Viii পাছৰ লেবেল 😎 খণ্ড: ৫, Assamese Comedy Video by Black And White 2023
HTML-код
- Опубликовано: 8 фев 2025
- এইটো এটা ধেমেলীয়া ভিডিও। ইয়াৰ কাহিনী সম্পূৰ্ণ কাল্পনিক। ভিডিও টো চাই কেনে পালে কমেন্ট বক্সত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ক্ষমা কৰি দিব।
#blackandwhite
যদি আপুনি আমাৰ লগত Connect হৈ থাকিব বিছাৰে, তেন্তে আমাৰ Facebook Page "Black_and_white" Follow কৰি লওক।
Story: Bikash das, Pankaj, Jaan deep
Direction: Bikash