Mrigätrishna Official Lyrical Video | Papon | Deeg Diganta | Akash Nibir Buragohain

Поделиться
HTML-код
  • Опубликовано: 4 окт 2024
  • Click To Subscribe: bit.ly/1bqZSl5
    “ মৃগতৃষ্ণা ’’
    Singer - Papon
    Lyrics - Deeg Diganta
    Music/Composition - Akash Nibir Buragohain
    Mixed/Mastered- Ibson Lal Baruah
    Gfx & Lyrical Video- Pranabjyoti Gogoi
    Strings - Tarun Tanmoy
    Sarangi -Ahsan Ali
    Flute- Anjan Medhi
    Bass - Anupam BG
    Guitar - Writuraj Gogoi
    Producer - Dr. Manoj Kumar Gogoi
    #Mrigatrishna #papon #newassamesesong
    Follow me on -
    Facebook - / angaraagpaponmahanta
    Twitter - / paponmusic
    Instagram - / paponmusic
  • ВидеоклипыВидеоклипы

Комментарии • 1,6 тыс.

  • @paponmusic
    @paponmusic  Год назад +857

    So happy to see all the lovely comments and love showered on the song! ❤️

  • @sanatankalita744
    @sanatankalita744 Год назад +401

    আচলতে পাপন দা ৰ গান শুনিবলৈ মাজে মাজে ভয় হে লাগে..অতীতৰ অজান স্মৃতিৰ কৰাল গ্ৰাস ৰ কবলত আহি যাম বুলি.. নাজানো কি আছে এই মাত টোত , সদায়েই বলিয়া কৰি তোলে..🙃🙂♥️🌾

  • @Mainaa234
    @Mainaa234 Год назад +20

    ভাষা য়ে বিচাৰি নাপাওঁ।।।এখন বেলেগ পৃথিৱী বিচাৰি পাওঁ।। চকুপানী ওলাই আহে যেতিয়া ৰাতি earphones ত আপোনাৰ গান শুনি থাকো।।।। অকল হৃদয়লৈকে নহয় আত্মালৈকে স্পৰ্শ কৰিব পাৰে আপোনাৰ গানে।।।।।। ভাল পোৱা কি বিচাৰি পাওঁ।।।ভালে থাকক সদায় আপুনি বিশেষত কৈ বিশেষ ♥️♥️♥️♥️lots of love papon da 💕💕💕

  • @alakeshsvlog
    @alakeshsvlog Год назад +128

    পাপন দাৰ বাবে এটা লাইক
    ইমান প্ৰাণধালি গাইছে ☺️
    ধন্যবাদ dada এনে এটা গান উপহাৰ দিয়াৰ বাবে💞💞🙏🏿।
    লগতে খগেন মহন্ত ছাৰলৈ শ্ৰদ্ধা নিবেদিছো 💐💐

    • @jubrankonwar1312
      @jubrankonwar1312 Год назад +1

      Mon vorai 2lile🎉🎉

    • @AONARAN_
      @AONARAN_ Год назад +1

      Sir mujhe ye song bahut pasand aya, but I don't understand...
      Cause of language..😔
      But I enjoyed very well...

    • @Baikong2345
      @Baikong2345 Месяц назад +1

      ​@@AONARAN_this song mining is the love ❤alws happy to your hart.

  • @papuofficialshort108
    @papuofficialshort108 Год назад +1

    Bahu dinor murat ati ❤❤❤❤ sui jua gan khunilu.great sr

  • @dhrubajyotiborah406
    @dhrubajyotiborah406 Год назад +69

    কি সুন্দৰ লাগিছে অ' ।।বাহিৰৰ চোতালত বহি জোনৰ 🌙 পোহৰত শুনি আছোঁ।❤️🔥🎵

  • @arealsoldierlife7679
    @arealsoldierlife7679 Год назад +338

    দিনটো 10 kg Bullet jacket আৰু 5 kg ৰাইফল লই duty কৰাৰ
    পিছত আপোনাৰ হৃদয় চুই যোৱা গান শুনিলে ভাগৰ পৰাই পতংগ দিয়ে ❤

