মহেন্দ্ৰ দাদা ; কি কম !!! মই এজন দিন মজদুৰ ! কিন্তুু আপোনাক ভাল পাওঁ । এটা কথা ঠিক ; ভূপেন দাৰ অবত্তমানত আপুনিয়েই অসমীয়াৰ সংগীত জগতত একক আৰু স্থায়ী সুৰ সম্ভ্ৰাত আৰু !!!!!
Mohendra da you are the best of best of one in my heart.. i like your song n i also always listen your song & you are always great and great singer in Assam 🙏 May be one day. Raja ghoria wake up... God bless you... 🙏
যোগ্যজনে যোগ্যসন্মান লাভ কৰাটো কামনা কৰিলোঁ ৷ এই আন্দোলনৰ আৰম্ভণি NK TV ৰ ষ্টুডিঅৰ মজিয়াৰপৰা অনুপমে আৰম্ভ কৰিব বুলি আশা কৰিলোঁ ৷ কেৱল ক’লেই নহ’ব হাতেকামে কৰি দেখুৱাব লাগিব ৷
হে জনতাৰ শিল্পী , তোমাক জনাওঁ হেজাৰ নমস্কাৰ ।।
বোৰ দুখ জনক কথা। এনেকুৱা শিল্পীক পাহৰিব নালাগে। তেখেতে কোৱা কথা খিনিৰ দ্বাৰা গোম পোৱা গোল তেখেতে কিমান দুখ পাইছে। "মৃত্যুৰ পিছত সন্মান পাম " বুলি কৈছে।।। দুখত কৈছে।
আমাৰ খুবেই প্ৰিয় মহেন্দ্ৰ দা গীত ।। আমি সদায় শুনি থাকোঁ গীত বোৰ , আৰু এইবোৰ হল কেঁচা মাটি গোন্ধ থকা গীত, লগতে আমি চৰ্চ্চা ও কৰি থাকোঁ খুৱ ভাল লাগে গীত বোৰ ।। জয় আই অসম
Mahendra da aponar gaan xunile gar nom siyori uthe
jai aai axom
মহেন্দ্ৰ হাজৰিকা উচিত সন্মান দিব লাগে, কোনো শিল্পীয়ে সন্মানৰ কাৰনে কাম নকৰে সেইটো হয়! কিন্তু জীয়াই থাকোতেই শিল্পীক উচিত সন্মান দিয়াটো চৰকাৰ তথা জনসাধাৰণৰ কৰ্তব্য
মহেন্দ্ৰ হাজৰিকাৰ দাদাৰ প্ৰতি গীতটে শুনি বহুত ভাল লাগে , তেওঁৰ গীতত লুকাই থাকে একো একোটা কাহিনী , তেওঁক চৰকাৰে আজি লৈ ধুকি পোৱা নাই , এইয়া হৈছে আমাৰ চৰকাৰৰ , মানুহক জীয়াই থাকোঁতে সন্মান দিয়ক মৃত্যু পিছত নহয় ,
আপুনি আমাৰ বুকুত - হৃদয়ত সদায়ে আছে ।। নালাগে আপোনাক হৰ্দিং ত ।
বন্ধু মহেন্দ্ৰ তুমি আৰু আগুৱাই যোৱা,শুভেচ্ছা থাকিল।অসমৰ সংগীতপ্ৰেমী জনতা তোমাৰ কাষত।
হাজরিকাদাৰ প্রতিটো গীতেই মোৰ অতিকৈ প্রিয় ।
তেওঁক বহুত ভাল লাগে মোৰ❤। তেঁওৰ কথা কওঁতে কবিতা পাঠ কৰা যেন লাগে।। জাতি মাটিৰ গীত সকলো❤❤
তেওঁ কথা কলেই গীত গোৱা যেন লাগে।
_মোৰ প্ৰিয় শিল্পী গৰাকী_
মহেন্দ্ৰ দাদা ; কি কম !!! মই এজন দিন মজদুৰ ! কিন্তুু আপোনাক ভাল পাওঁ । এটা কথা ঠিক ; ভূপেন দাৰ অবত্তমানত আপুনিয়েই অসমীয়াৰ সংগীত জগতত একক আৰু স্থায়ী সুৰ সম্ভ্ৰাত আৰু !!!!!
