গৌৰৱ গগৈ মোতকৈ বহু গুনে শ্রেষ্ঠ তপন গগৈ কিয় কলে

Поделиться
HTML-код
  • Опубликовано: 14 апр 2024
  • গৌৰৱ গগৈ মোতকৈ বহু গুনে শ্রেষ্ঠ তপন গগৈ কিয় কলে#momiahmedvlogs#viralnews#assameseviralnews #momiahmedvlogs #viralnews #assamesevideo #trendingnews #vlogging #youtube #viral #assameseviralnews #vlogvideo #trending

Комментарии • 614

  • @user-eq5zy9nk5w
    @user-eq5zy9nk5w Месяц назад +161

    গৌৰব গগৈ এৰি কোন বুৰ্বকে তপন গগৈক ভোট দিব।

  • @krishnagogoi1657
    @krishnagogoi1657 Месяц назад +102

    গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ |

  • @dipikabarla8265
    @dipikabarla8265 Месяц назад +92

    ৰাইজে চব কথা বুজি পাইছে গৌৰৱ গগৈ জিন্দাবাদ

  • @BornaliKonwar-pi4lf
    @BornaliKonwar-pi4lf Месяц назад +86

    গৌৰৱ গগৈ ক ভোট দিয়ক।

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl Месяц назад +75

    Gourav Gogoi zindabad ❤❤❤❤

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef Месяц назад +82

    Congress zindabad ❤ Gourav gogoi Zindabad ❤❤

  • @khagenkakati6380
    @khagenkakati6380 Месяц назад +58

    Bad দিয়াহে Bjp..কি ফালিলা?Venture school ki korila?

  • @dilipgogoi1204
    @dilipgogoi1204 Месяц назад +47

    আমাৰ অসমৰ নতুন প্ৰজন্মৰ যুব নেতা গৌৰৱ গগৈ বিজয়ী হোৱাটো কামনা কৰিলো

    • @nitulmedhi5206
      @nitulmedhi5206 Месяц назад

      Idiot yutuber Mr tapon gogoi did not said a single word about on gaurav gogoi he is better than me.

  • @janardanbora2803
    @janardanbora2803 Месяц назад +104

    তপন দাই বুজি পাইছে মই এইবাৰ হাৰিম বুলি কিন্তু অন্ধ ভক্তই আজি লৈকে বুজি পোৱা নাই 😅😅😅

    • @AbulHussain-dl6og
      @AbulHussain-dl6og Месяц назад +2

      Ondhovoktoi buji nepale ki hol o ? Topon Gogoi ye Bandoror kotha uthapon korise Parliament t 😂😂 🤑🤑

    • @JasimBarbhuiya-nj7ef
      @JasimBarbhuiya-nj7ef Месяц назад +5

      Right 200% Gourav gogoi win Hobo

    • @user-vh5ip7te6r
      @user-vh5ip7te6r Месяц назад +2

      devolopment bisora manuhe ji tie ktha nokoi

    • @NitulSangma-sl2wd
      @NitulSangma-sl2wd Месяц назад +1

      Right👍

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 Месяц назад +1

      সকলো কংগ্ৰেছী সমৰ্থকে সুনীয়া গান্ধীৰ মেখেলা ধুবলৈ সাজু থাকক।

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef Месяц назад +38

    BJP go back

  • @DigontoHazorika
    @DigontoHazorika Месяц назад +54

    Garav gogoi zindabaad ❤️

  • @ranjitbora734
    @ranjitbora734 Месяц назад +52

    তোমাক জিকাই পাঠালে কিহবঅ ? একো এটা উদ্যোগ গঢ দিব পৰা নাই, হৈ থকা কেইটাও ধংসৰ মুখলৈ ঠেলি পঠালা।বাহিৰৰ বনিয়াক বেচিলা।

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh Месяц назад +42

    ঐ নটী,কত ক'লে গৌৰৱ গগৈ তেওঁ তকৈ উপযুক্ত বুলি।

    • @parthapratimdas8426
      @parthapratimdas8426 29 дней назад

      কাষত ৰঙা মেক্সী পিন্ধা গৈৰেনীজনীয়ে এনেকৈ মুৰদুপিয়াইছে যেন বিৰাট ডাঙৰ খৱৰ দি থৈছে ! গৌৰৱ গগৈ জয়ী হোৱাটো বিচাৰো,সেয়া ধুৰুপ ! কিন্তু তাইৰ ৰিপোর্টমতে নহয় !

