খণ্ড ১ শ্ৰীমদ্ভগৱত গীতা ব্যাখ্যা || সত্ৰাধিকাৰ ৰিজু পাঠক মহন্ত || নাৰায়ণপুৰ মদাৰগুৰি @riju pathok

Поделиться
HTML-код
  • Опубликовано: 7 фев 2025
  • শ্ৰীমদ্ভগৱত গীতা ব্যাখ্যা
    অৰ্জুনৰ ৰথৰ ঘোঁৰা কেইটা নাম কি আছিল
    সত্ৰাধিকাৰ ৰিজু পাঠক মহন্ত
    শ্ৰী শ্ৰী উত্তৰবেতনা শংকৰদেৱ সত্ৰ
    নাৰায়ণপুৰ মদাৰগুৰি লক্ষীমপুৰ অসম
    riju pathak
    ৰিজু পাঠক মহন্ত
    Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হব

Комментарии • 276

  • @pradipgogoi3182
    @pradipgogoi3182 10 месяцев назад +23

    বাপ জনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল।বাপজনালৈ সেৱাহে জনাইছো।

  • @rimakakati9650
    @rimakakati9650 6 месяцев назад +9

    সব্ব প্ৰথমে গুৰু জনাৰ শ্ৰীচৰণত সেৱা জনালো । ইমান সুন্দৰ শুৰ লগই পঢ়িছে লগতে ভাঙনি কৰিছে । বহুত ভাল লাগিল । চকু জুৰি মুদি শুনিলে হৃদয়ত সাক্ষাৎ নাৰায়ণক দৰ্শণ কৰা যেন লাগে । কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 10 месяцев назад +3

    জয় অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী পৰমব্ৰহ্ম পৰমাত্মা ভগৱান ( শ্ৰীশ্ৰীকৃষ্ণ ) ৰ জয় 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জয় 🙏🙏🙏🙏🙏🙏🙏
    জয় শ্ৰীশ্ৰীউত্তৰবেতনা শঙ্কৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰীৰিজু পাঠক মহন্ত প্ৰভুৰ জয় 🙏🙏🙏🙏
    জয় কলিযুগৰ ভকত -- বৈষ্ণৱসবৰ জয় 🙏🙏

  • @bimandas7309
    @bimandas7309 4 месяца назад +1

    কৃষ্ণ প্ৰভু ভগৱন্তৰ কঠা শুনি বহুত ভাল লাগিছে

  • @rajjudutta2497
    @rajjudutta2497 10 месяцев назад +7

    হে প্রভু নতুন বছৰৰ আৰম্ভ নিতে সেৱা লৈছো সকলোৰে মঙ্গল কামনা ৰে

  • @junumech7558
    @junumech7558 10 месяцев назад +6

    কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ

  • @KABITABURAGOHAIN-gz7wd
    @KABITABURAGOHAIN-gz7wd 10 месяцев назад +1

    প্ৰভু ইশ্বৰ আপোনাৰ শ্ৰী মুখেৰে ভাগৱতৰ ব্যাখ্যা শ্ৰৱণ কৰি বহুত উপকৃত হলো ।
    আপোনাৰ কুশল মংগল কামনা কৰিলো।

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas 5 месяцев назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 কৌতি কৌতি বাৰ সেৱা নিবেদিছু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ অধমে আপোনাৰ শ্ৰী চৰনত 🙏🌾🌻🌺🌷🪷

  • @ranudas4561
    @ranudas4561 10 месяцев назад +1

    প্ৰভু আপোনাৰ গীতাৰ পাঠ ব্যাখ্যা শ্ৰৱণ কৰি অত্যন্ত সুখ অনুভৱ কৰিছোঁ 🙏🙏🙏

  • @parulchoudhury5557
    @parulchoudhury5557 10 месяцев назад +6

    কথা খিনি বৰ সুন্দৰ কে কয় শুনিবলে বৰ ভাল লাগে।কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤

  • @mrinalmedhi8346
    @mrinalmedhi8346 10 месяцев назад +1

    প্ৰভূ আপোনাৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা নিবেদিছো। গীতাৰ মাহাত্ম্য অধমে ভালদৰে আয়ত্ব কৰিব নোৱাৰিলেও শুনি আপ্লুত হলো আৰু বিশেষকৈ আপোনাৰ কণ্ঠত মহাপুৰুষ দুজনাৰ দ্বাৰা বিৰচিত বৰগীত শুনি ইমান ভাল লাগে গাৰ নোম শীয়ৰি উঠে। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @pabitrarajbangshi4438
    @pabitrarajbangshi4438 8 месяцев назад +3

