Sikha sharma| Nivir sharma|Husband interview| marriage

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 155

  • @DimbanathDoley
    @DimbanathDoley 5 месяцев назад +15

    শিখা বাঈ আৰু আমাৰ দাদা মাজত থকা সম্প্ৰীতিৰ বোৰ নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ থলী হওক।,এনে আদৰ্শ দম্পতীৰ জীৱন মধুময় কৰি দিয়ক হে
    পৰম পিতা পৰমেশ্বৰ (মাজুলী)

  • @pinkyborabonia6239
    @pinkyborabonia6239 Год назад +7

    আপুনি বহুত সাহসী বাবেহে এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিলে বাইদেউ। নহ'লে আপোনাৰ দৰে কিছুমান মহিলাই মৰি মৰি জীয়াই আছে মানুহক দেখাইহে মানে জীয়াই থাকিব লগা হৈছে । আৰু আপোনাৰ interview টোৰ পৰা বহুত সাহস পালোঁ বাইদেউ 🙏🙏🙏🙏🙏🙏

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 Год назад +24

    ইমান ভাল মানুহ লগত থাকিলে একো নালাগে জীৱনত॥ সদায়ে সুখী হৈ থাকক আপোনালোক ভগৱানে সহায় কৰক সদায়ে॥

  • @rekhaphukan5617
    @rekhaphukan5617 Год назад +13

    বাইদেউ আপুনি প্ৰগতিশীল চিন্তাৰ এজন দেৱতা সদৃশ স্বামী পাইছে আপোনাসৱক শতকোতি ধন্যবাদ ।

  • @DSHaque7
    @DSHaque7 Год назад +31

    Wow! Wonderful personality 💕☺️ Go ahead mam,how bold and beautiful you are both physically and mentally as well! 👌👌🙏🙏

  • @renushyam2608
    @renushyam2608 Год назад +7

    May God bless you I like your novel

  • @mitadas6954
    @mitadas6954 5 месяцев назад +2

    পলম কৈ হলেও video টো চালোঁ ,আৰু ভাল লাগিল । শিখা বাইদেউ জীৱন কাহিনী শুনিলোঁ । বৰ্তমান তেওঁ পাৰিবাৰিক সুখী । ভাল লাগিল । সুস্থ হৈ থাকক তাৰেই কামনা কৰিলোঁ

  • @prafullachkalita3984
    @prafullachkalita3984 Год назад +5

    Salute nidhi Sara. You are a real he

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 Год назад +18

    ভন্তী শিখাৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাই মানসিক ভাৱে হতাশ হোৱা বহুতো মহিলাক প্ৰেৰণা যোগাব বুলি মোৰ দৃঢ়বিশ্বাস।

  • @ranjumoniborah2952
    @ranjumoniborah2952 Год назад +18

    মানুহজন সচাঁকৈ এজন ভাল মানুহ।

  • @SangReegVlogs111
    @SangReegVlogs111 Год назад +3

    Iman val husband pale life tu hundor koi soli jai...understanding n supportive

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 5 месяцев назад +3

    Great couple of Assam.

  • @westsideeditz_9674
    @westsideeditz_9674 Год назад

    Very simple couple but perfect and very talented family.

  • @binodkumargogoi9750
    @binodkumargogoi9750 3 месяца назад

    শিখা শৰ্মাৰ "চিন'ৰিটা" পঢ়িলো। ভাল লাগিল।

  • @dibyajyotisaikia8255
    @dibyajyotisaikia8255 Год назад +4

    চেমিম বা নমস্কাৰ । আপোনাৰ অতিথি চিনাক্তকৰণ সচাঁই প্ৰশংসনীয় ।
    আৰু আপোনাৰ অতিথিক প্ৰশ্ন সুধাৰ শৈলীটো সচাঁই মানিব লাগিব , কাৰণ আপুনি প্ৰশ্নবোৰ ঘৰুৱাভাৱে সোধে লগতে আপোনাৰ হাঁহিটো মনজুৰুৱা এছাটি মলয়া বা .....👌 আগবাঢ়ি যাওঁক

  • @manjulagoswami4254
    @manjulagoswami4254 Год назад +4

    Thanks Nivr sharma
    I respect your sur thinking

  • @mamitasaikia6194
    @mamitasaikia6194 5 месяцев назад +3

    ভাল লাগিল। আপোনালোকৰ জীৱন সুখৰ হয় যেন।

  • @kismatkour436
    @kismatkour436 5 месяцев назад

    বহুত বহুত ভাল লাগিল ইশ্বেৰ সদায়েই সুখত ৰাখক 🙏👌❤👍

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 5 месяцев назад +1

    Great video for the year of the 2024 .

