Congratulations....jahnabi..... Happy journey...I am very happy for my five friends including you ...Also.. congratulations Manjay,Nikita, Lakshya,kangkan
Heartwarming news. Specially for the vernacular medium government school students. Merit has its own trajectory. Language is no bar. However, English is necessary Congratulations.
অভিনন্দন ভনী ভৱিষ্যতলৈ আৰু আগুৱাই যোৱা বৰগীতটো শুনিও ভাল লাগিল ভগৱানে সদায় মঙ্গল কৰক
এইবোৰ বাতৰি বাজিব লাগে বহু শুভকামনা যাঁচিলো 💞 ভন্টি আগুৱাই যোৱা ।
সফল মাক আৰু দেউতাক , বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ জাহ্নৱী লৈ। আৰু আগুৱাই যোৱাৰ কামনা কৰিলোঁ 💐 💐
খুবেই ভাল লাগিল আমাৰ ছোৱালী আমাৰ গৌৰৱ
আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।
She is so talented. Her voice is awesome. Iman dhuniake borgeet2 gaise, mon bhori gol xuni
অভিনন্দন জনালোঁ , আগুৱাই যোৱা । তোমাৰ অসমীয়া ভাষাৰ প্ৰতি থকা আগ্ৰহ দেখি ভাল লাগিছে ।
শুভেচ্ছা থাকিল । বৰগীত টি বহুত ভাল হৈছে। ভগৱানে মঙ্গল কৰক
আমাৰ বিদ্যালয়ৰ গৌৰৱ তুমি জাহ্নৱী
মাজনীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বহুত বহুত অভিনন্দন আৰু আগুৱাই যোৱা ।
আশীৰ্বাদ থাকিল। তুমি আৰু আগ ব্বহী যোৱা। ভগৱানে শক্তি দিয়াক।
ভগৱানে তোমাক সহায় কৰক ।শুভেচ্ছা থাকিল ।
বৰ সুন্দৰ কণ্ঠ ❤শুভ কামনা থাকিল জাহ্নৱী ❤❤🎉
অভিনন্দন মাইনা, তুমি আগবাঢ়ি যোৱা, আমাৰ আশীববাদ সদায় তোমাৰ লগত থাকিব।
সুন্দৰ | অভিনন্দন জনালোঁ তোমাক |
জাহ্নবীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
তাই আচলতে অদূৰ ভৱিষ্যতে জীৱবিজ্ঞানী হোৱাৰ সপোন দেখিছে, কাৰণ তাইৰ ভাল লগা বিষয়টো হৈছে জীৱবিজ্ঞান(Biology)..... সঁচাকে বহুত বেছি ভাল লাগিছে ।
বহুত বহুত ধন্যবাদ❤
অভিনন্দন ভনী ! আগুৱাই যোৱা তুমি ! অযুত শুভকামনা জনাইছোঁ !
আমাৰ গৌৰৱ ❤
Axomr gaurav ❤️ Tumi aguwai juwa vonti . Bhogowane tmr mongol korok ❤️❤️
হিয়াভৰা আৰ্শীবাদ থাকিল , ভৱিষ্যতে এগৰাকী বিজ্ঞানী হিচাপে দেখা পোৱাৰ আশা কৰিলোঁ, ( শিৱসাগৰৰ পৰা)
Best of luck to you dear ❤
আগুৱাই যোৱা, আশীৰ্বাদ থাকিল।
অভিনন্দন জনাই ছো ভন্তি ।তুমি আগুৱাই যোৱা।ভগৱানৰ সহায় থাকক।
Worthy daughter of worthy parents. May Lord Krishna bless you.
সুন্দৰ 🎉 ভগৱানে সদায় মঙ্গল কৰক !
বহুত ভাল লাগিল। শুভকামনা যাচিলো।
সমগ্ৰ অসম বাসিৰ লগতে দৰং বাসিৰ গৌৰৱ তুমি ভাল কৰক ভগৱানে তোমাৰ🙏
অভিনন্দন জনালোঁ আৰু বহুত মৰম,শুভ কামনা থাকিল। তোমাৰ সপোন বাস্তৱ হওঁক, ভগৱানে তোমাৰ মঙ্গল কৰক। কুশলে থাকা ❤❤❤ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🎉❤❤।।
Ufff borgeet tu💗...aguai jua tumi
অভিনন্দন জনালো ❤ আগুৱাই যোৱা ঈশ্বৰে আশীৰ্বাদ দিয়ক🙏
Well done Jahnobi.God bless you.