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ সুন্দৰ নিদৰ্শন

  • @anushreesarma8934
    @anushreesarma8934 10 месяцев назад +1

    বহুত ভাল লাগিল বাপ সেৱা ৰ'ল! কৃষ্ণ ।

  • @JintuNath-uz8iz
    @JintuNath-uz8iz 10 месяцев назад +2

    আপোনাক ভগৱন্তই আৰু কৃপাদৃষ্টি প্ৰদান কৰক ।

  • @binapanidas6368
    @binapanidas6368 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ গীতা পাঠ শুনি ধন্য হ’লো ৷

  • @rinachutia3723
    @rinachutia3723 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত শতকোটি প্ৰণাম জনাইছোঁ প্ৰভূ, কৃষ্ণ 🙏🙏🙏🙏🪔 ।

  • @mintuTimung-x9g
    @mintuTimung-x9g 10 месяцев назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ বাণী ।

  • @JibanDas-t4c
    @JibanDas-t4c 10 месяцев назад +7

    Krishna. Krishna. Xewabhag grahan kariba, apunar shree mukhe bhagwanta puruxar katha xuni. Dhanya holo.🙏🙏🙏🙏🙏 . Krishna.

  • @lakhibordoloi7759
    @lakhibordoloi7759 10 месяцев назад +1

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @DAS535
    @DAS535 4 месяца назад +1

    প্ৰভু,আপোনাক নমস্কাৰ ৷

  • @Jyotishman-v8y
    @Jyotishman-v8y 9 месяцев назад +1

    সুন্দৰ লাগিল বাপ জনাৰ বাখ্যা

  • @shibosaloi8549
    @shibosaloi8549 6 месяцев назад +1

    শত শত প্রণাম পাঠক ভকত বৃন্দক। কৃষ্ণ হৰি ৰাম

  • @SagarVidya-o3x
    @SagarVidya-o3x 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। বহুত ভাল লাগিল

  • @acharyyamohanborah9371
    @acharyyamohanborah9371 10 месяцев назад +3

    বৰ সুন্দৰ

  • @budhindrabordoloi3671
    @budhindrabordoloi3671 10 месяцев назад +1

    ওঁ নমো ভগৱতে বাসুদেৱায়🙏❤️🙏

  • @ujjalbora9810
    @ujjalbora9810 7 месяцев назад +3

    কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @leenadowarah3319
    @leenadowarah3319 6 месяцев назад +2

    জীৱনত প্ৰথম বাৰ শ্ৰী মদ ভাগৱত কথা আপোনাৰ শ্ৰী মুখে শ৪নিলো । শুনি দেখোন হেপাহেই নপলায় ! ইমান অমিয়া ৰস জীৱনৰ কোনো সময়তে কেতিয়াও পোৱা নাছিলো । আজি যেন মোৰ জীৱন ধন্যহৈ পৰিছ! কৃষ্ণ প্ৰভু সেৱা জনালো হৃদয়েৰে-!

  • @tulikabarua2838
    @tulikabarua2838 8 месяцев назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু, সেৱা জনালো 🙏🙏🙏

  • @PranabjyotiRay-u9j
    @PranabjyotiRay-u9j 7 месяцев назад +2

    কৃষ্ণ কৃষ প্ৰভূ চৰণ কমলত সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️

  • @tapanchoudhury2854
    @tapanchoudhury2854 10 месяцев назад +3

    ৰাম কৃষ্ণ হৰি বিষ্ণু নাৰায়ন মাধৱ চৰণ ত সহশ্ৰ সেৱা

  • @kukimahanta2815
    @kukimahanta2815 10 месяцев назад +1

    এই ব্যাখ্যা শুনি ধন্য মানিছো, ধন্যবাদ

  • @kunjalatabhuyan9074
    @kunjalatabhuyan9074 10 месяцев назад +2

    ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @papukonwar4096
    @papukonwar4096 10 месяцев назад +2

    কৃষ্ণ 🙏 ৰাম

  • @anjalibaruah7669
    @anjalibaruah7669 10 месяцев назад +3

    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
    জয় জগত গুৰু শ্ৰীমন্ত শংকৰ🙏🙏🙏🙏🙏🙏🙏

  • @Kunjodas-xq5ej
    @Kunjodas-xq5ej 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @krishnatamang7248
    @krishnatamang7248 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব।

    • @jatinhaloi7412
      @jatinhaloi7412 10 месяцев назад

      27 March/24 Balitara (Nalbari)t T dekha Pam buli asa rakhicho Krishna Krishna. .........

  • @rajubasumatary8211
    @rajubasumatary8211 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ 🎉 সুন্দৰ অমিয় বাণী ।

  • @thanunalbaria1288
    @thanunalbaria1288 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু........

