krishna Krishna 🙏🙏🙏

  • @charulatakalita1905
    @charulatakalita1905 Год назад +1

    বহুত সুন্দৰ ব্যাখ্যা । প্ৰণাম ।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Год назад +3

    Krishna 🙏 bap সেৱা জনালোঁ আগবাঢ়ি যাওক আন্তৰিক অভিনন্দন জনালো জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে

  • @lankeswarchoudhury5550
    @lankeswarchoudhury5550 Год назад

    Sankardev Gurujanai Krishnakhe Kirtanghoshar pratham slokate jagatar Guru buli ullekh karise.Seyehe KRISHNAGURUhe jagatguru

  • @name5041
    @name5041 Год назад +1

    aruh video dibo sun hemanta kumar das bap jonar ❤

  • @bobygooddas4080
    @bobygooddas4080 Год назад

    Eman xundor
    Xuni xuni thakibo ra mon goisa
    Eman modhur

  • @gitikakalita5413
    @gitikakalita5413 Год назад

    Ram. Krishna. 🌺🙏🌺

  • @arinditachutia607
    @arinditachutia607 Год назад

    Krishna Krishna Probhu pronam

  • @nobinboruah6855
    @nobinboruah6855 Год назад +2

    কৃষ্ণ প্ৰভু সেৱা হে জনালোঁ। শুনি ভাল লাগিল।

  • @dipalihazarika9280
    @dipalihazarika9280 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ ব্যাখ্যা বহুত ভাল লাগিল

  • @animacharukia8408
    @animacharukia8408 Год назад +2

    ইমান সুন্দৰ ব্যাসা শুনি আপ্লুত হলো। কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা এভাগ জনালো।

  • @priyakheebora25
    @priyakheebora25 Год назад +1

    Krishna 🙏

  • @romabora2399
    @romabora2399 Год назад

    অতি সুন্দৰ বাস্তব সন্মত ভাগৱত ব্যাখা শুনি আপ্লুত হলো, কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা নিৱেদিলো ।

  • @ramendeka1968
    @ramendeka1968 Год назад +2

    প্ৰভু কৃষ্ণ , আপোনাৰ অমৃতময় ভাগৱত ব্যাখ্যা শুনি সাখ্যাত ভগৱান ৰ ওচৰত থকা যেন লাগিছে ।

  • @minakshideka1470
    @minakshideka1470 Год назад

    Krishna krishna ram ram

  • @nipulchandraghorphalia8836
    @nipulchandraghorphalia8836 Год назад +2

    বৰ ভাল লাগিল,ভাগৱত শ্ৰৱণ আৰু মহাকাব্য দুখনৰ কথা জানিবলৈ পায়।
    বিশেষকৈ প্ৰভু গৰাকী মোৰ একেবাৰে চিনাকি,, এই অভাজনে ভগৱানৰ ওচৰত তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।

    • @manashtalukdar8848
      @manashtalukdar8848 Год назад

      দাস বাপক যোগাযোগ কৰিব পৰা নম্বৰ এটা দিব নেকি বাপ।

  • @BiswajitDas-sm9ry
    @BiswajitDas-sm9ry Год назад

    Kishna prabhu

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @r.saikia3334
    @r.saikia3334 Год назад +3

    Krishna Krishna Bap Pranam 🙏🏻🙏🙏🏻🙏

  • @gunaramdas131
    @gunaramdas131 Год назад

    কৃষ্ণ,কৃষ্ণ বাপ, সেৱা জনাইছোঁ।

  • @nirojdas9707
    @nirojdas9707 Год назад +1

    Krishna. Bhut. Bhal lagise

  • @gourabjyotibharali4141
    @gourabjyotibharali4141 Год назад +1

    নমস্কাৰ বাপ জন ভুলৰ প্রতি ক্ষমা কৰিব,,, আমাৰ সামাজিক কৃতন ঘৰত ভাগৱত পাঠ কৰা জনে বা আনেও বিখ্যা নকৰে আৰু মোৰ দৰে মহা মূখই বিখ্যা নকৰিলে একো বুজিয়ে নাপাও । গতিকে প্রভু কি কৰিম জনাবচোন সেই বাবে প্রভু মই মোবাইল তে বেছিকৈ অধ্যন কৰো। কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,

