Dada apunikua mta amr ghorrt 1% bastu dux nai tothapio ghorr 4taprani gutai gitai sirugia mak hoi ji noimitro karjyo koribloga xkluxini prti dina palon koru kintu aji loi bamara log ara nai 28bosria b a pas loratu dripason rugt akrant Kintu aka ximar manuh ghorr 100% bastu dux daxa paisu .xihotr ajiloi xruxura bammarr bada dhondhan a to z akuhora avbab nai jastho gutai gitai dintut 10%lukr anisto koratai bastro aitu kiobaru?jonabsn .xihota amak kukrmo krisanaki baru upai dibsn please
Amar dokhin dixot pani tanki aase pokar.. Atiya vangibotu nuaru so iyar kiba upai aasene? Ata vdo bonabo j vastu xonmoto nuhua poki ghr buror upai ki kribo lagivo.. Coz ata ghr vangi bonua zohoj nhy.. It's a small request frm yr reguler vewer's....
Val lagil
💯 right
Thank you sir
🙏🙏
Bahut bahut dhanyavad sir🙏🙏
Many Many Thank You Sir
Dhanyabad sir
Very informative video 🙏🙏🙏🙏
Bor val lagil
Bahut. Val. Lagil
Bhal lagil gom pai ....
বৰ ভাল লাগিল 🙏🏿
মই ঘৰত হালধিৰ পানী ছটিয়াই পৰা ঘৰৰ হালধিৰ কাজিয়া নোহোৱা হৈছে 7:25
Ghrr South West tt ki rakhibo lage, ki ki nalage please jnabo
বহুত ভাল লাগিল 🙏
Ssaaae
100 % right sir..... Mur গাঁওখনত moi bohut dekhisu....
Panir out tanki ba out pipe kun dikhot hole vaal hoi?
Bohut bohut djanyabad Sir
Thanks sir apunar videoi muk bohu khetrot upokar paisu giman pora jai korisu
Rangalir subhesa subhokamona polom koi pothalu
Bhut val lagil video to notun kotha ata janible pai❤❤
আপোনাৰ দিহা বোৰে উপকৃত কৰিছে ৰাইজক। ধন্যবাদ জনালোঁ
Ghoror dokhinpochim kunot dukan hobone?
Amar ghoror SW side tut Shiva thapona ase..atorabo lagibo neki baru
নমস্কাৰ।
Bhout bhout bhal lagil.
Pun prothome Akhomiya nobo borkhor khuvesa u Bohag Bihur ulog jonalu aapunar logote Apunar poriyal hokoluke kotha khini jani val lagil dirghayu kamona korisu koxle thakok 🙏🙏🙏
bohut bohut dhunobad logote Ronggali bihur hubesha jonalu ...🙏💮🌹🏵🌺🌻
ভাল লাগিল
ধন্যবাদেৰে প্ৰতি শুভেচ্ছা জনাইছো ।
Bor vl kotha kola sir
Nice thanks
Dhokhin posim fale nola aase.. uutor hoi pube di uulai jai pani... kiba okhobidha hobo niki jonabosun...
ধন্যবাদ চাৰ। চাৰঅনুগ্ৰহ কৰি জনাব চোন যে মৃতকৰ ফটোখন কোনো দিশত ৰাখিব লাগে
দক্ষিণ পশ্চিম কোণৰ পশ্চিম দিশত ৰাখিব লাগে মৃতকৰ ফটোখন। তেখেতৰ এইটো ওপৰত ভিডিঅ' এটা দিয়া আছে চাবচোন
Val lagil...
অতি সুন্দৰ মহাশয় 🙏 🙏
Aru flat t bhara thakile ..ki hisape dhorim.pls jonabo.
ধন্যবাদ দাদা । ব'হাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 😊😊
বহাগ বিহুৰ ওলগ আৰু শুভেচ্ছাৰে । ৰঙালী বিহুত উপহাৰ পোৱা এই vedio টোৱে সঁচাকৈ জীৱনৰ ধন সম্পতি বঢ়াব পাৰে নাই নাজানো কিন্তু পুলিটো গঢ় দিয়াৰ বাসনা নিশ্চয়কৈ মনত থিতাপি লৈছে।
Akebare hosa kotha
মোৰ ঘৰ ৰ পৰা ওলোৱা পানীৰ পাইপ কেইডাল দক্ষিণ পশ্চিম দিশত আছে .. এতিয়া কি কৰো plz পৰামৰ্শ এটা দিব 🙏🙏🙏
Vl lagil
❤
বৰ ভাল লাগিল ।কিতাপ এখন লাগিছিল
Happy bohag Bihu sir
Koiyna rhashi
Aapuni deep breathing kio kori thaake maaje maaje
Pani Kun dikhot bohabo lage ata video bonabo sn sir
বিল , জলশয় এইবোৰ দক্ষিণ --পশ্চিম দিশৰ পৰা কেনেকৈ আতঁৰাব পাৰি ? ইয়াৰ প্ৰতিকাৰ আছেনে ?
