শীঘ্ৰেই নিলাম হ’ব ৰাজীৱ শদিয়াৰ মাটি, পাঞ্জাৱ নেচনেল বেংকৰ ভূমি নিলামৰ যো-জা

Поделиться
HTML-код
  • Опубликовано: 28 янв 2025

Комментарии •

  • @papumoran5681
    @papumoran5681 14 часов назад +3

    👍💯 diya নহব জয় আই অসম আলফা জিন্দা বাদ

  • @AmulyaDeka-d8c
    @AmulyaDeka-d8c 3 дня назад +78

    ৰাজীৱ শদিয়াৰ মাটি খিনি বেঙ্কৰ দ্বাৰা নিলাম কৰিব খোজা কাৰ্য্যক অসমৰ অসমীয়া খিলঞ্জীয়া মানি নলয় । জয় আই অসম জিন্দাবাদ ।

  • @difulmoran9882
    @difulmoran9882 3 дня назад +54

    ৰাজিপ দাৰ মাটি ৰক্ষা ক্ষেত্ৰত মাত মতা কাৰণে পৰেশ বৰুৱা জিন্দাবাদ

  • @kD.eka.4789
    @kD.eka.4789 3 дня назад +61

    ৰাইজে ভেটা দিয়ক। মাটি নিলাম দিয়াৰ আগতে যিজন বিহাৰী অফিচাৰে জালিয়াতি কৰি মাটি খিনিৰ বিপৰীতে ঋণ প্ৰদান কৰিছিল তাক আইনৰ সহায় লৈ অসমলৈ আনক। বেংকে ভুল কৰিছে। গতিকে বেংকক বাধ্য কৰাব লাগিব ভুল মানুহক জালিয়াতিৰে ঋণ দিয়া বাবে ।সিহঁতৰ কৰ্মচাৰী জনৰ ওপৰত আগতে আইনসংগত ব্যৱস্থা লওক।

    • @induphukan5198
      @induphukan5198 3 дня назад +8

      ঠিক কথা কৈছে

    • @assamwebmania9191
      @assamwebmania9191 18 часов назад +2

      কাতি পেলাব লাগে সেইতোক

  • @janardanbora2803
    @janardanbora2803 3 дня назад +40

    ইয়াত কি বিহাৰী ৰাজ চলাম বুলি ভাবিছে নেকি সেইবাবে অসমত আলফাৰ প্রওজন আছে বুলি ভাবো এনেবোৰ কথাত

    • @nityaphukon112
      @nityaphukon112 3 дня назад +3

      Right

    • @AimoniChetia-s4z
      @AimoniChetia-s4z 2 дня назад

      Ulfa r proyujon nhoi ami gutei axomiyar ghore ghore Ulfa r 1jon koi hodoishyo thakibo lagibo tetia ai Bidexi jaat bur alp sidha hbo

    • @chinmoydeka5303
      @chinmoydeka5303 2 дня назад +1

      Ekdom hosa

    • @gogoisway
      @gogoisway 2 дня назад

      Mari hekh kori bhoi khabo

    • @JunChutia-h7n
      @JunChutia-h7n День назад

      সঁচা কবলৈ গলে আলফা নথকা হলে বিহাৰী মাৰোৱাৰী বহিৰাগত বণিয়াই অসমীয়াৰ অস্তিতই নাই কীয়া কৰিলে হয়।।। আলফা স্বাধীন জিন্দা বাদ।।। ❤

  • @dadulali2185
    @dadulali2185 3 дня назад +22

    কোনো কাৰণত ৰাজীৱ শদিয়াৰ মাটি নিলাম কৰিব নোৱাৰিব।দালালৰ ওপৰত কঠোৰ অনুশাসন গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনালোঁ।

  • @MainaDuara
    @MainaDuara 2 дня назад +6

    আজি আলফা স্বাধীন আছে কাৰণে অসমীয়া বুলি গৌৰৱ কৰিব পাৰোঁ নহলে বাংলাদেশী এ কেতিয়াবাই কাঢ়ি নিলে হয় আমাৰ মাটি ভেটি
    জয় আই অসম