    • @buburaj243
      @buburaj243 14 дней назад

  • @user-tg8ht7lv6p
    @user-tg8ht7lv6p Месяц назад +27

    গৌৰৱ গগৈৰ জয় মানে ৰাইজৰ জয়। গৌৰৱ গগৈ জিন্দাবাদ

  • @samudrahazarika110
    @samudrahazarika110 Месяц назад +28

    গৌৰৱ গগৈক বিচাৰোঁ। আপুনি আৰাম কৰক। All the best 😢

  • @gaurirabha3236
    @gaurirabha3236 Месяц назад +63

    বেতা তোমাৰ বুকুৰ ধব ধব শব্দ টো শুনিছানে, বহুতে ধৌকা দিব তক ।বহু ছাত্ৰ জীৱন বৰবাদ হল

  • @SudarshanBora-rw4bt
    @SudarshanBora-rw4bt Месяц назад +41

    Gorov gogoi zinda bad

  • @user-of4yf2pu7w
    @user-of4yf2pu7w Месяц назад +31

    Gaurav gogoi zindabaad🎉

  • @bikashsaikia4344
    @bikashsaikia4344 17 дней назад +2

    তপন গগৈ জিন্দাবাদ। মাজুলী ৰাইজ, চাহ জনজাতীয় লোক সকল আছে, তপন গগৈ ডাঙৰীয়া। লগত।

  • @samirangogoi2731
    @samirangogoi2731 Месяц назад +41

    পিজুছ হাজৰিকা আৰু জয়ন্ত মল্লই কিন্তু ৰাইজক অতিষ্ঠ কৰিছে। এই দুজনক bjp ৰ কাৰ্যালয়ত বহুৱাই ৰাখক

  • @sazidahmed2876
    @sazidahmed2876 Месяц назад +32

    এইবাৰ তপনৰ অস্তৰ বেলা

  • @bitupandehingia1071
    @bitupandehingia1071 Месяц назад +15

    কি উন্নয়ন হল মহোদয় আপোনাৰ এইবাৰ পৰাজয় বৰণ কৰিব আপোনাৰ ভেৰনীয়া সাংগো পাগো বোৰে আপোনাক ভোট নিদিয়ে।

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n Месяц назад +10

    গৌৰৱ গগৈ জিন্দাবাদ ♥️♥️♥️

  • @adityapayeng
    @adityapayeng Месяц назад +9

    গৌৰৱ গগৈ❤

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 Месяц назад +13

    গিবনৰ বান্দৰ বাচি থাকক , অসমীয়া জাতি শেষ হৈ যাওক কা আনক ।

  • @anantakoch7196
    @anantakoch7196 Месяц назад +13

    Bjp চৰকাৰে কি পানী যোগান ধৰিছে তাৰ প্ৰমাণ ৰূপজ্যোতি কুৰ্মি গাড়ী খন চালে গম পোৱা যায়। গাড়ী ৰং কেনে হৈছে।

  • @riyazuddinahmed5395
    @riyazuddinahmed5395 Месяц назад +15

    গৌৰৱ গগৈ তপন গগৈতকৈ শ্ৰেষ্ঠ কেতিয়া ক'লে ???

    • @ranjitduttaey3967
      @ranjitduttaey3967 Месяц назад +2

      গৌৰৱ গগৈয়ে অসমৰ সকলো সমস্যাক লৈ মাত মাতে আৰু তপন গগৈ মানুহ নহয় বান্দৰ সেয়ে বান্দৰ ৰ কথা চিন্তা কৰিবলৈ ৰাইজে দিল্লী লৈ পঠোৱা বুলি ভাবে , বান্দৰ ৰে বান্দৰ ৰ কথা ত কৈ আৰু কি চিন্তা কৰিব পাৰিব,