সচাঁকৈ এক বহুত চিন্তনীয় বিষয় । আমাৰ মৰম সদাই আছে ।
এজন অসমৰ খুব ভাল শিল্পী, এখেতৰ স্থান সদায় সুকীয়া
মহেন্দ্ৰ হাজৰিকা দেৱৰ গান শুনি আটাইতকৈ ভাল পাওঁ। অকল মহেন্দ্ৰ হাজৰিকা নহয়, তেখেতৰ পুত্ৰৰ গান শুনি ও ভাল পাওঁ। গান শুনিলে মনটো কিবা বেলেগ ভাল লাগি যায়।
Mohendra da you are the best of best of one in my heart.. i like your song n i also always listen your song & you are always great and great singer in Assam 🙏 May be one day. Raja ghoria wake up... God bless you... 🙏
Ekdom agree❤️❤️❤️❤️🔥🔥🔥🔥 Anupam da juiii🔥🔥🔥
মোৰ প্ৰিয় ।
বৰ প্ৰিয় । ❤❤❤❤
আপুনি আমাৰ শিল্পী হাজাৰ বছৰ জীয়াই থাকক ।
( জিয়াই থাকতেই নেপাওঁ যদি সহাঁৰি জীৱন মানে বা কি ? ) হাজৰিকা দেৱৰ আপুনি আমাৰ সদায় প্ৰিয়।
মৃত্যু মানে বা কি ,
জনতাৰ হিয়াৰ আমঠু মহেন্দ্ৰ হাজৰিকা, মহেন্দ্ৰ হাজৰিকা সদায় আমাৰ মাজত আছে,থাকিব অনন্ত আনাদি কাললৈ।।
❤️❤️ পৰমপিতাই কুশলে মঙ্গলে ৰাখক এয়ে প্ৰাৰ্থনা 🙏🙏
এইকাৰণে ই অনুপম দাক ভাল লাগে সুন্দৰ চিন্তাধাৰা ৰ বাবে।
একেবাৰে সঁচা কথা।
আপুনি আপোনাৰ স্বকীয় প্রতিভারে নিতে নতুন গীত সৃষ্টি করি যাওক , ৰজাঘরে এদিন নিশ্চয় সন্মান দিব পলমকৈ হলেও ।
মহেন্দ্ৰ হাজৰিকা দেৱৰ প্ৰতিটো গানেই বৰ প্ৰিয় ।
মহেন্দ্ৰ দাৰ কাৰনে মই মৰি।জাম ভাল প ও্
Nice👍👏
Mohendra hazarika❤❤🙏🙏
Mohendra da Pronam Tumak nalage Tumak puroskar Tumi tumarei puroskar 🙏🙏🙏🙏🙏
একেবাৰে সঁচা কথা দেই। ভূপেন হাজৰিকাৰ উত্তৰসূৰী বুলি ভাবো মই তেখেতক।
বহুত প্রিয় ।
Apunar gaan khunile tez gorm hoi jai eman sundor gan gai apuni 🙏
Great Mahendra Hajarika
Amar hiya mohendro hazarika
Mur priyo helpi....Mahendra da..
ৰজা ঘৰীয়াই চিনি নাপলেও নাই আপুনি এজন উপযুক্ত শিল্পী অসমীয়া ৰাইজৰ আপোনাৰ সৃষ্টি আমাৰ সদায় আদৰণি
My favourite ❤️❤️
😭😭😭😭😭বহুত দুখৰ বিষয়
Bohut moromo mur Mahendra Hazarika sir
100℅ right Anupam da
mur priyo....
মোৰ হৃদয় হয় আপোনি ❤️❤️❤️❤️ আপোক প্ৰনাম 🙏🙏🙏🙏
Genuine artist 🙏.
you are right anupam da
দুলাল মানকীৰ কন্ঠত কি পালে আৰু মহেন্দ্ৰ হাজৰিকাৰ কন্ঠত কি নাপালে চৰকাৰে?জনতাৰ শিল্পী গৰাকীক উচিত সন্মান দিয়ক চৰকাৰে।জাতিটোৰ হৈ কৰ্ম আৰু ত্যাগ কৰোঁতে কৰোঁতে মানুহজনৰ বয়স শেষ হৈ গ'ল।তথাপিও ৰজাঘৰৰ চকু কিয় নপৰিল?
Mahendra Hazarika kokai ushit সন্মান পোৱা দৰকাৰ
Mahendra Hazarika is best.
Mahendra Hazarika is a great
Xosai dai
My favorite singer. Next Bhupen Hajrika
Bhupen Hazarika pisate Mohendra Hazarika k hodai 2nd Jon mohan silpi buli moi vabu.🙏🙏
I like M hajorika
Right
love you mehanda da
Really kin2 teo pb lge... Teo r prati2 gaanr ortha ase ... Mor fav singer hoi eo
You are right
লাগে
right
Xosa kotha
Apunak bohut bohut honman jonag dada mur phalor pora aku dinobor nuwahilo mur mon apunak disur. Aru di thakim..
Mohendra da great
Akdom hsa kotha
Best singer day
Yes
Good man of assam
jiai thakute ji khonman r adhikari dibo lge.govt e sbo lge khomne
সঁচা কথা
❤❤
Dada... Evergreen
I always support anupam da
mahendra hazarika r proti raijor jitu morom khonman heitu sorkar r khonman t koi uporot.....
যোগ্যজনে যোগ্যসন্মান লাভ কৰাটো কামনা কৰিলোঁ ৷ এই আন্দোলনৰ আৰম্ভণি NK TV ৰ ষ্টুডিঅৰ মজিয়াৰপৰা অনুপমে আৰম্ভ কৰিব বুলি আশা কৰিলোঁ ৷ কেৱল ক’লেই নহ’ব হাতেকামে কৰি দেখুৱাব লাগিব ৷
Full show tu doba xun Dada
O anupam daa aapuni teok kobo diyok aagote....aapuniye siyori aase... Mahendra Hazarika sir 🙏
My feburit singer
Moi bahut val pao M Hazarika dewok...tekhetar gitak....bahut khunu tekhetar geet...
Monor kotha koise teu bohut vl manhu vl koi log paisu
Real
Garet singer
So far so good
দিব লাগে অন্যায় হৈছে
Dada aapuni mohan .apunak bohut vl pau
দাদাক ৰাইজে অ ঘোষিত ভাৱেই গণ শিল্পী বুলি মানি ললে ।
BJPT jug dibo lagibo
🙏🙏🙏🙏
good
Akebare hosa katha.
Atulonio ajon bipolobi silpi. Apunak namaskar
Ovodro aitu mahendra
Hosa kotha koise
U R Rite Anupom dada...
Asol hilpi
Yes very sad Aonupam 😂🙏
😢😢😢
Dadar gane amar xundar akham khanak sinaki diye dada mohan
Moi sibasagaror AILAMUKHOR hoi, tekhet Mur bordauta hoi, Juigya jonok xonmaan diyok,
Bhal manuhak manuhe chini napai
Nyc
Mur bhut apun manuhjon.
5