Jharkhand t dekhu 3mah campaign korili hindu muslim korili ki hol mukh thekasa khali,behali t congress t veti ni khei buli gaurav gogor nettitot olp khomoyor vitorot bohut mojbut hol behalit,aru apuni gaurav gogok voi kore babe tene kotha koise😅😅😅
Ki tur against ot mane eku election khelbo nalage. Hara jika thakei eku turom khan hoi juwa nai toi....eku opposition party nalage neki...! Kunu power ot parmanent nhoi...
অসমত এতিয়া এটা ছবি ষ্পষ্ট হল---কংগ্ৰেছৰ মুখখন বেছি চলাই আৰু চছিয়েল মিডিয়াটো কমেণ্টৰ পাৱাৰ কংগ্ৰেছৰ বেছি।কিন্ত ভিতৰত চালে কংগ্ৰেছ একেবাৰে ফোপোলা স্বৰূপ।এই নিৰ্বাচনে প্ৰমাণ দিলে।।।গতিকে কংগ্ৰেছীবোৰে কেৱল মুখ চলাব জানে তাকো কোনো যুক্তি নোহোৱাকৈ।।।কংগ্ৰেছে যে ইমানটা জিৰো পাব কোনেও কল্পনাই কৰা নাছিল।।।গৌৰৱক হিমন্ত ই গোল্লা খুৱাই দিলে।।।এতিয়া আমাৰ ইয়াত থকা বিদেশী কেইটাই অসমৰ নিৰ্বাচনৰ কথা নকৈ ঝাৰখণ্ডৰ নিৰ্বাচনৰ কথা কৈ আছে।ঝাৰখণ্ডত হাৰিছে হয় কিন্ত এইটো হিমন্তৰ দুদিনীয়া দূখ।কিন্ত অসমত যে কংগ্ৰেছ হাৰিছে সেইটো লাজ নোহোৱা কংগ্ৰেছীৰ চিৰদিনীয়া দূখ😂😂😂
ভাল কথা কৈছে। আমাৰ ইয়াত সমৰ্থন আছে। জয় আই অসম।
আপোনী অসমৰ ৰাইজক কম মূল্যত ভাত এখাজ খাব পৰা কৰক !শান্তিৰে জীয়াই থাকিব পৰা কৰক/দেশখনৰ ভাল হোৱাতো বিচাৰক !এয়াই আপোনাৰ ৰজা হিচাবে কৰণীয় !
অসমৰ সকলো কাম এৰি, ঝাৰখণ্ডত ৩ মাহ ধৰি বাহৰ পাতি হিন্দু-মুছলিম কৰি আছিলগৈ।
তাত আপোনালোক হাৰিলে।
Axomr tu saa naa 5-0 😂😂
Hosa kotha bilak kiyo koi he
Sudirvai laj paisa
@@thinkbig3201 Aponar koti jolise kiyo kela
Ja Amira at thk goi
মামা ঝাৰখাণ্ডত আপুনি মামীক লগত লৈ কিয় যোৱা নাই, সেই কাৰণতেই হাৰিলে।
উপ নিৰ্বাচনত শাসকীয় চৰকাৰ জয় হোৱাতো স্বভাৱিক অন্য হাতে কংগ্ৰেছে ঐক্যমঞ্চৰ সহযোগী নোহোৱা কাৰণেই এনে হ'ল।।
, কংগ্রেস ৰ নেগুৰৰ কেতিয়াও চিধা নহয়, তেওলোকৰ নেতা কি পালি নেতা সকলো ৰে মুখত সদায় বৰ বৰ কথা, বাস্তৱ পৰিস্থিতি বুজি নলয়, এয়া কংগ্রেস ৰ এতিয়াৰ বেমাৰ নহয় বহু বছৰ আগৰ পৰাই এই ধাৰা চলি আহিছে, নিজৰে নেতাৰ মাজত মিল নাই আনক গালিগালাজ কৰি থাকিলে কি হব,, বিহালীত নিজৰ সভাপতি, সভাই লোৱা সিদ্ধান্ত লথিয়াই গাৰ বলেৰে পা্থী দি লে, সমস্থিৰ হাজাৰ সদস্য ৰ কোনো মতামত নলয়, বিহালীত নিজৰ ভাল