  • @reemakakati5695
    @reemakakati5695 3 дня назад +10

    জীয়াই থাকোতে মৰ্য্যদাটো নাপালেই আৰু এতিয়া পৰিয়ালটোকো জীয়াই থাকিবলৈ নিদিয়ে । ধিক অসমীয়া ।

  • @mridupabanchutia2140
    @mridupabanchutia2140 3 дня назад +15

    এইয়াহে আজিৰ অসম!! ভয়ংকৰ কান্দ হৈ আছে অসমৰ চুকে কোনে ? সাৱধান ।🎉

  • @pranjalneog-v2b
    @pranjalneog-v2b 3 дня назад +4

    আহ ঐ আহ ওলাই আহ

  • @JunDa-u6m
    @JunDa-u6m 3 дня назад +7

    চৰকাৰে কিবা এটা কৰিব লাগে।কোন বহিৰাগত মানুহে এই কাম কৰিছে তাক ধৰি আনক।সকলো অসমবাসীৰ ওচৰত এটাই অনুৰোধ। ৰাজীৱ ককাইদেউক আমি ধৰি ৰাখিব নোৱাৰিলো।এতিযা যদি মাটি ডোখৰো আমি ধৰি ৰাখিব নোৱাৰো ।তাতোকৈ লাজৰ বিষয় একো নাই। যি জন মানুহে তেওঁৰ অন্তিম সময়ৰ লৈকে জাতিৰ মাটি ৰক্ষাৰ গান গাই গল।তেওঁৰে আজি মাটি কাঢ়ি লৈ গৈছে ,তাকো অনাঅসমীয়া লোকে।গতিকে সকলোৱেই ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগে ।

    • @SunudasboniaSunubonia
      @SunudasboniaSunubonia День назад

      চৰকাৰে ইয়াৰ ব্যৱস্থা লব লাগে।

  • @BrajenRajbangshi-m6y
    @BrajenRajbangshi-m6y 3 дня назад +4

    অসমীয়া জাগক। সকলো সহ্য নকৰিব ৰাইজ ।

  • @NituChangmai-ml5uq
    @NituChangmai-ml5uq 3 дня назад +11

    নোৱাৰিব নহয়। বহলাই ক'বলে নাযাও।

  • @UttamBora-gl1mc
    @UttamBora-gl1mc 3 дня назад +6

    Police investigate koriba lage aru culprit bankar karmachariye houk ba an kunubai houk arrest kori upojukta punishment diba lage

  • @AnnoyedBakedCustard-hl9kp
    @AnnoyedBakedCustard-hl9kp 3 дня назад +17

    বণিয়া তেজেৰে বৰ লুইত ৰাঙলী হব। চিধা কথা 😡😡😤😡🤬

  • @anupamborah4151
    @anupamborah4151 17 часов назад

    Jai Assam

  • @RanjitDas-ot6ju
    @RanjitDas-ot6ju 3 дня назад +8

    কোনোপধ্যেই মানি লোৱা নহব।

    • @gouranga9471
      @gouranga9471 3 дня назад +2

      বহুত ডাঙৰ ঘটনা হৈছে কিন্তু এই টো কাৰ মাটি কি এই টো ডাঙৰ কথা নহৈ কিন্তু মাটিৰ নামত যে ইমান ডাঙৰ কাম কৰিছে এইটো হে ডাঙৰ এনেকৈ বা কিমান ৰ লগত হৈ আছে

  • @mindrefresh715
    @mindrefresh715 2 дня назад +3

    RBI ক কথাখিনি জনাওক লগতে আইনৰ সহায় লব লাগিব বেংকে পাবলগীয়া টকা পালেই হব তাতে লোক আদালতৰ সুবিধা লব পাৰিব। যি কেইজন মিলি এই চক্রান্ত কৰিলে তেওঁলোকৰ ওপৰত গোচৰ দিয়ক তেতিয়া কথাবোৰ পোহৰলৈ আহিব।