  • @paponunofficial9984
    @paponunofficial9984 Год назад +15

    মৃগতৃষ্ণা য়ে এটা ভাল গানৰ প্ৰতি থকা তৃষ্ণা দূৰ কৰি দিলে।
    ভাষাৰে বুজাব নোৱাৰা এক অনুভৱ।
    Papon Da আপুনি কেনেকৈ ইমান ধুনীয়া গান সমূহ উপহাৰ দিব পাৰে ! ❤
    এনেধৰণৰ প্ৰেমৰ অনুভূতি বোৰ উৎকৃষ্ট ৰূপত প্ৰকাশ পোৱা, গান বোৰ আপোনাৰ কণ্ঠত বহুত ভাল লাগে।
    Uff ইমান যেন ধুনীয়া গান😍🥺🥺🥺🥺
    Thank you akash, Ibson lal barua and deeg diganta and whole team ❤❤❤❤❤

  • @bimanbrahmaputra2898
    @bimanbrahmaputra2898 Год назад +21

    দিগন্ত ককাইদেউ ,,,, পাপন ,দা বহুত মৰম ,,, বহুত দিনৰ মূৰত ভাল গীত এটি উপহাৰ দিয়া বাবে,,, শুভেচ্ছা দিগন্ত কঁকাই লৈ ,,, বহুত মৰম ♥️♥️🙏

  • @RahulDas-ct5um
    @RahulDas-ct5um Год назад +29

    কবলৈ ভাষা নাই.. বতাহ নামাৰিলেও বতাহ অনুভৱ হয়.
    বৰষুন নিদিলেও দিয়া অনুভৱ হয়.
    মনৰ তেখেত ওচৰত নাথাকিলেও থকা অনুভৱ হৈ গৈছে গীত টি শুনা পৰা ❤❤❤
    Thankyou so much Papon Da giving for the beautiful song❤❤

  • @DhananDhindha
    @DhananDhindha Год назад +43

    মোক কোনোবাই স্বৰ্গৰ "শান্তি"ৰ কথা কলে । কিন্তু মই শুনিলোঁ ফাগুনৰ উৰণীয়া বা গাত লগাই তোমাৰ কথা ভাবি বহু চিনাকি অচিনাকি মনৰ মাজত এবেলি মোক তোমাৰ কৰি সপোনত ছাঁয়া হৈ আহি পাপন দাৰ গানৰ গৰাহত পৰি শান্তি পোৱা ।

  • @xibagogoi1456
    @xibagogoi1456 Год назад +10

    আপোনাৰ নতুনে হওঁক বা পুৰণি গীতেই হওঁক শুনি আমনি নলগা গান বুৰৰ মাজত আকৌ এটা শুনি আমনি নলগা গান "মৃগতৃষ্ণা'' ।
    L❤️VE Y❤️U Papon daa...
    আপোনাক লগ পোৱাৰ আশাৰে..

  • @SouravDas-ew4il
    @SouravDas-ew4il Год назад +2

    Ki xundor 🎉❤🎉😊

  • @saraswatidas3182
    @saraswatidas3182 Год назад +26

    আপোনাৰ সুৰৰ ৰাগত শুই পৰা পখীজনীয়েও নব্য দিগন্তৰ কিৰণ বিচাৰি পাই। দিনটোৰ ব্যস্ততাক নিমিষতে পাহৰাই তন আৰু মন , দূয়োটালৈ শীতল অনুৰাগী অনুভাৱ কঢ়িয়াই আনে।❤

  • @debajit2106
    @debajit2106 Год назад +16

    মৃগতৃষ্ণা তোমাৰ ছবি
    চকামকা ছায়া
    হৰিনীনয়না তোমাৰ
    দুচকুৰ মায়া৷
    পাহে পাহে ফুলি উঠে
    বুকুতে গোলাপ
    আহেঁ আহেঁ বাঢ়ি নো যায়
    শ্যামলী সুবাস
    হৃদয়ৰে কাননতে
    ফুলে পাৰিজাত
    পৰানৰে কোঁহে কোঁহে
    অমিয়া সুবাস
    ওৰণিৰ ফাঁকেৰে
    সৰকি আহে
    হেঙুলীয়া ৰ’দ,....❤