  • @ranjitmili4229
    @ranjitmili4229 Месяц назад +6

    গৌৰৱ গগৈ

  • @aabirgogoi6116
    @aabirgogoi6116 Месяц назад +6

    Gourav gogoi zindabad

  • @user-tg8ht7lv6p
    @user-tg8ht7lv6p Месяц назад +7

    Gaurab gogoi zindabad zindabad

  • @akbarhussain5118
    @akbarhussain5118 Месяц назад +11

    Parliament t katha koboloi hole English and hindi val kabo janibo lagibo

  • @dilipdutta4609
    @dilipdutta4609 Месяц назад +5

    আজি অজানিতে মনত পৰিল " মাইকী মাছ আৰু মটা মাছৰ বিষয়তু ।

  • @user-mq1fx7zl8r
    @user-mq1fx7zl8r Месяц назад +11

    গৌৰৱ গগৈ জিন্দাবাদ

  • @probinbasumatary8619
    @probinbasumatary8619 26 дней назад +3

    আপোনালোকে অসমৰ কাৰনে বহুত কৰিলে,, এইবাৰ অলপ আৰাম কৰক

  • @krishnagogoi1657
    @krishnagogoi1657 Месяц назад +9

    বাদ দিয়াহে হাৰিবি হাৰিবি

  • @mrinalmedhi8346
    @mrinalmedhi8346 Месяц назад +14

    পাগল, 3:49 3:51 3:51 অসম প্ৰকৃততে 2004 চনৰ পৰা উন্নতি হৈছে। বিদেশী অনা ৰ ক্ষেত্ৰত বিজেপি আগত, অসমীয়া মানুহক বিদেশী ৰ পৰা মুক্ত কৰিবলৈ ছাত্ৰ সন্থা আৰু পিছত মন্ত্ৰী হলি কিন্তু বিদেশী আনইলইহএ, এই বিষয়ে একো নোকোৱা কিয়

    • @dipalidutta6735
      @dipalidutta6735 Месяц назад +1

      Agar Tapan Gogoi and atiar Tapan. Gogoi vast different,

  • @NeogManoj-nr2vj
    @NeogManoj-nr2vj Месяц назад +13

    আপুনি বেছি পইচা খৰচ নকৰিব পিছত হাৰিলে বেয়া লাগিব। ইমান পইচা খৰজ কৰি হাৰিলো বুলি।আপোনাৰ মিতিংট ৫০০ টকা লবহে জাই ও আপুনি কিয় বুজা নাই। 😂

  • @user-uh3ns3ft8l
    @user-uh3ns3ft8l Месяц назад +12

    Thike ase kintu dam briddi. Bijuli bil briddi. Vancer sch problem etc

  • @anukalita705
    @anukalita705 Месяц назад +6

    উন্নয়ন টো সব চৰকাৰে কৰে অলপ অলপ কৈ। সব চৰকাৰৰ লৈ ফান্দৰ টকা আহে। বিজেপি চৰকাৰ বিচাৰো বুলিয়েই যা তা সদস্য পঠিয়াব নোৱাৰি।

  • @tahimabegum5896
    @tahimabegum5896 Месяц назад +5

    মূল্য বৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ রাইজক সকাহ দিয়াৰ কথা তপন গগৈয়ে ভাবিব নোৱাৰে। নিমাতী কইনা বনাম বলিষ্ঠ কণ্ঠ। অসমৰ গৌৰৱ গৌৰব গগৈক আমি জিকিব লাগে। গৌৰব গগৈ জিন্দাবাদ।

  • @pratapkalita8894
    @pratapkalita8894 Месяц назад +4

    মানুহে যদি প্ৰাৰ্থী চাই ভোট দিয়ে তেন্তে গৌৰৱ গগৈক ভোট দিব।
    তপন গগৈ যদি জিকে তেন্তে BJP হিচাপে জিকিব।

  • @SPhukan-bv6su
    @SPhukan-bv6su Месяц назад +6

    তপন গগৈৰ বাবে প্ৰচাৰ চলোৱা যেন লাগিল

  • @pulakkalita4584
    @pulakkalita4584 Месяц назад +10

    Teor you tube channel tu sabo lage heye thumb nail ot misa katha likhise..... next time aeijonir video koneo nesabo........fatua channel ata ........

