2024 ot এই গান টো শুনিবলৈ বহুত আশা কৰী আছিলোঁ,,,,,,,,, 🤗বহুত ভাল লাগিল,,,,,,,🥰,,,এই নিচিনা আৰু গান শুনিবলৈ আশা কৰিলোঁ,,,,,,,,🙂😎this great song assames,,,,,,🤞
Aoti hundor ki kotha ki hur hunile huni thakib mon jai ❤️♥️ okheh dhonyabad thakil amar torani gaonor bondhu bandhobi moromor dada baideu hokoluke coment tor jugedi mur falor pora morom jasilu aru next ahib loga dinot aru val gan huniboli pam buli akha thakil love you jitul dada and bitu dada♥️❤️
তাহানিৰ দিনৰে পৰা গান টো শুনিবলৈ আশা এটা আছিল আজি সেই আশা পূৰণ হল ❣️🤞 ধুনীয়া লাগিলে জিতুল দা❤
🎉
বহুত ভাল লাগিছে গান টো জিতুল দা 👍👍👍👍👍👍
ভাল লাগিলে দেই ভাই জীতুল ,আগুৱাই যোৱা . শুভেচ্ছা থাকিল .
সুন্দৰ অতি সুন্দৰ এই গীতটোয়ে নিশ্চয় কিবা এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিব ।
😮maja Bihu gala
Val lagil gantu huni vabisate aru aguwai juwa dada aru vaiti👏
Bhut hundor
ভাল লাগিছে দেই বহুত দিনৰ পিছত এনে গান সোনিৱলৈ পালোঁ আজি জদিয়ো অসমৰ বাহিৰত আছোঁ মই এদিন দিজেট বজাৱলৈ অনোৰুধ কিৰিম ৰৱা
বৰ বাও পালুং দেই আতা❤🎉
Mijjjaaa vaii.. enekua gan aru ahibo buli akha thakil.👍👍
তোমালোকৰ সকলো লৈ বহুত বহুত ধন্যবাদ জনালো.....
ইমান ধুনীয়া এটি বিহু গান উপহাৰ দিয়াৰ বাবে....
আশা কৰো অনাগত দিনতটো এনে সুমধুৰ বিহু গান শুনিব পাম বুলি....
শেষত তোমালোকৰ সকলো লৈ মৰম আৰু শুভেচ্ছা যাচিলো।
❤❤❤❤
বহু দিনৰ অপেক্ষাত পাই গলো ফাইনেলি। ❤❤❤❤ বিচুটিকে বাও লাগিছে বুইচুং
Nice❤❤❤
Nice jitul
সুন্দৰ সকলো লৈ ধন্যবাদ থাকিল। আগবাঢ়ি যোৱা ❤🎉
সুন্দৰ বিহু দেই।কলিজা সমসমাই যায়
ভাল লাগিল
সুন্দৰ ক
আতি কৈ সুন্দৰ গানৰ হুৰ জিতুল দা Iam like comment seyar me ❤❤❤❤❤
😂😂😂😂
ইমান সুন্দৰ বিহু গীত শুনি শুনি আমনি নালাগে, আশা কৰিছো আৰু সুন্দৰ সুন্দৰ গীত শুনিবলৈ পাম বুলি 👌👌
Val lagil dei, Ako nasibo mon gl ..
Moja de dada ❤❤❤❤❤ I love you
Moja jitul da❤
বহুত সুন্দৰ হৈছে।বহুত বহুত ভাল লাগিল শুনি।❤️❤️🌹🌹
Congratulations ata🎉🎉🎉
Bohut bhal lagil ...super&energy voice of nitul... very nice ❤❤
বহুত ভিল লাগিল মৰান বিহু নাছ চাই।আৰু গান শুনি ।আশা কৰো আগলৈ ও শুনিবলৈ পাম।আৰু আগলৈ এনেকৈয়ে আগুয়াই যোৱা।ওজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো
বহুত বহুত শুভেচ্ছা জনালোঁ
বহুত বহুত ভাল লাগিছে দাদা ❤️❤️
আৰু আগবাঢ়ি যাওক 👍 শুভেচ্ছা জনালোঁ ❤️
বন্ধুৰ বহুত বহুত ভাল লাগিল গানটো শুনি👍👍
আৰু আগৰুৱেই যোৱা আশা থাকিল♥️ লগতে আগতিৰাকৈ ৰঙালী বিহু শুভেচ্ছা থাকিল🙏🙏🙏🙏
সুন্দৰ এইয়া হে মৰাণ বিহু
সুন্দৰ কন্ঠ আতা ভাল লাগিল।
মৰাণ বিহু বহুত ভাল লাগিল
সুন্দৰ অতি সুন্দৰ আশা কৰো আপোনালোকে আগুৱাই যোৱা 🎉❤🎉❤🎉❤🎉❤ ।।
আতা বহুত দিনৰ পৰা ৰৈ আছিলোঁ বহুত ভাল লাগিল শুনি ,মই মৰাণ বিহু বহুত ভাল পাওঁ আৰু ভাল ভাল মৰাণ বিহু গাই যাব সোণ
ভাল লাগিল বিহুগানটো শুণি।
সুন্দৰ ককাইদেউ ।❤
Mojja lagise
বিহুৱা কেইজন বেছি স্ফূৰ্তি নাচনীৰ সিমান নাই হলেও বহুত ধুনীয়া হৈছে |
Hundor❤❤❤❤ 19 congratulations
সুন্দৰ 💖 2:27
সুন্দৰ লাগিল। আন্তৰিকতাৰে ধন্যবাদ জনালো।
বহুত ধুনীয়া কে গাইছে অন্তৰ চুই গৈছে৷
বিয়া খন পাতি নলবা দেই ইমান সোনকালেই। সুন্দৰ প্ৰতিভা আচে।
Bohut val lagil huboloi jitul da
Eyo hy na...dintu huli hopai no
ধুনীয়া হৈছে জিতুল দা, বিহু বিহু লাগিছে song টো শুনি আশা কৰোঁ আগলৈ আপুনি আৰু song আমাৰ মাজলৈ এনেকুৱা মৰাণ song আগবঢ়াই যেন তাকে কামনা কৰিলো।।
❤Love You ❤
মৰাণ লৰা মৰাণ বিহু বলিয়া।।।
সুন্দৰ ভাই শুভেচ্ছা জনালোঁ❤❤❤
Val lagil dei ❤❤
বহুত ভাল লাগিছে 🥰💥❤❤❤.........