  • @binayarnav8781
    @binayarnav8781 Год назад +172

    স্মৃতিৰ কিতাপখনৰ এক ঘন নীলা পৃষ্ঠা হৈ ৰব গীতটি।❤

  • @debasishghosh5723
    @debasishghosh5723 Год назад +31

    পাপন দা ৰ গান বুলি কলে এক অন্য জগতলৈ লৈ জাই ❤️ কিবা এক বিশেষ শান্তি আছে এখেতৰ গানত ❤️😊 পাপন দা অনুৰাগী সকলে লাইক কৰী জাবা ❤️💫✨

  • @LuckyAbhi9883
    @LuckyAbhi9883 Год назад +9

    One of the favourite singer ❤️❤️❤️❤️...
    পাPON দাৰ অনুৰাগী সকলে like কৰিব 👍

  • @anuragdihingialucky3655
    @anuragdihingialucky3655 Год назад +20

    কন্দুয়াইছা কিয় আকৌ 😭 ! ব্যকুল হৈ দূৰণীলে গুচি যাব খোজে আলসোৱা মনটো ।। ইফালে তুমালৈ থকা মৰমবোৰ দুগুনাই বাঢ়ি আহে । চিৰদিন এনেকৈয়ে তোমাৰ অনুৰাগ ।

  • @mrigankashekharkashyap2525
    @mrigankashekharkashyap2525 Год назад +47

    বাপৰে!!, কিমান দিনৰ মূৰত যে আপোনাৰ গান এটা শুনিলো😌😍😍। বৰ সুন্দৰ হৈছে দেই দাদা। ভাষা নাই❤❤।

  • @poraghandique6020
    @poraghandique6020 Год назад +14

    ❤❤ প্ৰায় পাঁচ বাৰত কৈও বেছি শুনিলোঁ গীতটি ,বুজাব নোৱাৰা এক অনুভৱ । Superrrr song

  • @bikashsaikia8258
    @bikashsaikia8258 Год назад +20

    বাহ..! ওৰণিৰ ফাঁকেৰে সৰকি আহে
    হেঙুলীয়া ৰ'দ।
    তোমাৰ খোজত পদুমৰ কলি
    খোপাত বাবৰিৰ ফুল। ❤🥰

  • @BishnuDas-fc9gl
    @BishnuDas-fc9gl Год назад +5

    বহুত বাৰ শুনিলো। সচাকৈ এইয়া প্ৰকৃত সৃষ্টি সংগীতৰ।প্ৰাণ ঢালি গাইছে পাপন দাই।বাৰে বাৰে শুনিলেও আমনি নালাগে অ❤❤❤❤

  • @chinmoyborah3572
    @chinmoyborah3572 Год назад +20

    আপোনাৰ গানবোৰে আমাক এনে এখন পৃথিৱীলৈ লৈ যায় য'ত কেৱল সুখ থাকে,হাঁহি থাকে।আপুনি আমাৰ বাবে প্ৰাণৰো প্ৰাণ ❤

  • @Rontudas05
    @Rontudas05 Год назад +11

    বহুত ধুনীয়া লাগিল । বেলেগ গান বোৰতকৈ বহুত পৃথক এটা সুকীয়া সোৱাদ দিছে। মন সাত পৰি গল😢❤

  • @dgogoientertainment1953
    @dgogoientertainment1953 Год назад +6

    সময় লব কিন্তু এনে দৰে সুন্দৰ গান দি যাব । শুনি আমনি নলগা গান।
    ধন্যবাদ .....

  • @Oukusvlogs
    @Oukusvlogs Год назад +28

    দিল্লীৰ এই গৰমৰ মাজতে গান টোই শৰীৰ টো শীতল কৰি পেলালে 💚🥺♥️

  • @gopalkrishnapegu5053
    @gopalkrishnapegu5053 Год назад +72

    বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ❤️ আশা কৰিছোঁ আকৌ পাপন দাৰ কণ্ঠত গীতটো প্ৰাণ পাই উঠিব। শুভ কামনা থাকিল ❤️

  • @jutikachakrabartyofficial3843
    @jutikachakrabartyofficial3843 Год назад +8

    দেউতাই আজি কৈ আছিল ৷আপোনাৰ গান হেনো তেওঁৰ ভাল লাগে,গানবোৰ খুব হেনো ধীৰস্থিৰ একদম আপোনাৰ দৰে৷❤ love from Nalbari

  • @indraneelkachari9130
    @indraneelkachari9130 Год назад +4

    পাপন দা এই কাৰণেই বেলেগতকৈ বেলেগ.... সুকীয়া সুৰ সন্ধানী .... এবছৰ দুবছৰ ৰৈ দিব লগা হয় এই বিশেষ মৌ বৰষা জীপাল শব্দৰ মায়াসনা বতাহ জাকলৈ ...