  • @Nahar01864
    @Nahar01864 5 месяцев назад

    Wow wonderful husbend God bless u both

  • @nonichutia3034
    @nonichutia3034 Год назад +5

    সুন্দৰ,,,, কথোপ কঠন। বহুত২🙏 আশীৰ্বাদ ও শুভকামনা থাকিল তোমালৈ🙏

  • @hirakjyotigogoi1131
    @hirakjyotigogoi1131 Год назад +2

    He is a good person........

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Год назад +13

    সুখী পৰিয়াল। ভাল লাগিল 👍🙏

  • @sabitarajbangshi8991
    @sabitarajbangshi8991 Год назад +9

    চিনৰিতা খন পঢ়িয়ে আপোনাক ভাল লাগিছে। আপোনাৰ প্ৰতিটো কথাকে সমৰ্থন কৰোঁ।

  • @kanikamedhi5929
    @kanikamedhi5929 5 месяцев назад

    Aapuni bohut xoru n. Preme boykh namane❤

  • @reemaneog9899
    @reemaneog9899 Год назад

    Husbandjon iman bhal manoh.kotha botorate gom pua jai.sikha sarmah bohut lucky dei

  • @bornalihazarikatamuli179
    @bornalihazarikatamuli179 5 месяцев назад

    Really great..bhal lagil manuh jon

  • @NityanandaKalita-dd3qt
    @NityanandaKalita-dd3qt 5 месяцев назад

    I am very happy to your good decision ❤❤❤.

  • @NeemaRabha
    @NeemaRabha 4 месяца назад

    Be happy always nd smile. ❤

  • @Mr_Indian_gamer_itz
    @Mr_Indian_gamer_itz Год назад +4

    শিখা শৰ্মা বাইদেউৰ (চিন'ৰিটা) কিতাপ খন পঢ়ি বহুত অভিজ্ঞতা হ'ল। বাইদেউ বহুত কষ্ট কৰি ইমান খিনি পাইছেহি। বাইদেউ আৰু তেওঁৰ স্বামীৰ আহিব লগীয়া দিনবোৰ সুখেৰে ভৰি পৰক

    • @ritadas187
      @ritadas187 5 месяцев назад

      😊a😊😊😊

  • @DhayyaDas
    @DhayyaDas 5 месяцев назад

    আপোনালোকে talent ক গুৰুত্ব দি বিয়া পতাৰ কাৰণে আপোনাৰলোকৰ জীৱন সুখী হোৱাতো স্বাভাৱিক৷

  • @bijoyasaikia8632
    @bijoyasaikia8632 Год назад +7

    বহুত বহুত ভাল লাগিল।

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 5 месяцев назад +1

    বহুত বহুত ভাল ❤

  • @geetanjalibasumatari7479
    @geetanjalibasumatari7479 Год назад +2

    Val lagil bohut besi....bhogobane khodai kukhole rakhok duyuke🙏🙏🙏🥰🥰

  • @Rinku_xl_5
    @Rinku_xl_5 Год назад +10

    শিখা শৰ্মা ধনী মানুহ । বাপেক চিকিৎসক । গিৰিয়েক ইনজিনীয়াৰ ।

  • @keshabkalita9926
    @keshabkalita9926 4 месяца назад

    Sikha ba a great writer,Novalist,poet,social worker,singer,and a braini politican of entire Assam.acctually teo ajani great mainority netri o. adin teo Assam r Cabinet minister ba C.M. je hab 100 persent sure.

  • @phanidharrabha8057
    @phanidharrabha8057 5 месяцев назад +2

    বিয়াৰ আগতে প্ৰেম কৰিব নোপোৱা বাবে বিয়াৰ পিছত প্ৰেম কৰি ডাবল এক্টিং কৰি দিলা না !এই নতুন গিৰিয়েক ললা ন ! সেইজনক এৰাৰ কাৰণটো উপাৰ্জন কম এইটোৱে ন ? বিবাহ কেলেঙ্কাৰীৰে জেইল খোৱা এই অবৈধ দম্পত্তীৰ দ্বিতীয় বিবাহৰ কথা প্ৰচাৰ কৰি কাৰ কি লাভ হ'ব বাৰু ?