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h Месяц назад +3

    Vote for G Gogoi jindabad andWine the election of MP thanks

  • @AbulHussain-dl6og
    @AbulHussain-dl6og Месяц назад +7

    Double Engin nohoy o Tripple Engin , maane 3. No. tu CAA.....😝

  • @rinjuborah1758
    @rinjuborah1758 27 дней назад +1

    গৌৰৱ গগৈ জিন্দাবাত

  • @umeshgogoi5896
    @umeshgogoi5896 Месяц назад +7

    ওম বান্দৰ ৰ কথা কবলৈ পথালে

  • @binodhazarika4229
    @binodhazarika4229 Месяц назад +7

    গৌৰব গগৈ জিন্দাবাদ।

  • @AmalBorah-sb9fn
    @AmalBorah-sb9fn Месяц назад +1

    গৌৰৱ গগৈ জিন্দাৱাদ জয় আই অসম।

  • @satyaborkoch6596
    @satyaborkoch6596 18 дней назад +1

    সংসদত শুই থাকিবলৈ পঠিয়াইছিল যোৰহাটৰ ৰাইজে ন। গৌৰৱ গগৈ জিন্দাবাদ

  • @hirengogoi6431
    @hirengogoi6431 Месяц назад +5

    মিছা কথাকৈ নিজৰ ভি দি উটো চোৱা ব্যৱস্থা কৰিছা বৰঞ্চ তপন গগৈ পক্ষে প্ৰচাৰ কৰাৰ দৰে হৈছে ।

  • @mofidrohman6393
    @mofidrohman6393 Месяц назад +1

    গৌৰৱ গগৈ জয়ী হয়।❤❤❤❤❤❤

  • @user-eh5mt2cn8l
    @user-eh5mt2cn8l Месяц назад +87

    Gourob gogoi jindabad

  • @user-dh3wp4wg9k
    @user-dh3wp4wg9k 17 дней назад

    সুন্দৰ, হাত প্ৰধান হয়!

  • @hafizurrahmansarkar3368
    @hafizurrahmansarkar3368 12 дней назад +1

    Sobe Nijar sarthar babe chinta kore kintu aamar Gourab Gogoi manuhor babe chinta kore.

  • @ghanashyamborah1063
    @ghanashyamborah1063 Месяц назад +2

    Right,Mr. Tapan Gogoi dangoria you are right 100%. Tapan Gogoi zindabad.

  • @DurgeswarDeka-yy7rd
    @DurgeswarDeka-yy7rd 18 часов назад

    গৌৰৱ গগৈ জিন্দাবাদ ।

  • @KokoPegu-vh6de
    @KokoPegu-vh6de Месяц назад +1

    Gourev gogoi zindabad

  • @konvlogs2886
    @konvlogs2886 Месяц назад +10

    গৌৰৱ গগৈক শ্ৰেষ্ঠ বুলি ক'ত কৈছে, বাতৰি সছা হব লাগে।

  • @Piuseng
    @Piuseng Месяц назад +5

    বহুত পৰিবৰ্তন হৈছে । 70 টকাৰ মিঠাতেল 200 , 500 টকা গেছৰ দাম 1200 , 70 টকা প্ৰেটল 100 টকা .GST mobile ৰ ৰিৰ্ছাজটোলৈকে ।
    আৰু গোটেই অসমৰ সম্পদবোৰ বিক্ৰী কৰিলি। এইয়াই পৰিবৰ্তন কৰিলি । আৰু কেইবছৰ মান পালে মানুহবোৰকো বন্ধকত দিবি যে খাটাং

    • @AnilTaye-em4ge
      @AnilTaye-em4ge 26 дней назад

      ৪৫ টকাৰ প্ৰেটল ৭০টকালৈ বৃদ্ধি হৈছিল কংগ্রেসৰ দিনত। ৪০ টকাৰ মিঠা তেল ৭০ টকালৈ বৃদ্ধি পালে কংগ্রেসৰ দিনত। তেন্তে কংগ্রেসৰ চৰকাৰ বহু ভাল আছিল ন। গতিকে বপু যি চৰকাৰ সলেও মূল্য বৃদ্ধি হবই। কাৰন উন্নয়ন আৰু যিকোনো আচনী যিমান বিচাৰিৱ হিমানে মূল্য বৃদ্ধি হৈগৈতাকিব।

    • @Piuseng
      @Piuseng 25 дней назад

      @@AnilTaye-em4ge Hompoti biki kori asoni nalage . . Hompoti biki kori he unoti koribo pari neki . Nalage tenekuwa unoti . .

