Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ইমান সুন্দৰকৈ নাচিছে ছাৰ জনে।আমাৰ জাতীয় সংস্কৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰাৰ বাবে অশেষ ধন্যবাদ ছাৰ। ভগবানৰ ওচৰত আপোনাৰ সুবাস্থ্য কামনা কৰিলোঁ।
ইমান ধুনীয়া নাছিছে ছাৰ আপোনালৈ অশেষ ধন্যবাদ 🙏❤️❤️❤️❤️❤️
প্ৰকৃত অসমীয়া হয় চাৰ । নমস্কাৰ আপোনাক । জাতিতোক আগুৱাই নিবলৈ চাৰৰ দৰে আদৰ্শৰ বহুত প্ৰয়োজন ।
ধন্যবাদ চাৰ। অসমৰ লোকসংস্কৃতিত আপোনাৰ নিচিনা মানুহৰ খুব প্ৰয়োজন। সুন্দৰ বিহুনৃত্য
চাৰক মানিব লাগিব , ধন্যবাদ জ্ঞাপন কৰিলো ।
অসমৰ শিক্ষকৰ প্ৰতিভা এনেধৰণৰ হব লাগে ধ্যনয়বাদ চাৰ। 🙏🙏🙏
ছাৰ জন লৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
ছাৰক ধন্যবাদ দিবলৈ ভাষা নাই।তথাপিও ধন্যবাদ ছাৰ।
ইমান ধুনীয়া লাগিছে ❤️ সচাঁকৈ বৰ ভাল কৰিছে 🙏🏿🙏🏿🙏🏿
Proud feel কৰো মই তেখেতৰ ছাত্ৰ
Hoi nki
You are so Lucky
বহুত ভাল লাগিছে ছাৰ আপোনি অসমীয়া বাপতিসাসুন বিহু পৰম্পৰা ৰক্ষা কৰিছে
বৰ সুন্দৰকৈ নাছিছে সচাই তেখেতৰ উজ্জ্বল জীৱনৰ কামনা কৰিলো
শিক্ষকজনলৈ শতকোটি ধন্যবাদ।
কিছুমান ছাৰ বেলেগ ধৰনেহে ভাইৰেল হয় ।এখেতক ওচৰত পোৱা হ'লে আদৰিলো হয় ।
Salute for the great Teacher
বহুত ভাল লাগিল ছাৰ আপোনাক এনেকৈ দেখি 😍😍😍
Bohut val lagil ebam dhuniya bihu dance Tu dekhi tq DY Dance Tu amaloi aagborowar babe God bless you sir
ধন্যবাদ ছাৰ আপোনাক লগতে বিহু নাচ শিকা বাইদেউ আপোনাৰ টপ তোৰ আৰু অলপ পৰা হ'লে ভাল লাগিল হয় আপোনাৰ তপিনা দুখন ভালদৰে ৰাইজে দেখাই নাপালে
আপোনালৈ অশেষ ধন্যবাদ ছাৰ।
ভাল লাগিল, ছাৰক লগ পোৱাৰ আশা থাকিল ,,,, 👍👍👍👍
তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিলো 🙏🙏🙏🙏
বহুত ধুনিয়াকৈ জানে চাৰে ছোৱালীৰ নিচিনাকৈ নাছিছে ভাল লাগিল ছাৰ
ছাৰলৈ বহুত বহুত ধন্যবাদ
অৱশেষত নিউচেনল পালে ভিডিওটো। ভিডিওটো বহুত লাগিছিল।
A Culture is a Soul of a Nation. Very good sir. Proud to you.
Agoloy বিহু নাচ শিকাই জোৱা ছাৰ্ আমাৰ আশিৰবাদ থাকিল
Bohut Val lagil sir....thanks
Xosakoi bohut val lagil.. Eman dhuniake bihu nosa dekhi ♥️
চাৰলৈ অশেষ ধন্যবাদ
Sir jone kintu mjja nasise,,,suali burot koi mast hoise 😍😎
Selute sir bohute vl lagise ❤️❤️❤️ lovely aru aguwai jowa ❤️❤️🙏🙏🙏
খুব সুন্দৰ
Hsakoi bor hundor..