    • @user-wb6pb2df1z
      @user-wb6pb2df1z 11 дней назад

      Maar khai khai giriekor logot kunu suwali thakibo nuare

  • @DalimiDas-u4j
    @DalimiDas-u4j 6 месяцев назад +3

    মানুহজন ভগৱান ৰুপি ঈশ্বৰ সেই কাৰণে । সংখাৰ খন মধুৰ নিভাজ

  • @charudas947
    @charudas947 5 месяцев назад +1

    Duyojaneajir samajkhanar babe prenadayak dhanyabad

  • @rubirajkhowa7183
    @rubirajkhowa7183 Год назад +7

    বাইদেউ আপোনী কন্দুৱাই দিলে আজি। ভগৱানে বহুত সুখী কৰি ৰাখক।

  • @bijoydas5841
    @bijoydas5841 4 месяца назад

    Sikha Darma AJoni udioman great politician

  • @ambikakrishna5793
    @ambikakrishna5793 5 месяцев назад +1

    আপুনি এজন মহান ব্যক্তি।

  • @rupaghosh5051
    @rupaghosh5051 Год назад +8

    Nice video ❤️ happy family 🥰

  • @dipanjaliborah8322
    @dipanjaliborah8322 Год назад +3

    Thank you. ❤️❤️

  • @rupagogoi1929
    @rupagogoi1929 Год назад +6

    Bahut222 Thanks

  • @nonichutia3034
    @nonichutia3034 Год назад +3

    পুৰুষ জন লৈ মানে, নিবিড় বাপ 🙏জন লৈ বহুত২ ধন্যবাদ। শট কোটি প্ৰণাম জনালো

  • @bhogeswarlahon2325
    @bhogeswarlahon2325 Год назад +5

    চিনতাবোৰ বৰ ভাল লাগিল।

  • @gitanjalipathok8392
    @gitanjalipathok8392 Год назад +1

    Kothabilak bohut vl lagil Thank you baideu

  • @sumiborah9264
    @sumiborah9264 Год назад +4

    সচা কথা কৈছে বাইদেউয়ে মৰম অবিহনে জীয়াই থকা বহুত কষ্ট হয়

  • @asifurrahman1040
    @asifurrahman1040 Год назад

    Khuub bhal lagil

  • @anjananeog3136
    @anjananeog3136 Год назад +6

    ভাল লাগিল বহুত ।

  • @eloraborah4643
    @eloraborah4643 Год назад +2

    ভাল লাগিল।ভগবানে মংগল কৰক।

  • @bilatigogoi6114
    @bilatigogoi6114 5 месяцев назад

    Very very good video,.

  • @rinaburagohain126
    @rinaburagohain126 Год назад +8

    সুখেৰে থাকক দুয়ো।

  • @nabanitasarma5204
    @nabanitasarma5204 Год назад +4

    ভাল লাগিল সাক্ষাৎকাৰটো চাই

  • @swapnasadhonidar4090
    @swapnasadhonidar4090 Год назад +5

    Happy family

  • @binodkumargogoi9750
    @binodkumargogoi9750 3 месяца назад

    নিবিড় এজন মহান ব্যক্তি
    বুলি ক'লোঁ।

  • @nonichutia3034
    @nonichutia3034 Год назад +3

    সচাকে বিশ্বাস কৰা মোৰ তোমালোকৰ প্ৰেম দেখি হিংসা হয়। মানে শ্ৰদ্ধা ভক্তি আছে

  • @dipabhuyan3684
    @dipabhuyan3684 Год назад +4

    ভাল লাগিলে কথাখিনি শিখা বহুত ভাল কৰিলা জীৱন তু নিজৰ সছা কথা ভগৱানে সহায় কৰিব আশীৰ্বাদ কৰিছো