সদস্য এজন বিচাৰি নাপালে,, ৰাতিৰ ভিতৰত তানি আজুৰি বাহিৰৰ লোকএজন আনি দলত যোগদান নকৰাকৈ প্রাথী দিলে,, জনতাই এই খেলাবোৰতো দেখি আছে নহয়, গৌৰব গগৈ ৰ ৰাজনীতি ক অভিজ্ঞতা বহু কম, যোৰহাট জিকি লৈ তেওযে নিজকে অসমৰ ১নন্বৰ নেতা বুলি ভাবি ললে, তেও ৰ মাজত আমি কিছু অহঙ্কারী ভাব, দেখা পাইছো,, চামুগুৰিত সেই একেই কংগ্রেস ৰ ৰাজনীতি, বাপেকৰ পাচত পুতেক, তাত আন এজন ভাল কংগ্রেস ৰ প্রাথী নোলালনে, আমি গাইগৰু দিনৰ পৰাই কংগ্রেস ক জানো, কংগ্রেচৰ সৰহ ভাগ সময়ত প্রতিদন্ধি নাছিল, এতিয়া বহু শক্তি হালী প্রতিবন্দী আছে, গতিকে ৰণনীতি সলনি কৰিব লাগে, আগৰ দৰে বাপেকৰ ঠাইত পুতেক,, এইবোৰ কৰি ৰাইজক মূখ্ বনাব নোৱাৰে,,
Jharkhand t apuni 3 month thaki jikabo nuwarile dhui😂
ৰাজনীতি সময খেল কেতিয়াবা BJP জযী হব কেতিয়াবা Congress
Cm চা আমি ভাল পাই চো যে চাহ বাগিচাত স্কুল বনাই চে কিনটো চাহ বাগি চৰ লৰা ছোৱালীক চাক ৰি নাই পোৱা
ঝাৰখণ্ডত যে হিমন্ত বিশ্বই দুমাহ ধৰি প্ৰচাৰ কৰিও যে BJP ক জিকাব নোৱাৰিলে ৷সেই বিষয়ে জনাব নে হিমন্তই ?
লাজ লগা নাই ঝাৰখণ্ডত বৰ বৰ সাম্প্ৰদায়িক লেকচাৰ মাৰিও আপুনাৰ কথা ঝাৰখণ্ডৰ। ৰাইজে গুৰুত্ব নিদিলে ৷
Thik a koisa ....gutei responsibility tu teu a loisila ...hate speech korila ....tothapiu harila ...aibur ako mediat nokoi
অসমত big=000😂😂😂
Axomr kotha nkou kio tohte 😂😂 chamcha maharashtra t ki hol 50 o npale 😂😂
Bokasuda axomot sa
@@thinkbig3201 maksudur ja himanta baperor gu kha goi
গৌৰৱ গগৈয়ে ১০০% ভুল কৰিছিল, আঞ্চলিক দলক লগত নোলোৱাৰ বাবে ফলাফল বেয়া হল বুলি ভাবো । অখিল গগৈয়ে বাৰম্বাৰ কৈছিল যে অকলে কেতিয়াও সম্ভৱ নহয়। কিন্তু কংগ্ৰেছ দলৰ অসংকাৰৰ দিনে দিনে বাঢ়ি আহিল ।
ঝাৰখণ্ডৰ নিৰ্বাচনৰ বিষয়ে আপুনি কি কয়।
মুখ্যমন্ত্ৰী এজনে ইমান আমূল কথা কলে বেয়া লাগে । লোকসভা নিৰ্বাচনত কংগ্ৰেছে এজন সধাৰণ ঘৰৰ আদিবাসি নেতাক টিকট দিছিলে ।
উচিত কৈছে
বিহালী সমষ্টিৰ মুঠ ১৭ টা পঞ্চায়ত আছে আৰু প্ৰত্যেক টো পঞ্চায়তত একোজনকৈ বিজেপিৰ বিধায়ক ৰাখিছিল লগতে কাৰ্বি ভোটাৰৰ মন জয় কৰাবলৈ টিম কাৰ্বি আংলং স্বায়ত্বশাসিত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্যৰ পৰা আৰম্ভ কৰি সাংসদ, বিধায়ক ভৰ্তি ।
কংগ্ৰেছৰ গাড়ী কিমান বাঙিলে
Right sir
Well said
Hbs jindabad.