  • @samsulhaque4571
    @samsulhaque4571 29 дней назад

    ধন্যবাদ গৌৰৱ গগৈ জিন্দাবাদ।

  • @PoretushSarkar
    @PoretushSarkar Месяц назад +3

    Very. Nice. Vidio

  • @maheswarhazongbalijurisoni2797
    @maheswarhazongbalijurisoni2797 28 дней назад +2

    Mor গাঁৱত এটা ৰাস্তা না বিজুলী আকৌ khobidha নাই পোৱা মিছা কথা

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq Месяц назад

    সুন্দৰ ভাৱে কথা বোৰ বৰ্ণনা কৰিছে ।প্ৰশ্ন বোৰৰ শুদ্ধ উত্তৰ প্ৰদান নিশ্চয় কৰিছে।ৰাইজে বিচাৰ কৰিব।সময় সমাগত।

  • @JayaBorah-xy4zj
    @JayaBorah-xy4zj Месяц назад +4

    Very good

  • @RakshyaAksh
    @RakshyaAksh Месяц назад +4

    Mama fatuami et ru kunu vul nejai, rally kori falibo nuare

  • @runubegum6599
    @runubegum6599 4 дня назад

    গৈৰৱ গগৈ জিন্দাবাদ

  • @merujitpatowary9379
    @merujitpatowary9379 Месяц назад +1

    Gaurav gogoi jikibo, Gaurav gogoi jindabad

  • @user-yh3vq7po5q
    @user-yh3vq7po5q Месяц назад +1

    Gourav gogoi jindabad

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs 16 дней назад

    তপন গগৈ দেৱে গৌৰৱ গগৈ মোতকৈ বহু গুনে শ্ৰেষ্ঠ বুলি কোৱা শুনা নগ'ল।

  • @labanyadevi3172
    @labanyadevi3172 Месяц назад +4

    গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤

  • @amarjoytidas8141
    @amarjoytidas8141 27 дней назад +1

    60বছৰ আগতে কোনে কৰিছিল। সেই বিলাক বিদ্যালয়ত পঢ়ি মানুহ হৈছা। বি জি পি আঁচনি দিছে এতিয়া ঘৰ চলাবলৈ কঠিন হৈছে।

  • @user-ss9ws6et2y
    @user-ss9ws6et2y Месяц назад +1

    আপোনাৰ মুখাবয়ৱ দেখিয়েই গম পোৱা গৈছে পৰাজয়ৰ চাপ।

  • @rahmanmuzibur7794
    @rahmanmuzibur7794 Месяц назад +2

    তোৰ কাৰণে মানুহ জীৱনতকৈ বান্দৰৰ জীৱনৰ মুল্য বেছি নেকি ? ়আগতে মানুহৰ কথা চিন্তা কৰক ।ৰাইজে তোক এই বাৰ বুজাব দাদা চিন্তা কৰিব নেলাগে ।

  • @pranamiofficial3472
    @pranamiofficial3472 Месяц назад

    Development is a continuous process, every body should respect the process, but at the same time there are some important issues which are equally important for the people of Assam. Jai Loktantra

  • @ruhitdihingia8210
    @ruhitdihingia8210 Месяц назад +2

    Four Lean ৰ পয়া কিয় লাগিল??? Confront দিবলৈকে সমীপত সভাৰ আয়োজন। মণিপুৰক লৈ কথা ক'লে " "এনেয়ে চিঞৰ - বাখৰ কৰা হয় " আজি হে বুজিলো।

  • @manashkachari7216
    @manashkachari7216 24 дня назад

    তুমি পৰিবা এইবাৰ বুঢ়া গগৈ দা

  • @user-br9db2mf2r
    @user-br9db2mf2r 24 дня назад

    তপন গগৈ জিন্দাবাদ

  • @Meriacraft
    @Meriacraft 28 дней назад +1

    বান্দৰে মানুহৰ উন্নয়নৰ কথা চিন্তা নকৰি নিজৰ প্ৰজাতিৰ বিষয়ে চিন্তা কৰিছে এইটোয়ে স্বাভাৱিক

