সৰু কাম বুলি মানুহক হাহিঁব নাপায়, chimi das interview

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • Suryakashwe gallery
    Contact+919678537911

Комментарии • 22

  • @priyojonorbandhun
    @priyojonorbandhun День назад +4

    সৰু কাম বুলি মানুহক হাঁহিব নাপায় বহুত সুন্দৰ কথা কৈছে।তাৰ উপৰিও যিখিনি মন্তব্য দাঙি ধৰিছে বৰ ধুনীয়াকৈ কৈছে ।মন চুই যোৱা গভীৰ ভাব প্ৰকাশ কৰিছে আন দহজনৰ উপকৃত হোৱাকে ধন্যবাদ তাৰ বাবে।❤❤❤

  • @tinumaisaikia1694
    @tinumaisaikia1694 14 часов назад

    চিমি দাসক বহু দিনৰ মুৰত দেখিলো ভাল লাগিছে চেমিমৰ কথা বোৰ শুনি বহুত ভাল লাগে দুয়ো গৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ❤❤🙏🙏

  • @reetzdaxx5050
    @reetzdaxx5050 День назад +1

    So so sweet ,মই সেই Serial khon চাইছিলো, বহুত বহুত ভাল লাগিছিল, নাম টো ঠিক পাহৰিলোঁ Serial khon ৰ but আমি মানে মই আৰু মোৰ husband এ একো miss নকৰাকৈ চাইছিলো, বহুত বহুত ভাল লাগিছিল, দুইজনীকে বহুত বহুত ধন্যবাদ

  • @NiharikaBuragohain-z7y
    @NiharikaBuragohain-z7y День назад +1

    সৰলতাৰ মাজেৰে বুজাই দিছে.. বহুত ভাল লাগিল❤

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 2 дня назад +1

    বহুত দিনৰ পিছত দেখিলো চিমি বাক । ভাল লাগিল দেখি। সচাকৈ বহুত ধুনীয়া লাগিছে👌 শিৱসাগৰত থিয়েটাৰত হওতে বা মোৰ মা ঘৰতষ আছিল। বহুত ওচৰৰ পৰা লগ পাইছোঁ বাক 😊 বহুত ভাল হয় তেওঁ❤

  • @ritagogoi64
    @ritagogoi64 День назад +3

    Sini pau.tekhetor kun mur apunar serial khon r avinoi sai bor val lagisil.

  • @ChimaSonowal
    @ChimaSonowal 13 часов назад

    কোন মোৰ আপোন চিৰিয়েল খন পৰা তেওঁ মোৰ প্ৰিয় অভিনেত্ৰী ❤❤❤

  • @Shortsandvideo97
    @Shortsandvideo97 День назад

    Simi barman baak aniba aru Rekhashurti nath baak o aniba plzzzz❤❤❤ love from Darrang

  • @reetzdaxx5050
    @reetzdaxx5050 День назад

    Yes ,Simi এ নন্দিনী ৰ cover girl হোৱা ৰ সময়ত মই সখী আৰু নন্দিনী ৰেগুলাৰ লৈ আছিলো but মানুহে মেগাজিন বোৰ খুজি নি উভতাই নিদিয়ে বাবে মই নিকিনা হলো,মোৰ সেই মেগাজিন খন কোনোবাই নি নিদিলে etiya podcast টো চাই মনলৈ আহিছে আৰু বেয়া লাগিছে

  • @mamonibailung8807
    @mamonibailung8807 День назад

    চিমি বা,কোন মোৰ আপোন ত চাই বহুত ভাল লাগিছিল। নিয়মীয়া কৈ চাইছিলো

  • @utpalchutia8457
    @utpalchutia8457 14 часов назад

    Moi lg paixu ❤

  • @upakulparashar8628
    @upakulparashar8628 День назад +2

    Munmi kalita baa r interview labason please 🙏

  • @NabanitaBordoloi-w4n
    @NabanitaBordoloi-w4n 2 дня назад +2

    বুজায় -বুজিয় অভাৱ

  • @shashankrajbongshi6181
    @shashankrajbongshi6181 День назад +1

    nice video

  • @MunmiBora191
    @MunmiBora191 День назад

    ❤❤❤❤❤

  • @nilakshipalak
    @nilakshipalak День назад

    Bor val lagil

  • @SimaDas-og2jq
    @SimaDas-og2jq День назад

    Nice video

  • @Pinkyborah-mb3uz
    @Pinkyborah-mb3uz День назад

    ❤❤

  • @Lilmisasyy
    @Lilmisasyy 21 час назад

    Ba adin pranjana dutta bak loi ahibasun

  • @bornalidas6693
    @bornalidas6693 День назад

    Simi bak Mur Val lage

  • @parashgogoi2076
    @parashgogoi2076 День назад

    Oi simi ki khbr tur

  • @BuliSaikia-h3v
    @BuliSaikia-h3v День назад

    Pallabi medhi k anibasun