  • @ankuman462
    @ankuman462 Год назад +9

    ❤❤❤
    কোৱানা,
    তোমাক আৰু
    কিমান বেছি ভাল পাম?
    কিমান, কিমান, কিমানলৈ????
    হৃদয় দিলোঁ, মৰম দিলোঁ, বিষাদ দিলোঁ,
    আৱেগ দিলোঁ, অনুভৱ দিলোঁ,
    সাগৰৰ গভীৰতালৈ,
    আকাশৰ উচ্চতালৈ
    আৰু বতাহৰ প্ৰসাৰতালৈ,
    কোৱানা
    কিমান,
    আৰু কিমানলৈ তোমাক মই ভাল পাই যাম ❤

  • @paragjyotisarmah6260
    @paragjyotisarmah6260 Год назад +2

    মনৰ কোনোবাখিনিত পুৰণি ভালপোৱা বোৰ যেন সজীব হৈ নাচিচে গানটো শুনি। আৰু অলপ দীঘলীয়া হোৱা হলে! হেপাহে নপলাইছে❤🥰

  • @damayantisenapati9670
    @damayantisenapati9670 Год назад +9

    পাহে পাহে ফুলি উঠে বুকুতে গোলাপ 🌷🌷🌷 ....ayee hayy this lyrics🔥🔥. Love you papon da😍

  • @dhritiraninath6262
    @dhritiraninath6262 Год назад +7

    গানটো শুনাৰ পিছত হৃদয়ৰ কোনোবা খিনি বাজি থাকে❤❤ইমান ধুনীয়া গান..সচাঁকৈ শুনিলে শুনি থাকিব মন যায়....শব্দবোৰ কানত বাজি থাকে.❤❤

  • @ekalavya1233
    @ekalavya1233 Год назад +8

    বুকুখন গভীৰ হৈ আহে দাদা.... মৃগতৃষ্ণা হৈ ক্ৰমশ:..... হেৰাই যোৱা ধূসৰ স্মৃতিবোৰ....দুচকুত ভাহে....

  • @debosriboruah4600
    @debosriboruah4600 Год назад +39

    পাপনদা আপুনি অনন্য, অতুলনীয়।মন হৃদয় ভৰি গল বহু দিনৰ মূৰত।❤️

  • @mixervlogs8795
    @mixervlogs8795 Год назад +34

    সচাই অদ্ভুত সূৰ - প্ৰতিভা ❤ আপোনাৰ গান সূৰত মোৰ জীৱন ধন্য হয় যায় ভগৱান ❤

  • @a2z278
    @a2z278 Год назад +6

    আপোনাক কেনেকৈ বুজাম আপোনাৰ কাৰনেই আজি জীৱনটোৰ প্ৰতি মোহ বাঢ়িছে মোৰ..প্ৰেমত নপৰা মানুহজনকো প্ৰেমত পেলাই দিব আপুনি ..এনেকুৱা কন্ঠ আপোনাৰ ❤

  • @jyotirmoymahanta3506
    @jyotirmoymahanta3506 Год назад +15

    তুমি সদাই অনন্য আৰু পৃথক পাপন দা 🤍

  • @Mainaa234
    @Mainaa234 Год назад +6

    বাহিৰত বৰষূণ 🌨️🌨️🌨️ কানত earphones অন্তৰত পুৰণি স্মৃতি সজীৱ হৈ উঠিছে।।।কি আছে আপোনাৰ মাতত প্ৰতিটো গানতেই এক বিশেষ অনুভৱ এক বিশেষ প্ৰাপ্তি ❤️❤️ এবাৰ শুনিলে আকৌ বাৰে বাৰে শুনিবলৈ মন যায় ❤️ কিমান বাৰ যে শুনিছোঁ হিচাপ নাই।।। জোনাকী ৰাতিৰ পৰা আৰম্ভ কৰি এইটো গীতলৈকে এক বিশেষ প্ৰাপ্তি অনুভৱ কৰি আহিছোঁ।।।।।। আপুনি সচাকৈ বিশেষ ♥️♥️কি আছে আপোনাৰ মাতত এবাৰ শুনিলে মনেই নভৰে