  • @bina4419
    @bina4419 Год назад +3

    কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল।

  • @jayantaschannel8480
    @jayantaschannel8480 Год назад +2

    কৃষ্ণ।। প্ৰভু বাপ জনাৰ নাম কি আৰু কোন ঠাই ঘৰ জনাব 'কৃষ্ণ হৰি ৰাম নাৰায়ন

  • @saratdas4705
    @saratdas4705 Год назад

    Ram Krishna Ram bap Krishna

  • @JaanmoniSarat
    @JaanmoniSarat Год назад

    Krishna bap Bhai lagil🤤

  • @anjalibaruah7669
    @anjalibaruah7669 Год назад +2

    কৃষ্ণ🙏🙏🙏🙏

  • @dharmeswarsaikia4858
    @dharmeswarsaikia4858 Год назад +4

    হেমন্ত দাস বাপ জনা অশেষ ধন্যবাদ, বাস্তব কথা শুনি বহুত ভাল লাগিল, যদি যোগাযোগ ৰ বেৱস্থা আছে জনাব বুলি আশা কৰিলে

    • @bijupathak1865
      @bijupathak1865 Год назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ মনটো বৰ ভাল লাগি গল। আপোনাৰ চৰনত সেৱা নবেদিছো।

  • @abmonty7274
    @abmonty7274 Год назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱা জনালো,🙏🙏🙏
    অঞ্জলি দাস

  • @bulenentertainment8164
    @bulenentertainment8164 Год назад +3

    কৃষ্ণ বাপ । ভক্তি অঞ্জলি নিবেদিছো ।

  • @basantidas154
    @basantidas154 Год назад +3

    অতি সুন্দৰ

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 Год назад +3

    কৃষ্ণ কৃষ্ণ বপ 🙏 মই অধমৰ প্ৰানাম গ্ৰহণ কৰক

  • @muragojalitingkhong2212
    @muragojalitingkhong2212 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল ইমান সুন্দৰ ।

  • @achintyabhuyan6891
    @achintyabhuyan6891 Год назад +2

    বাস্তৱ সন্মত ভাগৱত ব্যাখ্যা ।🙏🙏🙏🙏

  • @arunabhuyan3283
    @arunabhuyan3283 Год назад

    Krishna bap , byakha huni bohut bhal lagil krishna . Agoloi u enedore pai thaku jen .

  • @bupmedhi-eo8eh
    @bupmedhi-eo8eh Год назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰে কৃপা কৰক

  • @poragboruah4156
    @poragboruah4156 Год назад +2

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @purnakantagogoi7064
    @purnakantagogoi7064 Год назад +3

    কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ ব্যাখ্যা । দাস বাপজনালৈ ভক্তিভৰা সেৱা জনালোঁ। জয় গুৰু শংকৰ ।

  • @minumedhimedhi6304
    @minumedhimedhi6304 Год назад +2

    Ha probhu AjiheMoidhin holu Madhob Madhob

  • @dilipkumarsaikia4838
    @dilipkumarsaikia4838 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ, আপোনাৰ চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰাৰ বাবে ক্ষমা কৰিব। কৃষ্ণ

  • @kumudrajkhowa68
    @kumudrajkhowa68 Год назад

    Krishna apnar bakhaya bohut sunder suni bhal lagil

  • @minakhigogoi7194
    @minakhigogoi7194 Год назад

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ

  • @nitulborah6372
    @nitulborah6372 Год назад +1

    Krishna Krishna Porbujonar

  • @bhadreswardeka1695
    @bhadreswardeka1695 Год назад +3

    Very nice Ram Ram.