  • @tutumonibharali3811
    @tutumonibharali3811 7 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম হৰি

  • @phirodarabha9647
    @phirodarabha9647 9 месяцев назад +2

    কৃষ্ণ কৌটি কৌটি প্ৰণাম বাপ 🙏🙏🙏🙏❤️🌹🌷🙏🙏🙏

  • @jibanbarman4631
    @jibanbarman4631 5 месяцев назад +1

    🙏🌼🇮🇳🌿🏹🌺🕉️🔱 নম সুন্দৰ কথা জয় মোদিৰ কথা সুন্দৰ জয় শ্ৰী ৰাধে কৃষ্ণ ৰাধে কৃষ্ণ জয়

  • @bontigogoi6984
    @bontigogoi6984 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ হৰি ৰাম🙏🙏🙏🙏

  • @RumiBasumatary-y8x
    @RumiBasumatary-y8x 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏 সেৱা জনালোঁ 🙏

  • @kabitakk5245
    @kabitakk5245 10 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏
    ৰাম ৰাম ৰাম ৰাম 🙏
    হৰি হৰি হৰি হৰি🙏

  • @irenicc223
    @irenicc223 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ🙏🙏🙏আজিৰ পৰা গীতা পাঠ শুনিবলৈ আৰম্ভ কৰিছো🙏প্ৰভু সেৱা জনালোঁ🙏🙏🙏

  • @madhabidas6553
    @madhabidas6553 10 месяцев назад +2

    কৃষ্ণ শঙ্কৰগুৰু মাধৱ 🙏🙏🙏

  • @jitannjali
    @jitannjali 7 месяцев назад +1

    আপোনাৰ বাখ্যা শুনি থাকিলে শুনি থাকিব মন যায়🙏

  • @RanjitKalita-bh3wl
    @RanjitKalita-bh3wl 10 месяцев назад +1

    গীতা পাঠ শুনিলে শুনি থাকিবৰ মন যায় পভু

    • @vijayasaikia9168
      @vijayasaikia9168 10 месяцев назад

      কৃষ্ণ কৃষ্ণ আপোনাৰ ভগৱানৰ অমৃতময় বানিয়ে সমস্তই মন আন্দময় কৰি তুলিলে।আপোনাৰ দুখানি চৰণত দুৰনি দিল্লী পৰা সেৱা ভাগি জনালো কৃষ্ণ কৃষ্ণ🙏👏👏👏👏

  • @paramaborah9964
    @paramaborah9964 6 месяцев назад +2

    Krishna Krishna prabhu Ishwar 🙏🙏🙏🙏apunar soronot Sotokouti pranam jonaisu 🙏🙏

  • @bhaityda7970
    @bhaityda7970 10 месяцев назад +2

    Krishna Krishna Krishna Krishna hori ram hori ram hori ram hori ram

  • @probingogoi6412
    @probingogoi6412 6 месяцев назад +1

    কৃষ্ণ, সেৱা জনালোঁ।

  • @bhargavsaharia1957
    @bhargavsaharia1957 6 месяцев назад +1

    Krishna provu pronam ❤

  • @rinagogoi1795
    @rinagogoi1795 10 месяцев назад +2

    Krishna prabhu sewar janalu

  • @jyotishmoyborah1986
    @jyotishmoyborah1986 10 месяцев назад +1

    বৰ ভাল লাগিল

  • @bantikock-xp9zv
    @bantikock-xp9zv 10 месяцев назад +2

    ❤krsno,krsno,gru,dab❤

  • @LakhimiGohain
    @LakhimiGohain 10 месяцев назад +2

    Krishna Krishna Ram Ram

  • @bontiborah5014
    @bontiborah5014 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @paruldutta5898
    @paruldutta5898 10 месяцев назад +2

    Krishna krishna krishna

  • @marameebardali8483
    @marameebardali8483 10 месяцев назад +1

    সুন্দৰ বৰ্ণনা

  • @nayanborah302
    @nayanborah302 10 месяцев назад +2

    কৃপা কৰিবা প্ৰভু

  • @dilip6pesrabha759
    @dilip6pesrabha759 10 месяцев назад +1

    কৃষ্ণ প্ৰভু ভক্তিভৰা সেৱা নিবেদিছো ।

  • @purnadas4040
    @purnadas4040 4 месяца назад +1

    জয় শ্ৰীকৃষ্ণ নাৰায়ণ 🙏

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 9 месяцев назад +2

    কৰুণা ময় ৰাম কৰুণা ময় কৰিও কৃপা যেন উচিত হয়।

  • @namitadas4731
    @namitadas4731 10 месяцев назад +2

    Krishna krishna hori ram.