Mama zarkhond apunar ki hol
লাজ নহুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
5-0 হৈও যে কমেণ্ট কৰিছা😂😂😂
Tor laj asa sudur
আপোনাৰ ৰাজনৈতিক জালত গৌৰৱ গগৈ বেয়াকৈ সোমাই পৰিল। গৌৰৱ গগৈক বিহালিত নিৰ্বাচনৰ দিন ঘোষণা কৰা দিনৰ পৰা অন্তলৈকে ব্যস্ত ৰাখিছিল। তাৰ বাবে গৌৰৱ গগৈয়ে আন আন সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ পৰা আতৰাই ৰাখিব পাৰিছিল। গতিকে গৌৰৱ গগৈয়ে যদি বিহালিতে নিজকে ব্যস্ত নাৰাখি চামগুৰি আৰু ধলাই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা হ'লে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে পাচোখন আসন দখল কৰিবলৈ সক্ষম নহ'ল হয়। অন্ততঃ চামগুৰি আৰু ধলাই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰাজয় বৰণ কৰিবলগীয়া নহ'ল হয়। এই কথা আপুনি ভালদৰে জানে আৰু গৌৰৱ গগৈ বেয়াকৈ ফচিল।😊
Gorav Gogoi zindabaad
এগৰাকী মুখত এনে অমূলক কথাই শোভা নাপায়।কংগ্ৰেছত আপুনিয়েই আছিল শক্তিশালী মন্ত্ৰী আছিল।
এতিয়া মামা হিন্দু আৰু মুছলমান ৰাজনীতি বাদদি দেশৰ উন্নতিৰ ভবিষ্যতৰ কথা বহুত বেছিকৈ ভাৱক,,,,
apuniu jharkondhod bahor pati asile
Jharkhand t dekhu 3mah campaign korili hindu muslim korili ki hol mukh thekasa khali,behali t congress t veti ni khei buli gaurav gogor nettitot olp khomoyor vitorot bohut mojbut hol behalit,aru apuni gaurav gogok voi kore babe tene kotha koise😅😅😅
Ghoti tu hbo.... Behalir manuh hoy ami... Ghenta u khangress nijike.... Maharashtra, UP, Assam majority BJP... Jharkhand eman matter nkre... Maharashtra main asili😂😂😂😂😂😂
ঝাৰখণ্ড ত তিনি মাহ ধৰি প্ৰচাৰ চলাই হিন্দু মুছলিম কৰি কৰি কিয় হাৰিলে।
BJP 2026 guhara harba Assam ata kintu nischit
Jorhatot Gaurav Gogoik horuwai dakhuwok na apuni.Koliaborotu nuwarila atiu Jorhatotu nuwarila 😅
Time changes everything
😂😂ki lacture dise...
BJP ৰ দল টকাৰ বল
যেতিয়ালৈকে EVM তেতিয়ালৈকে BJP
EVM APONAR DEUTAR MAYEK SONIYA GANDHI ARU RAHUL GANDHI ANISIL
@Viralmaza123 আপোনাৰ দেউতা 9th fail Norendra modi , EVM ত দুই নম্বৰি কৰি জিকি আছে , সাহস আছে যদি বেলত পেপাৰত নিৰ্বাচন খেলক চোন চাওঁ
Moha murkho kotha 💸💸 money rijok desi raije vot desi
@@Viralmaza123bad deok e Bangladeshi xandanor e
@@ভাস্কৰ-দত্তjharkhand wayanadt evm hack hua nai.... Jot BJP jikise tate hack hoise nki😂😂😂
Mama Jharkhand r ki hol olp jonabo sun
Mama jharkhand te. Guu khaese 😂
ৰাইজৰ কাম হলে হে ভোট পাই বা পাব । টি ভি ত কাম কৰা বুলি কৈ থাকিলে বা এদিন হাল বাই ভিডিঅ কৰি খেতিয়ক দেখুবাই গধুলি বজাৰ কৰিলে হে খাবলৈ পালে , ৰাইজে বিশ্বাস নকৰে ।
BJP zindabaad 🙏🙏🙏💯💯💯🌺🌺🌺🚩🚩🚩
tothapiu 2026 t apuni cm r akha kori lav nohob sege
Bjp zindabad,
Nije jharkhand ot 6 month thaki ahil laj laga nai nki .... Gourav Gogoi jindabad Congress jindabad
2maru Din ahibo soku Pani tuka
Right 100%
Ba ba😊😊😊
আপুনি টো অসমৰ মূখ্য মন্ত্রী আছিল ঝাৰখণ্ড ত কিয় হাৰিলে। তাত আপুনি প্ৰচাৰ চলাই আছিল।
❤
🎉
Who went jharkhan as star campaigner ?. What's the result now in jharkhan ?.