অভিনন্দন লগতে বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ
অভিনন্দন জনালোঁ ♥️ আগুৱাই যোৱা
অভিনন্দন জনালোঁ। আগুৱাই যোৱা। আশীৰ্বাদ দিলোঁ
অভিনন্দন জনালোঁ,, আগুৱাই যোৱা তুমি💐🥰
Congratulations jahnabi baa❤❤❤
আন্তৰিক অভিনন্দন জনালো,আগুৱাই যোৱা৷
Superb best of luck dear sister
Joi Aai Akhom ✊✊🇮🇳
Best of luck sister
ভন্টি তোমালৈ শুভেচ্ছা থাকিল🎉
Good to see people enlightning up from Assam
Huni bohut vhl lagil..
Amar axomr gourav🙏🙏
God bless you sister💝💝
শুভেচ্ছা জনাইছো !অভিনন্দন ❤️❤️🙏
Tumak obhinondon... Dhuniya geet ❤.... Bohut aagbarhi jwa 👍🤍
Congratulations ❤❤🎉nice singing ❤
Best. Of. Luck . Long. Live. Long. Live. Maina
Congratulations, love from Guwahati
Congratulations sister...keep it up 👏🙌
Good blesse vhanti😊😊😊😊💐
Congrats Jahnobi.
Congratulations vonti❤️
Proud of Assam 🎉
Best of luck. Love from Bordoulguri. Sipajhar.
My respect for her increased when she started the borgeet.
Eman dhuniya geet gaise.
Congratulations bhanti,bht proud fill karisu ...
Pride moment for us❤❤
অভিনন্দন জাহ্নৱী।
All the best 😊
Congratulations sister. . God help you.
Congratulations sister ❤❤
Best of luck Love from Golaghat
Congratulations....jahnabi..... Happy journey...I am very happy for my five friends including you ...Also.. congratulations Manjay,Nikita, Lakshya,kangkan
Thank you so much sourav❤
অভিনন্দন জনালো।
Best of luck for your journey to London
Congratulations jaan ba tumi aro agwai jwa ❤
Aguai jua tare kamona korilu😊
Congratulation to miss jhanabi all the best for your success.
Love from Hailakandi.
May God bless you, and congratulations.
Congratulations 👍🏻 bahut val lagil amar Darrang mangaldai r hoi❤❤❤
Nice vocal ❤❤❤🎉
ভণ্টী ধন্যবাদ আগুৱাই যোৱা
Bohut val lagise aru ulaouk ene prativa ❤❤❤
Congratulations Majoni 😍😍
আন্তৰিক অভিনন্দন!!
*Congratulations dear sis and go ahead* 👍
Great success। Long live
What an Inspiring Lady
সুন্দৰ
Congratulations Sister,💐 God bless you 👏👏
আন্তৰিক অভিনন্দন জনালো
Heartwarming news. Specially for the vernacular medium government school students. Merit has its own trajectory. Language is no bar. However, English is necessary Congratulations.
Congratulations
আন্তৰিক অভিনন্দন জনালোঁ
SO proud of you, dear Girl. May you earn lots and lots of success!!
Congratulations sis🎉
অভিনন্দন❤আমি দেখছি নতুন ভাষা কিভাবে সৃষ্টি হয়😮আপনাদের ভাষা কি অদ্ভুতভাবে আলাদা হচ্ছে আমাদের বাংলাভাষা থেকে😮
Congratulations swali❤.... Wish you a Happy Journey.... enjoy your London trip ❤🎉🎉🎉
Thank you so much❤
Congratulations.Wishing you all the best
Congratulations and best wishes for your future journey
So Wonderful 👍
অভিনন্দন জনালোঁ ।🎉🎉
All da best
অভিনন্দন জনালোঁ জাহ্নৱী 💕💕💐💐
God.blessu😢
Sipajhar H S &: M P School r gourav korhi i anise... congratulations
Congratulations God bless you 🥰🥰🥰