  • @jyotirekha.bhuyan
    @jyotirekha.bhuyan Месяц назад

    গৌৰব গগৈ জিন্দাবাদ

  • @AngarajMukut
    @AngarajMukut 23 дня назад

    বান্দৰেহে বান্দৰৰ মূল বুজে॥😊

  • @user-oj4kr6wf7j
    @user-oj4kr6wf7j 26 дней назад +1

    Gourab Gogoi Jindabad

  • @user-xi7uf9jy3v
    @user-xi7uf9jy3v 29 дней назад

    ঠিক কথাই কৈছে দে নিজৰ কাম কৰিবলৈ পঠায়ছে কথা খিনি নিজ মুখেৰে কাৰণে ধন্যবাদ

  • @user-sk8dv5tk8r
    @user-sk8dv5tk8r Месяц назад +1

    Gaurav gogoi winner

  • @nelegend5044
    @nelegend5044 2 дня назад

    Medical কলেজ বোৰ সহজ সৰল মানুহক আভুৱা ভাৰিবলে পাতিছে। সামান্য আঘাততে অসমৰ বাহিৰলে গৈ চিকিৎসা কৰে মন্ত্ৰী বিধায়কে বোৰে । গতিকে বুজিবলে বাকি নাই সাধাৰণ জনতাৰ

  • @chandradas8077
    @chandradas8077 23 дня назад

    গৌৰব গগৈ জিকিব

  • @Kulajancr
    @Kulajancr 28 дней назад +1

    Gaurav Gogoi zindabaad

  • @gsgopalgogoi1590
    @gsgopalgogoi1590 24 дня назад

    ভাল🥰লাগিল❤❤❤

  • @RakeshTayung
    @RakeshTayung Месяц назад +1

    Gourov, zindabad,

  • @rameshdeka6603
    @rameshdeka6603 Месяц назад +1

    Emandine ki karila jorhatat ako jikiba noara

  • @kanthabhushanbonia9645
    @kanthabhushanbonia9645 26 дней назад

    গৌৰব গগৈ জিন্দা বাদ ।

  • @gunakantabaruah6243
    @gunakantabaruah6243 21 день назад

    যি প্ৰয়াত তৰুণ গগৈৰ চাউল খাই আছিল তেওঁৰ গৌৰৱ। কিন্তু পৰিৱৰ্তন কেৱল পৰিৱৰ্তনৰ বাবে তপন গগৈ।বঙশগত পৰম্পৰা নাইকীয়া হওক।

  • @apurbadutta4261
    @apurbadutta4261 Месяц назад +1

    1st time Gaurav Gogoi dada k vote dim.. Jorhatian hisape...amak party nelage neta lage..

  • @toponmilik9176
    @toponmilik9176 Месяц назад

    Gaurav gogoi long live

  • @DilipGoswami-ve3ow
    @DilipGoswami-ve3ow 19 дней назад +1

    ইয়াত ক্ৰমেন্ট চালো এটাওঁ B.J.P.ৰ হৈ নিলিখিলে কিয় ?

  • @user-qc1ss1qx2s
    @user-qc1ss1qx2s 28 дней назад +1

    Gaurav gogoi zindabad

  • @rajkumarpegu912
    @rajkumarpegu912 Месяц назад

    তপন ডাঙৰীয়া যোৰহাট গিবনৰ হলৌ বান্দৰৰ কথাটো দলংৰ প্ৰয়োজন এইটো হয় কিন্তু আপোনালোকৰ চৰকাৰে এই দহ বছৰত কিয় কৰিব নোৱাৰিলে আৰু অসমৰ সম্পদ ৰক্ষাৰ বাবে দিল্লীলৈ যাব নালাগে আৰু ইচ্ছা কৰিলে বিধায়ক অথবা মুখ্যমন্ত্ৰীয়ে কৰিব পাৰি সেয়ে গৌৰৱ গগৈ জিন্দাবাদ ।

  • @rajkumarpegu912
    @rajkumarpegu912 Месяц назад

    গাঁওত বিজুলি বাতি জ্বলিলে কি হব বিল আকাশলগী আৰু গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤

  • @manas_thinkapart
    @manas_thinkapart 20 дней назад

    সমস্যা উত্থাপননো কেইটা কৰিছে অ' ? মণিপুৰৰ কথা ক'বলৈ সাহসো থাকিব লাগিব ।

  • @MahendraSharma-gk8nh
    @MahendraSharma-gk8nh 28 дней назад

    তপন গগৈৰ মানৱ ধৰ্ম প্ৰসংশনীয়