Ma tmi juii
Jharkhand r kotha ki hbo😂
সেই হে তিনিসুতি গাঁও পঞ্চায়ত ত ভাজপাই লিড লৈ বিজয় সাব্যস্ত কৰিলে।
Akei kotha asom jharkhond pahoribo nepai
অসমীয়া বুলি এটা শব্দহে থাকিবগৈ ।অসমীয়া আৰু অসমীয়া জাতিৰ মানুহৰ বাবে তুমি কি কৰিছা ।
Congress Zindabaad
Apunar salahi katha sakalua Jane sir
Aasani di aaru
EVM অবিহনে BJP জিকিব নোৱাৰে ।
শেষত সেইটোহে হলগৈ নহ
But being CM u sud refrain from these kind of responses. Beya kotha hoise
Skider r kutipati nhy ba.
বিজেপিয়ে বহিলী চামগুৰি দুই নম্বৰি আইন ভংগ জয়ী হোৱা টো দুৰ্নীতি ৰাইজৰ জয়ী হোৱা নাই বিজেপিয়ে ৰাইজে ইস্মা মিটাৰ আৰু মূল্য বৃদ্ধি চাই ভোট দিছিল দুই নম্বৰি কৰি জয়ী হৈ ৰাইজক ধন্যবাদ জনাব নালাগে
আনক সোমালোচলনা নকৰি ৰাইজৰ কাম কৰক
Aapunr neta nisina kotha naikuwa gaurav gogo a rajniti arimbuli,
Tumar nijor Kam Tu khophol nohol hobopai bamun puwali
How many u'r Cabinet Misisters &MLA had made their shelter in Bihali during the Election Mr.#CM ??
অসমীযাত এটা কথা আছে, নিজৰ পোকৰ টেক তেকিয়া লোকৰ পোকৰলৈ পানি চতিয়া, মহোদয়, ঝাৰ খণ্ডত তোমাৰ কি হল ।😂😂😂
6 mah lagiu jarihond harili lebel mari lav nai
Nilaj c.m
BJP zindabad
Assam bjp government...-mfg. date -2016. Exp.date.-2026.with 100% gaurenty.
Gaurav Gogoiktu apuni Jorhatotu nuwarila .Agote Koliaborotu nuwarila.Bagania vote loi he BJP jika 2000 toka bankot bhorai
এতিয়া বৰকৈ দম্ভালী মৰা কংগ্ৰেছীবোৰে বা নাকটো কত থৈছে???😂😂😂
Thik koise mama
কংগ্ৰেছৰ দিনৰ শিক্ষা মন্ত্ৰীৰ অনিচ্ছাৰ বাবেই বাগানত হাইস্কুল নহৈছিল নেকি, উল্লেখ কৰা নহল
Congresir jolisay aaji😂
कांग्रेस टाइम में education minister कौन था आप अपने स्कूल नन्हीं किया होगा
Toi tu jharkhadat flop kori ahiso 😂😂 assam house tu aldm jhalhand kori loli
Great CM Sir 🙏🏻
CN Like food in miy
Jharkhondat dekhon bjp sel khai gel
Jharkhand ki hl apunar leader shift rt
Chah jonoyati buli jikabolasil mane apunar mote?
Jharkhandt ki hol aapuni kon bujai dik daangrya simanta da😂😂😂
Hobo bamun puwali tumi jia gutai kabinat khon bihalit. Bahor potali hi..
Ki tur against ot mane eku election khelbo nalage. Hara jika thakei eku turom khan hoi juwa nai toi....eku opposition party nalage neki...! Kunu power ot parmanent nhoi...
Tuk kotha bur ki kom n
Apni jarkondt 5 manthr pra bahr patisila ttat bjpr tata prise
Ghamand toot hi jata hai
Gaurb.gogoi.ziro.ol
Hindu ak ha 2 safety ha mama jai shree ram
Jai jai shree ram mama
Sudurbhai
Solona kotha manuhe Buji pase stylot kotha nohoi b j p ata thogbaj sorkar
BodruddinAajmol sarkar lageni ...