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial Год назад +36

    Papon দাৰ গান মানেই যাৰ কন্ঠত মধুৰতা....🥀 সুন্দৰ মিগতৃষা ❤

    • @kanikadas8245
      @kanikadas8245 Год назад +1

      0:56 ❤❤😂😂

    • @kanikadas8245
      @kanikadas8245 Год назад +3

      🎉

    • @kanikadas8245
      @kanikadas8245 Год назад

      মেঘা ৰঞ্জনী ‌য়ে ভি ডি উ কৰিলে
      আৰু সুন্দৰ লাগিব ,,,,
      তেওঁৰ ‌নাছোনত‌‌ গাটোয়ে গানটোই
      প্ৰাণ‌ পাই উঠিৱ,,,❤❤❤

    • @priyanujhazarikaofficial
      @priyanujhazarikaofficial Год назад +1

      @@kanikadas8245 umm hosa Kotha

  • @sanjibdas06
    @sanjibdas06 Год назад +9

    বেলেগতকৈ বেলেগ , এয়াই হৈছে আমাৰ মৰমৰ পাপন দা ❤❤❤

  • @manjitdas5714
    @manjitdas5714 Год назад +5

    Papon kokaideu ekhonai tu hridoi ru kiman jikibi.Kuxole rakhak tuk nedekha jone.

  • @312Nilutpol
    @312Nilutpol Год назад +3

    গানটোৰ জৰিয়তে কাৰোবাক পাহৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছো😊😔

  • @ManikDas-d7e
    @ManikDas-d7e Год назад +11

    সচাকৈ বৰ সুন্দৰ গান গায়ছে পাপন। দা । মোৰ হিদয়ৰ প্ৰতিটো কোনত আপোনাৰ গানটো সোমাই পৰিছে ❤❤❤

  • @bhrigusaikia-dc9lr
    @bhrigusaikia-dc9lr Год назад +1

    কথাবোৰে বুকুৰ জীয়া কেনভাচত আকৌ তেওৰ নামৰ আৱিৰ সানিলে❤️

  • @dipjyotiborah4809
    @dipjyotiborah4809 Год назад +28

    পাপন দাক ভালপোৱা সকলে লাইক👍 এটা কৰি যোৱা❤️

  • @haradhan60030
    @haradhan60030 Год назад +19

    গানটোৰ গভীৰতা বিশাল, ধুনীয়া লাগিল শুনি ❤❤❤😊 Love you Papon Da

  • @rjbaishya6436
    @rjbaishya6436 Год назад +5

    যোৱা কালি কৈছিলো লগৰ এটাক পাপন দাই কি ভাবি আছে আজি পালোঁ ইমান দিনৰ অপেক্ষাত সুন্দৰ গান ❤

  • @Priyomnath008
    @Priyomnath008 Год назад +8

    আপোনাৰ গান সদায় প্ৰিয় চুই যায় ❤️ গানটো শুনি
    পুৰণা স্মৃতি বোৰে নতুনত্ব বিচাৰি পোৱা মনটোক আকৌ অতীতৰ পৃষ্ঠালৈ লৈ গল নীৰৱে ❤ আকৌ এবাৰ লুটিয়ালো পুৰণা পৃষ্ঠাবোৰ 😊

  • @ringkuhajong8997
    @ringkuhajong8997 Год назад +11

    পাপন যাৰ নামেই যথেষ্ট অন্তৰ স্পৰ্শ কৰি যায়। ❤️❤️ From ধেমাজী

  • @bhrigugogoi9024
    @bhrigugogoi9024 11 месяцев назад +1

    Hosakooe bor dhuniya geet,,lots of love to this beautiful song

  • @Animegirl00000
    @Animegirl00000 Год назад +5

    আপোনাৰ গীত আৰু ভাষাৰে প্রকাশ কৰিব পাৰি নে❤🎧👀গীতবোৰ সদায় প্রিয় আৰু প্রিয় হৈ থাকিব লগতে আপুনি ❤