  • @rinakutumpegu1427
    @rinakutumpegu1427 Год назад

    🙏 Krishna Krishna Krishna Krishna.

  • @kolpochitra3869
    @kolpochitra3869 Год назад +2

    আপোনাৰ অমৃত ব্যাখ্যাই পৰম সুখী কৰিলে আমাক..

  • @BiswajitSaikia-se2uc
    @BiswajitSaikia-se2uc Год назад +1

    🙏🙏🙏

  • @asbgamer8823
    @asbgamer8823 Год назад

    Kirshnaa parvu

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 Год назад +2

    কৃষ্ণ,অতি সুন্দৰ বাখ্যা

  • @putuldas3984
    @putuldas3984 Год назад

    Kreshna kreshna madhawa

  • @daduldas1643
    @daduldas1643 Год назад +1

    কৃষ্ণ কৃষ্ণ

  • @jahnabigayan931
    @jahnabigayan931 Год назад

    Bap... krishna 🙏

  • @lostlegendaryhawk
    @lostlegendaryhawk Год назад

    Hoi o Prabhu hoi

  • @trithathengal1177
    @trithathengal1177 Год назад

    কৃষ্ণ বাপ‌ বহুত সুন্দৰ ব্যাখ্যা

  • @rinakutumpegu1427
    @rinakutumpegu1427 Год назад

    Krishna Krishna Krishna Krishna

  • @adityarabha6027
    @adityarabha6027 Год назад +1

    Krishna Krishna Prabhu 🙏🙏 bhakti bhara sewa janaisu 🙏🙏 Krishna 🙏🙏

  • @rhiturajpathak8351
    @rhiturajpathak8351 Год назад

    এই বাপজনাৰ নামটো জানিব বিচাৰো। তেওঁৰ ভাগৱত বাখ্যাই মন চুই গৈছে।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад

    আপোনাৰ চৰনত শতকোতি নমন বাপজন

  • @Request_motivation
    @Request_motivation Год назад

    কৃষ্ণ সকলো বাপ বান্ধ ব লৈ।।ruclips.net/video/z28HZpOE0xI/видео.html

  • @jeutimalakar3204
    @jeutimalakar3204 Год назад +2

    Krishna

  • @bhupendranath9600
    @bhupendranath9600 Год назад +3

    কৃষ্ণ বাপজনা আপোনাৰ শ্ৰীচৰণত ডক্তিসহকাৰে সেৱাঁ জনালোঁ ৷ অতি সুন্দৰ৷ অমৃতময় ভাগৱতৰ কথা ৷আপোনাৰ শ্ৰীপদ্ম মুখে শুনিবলৈ পায় ধন্য হলোঁ ৷

  • @manashtalukdar8848
    @manashtalukdar8848 Год назад

    বাপ,খুব ভাল লাগিল।আপোনাৰ লগত যোগাযোগ কৰিবৰ বাবে এটা সুবিধা দিয়ক।🙏

    • @rubulbaruah12144
      @rubulbaruah12144 Год назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Год назад

    বৰ সুন্দৰ ব্যাখ্যা,,, কৃষ্ণ বাপ, সেৱা জনাইছোঁ।

  • @gupaldas4296
    @gupaldas4296 Год назад

    Krishna Krishna baap apunaar saranat xewaa janaisu baap

  • @jibansarkar6460
    @jibansarkar6460 Год назад +6

    অনন্য আৰু অতুলনীয় বাস্তৱধৰ্মী ব্যাখ্যা । আপ্লুত হৈছোঁ ।বাপজনাক এবাৰ সাক্ষাৎ পোৱাৰ খুবেই ইচ্ছা কৰিলোঁ

    • @sunandiramkalita1648
      @sunandiramkalita1648 Год назад

      সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল ধন্যবাদ ।

    • @jyotibaruah8404
      @jyotibaruah8404 Год назад

      ​@@sunandiramkalita1648 qq