Good 👍👍👍Happy rongali bihu
Amar ghrr pasim fale pukhuri ase beleg manhr .ki upy ase janabo
প্ৰথমে দাদা আপোনালৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ, এই বিহুৰ বতৰত ইমান এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল দাদা
ৰঙালী বিহুৰ শুভেচ্ছা জনালো আপোনাৰ বিহুৰ শুভেচ্ছা আৰু ভিদিঅ টু পাই সুখী হলো 🙏
এজোপা কলগছত ২তা কলদিল ওলালে ভাল নে বেয়া বাৰু অনুগ্ৰহ কৰি জনাব চোন ।
Sir Amar gharat bhag mahat sarisokiya khru gari akhan lombuli bhabisu vastu mote bhagt kintu Bart lole vhal
মোৰ দক্ষিণ পশ্চিম দিশত লেট্ৰিনটো আছে কি উপায় কৰিব লাগিব জনাবচোন।
Hoi jonabo sun amr same
👍👍🙏🙏
ধন্যবাদ দাদা কথাখিনি বুজাই কোৱাৰ বাবে ☺ ৰঙালী বিহুৰ ওলগ জনালো ❣️
আপোনাৰ পৰা বহুত ভাল কথা জানো চাৰ ।আপোনাৰ সপৰিয়ালৰ ক ৰঙালি বিহুৰ শুভেচ্ছা থাকিল🙏🙏
আলহী বহা কোঠা কোন দিশত হোৱা উচিত জনাবচোন
100% সচাঁ কৈছে।
ভাল লাগিল। ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ।
Dada apunikua mta amr ghorrt 1% bastu dux nai tothapio ghorr 4taprani gutai gitai sirugia mak hoi ji noimitro karjyo koribloga xkluxini prti dina palon koru kintu aji loi bamara log ara nai 28bosria b a pas loratu dripason rugt akrant
Kintu aka ximar manuh ghorr 100% bastu dux daxa paisu
.xihotr ajiloi xruxura bammarr bada dhondhan a to z akuhora avbab nai jastho gutai gitai dintut 10%lukr anisto koratai bastro aitu kiobaru?jonabsn .xihota amak kukrmo krisanaki baru upai dibsn please
ইমান বোৰ নিয়ম মিলাই ঘৰ বনাবলে অলপ অসুবিধা হয় আমাৰ বাৰি খন নিমিলে।
Amar dokhin dixot pani tanki aase pokar.. Atiya vangibotu nuaru so iyar kiba upai aasene? Ata vdo bonabo j vastu xonmoto nuhua poki ghr buror upai ki kribo lagivo.. Coz ata ghr vangi bonua zohoj nhy.. It's a small request frm yr reguler vewer's....
মোৰ ল'ৰা দুটাৰ খুবেই বেয়া চলি আছে ত্ৰিপাপ চলি আছে কেনেকৈ উপক্ৰিত হ'ব আৰু আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰিম
Ramadi laga
Sir,,,, আপোনাকো মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা উলগ জনাইছোঁ।
Happy bahag bihu.
Panir source kuntu dikhot thakibo lage jonai nidiye kiyo. Kot thakibo nelage heitu he koi. Kot thakibo lage nojonai kiyo
Happy bihu
লেটিনৰ টেঙ্কী কোন দিশে হ'লে ভাল হ'ব আৰু গা ঘৰৰ কোন দিশে হ'লে ভাল হ'ব জনাবচোন।
Y e s
দক্ষিণ মুখী ঘৰ হলে পানী কোনফালেৰে ওলায় যাব লাগে?
মই ফ্ৰেটত থাকো।ঘৰৰ মুল দৰজাখন দক্ষিণ পশ্চিম কোণত আছে ।যদি বাস্ত সন্মত নহয়, প্ৰতিকাৰ জনাবচোন
আপোনালৈও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏
Pani dikh kun tu
Sir apunak ghrt matib bisarile keneke contact krim Fon to dekhun rcv nkre
আমাৰ ঘৰৰ দখিন পশ্চিম কোনত বাথৰুম আছে ভালনে বেয়া কবচোন ছাৰ
বহুত ভাল লাগিল ছাৰ 🙏 আপোনাৰ পৰা সদায় বহুতো নতুন কথা জানিবলৈ পাই নিজকেই ধন্য মানিছো, আপোনাক অশেষ ধন্যবাদ ছাৰ আৰু আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো 🙏🙏
কিতাপ খনৰ দাম কিমান হব বাৰু জনাব
কিতাপৰ কপি এটা সংগ্ৰহ কৰিব লৈ চেষ্টা কৰিম, বহুত সময়ত আপোনাৰ ভিদেও চাই মন টো ভালো লাগে কিন্তু আমাৰ ঘৰ বোৰ বাস্তু সন্মত ভাবে একেবাৰে সঠিক দিশত নহয় বাবে বহুত সময়ত বেয়া লাগে, মানুহ জনেও বিশ্বাস নকৰে
ধন্যবাদ আপোনাৰ পৰামৰ্শৰ বাবে ৷ মোৰ ঘৰৰ দক্ষিণ পশ্চিমত ওপৰলৈ চিৰিটো আছে , অসুবিধাত পৰিম নেকি , জনাবছোন ৷
ৰঙালী বিহু শুভেচ্ছা থাকিল sir😊
মনত ৰাখিব দক্ষিন পশ্চিম দিশতটো ৰাহুৰ দিশ৷এই দিশটোৰ ওপৰত বিভিন্ন বাস্তবিদৰ বিভিন্ন মতামত৷ এই দিশটোৰ ওপৰত এতিয়াও বহু reasearch ৰ প্ৰয়োজন আছে৷
স্থান✅/স্হান 👈নহয়,সম্পত্তি✅/👉সম্পতি নহয় কথাখিনি শুধৰাই দিয়াৰ বাবে বেয়া নাপাব(কিবা কাৰণত লিখাত ভুল হব পাৰে!)...Thank you কথাখিনি জনোৱাৰ বাবে🙏
ATI HUNDOR DADA