  • @pranabkumar4000
    @pranabkumar4000 Год назад +11

    বিশাল গভীৰতা পূৰ্ণ গানটো শুনি খুব ভাল লাগিল 🙏🏻

  • @xhobdo
    @xhobdo Год назад +13

    পাপন দা, মৃগতৃষ্ণা গীত শুনি খুব ভাল লাগিল 🤍🫶 অনেক শুভেচ্ছা ❤️

  • @matiabora3945
    @matiabora3945 Год назад +2

    বহুত বহুত ভাল লাগিল গানটো।❤️❤️❤️

  • @jibonjyotigogoijibonjyotigogoi
    @jibonjyotigogoijibonjyotigogoi Год назад +28

    Papn dak Kune Kune val puwa ata like kora❤❤❤

  • @Xuriyaaxom890
    @Xuriyaaxom890 Год назад +1

    এনেকৈ সদায় আপোন হৈ থাকিব চোন পাপন দা আপুনি অসমীয়াৰ বাবে।

  • @surajitborah3961
    @surajitborah3961 Год назад +5

    একেষাৰ কথাকে ক'ব হ'লে গানটোতেই মই বিলিন 😊 আপোনাক ধন্যবাদ নিদি নোৱাৰিলো @papon দা 🥰

  • @dikshitabarman4390
    @dikshitabarman4390 Год назад +2

    ইমান ধুনীয়া।।এনেকুৱা গানলৈ ৰৈ থকা হয়।❤

  • @queenpori2053
    @queenpori2053 Год назад +8

    সেমেকি উঠা এটি পৃষ্ঠা আকৌ এবাৰ সুৱৰাই দিছে। বহুত বহুত ভাল লাগিল ❤️❤️

  • @imluhit
    @imluhit Год назад +2

    নিয়ৰ সেমেকাৰ পিছত এইটো গীতটো♥️

  • @bhaigyajitborah8932
    @bhaigyajitborah8932 Год назад +26

    উফ ❤️
    যাদুকৰী পাপন দাৰ অন্যন্য এক বিলাসী ৰহণ । জড়িত সকলোলৈ অলেখ ধন্যবাদ এনে এক সৃষ্টিৰ বাবে🙏

  • @navakamalboruah6651
    @navakamalboruah6651 Год назад +4

    পাপনদা বৰ সুন্দৰ হৈছে। 🙏 ধন্যবাদ এনে এটি গান আমাক উপহাৰ দিয়াৰ বাবে।

  • @RatulReehit
    @RatulReehit Год назад +16

    Your voice always❤❤❤🙏..iman dhuniya kotha,xur...jenedhoronor geet apunar pora axa koru tenekuwai pao..THANK YOU MRIGATRISHNA❤❤🙏

  • @dikeshmoran3754
    @dikeshmoran3754 Год назад +2

    বহুত ভাল লাগিল মৰমৰ পাপন দা🥰💗

  • @sanghomitrasharmamusical910
    @sanghomitrasharmamusical910 Год назад +7

    মন চুই গৈছে সচাকৈয়ে ❤❤❤💜। ইমান সুন্দৰ গীত। সংগীত বহুত ধুনীয়া হৈছে।

  • @sharifuzzamanchowdhury2177
    @sharifuzzamanchowdhury2177 11 месяцев назад +4

    কী দরদ! কী কন্ঠরে বাবা!
    .
    এক সময় আসামের কিংবদন্তী কণ্ঠশিল্পী, গীতিকার ও সুরকার ভূপেনদার গান ছিল আমাদের গলায় গলায়। এবার আরেক ভিন্নমাত্রার দরদী কণ্ঠশিল্পীকে শুনলাম। বিশেষকরে এই গানটি অনেকবারই শুনলাম। দাবী রইলো গানটি তিনি বাংলাতেও গাইবেন।
    .
    পাপনদা, শ্রদ্ধা জানবেন বাংলাদেশ থেকে 🇧🇩।
    (Assamese through Google Translate. May Differ 🙏…
    কি কৰুণ! কি মাত দেউতা!
    .
    এসময়ত অসমৰ কিংবদন্তি কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ ভূপেনদাৰৰ গীত আমাৰ ডিঙিত আছিল। এইবাৰ আন এজন বেলেগ স্তৰৰ দয়ালু গায়কৰ কথা শুনিলোঁ। বিশেষকৈ এই গীতটি মই বহুবাৰ শুনিছো। তেওঁ বাংলা ভাষাতো গীতটি গোৱাৰ সম্ভাৱনা আছে।
    .
    পাপনদা, বাংলাদেশৰ পৰা আপোনাক সন্মান জনাইছো 🇧🇩 ।)