ধুনীয়া লাগিছে, 1:31
খুব সুন্দৰ লাগিল বিহু ফাকি ❤❤ ।
val lagil dadaa
❤❤❤❤😊
Bohut dhuneya lagesa
ধুনীয়া , বিহু এনেকৈ জীয়াই ৰাখিবা
❤❤❤❤
ঐ নাচনী বহাগ ৰে বিহুতি ...😊😊 হুহুৰ হুহুৰ... মজা
Eai bohut mojja
সুন্দৰ ককাই ❤️ আগুৱাই যোৱা ❤️
2024 ot এই গান টো শুনিবলৈ বহুত আশা কৰী আছিলোঁ,,,,,,,,, 🤗বহুত ভাল লাগিল,,,,,,,🥰,,,এই নিচিনা আৰু গান শুনিবলৈ আশা কৰিলোঁ,,,,,,,,🙂😎this great song assames,,,,,,🤞
Mojaaa video 📸 you ❤❤❤❤
Aru lage dai. Moja❤❤❤
Mojja
Amar moran bihu aal time favourite ❤❤❤❤
Mja lagise
Hundor bhai
গানটো শুনি বহুত ভাল লাগিল দাদা❤❤আগলৈ আৰু এনেকুৱা বিহু গীত শুনিবলৈ পাম বুলি আশা থাকিল।
সুন্দৰ হৈছে, বিহু বিহু লাগিছে গাত
hundor
সুন্দৰ, বহুত ভাল লাগিল
বহুত সুন্দৰ হৈছে,আৰু আগবা হি যোৱা
বহুত বহুত ভাল হৈছে দেই ভায় হত ,আগুৱাই যোৱা❤
Very nice gan👍👍👍
😂😂😂😂
ধুনীয়া দাদা ❤❤❤❤
Moja
Very nice 👍 songs Bihu loi mont pori gol dai ❤❤❤❤❤
❤❤🎉🎉কেকাই তুমি জুই 🎉🎉
Hundor❤❤
মজা বহুত দিনৰ পৰা ৰৈ আছিলোঁ
বৰ বাও লেগিলে ❤
খুব সুন্দৰ লাগিল |অভিনন্দন জনালো
বহুত ভাল লাগিছে, ভাই সকল jai aai Akhom
Moja moja Ahru ahguya juya dada 🔥🔥
Ultimate dada love from dibrugarh ❤❤❤❤❤
অতি সুন্দৰ লাগিছে ককাইদেউ ।
আৰু এনেকুৱা আগলৈ পাম বুলি আশা থলো ।
Huniboloi bohut val lagil. Bitopn sadak dekha palu Bohudinor morot
বহুত বাউ লাগিলে দেই ভাইতি আগলৈ আৰু ভিদৌ চাব পাম বুলি আশা ৰাখিলোঁ ❤❤❤
গানটো বহুত ভাল হৈছে দদা।আশা কৰো ভবিষ্যতে আপুনি এনেকুৱা আৰু গান উলিয়াই আগ বাঢ়ি য়ায়।
বহু অপেক্ষাৰ অন্ততঃ আহিল
ভবাতকৈও বহু ভাল হৈছে 😊
Aru lage gan
বহুত সুন্দৰ হৈছে বহুত বহুত ভাল লাগিছে শুনি ❤বলেই ❤❤❤
Ufff ki dhuniaaaa. Ankua bihu gan pale akua nlge ruu❤
Aoti hundor ki kotha ki hur hunile huni thakib mon jai ❤️♥️ okheh dhonyabad thakil amar torani gaonor bondhu bandhobi moromor dada baideu hokoluke coment tor jugedi mur falor pora morom jasilu aru next ahib loga dinot aru val gan huniboli pam buli akha thakil love you jitul dada and bitu dada♥️❤️
সুন্দৰ উপস্থাপন আগবাঢ়ি যোৱা।
ভাল লাগিল জিতুল,লগ পাম কেতিয়াবা।
Nice 😍
ভাল লাগিল বহুত ❤❤ শুভেচ্ছা যাচিলোঁ ককাই লৈ 🎉🎉
Tamam dei🥀
Jui aru
আমাৰ বাবে এইবোৰ হে গান,, গাঁৱলীয়া মানোহ আমি,,হীয়া উজাৰী নাচিম,,
Bohut val lagil dei gantu jitul da and all friends 😊