  • @ranumonibaruah3182
    @ranumonibaruah3182 5 месяцев назад

    দাদা jজন বৰ গহিন আৰু সুন্দৰ

  • @rajashrisaikia9479
    @rajashrisaikia9479 11 месяцев назад +2

    ল'ৰা-ছোৱালী, মতা থকা মাকৰ নিচিনা বয়সৰ অচিনাকি পৰৰ তিৰোতাজনীক support দিবলৈ যোৱাৰ আগত নিজৰ ঘৰ খনৰ কথাহে এবাৰ ভাবি চোৱা উচিত আছিল। বৰ জনা-শুনা, কথা চহকী জনীয়ে দেখুন দুখনকৈ ঘৰ ভাঙিলে।

    • @DikshaBorah-zg5sk
      @DikshaBorah-zg5sk 4 месяца назад

      Apuni ekfam faltuonor manuj
      Apunar nisina saru sinta.magajir manuhe anekua interview saboi nalage.

    • @rajashrisaikia9479
      @rajashrisaikia9479 2 месяца назад

      ​@@DikshaBorah-zg5sk আপুনি শিখা শৰ্মাৰ নিচিনা মতা সলোৱা, মিঞাৰ দালাল কৰি ফুৰা মিছলীয়া এজনীক অনুসৰণ কৰি বহল মনৰ মানুহ হওঁক। মোৰ ক'ব লগা নাই। কিন্তু টকা দি recharge কৰা মোৰ ফৌনত অহা ভিডিঅ' চাই মই মোৰ comment box ত মোৰ মতামত দৰ্শাইছো যিটো মোৰ অধিকাৰ আছে। আপোনাৰ যি ক'ব লগা আছে নিজৰ box ত গৈ নকয় কিয় মোৰ box ত আহি যে ভুক ভুকাইছেহি।

    • @rajashrisaikia9479
      @rajashrisaikia9479 2 месяца назад

      মই টকা দি recharge কৰা ফৌনত অহা ভিডিঅ'ৰ মোৰ comment box ত মই মোৰ মন্তব্য প্ৰকাশ কৰিছো। যিটো মোৰ অধিকাৰ আছে। আপুনি mor box ত আহি কিয় ভুক ভোকাইছে ? নিজৰ box ত গৈ কওঁক কি ক'ব লগা আছে। আৰু যদি আপুনি বিবাহিত, আপোনাৰ ল'ৰা- ছোৱালী আছে তেনেহ'লে শিখা শৰ্মাৰ দৰে মতা সলোৱা, বহুৰূপী, মিঞাৰ দালাল কৰা মিছলীয়া এজনীক অনুসৰণ কৰি বহল মনৰ পৰিচয় দিয়ক। হিন্দুক জ্বলাই মিঞাৰ লগত কৰা আপোনাৰ বাইদেউৰ নাটক বোৰ হিন্দু মানুহে পাহৰা নাই। শিখা শৰ্মাক আপুনি অনুসৰণ কৰক আপোনাৰ অনাগত দিনৰ ভালৰ লগতে আপোনাৰ সন্তানো সংস্কাৰী হ'ব।

  • @musicworld676
    @musicworld676 Год назад

    vl lagil baideo kothabur jani

  • @chinmoyeeee
    @chinmoyeeee Год назад

    I had read her novel “Senorita” & now it’s one of my favourite ❤

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 5 месяцев назад

    বহুত ভাল লাগিল

  • @yyyy-ws9vf
    @yyyy-ws9vf Год назад +4

    Thank you Sikha ba.

  • @Pankaj-vy7rs
    @Pankaj-vy7rs 5 месяцев назад

    Nice happy famile.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +1

    Very nice and uninic Video. Bohut bohut xuvokamona jonaloo Duyu jonoke. Go ahead way to your journey. Always be positive and happiness

  • @thaneswarborah6400
    @thaneswarborah6400 Год назад +2

    ভাল লাগিল বাইদেউৰ বিষয়ে জানি ।

  • @monjumoni8330
    @monjumoni8330 Год назад +4

    শিখা বাইদেও আপোনাক বহুত ধন্যবাদ যাজিলো

  • @sofikulislam7533
    @sofikulislam7533 Год назад +4

    বহু ত ভাল লাগিল,

  • @sanowarabegum4481
    @sanowarabegum4481 Год назад +2

    God bless you

  • @UddipanGuitars
    @UddipanGuitars 5 месяцев назад +1

    ❤❤❤😂❤👌

  • @hasinamannan9085
    @hasinamannan9085 Год назад

    Semim baa 2mi j jubin daar lgt j photo upld dsa imn cute lga hoise.....