  • @JJB-uc5ev
    @JJB-uc5ev Год назад +1

    কেতিয়াবা এনেকোৱা হয় হাঁহিবৰ কাৰণে, মনটো ভাল লগাবৰ কাৰণে বেলেগ একো কাৰণ নালাগে, তাৰ কাৰণ হ'ল পাপন দাৰ এই গান বোৰ। মনটো যেন এনেই ভাল লাগি যায়

  • @Joonak256
    @Joonak256 Год назад +21

    সকলোতকৈ প্ৰিয় মোৰ পাপন দা 😌❤ গান বোৰো খুব প্ৰিয় ❤❤

  • @hirahirablog5295
    @hirahirablog5295 Год назад +1

    বতৰ ওঃ আজি বিয়া কুল তাতে আপোনাৰ সুৰ কলিজাত বিন্ধি গল। জোনাকী ৰাতি এলবাম টোৰ প্ৰতিটো গানৰ সুৰে আজিও আমনি কৰাৰ দৰে অনুভৱ হল। মই যেন নিজক বিচাৰি পাওঁ আপোনাৰ গান শুনি। উফ্ফ মই যেন আপোনাৰ গানত কান্দি কান্দি ও সুখ বিচাৰি পাওঁ।। শৈশবৰ দিন বোৰ অাৰু জীৱনৰ কেঁচা যৌৱন পাৰ কৰা গাঁও খনলৈ মনত পৰি গল আকৌ কেতিয়াও ঘূৰাই নোপোৱা দিনবোৰলৈ।god bless you পাপন দা

  • @ritubasantadowarah2937
    @ritubasantadowarah2937 Год назад +4

    আপোনাৰ গানবোৰ শুনিলে ,,,বহু টিপচ শিকিব পাৰি ককাইদেউ ,,,।অনন্য গায়কী ,,,।আমাৰ অসমৰ প্ৰথম জন আপুনি ,,,সুন্দৰ অনুভৱ ,গায়কী ,নিখুত ভাৱে গাব পৰা শিল্পী,,,, সু,,স্বাস্থ্যৰ কামনা কৰিলোঁ

  • @তাওঁছেংঅসম
    @তাওঁছেংঅসম Год назад +5

    মৃগতৃষ্ণা এক আবেগ বৰ্তমান মোৰ সময়ৰ💚💚💚
    ❤️❤️❤️❤️❤️❤️❤️

  • @kamalborah98
    @kamalborah98 Год назад +8

    বহুত ভালপাওঁ ককাইদেউ আপোনাৰ গীত বোৰ ❤❤❤ উফ্ মৃগতৃষ্ণা❤❤❤

  • @sukhi_Ind
    @sukhi_Ind Год назад +5

    হৃদয়ত স্পৰ্শ কৰিল।। ❤🥰🥰 বহুত বেছি ভাল লগা এটি বিশেষ ধৰণৰ সুন্দৰ গীত।।

  • @mrigavboruah4765
    @mrigavboruah4765 Год назад +13

    সেই পুৰণি স্মৃতি বোৰ সজীৱ কৰি থৈ যোৱা যেন অনুভৱ মোৰ। সঁচাই বৰ ধুনীয়া গানটি ❤

  • @Ig_simanta_yt
    @Ig_simanta_yt Год назад +5

    ভাষা নাই আৰু আপোনাৰ মহিমা ❤ বহুত ধুনীয়া লাগিলে আগলৈ আশা কৰিলোঁ!