  • @dhireswarray8159
    @dhireswarray8159 10 месяцев назад +3

    Ram Ram Krishna Krishna probhu

  • @sabitrimedhi6564
    @sabitrimedhi6564 10 месяцев назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 সুপ্ৰভাতে প্ৰভূঈশ্বৰৰ শ্ৰীচৰণত সেৱা নিৱেদন কৰিলোঁ ৰাম কৃষ্ণ

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 10 месяцев назад +3

    Krishna Krishna Krishna prabhudev pronam to you all please.

  • @mohannath6515
    @mohannath6515 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ হৰি ৰাম প্ৰণাম 🎉্

  • @NirodchBaruah
    @NirodchBaruah 8 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিছো।

  • @karunagogoikarunagogoi8734
    @karunagogoikarunagogoi8734 5 месяцев назад +1

    krishna krishna🙏🙏❤️

  • @PadmaBorah-d3t
    @PadmaBorah-d3t 2 месяца назад +1

    ৰাম কৃষ্ণ ❤🛐

  • @jyotshnasaikia8443
    @jyotshnasaikia8443 10 месяцев назад +2

    KRISHNA🙏

  • @KahinSingha
    @KahinSingha 7 месяцев назад +1

    Hore krishno

  • @bhaskarneog5162
    @bhaskarneog5162 9 месяцев назад +1

    কৃষ্ণ কৃষ্ণ বহুত কথা জানিব পাৰিলো।🙏🙏🙏

  • @RiniThakuria
    @RiniThakuria 10 месяцев назад +4

    কৃষ্ণ কৃষ্ণ 🙏

  • @ramenbora5915
    @ramenbora5915 7 месяцев назад +1

    ৰাম ৰাম

  • @minatimech4993
    @minatimech4993 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @JUBLEE_KALITA_VLOGS
    @JUBLEE_KALITA_VLOGS 10 месяцев назад +4

    Krishna Jai Sri Krishna ❤️🙏🏻

  • @MadanChandraHaloi-cn2pn
    @MadanChandraHaloi-cn2pn 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ।

  • @nilimapathak4130
    @nilimapathak4130 10 месяцев назад +2

    Krishna 🙏🙏

  • @bhupendas6810
    @bhupendas6810 10 месяцев назад +1

    Krisno krisno krisno bap Aponak sot kowti bar Pranam janalo❤❤❤❤❤❤

  • @blabuio410
    @blabuio410 9 месяцев назад +1

    বাপগুৰু জনালৈ প্ৰনাম জনালো 🙏🙏🙏

  • @nabakalita1189
    @nabakalita1189 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ, জয় গুৰু শঙ্কৰ।

  • @NandoDas-l2t
    @NandoDas-l2t 3 месяца назад +1

    Krisna krisna bap jana

  • @tutuburagohain6985
    @tutuburagohain6985 7 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kusumkalita828
    @kusumkalita828 10 месяцев назад +2

    Krisna provu xewa grahan korkba provu

  • @jayabhuyan640
    @jayabhuyan640 10 месяцев назад +2

    Krishna,krishna,prabhu,,🙏🏻🙏🏻

  • @rubigogoi258
    @rubigogoi258 10 месяцев назад +2

    Krishna krishna krishna......

  • @sarbeswardoley2388
    @sarbeswardoley2388 10 месяцев назад +1

    Swarup Rani Doley. কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ প্ৰণাম 🙏🙏🙏

  • @charumonihatiboruah7404
    @charumonihatiboruah7404 6 месяцев назад +1

    Bahut...hundar...

  • @phuleswarsaikia2319
    @phuleswarsaikia2319 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো🙏🙏🙏🙏

  • @bishalgogoi4161
    @bishalgogoi4161 10 месяцев назад +1

    মোৰ পূজনীয় গুৰুদেৱলৈ সশ্রদ্ধ সেৱা জনাইছোঁ।🙏🙏🙏

  • @amiyaborah9305
    @amiyaborah9305 10 месяцев назад +1

    Krishna krishna ram ram probhu pranam.

  • @padumkakati2938
    @padumkakati2938 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @krishnahazarika85
    @krishnahazarika85 10 месяцев назад +2

    Krishna krishna

  • @debitadeori7133
    @debitadeori7133 8 месяцев назад +1

    Krishna Krishna Krishna 🙏🙏🙏

  • @NiruDevi-td3hn
    @NiruDevi-td3hn 9 месяцев назад +1

    Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤

  • @dipisaikia287
    @dipisaikia287 10 месяцев назад +2

    ওম কৃষ্ণায় বাসুদেবয় নমঃ

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @arpona-em9yu
    @arpona-em9yu 8 месяцев назад +1

    Krishna Krishna 🙏🙏🙏🙏