ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰা দিহানামৰ দলটোৱে ক'ত পৰিৱেশন কৰিলে দিহানাম ?
HTML-код
- Опубликовано: 8 май 2022
- ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰা দিহানামৰ দলটোৱে ক'ত পৰিৱেশন কৰিলে দিহানাম ? DIHANAAM ।।দুলীয়াজান ক্লাৱ ।। শিল্পী বন্তি বড়া ।। MAYABINI ।। দিহানাম # DIHANAAM #
Развлечения
সঁচাই ভিডিওটো খুউব সুন্দৰ হৈছে। প্ৰণৱজিত বৰালৈ আন্তৰিক ধন্যবাদ জনালোঁ।
Hunile huni thakibor mon Jai...hundor kontho aponar...Moro mon Jai..
আমাৰ অনুস্থান তি কেমেৰাত ধৰি ৰখাৰ বাবে প্ৰনৱজোতিক ধন্যৱাদ জনাইছো
অতুলনীয় 💖🙏💖🙏
বহুত ধুনীয়া বাঁহী বজাইছে অ।হিয়া জুৰ পৰি যায়।
অমিয়া কলিতা নেওগ বাইদেক ধন্যবাদ জনাইছো। ইমান ধুনীয়া দিহা নাম ভাগ উপহাৰ দিয়া বাবে।
ধন্যবাদ
Bohut dhunia Bahi Bojaise dei Hiya sui goise.
Val lagil
Iman hundor hoise kbole aku nai aru hunile huni thakibor mon jai
Eman dhunia sringkhola poribekht naam gaise bohut bohut 🙏♥️♥️♥️
ধন্যবাদ
Bohut val lagil video tu sai 👌
Val hoise toi aag bahi jaa mur aakhirbad hodai ase tur lgt🙏🙏❤
সুন্দৰ পৰিবেষণ ৷ সকলোকে ভক্তি সেৱা জনালোঁঁ ৷
ধন্যবাদ
Bonti baaaa mozaaa lagile dai
ধুনীয়া হৈছে।কিন্তু আপোনালোকক সকলোৱে এতিয়া যিহেতু অনুকৰন কৰিব সেয়েহে দিহানামৰ নিয়ম অনুযায়ী গামোছাখন এনেকোৱা নলব।এটা আগত ফুল থকা অসমীয়া প্ৰকৃত গামোছাখন লবচোন
বৰ সুন্দৰ 🙏🙏
ভাল লাগিল সকলো লৈকে ভক্তি ভৰা জনাইছোঁ
ধন্যবাদ
Bohut dhuniya hoisy
কৃষ্ণ কৃষ্ণ 🙏🙏 অতি সুন্দৰ ,,👋👋👋👌👌
Bor hundar
সুন্দৰ হৈছে
বহুত সুন্দৰ হৈছে
ধন্যবাদ
Bahut val haisy
অতি সুন্দৰ।
Mozza lagil sai,,,dhuniya hoise dei bohut...God Bless
Thanks
সুন্দৰ
কৃষ্ণ ৰাম ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম কৃষ্ণ
ATI sundar .
Dhunia hoise
Sundorkontja
সুন্দৰ। 🙏🙏🙏🙏🙏🙏🙏🙏
আমাৰ অনুস্থানটো কেমেৰাত ধৰি ৰখাৰ বাবে প্ৰণৱজিত বৰাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
বৰ ভাল লাগিল।
ধন্যবাদ
সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ দুলিয়াজান ক্লাবৰ মহিলা দিহানামৰ দলটি যাতে আৰু আগুৱাই যাব পাৰে...লগতে প্ৰণবজিত বৰালৈ অশেষ ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ মূহুৰ্ত কেমেৰাত বন্দী কৰি ৰখাৰ কাৰণে..
আপোনালৈ মোৰ দুটিমান প্ৰশ্ন আছিল ? যোগাযোগৰ নম্বৰ টি দিব যদি পাৰে
.
অতি সুন্দৰ
ধন্যবাদ
Bhal lagise aru otike bhal lagil bahi badak Jon r bahi r mursanna aru dehor bhangima ... Ki Kom aru...
ধন্যবাদ
Very nice
এক নম্বৰ
ধন্যবাদ
Nice performance.
Hundor
ধন্যবাদ
কৃষ্ণ কৃষ্ণ🙏🙏
কৃষ্ণ 🙏🙏 খুব সুন্দৰ লাগিলে 👌👌
দিহা নামত তাল আৰু নাগাৰা হ'লে ই হয়
অমিয়া নেওঁগ কলিতা বাইদেউলৈ বহুতো ধন্যবাদ ইমান এটা ধুনীয়া নাম উপহাৰ দিয়া বাবে....🙏🙏
অমিয়া বাইদেউ পাব লাগিছিল পুৰস্কাৰ টু বেছি সুখি হলো হয়
Verynice
Thanks
বাঁহী বাদক জনে তিনি বছত্র পৰিধান কৰিব লাগিছিল | কলো কথাষাৰ বেয়া নেপাব |
🙏🙏🙏 কৃষ্ণ কৃষ্ণ
Bohut hun dor lagil
বাসু। বাচূ নহয় নেকি,?
🙏🙏🙏
ধন্যবাদ
India book of recordt moiu asilu...jiye negera hompurna lead loislu..eyat dekhun moi nai...
বহুত দিনৰ পাছত এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিলো। তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ।।।।।
Kindly contact number Tue dibo.mur jorhat t atta program r nimontron dibo lagai
সচাকৈয়ে ভাল লাগিল 🙏
ধন্যবাদ
😉😉😉
THANKS
Music bor besi bangi gahin haba Lage
সুন্দৰ ৷ চাবক্ৰাব কৰিলোঁ
ধন্যবাদ ককাইদেউ
পলমকৈ হ'লেও বিচাৰি পালোঁ । আপোনালোকৰ দলটিলৈ অশেষ শুভকামনা সদায়ে থাকিব। যোগাযোগ নম্বৰটি পাৰিলে দিবছোন..... কৃষ্ণ
7002552157 দলপতি বন্তি বড়া
সুন্দৰ
হাতৰ চাপৰিয়েই মিলা নাই
অতিৰনজিত হৈছে
Apunar natune patnar holu mur senetiw jate aguai jai pauni subscribe koriba hyondhar beli
ধন্যবাদ । নিশ্চয় কৰি দিব
val lagil
অতি সুন্দৰ
ধন্যবাদ
ভাল লাগিল ,কৃষ্ণ