  • @momtazbegum2311
    @momtazbegum2311 Год назад +3

    Nice couple

  • @phulmayachetry7176
    @phulmayachetry7176 Год назад +3

    Perfect Couple 🙏🙏🙏👍👍👍

  • @biswajitkalita4830
    @biswajitkalita4830 4 месяца назад

    প্ৰথম বিবাহ কত হৈছিল

  • @tomserali4426
    @tomserali4426 Год назад +1

    Aapnalok.duye.hukhey.hantit.thakok.
    Thank.

  • @nonichutia3034
    @nonichutia3034 Год назад +4

    মোৰো তোমাৰ নিচিনাই ফিল, শিখা। কিন্তু আমাৰ সংসাৰত🙏 ইমান দুখ,,, স্বামী ৰ পৰা একো চাপ'ৰ্ত নাপাওঁ।

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 Год назад +2

    ভাল লাগিল।

  • @JyotikaKuli
    @JyotikaKuli 4 месяца назад

    Nice

  • @jehirulhuda3147
    @jehirulhuda3147 Год назад +4

    May He makes a safe shadow over you.

  • @binaboruah4426
    @binaboruah4426 Год назад +1

    ভাল লাগিল, ভালে থাকক সদায়!

  • @aliciadawns8535
    @aliciadawns8535 Год назад

    Bohut bhal lagil hakhyat kartu. Sikha sharmar dore hajargoraki Akhomot jonmo houk.

  • @damayantirahang4389
    @damayantirahang4389 Год назад

    Aponalokr khahok dekhi moi emanei emanei anupranot hoisu moi vavibo nowaru ..sem moru jibon to anekowae soli ase ...moi Bohot bohotei aponaloko dhoinyabado disu .mor jibonto agowai jabole apolokor xaitkar to pora moi anupranot hoisu....

  • @utpalchutia8457
    @utpalchutia8457 5 месяцев назад

    Janu love you shikha ba❤❤

  • @umadeuri6346
    @umadeuri6346 Год назад

    ❤❤❤

  • @woman178
    @woman178 5 месяцев назад

    Sikha sharma gol na char anchal square km ulal kiman km hawi revenue kiman ahe mati r khajawna hisabe

  • @bishwajitpatowary8933
    @bishwajitpatowary8933 4 месяца назад

    MP nhl nki

  • @sashibhatta5198
    @sashibhatta5198 Год назад +10

    শিখা শৰ্মাই প্ৰথম বিবাহিত জীৱনত শহুৰ পৰিয়ালক সুখী কৰিব নোৱাৰিলে আৰু নিজকেও অসুখী সজাই চটফটাই থাকিল ৷ দোষটো কোনটো পক্ষৰ সেইটো পোনচাটেই কব নোৱাৰি ৷ ভাৰতীয় হিন্দু নাৰীৰ আদৰ্শ তেওঁ গ্ৰহণ কৰিব নোৱাৰিলে অথবা তাৰ বাবে ইচ্ছা নকৰিলে ৷ সেই সময়তে শৰ্মা উপাধিৰ অভিযন্তাজন শিখাৰ সান্নিধ্যলৈ আহিল ৷ তেওঁ প্ৰথমে সেই অসুখী মহিলা গৰাকীকক বান্ধবী অথবা ভণীৰ স্থানত ৰাখি পূৰ্বৰ স্বামীৰ লগত ৰাখিবলৈ দিহা লগোৱাৰ চেষ্টা কৰিব পাৰিলেহেঁতেন ৷ তাকে নকৰি বিবাহিত মহিলা গৰাকীক নিবিড় শৰ্মাই পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱা অৱস্থাতে বিয়া কৰাই ললে ৷ নতুন স্বামী শৰ্মা ডাঙৰীয়াৰ দুৰ্বলতাখিনি ওপৰৰ কথা আৰু লগতে সাক্ষাৎকাৰৰ পৰা সহজে ধৰিব পাৰি ৷ শিখাক তেনে ধৰণে বিয়া কৰাই শৰ্মা ডাঙৰীয়াই নিজৰ পিতৃ-মাতৃৰ মনত দুখ দিছিল, যিটো সমৰ্থন কৰিব নোৱাৰি ৷ পৰৱৰ্তী সময়ত শিখা শৰ্মাই ( পূৰ্বে শিখাৰ উপাধি সম্ভৱত: শৰ্মা নাছিল) কি কি কৰিলে, ক'ত কেনেকৈ কি ৰাজনীতি কৰিবলৈ ললে, ক'ত গৈ কেনেকৈ ভাষণ দি থাকিলগৈ সেইটো সকলোৱে জানেই ৷