  • @Suraj-CR36
    @Suraj-CR36 Год назад +24

    বহু প্ৰত্যাশাৰ পিছত এটি ধুনীয়া গীত উপহাৰ হিচাপে পাইছোঁ 😊❤❤🎉 পাপন দা🥰❤️‍🩹🌹🌹

  • @lekhikathengal2749
    @lekhikathengal2749 Год назад +9

    প্ৰকৃতাৰ্থত গান ৰ অৰ্থ বুজা সকলৰ বাবে এই গানটো।

  • @bijuchetia4765
    @bijuchetia4765 Год назад +3

    সুন্দৰ মিগতৃষা❤️❤️❤️বহুত মৰম সোনিলে আমনি নালাগে,, পাপন দা❤️

  • @uttamjitkachari5725
    @uttamjitkachari5725 Год назад +9

    এটা কবিতাৰ স্মৃতি। আজিও মনলৈ আহে; "সুন্দৰ পাপনা দা❤❤"

  • @bijoypanging9596
    @bijoypanging9596 Год назад +8

    পাপন দা আপোনাৰ গান বোৰত শুনি কিবা আপোন আপোন যেন লাগে....

  • @pranjitborah2872
    @pranjitborah2872 Год назад +1

    Uff papon daa... ki kom... hridoy sui goise... iman dhunia lyrics...Love you...😍

  • @Axomlofiboy11
    @Axomlofiboy11 Год назад +8

    গীত টি শুনি হিয়া সাতপৰি গ'ল পাপন দা সকলোঁ সময়তে প্ৰিয় ❤❤

  • @ABHIJITBDCTG
    @ABHIJITBDCTG Год назад +1

    পাপনের গান বিশেষ কিছু অসাধারণ অপূর্ব ❤️❤️

  • @deepjyotikalita2146
    @deepjyotikalita2146 Год назад +16

    কথা, সুৰ, কণ্ঠ সকলো সুন্দৰ মাথো সুন্দৰ ❤️❤️
    Ur songs doing work like heal for me dearest Papon daa❤️❤️❤️ always love you ❤️

  • @rituraj1135N
    @rituraj1135N Год назад +2

    বৰ সুন্দৰ লাগিছে গীত তী। 🙏❣️

  • @manashjyotisaikia6796
    @manashjyotisaikia6796 Год назад +4

    বহুত ডাঙৰ উপহাৰ এটা দিলে দাদা ❤️ বহুত মৰম আপোনালৈ💖 কুশলে থাকক❤️

  • @mixboylifestyle1841
    @mixboylifestyle1841 Год назад +2

    Hridoyore karengote line keita uff ki mitha huniboloi 😢❤❤

  • @pjb8452
    @pjb8452 Год назад +6

    অসমীয়া সংগীত চিৰ যুগমীয়া হৈ থাকক তাৰ প্রচেষ্টা papon da❤

  • @kishorekangkan4343
    @kishorekangkan4343 Год назад +2

    মোৰ মৰুভূমিত এটুপি পানী যেন……❤️😍

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Год назад +8

    পাপন😍__দাৰ সুৰৰ
    ৰাগীত 🎶 মই এখন
    বেলেগ পৃথিৱীত🌐 গুছি যাও❤❤❤❤

  • @tridipdowarah6957
    @tridipdowarah6957 Год назад +23

    Dark room+ midnight+ felling alone+ fav= what a great feeling

  • @dipankarsaikia7287
    @dipankarsaikia7287 Год назад +6

    পাপনদা আপোনাৰ গানৰ মাদকতাই সুকীয়া দেহ মন জুৰাই যায় ❤❤

  • @SMkitchen23
    @SMkitchen23 Год назад +2

    বহুত অপেক্ষা অন্তত ❤️❤️❤️❤️❤️❤️
    শব্দবোৰে পাগল কৰিব❤😊

  • @manojdutta7275
    @manojdutta7275 Год назад +3

    শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি ❤
    ইমান বছৰে আপোনাৰ গানে মনত শান্তিদি আহিছে, সদাই এনেকৈ থাকক ❤

  • @arundx7199
    @arundx7199 Год назад +1

    Dhuniya lagil bhut dinr murat xuni lu apunr gaan....aru xunibo bisaru dhuniya dhuniya gaan apunar kanthat

  • @himubarhoi4420
    @himubarhoi4420 Год назад +3

    পাপন দাৰ মাত শুনিলেই মন ভৰি যায়। বহুত ভাল লাগিল ।।

  • @curly_V_
    @curly_V_ Год назад +3

    Uff❤❤ language does not need understanding if u feel the music 😇

  • @PriyaMellowMelodies
    @PriyaMellowMelodies Год назад +6

    Khub dhuniya hoise dada. Xosakoi hiya xat pori gol ❤