এনেকুৱা হব লাগে শিক্ষা গুৰু সকল।
ইমান ধুনীয়াকৈ নাচিছে ছাৰ জনে
সুন্দৰ দেই ছাৰ বৰ ভাল লাগিল👌👌
বহুত ভাল লাগিল চাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ
বহুত ভাল লাগিল। ধন্যবাদ জনালো ছাৰক
অতি সুন্দৰ
ধুনীয়া❤
প্ৰণাম জনালোঁ ছাৰ ☺️🤗👍🏻👈🏻🙏🏼🙏🙏🏿🙏🏾🙏🏽
এইবোৰেই হৈছে আমাৰ অসমীয়াৰ গৌৰৱ 😌❤️
অপূৰ্ব
Dhuniya lagise aneka sir paboloi
Bohut protibhaban de sir jon,amarei sir hoy
সুন্দৰ
ভাল লাগিল।
Dhonyabad sir🙏🏼🙏🏼
বহুত ভাল লাগিল
Nice🙏🙏🙏🙏🙏
খুবেই সুন্দৰ নিদৰ্শন 🙏
Great Sirji.
bahut thanks
এই চাৰ জনক মই আঁতৰৰ পৰাই সেৱা আগবঢ়ায় ছো
Bondhu ahiba amr tat . Amr ghr or xonmukht ashini dar ghr
🙏🙏🙏🙏🙏
Anakua hbo laga sir !!! apunak proud koru
Great sir🙏🙏🙏
Thank you sir.
Khub dhuniya sir
Khub sundorAkhetor dore manuhok amar sorkare ako pod dib nuware.. Kintu ako gyan nohowa sokolok dangor dangor podot bohuwai thoise
Bohut xundr hosai sir
ছোৱালী য়েও নোৱাৰিব এওৰ লগত
Salute for the great teacher
Vall hoy SAS
ধন্যবাদ ছাৰ
অসমীয়া জাতিৰ গৌৰব হয় তেখেত , আপোনাক নমস্কাৰ জনালো চাৰ 🙏
Very good Thanks
Sir r bihu dance to bohut majo lagise
Aswini sir Mushalpurot o ahi thake. Bahut val sir a
Sundor.
Bohut vl lgil sai.
Sir you are great god bless you
Mzah🔥😌
Hasai hundor hoise
Good very good
dhuniya sar ....
Vl lagise bihu bihu lagise
Bhut val lagil sir
Bor sundor sir... 🙏
সুন্দৰ 👍
Wow bhut dhunua nasise sirok 🙏🙏
Great contribution sir
Bhal lagil proud of you sir❤️
Wow sir🙏🙏🙏🙏🙏❤️❤️❤️🔥🔥
Salute sir
Thank you sir
Very good sir
Moja❤
God bless you sir
Thanks. Sir
Nice👍👍👍
Thanks very good
Apunak bhut 🙏🙏🙏🙏
Val lagil sirk
Gd job
Very nice sir
Val lagile bhut
Great sir.
Heads off sir
Mojaa,
Good 😍😍
মজা
Good axomor bihu buli kole amiu boliya hoi jau jodiu bahirot thaku bihur karone axomot jam
Very nice

Anakua hbo laga sir !!!
apunak proud koru
Great sir🙏🙏🙏
Thank you sir.
Khub dhuniya sir
Khub sundor
Akhetor dore manuhok amar sorkare ako pod dib nuware.. Kintu ako gyan nohowa sokolok dangor dangor podot bohuwai thoise
Bohut xundr hosai sir
ছোৱালী য়েও নোৱাৰিব এওৰ লগত
Salute for the great teacher
Vall hoy SAS
ধন্যবাদ ছাৰ
অসমীয়া জাতিৰ গৌৰব হয় তেখেত , আপোনাক নমস্কাৰ জনালো চাৰ 🙏
Very good Thanks
Sir r bihu dance to bohut majo lagise
Aswini sir Mushalpurot o ahi thake.
Bahut val sir a