    • @dilipsarmah6810
      @dilipsarmah6810 Год назад

      Initially she is dutta, after first marriage She is dutta Saikia most probably

    • @namamyborthakur5731
      @namamyborthakur5731 Год назад +9

      আনক উপদেশ দিয়াটো সহজ যেতিয়া লৈকে নিজৰ জীৱনত তেনে পৰিস্থিতি নাহে

    • @TC-nn6sn
      @TC-nn6sn Год назад

      Sikhai ji korise thik korise. Aru. Manuhjon bor bhal koru. Hahokhi manuh. Ane manuh. . puwa hodai luck r kotha.

    • @sashibhatta5198
      @sashibhatta5198 Год назад +1

      @@namamyborthakur5731
      আপোনাৰ কথাষাৰ সত্য নহয় বুলি কোৱাৰ যুক্তি মই বিচাৰি পোৱা নাই ৷ কিন্তু এইটোও সত্য যে এঘৰৰ বোৱাৰীজনীৰ দ্বিতীয়জন স্বামী শৰ্মাই নিজ পিতৃ-মাতৃৰ ইচ্ছা পূৰণ নকৰাকৈ থাকিল ৷ নিজৰ পিতৃ-মাতৃৰ মনৰ কথা চিন্তা নকৰাটো নিশ্চয় ভাল কথা নহয় ৷

    • @junmoniphukan8966
      @junmoniphukan8966 Год назад

      Aapuni hikha r akebare usoror manuh Jen lagise.

  • @HussainAhmed-li6ph
    @HussainAhmed-li6ph Год назад

    Good

  • @bidyutchangmai8664
    @bidyutchangmai8664 Год назад +2

    Nice video

  • @Prasanta511
    @Prasanta511 Год назад +1

    Happy famili

  • @bharatisaikia1388
    @bharatisaikia1388 Год назад

    Nibir Sharma dadak thanks

  • @rehenasultana7429
    @rehenasultana7429 Год назад +1

    🙏🏻🙏🏻🙏🏻👍🏼👍🏼👍🏼

  • @ritagogoi6591
    @ritagogoi6591 Год назад

    Bohot val lagel ba uponar kothabor

    • @jutimalabarthakur6648
      @jutimalabarthakur6648 Год назад

      শিখা আৰু নিবিড় দুয়োকো "চিন'ৰিটা"ৰ যোগেদি জানিলো। এই অন্তৰংগ আলাপেও মোক দুয়োৰে প্ৰতি মোহাচ্ছন্ন কৰিলে । দুয়ো সন্তানকেইটিৰ সৈতে সুখেৰে থাকক __এয়ে কামনা । এই আলাপৰ শেষৰফালে দুয়োৱে দিয়া প্ৰশ্নোত্তৰে নিশ্চয় সকলোকে অভিভূত কৰিব ।

  • @BIPULGOGOI
    @BIPULGOGOI Год назад

    Congratulations🎉🎉🎉

  • @chandraadhikari8333
    @chandraadhikari8333 Год назад

    Hosai sikha baidew apuni thik kothai kuise... Apunar nisina Hahokhi nari hub komei.... Dadajon hub val manuh.... Apunalok hodai hukhi thakok.....

  • @dipikahandique843
    @dipikahandique843 Год назад +2

    বা আপুনি ভালে থাকক সমাজৰ হকে কাম কৰক

  • @poligogoi9607
    @poligogoi9607 Год назад

    Husbend jonor manokhikota pronam jonaisu hosakoi apunar dore manuhr aru jonmo houk..

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc Год назад +2

    শিখা শৰ্মাৰ বাইদেউ জনতাৰ বাবে এগচি চাকি হওক আৰু ভিনদেউ শলা হওক।