  • @gouranga9471
    @gouranga9471 3 дня назад +5

    অসমীয়া ৰ আজি এই বিলাই আৰু himanta boineksudai to গুজৰাটী ৰ উপৰত ই উঠা বহা ইটো বহুত ডাঙৰ ঘটনা হৈছে কিন্তু আজি তেওঁৰ এই বিলাই এদিন আমাৰ বিলাকৰ যে নহব কি মানে আছে

  • @carshorts7621
    @carshorts7621 3 дня назад +13

    সঠিক তদন্ত হ'ব লাগে।হয়টো বিজেশ সিংঙক বলিৰ পঠা সজোৱা হৈছে।

    • @kD.eka.4789
      @kD.eka.4789 2 дня назад

      @@carshorts7621 যদি তাক বলিৰ পঠা সজাইছে তেনেহলে সি পলাই আছে কিয় ? ৰাইজৰ আগত আচল কথা খুলি নকয় কিয় ?

    • @carshorts7621
      @carshorts7621 2 дня назад +1

      @kD.eka.4789 ইয়াত বলিৰ পঠা সজোৱা হৈছে এই যিটোৰ নামত ঋণ লৈছে তাৰ কথা কৈছোঁ।বাকী ৰাইজে কণী জোঁকাৰি,মাইকী বোৰে গাখীৰ জোঁকাৰি বিজেপিক ভোট দিছে যেতিয়া এইবোৰ ভুগিব লাগিবই। ডিব্ৰুগড় সমষ্টিৰ মানুহবোৰ বিজেপিক ভোট দিয়াত উস্তাদ নহয় এতিয়া মজা পাইছে।

    • @kD.eka.4789
      @kD.eka.4789 2 дня назад

      @carshorts7621 অ এতিয়া বিজেপিৰ গাত হে দোষ লাগিল গৈ! কোনোবা বেংকৰ কৰ্মচাৰীয়ে জলিয়াতি কৰি বিজেশ সিঙক লোন দিলে । লোণ লৈ সিও পলাল। হয় দেই বিজেপিৰে দোষ।

    • @carshorts7621
      @carshorts7621 2 дня назад

      @@kD.eka.4789 তেন্তে হয়নো কি ?এই বিজেপিৰ দিনতেই এই বহিৰাগতবোৰে অসমত এনে অপকৰ্ম কৰিবলৈ বেছি সুবিধা পাইছে।হিমন্ত আৰু তাৰ বিজেপিয়ে কি ঘেন্টাতো কৰি আছে ইমান দিনে তেনেহলে?😡😡😡

    • @kD.eka.4789
      @kD.eka.4789 2 дня назад

      @@carshorts7621 কোনো চৰকাৰে জালিয়াতি ৰোধ কৰিব নোৱাৰে। ৰাইজ যদি সজাগ নহয়।

  • @RupamBorah-k1g
    @RupamBorah-k1g 3 дня назад +5

    Se se lag loga kotha

  • @Hridayshivam6340
    @Hridayshivam6340 18 часов назад

    যেনেকে ৰাজীৱ শদিয়া দেৱক লৈ জুবিন গাৰ্গৰ মন্তব্যক লৈ কিছুমান ৰাজীৱ শদিয়াৰ স্বভিমানৰ স্বাৰ্থত আৰু আন কিছুমান লোকে সময়ৰ ছেগ বুজি নিজৰ প্ৰচাৰ বা TRP ৰ কাৰণে Social-media ত বহুত জাতি মাটিৰ কথা কলে তেওঁলোকে ও যেন ৰাজীৱ শদিয়া দেৱৰ পৰিয়ালক সহায় সহযোগিতা আগ বঢ়াই এইখিনি বিপদৰ সময়ত

  • @dilipchauhan5219
    @dilipchauhan5219 3 дня назад +5

    ডকাইদ বনিয়াৰ বিৰোধে কঠোৰ ব্যৱস্থা ল'ব লাগে।

  • @RajkumarHazarika-r3g
    @RajkumarHazarika-r3g 3 дня назад +1

    সজাগ হ'ব হ'ল অসমীয়া

  • @NipuLahkar-qv1jq
    @NipuLahkar-qv1jq 3 дня назад +3

    Ona Axomia r Utpat Komibo Lagibo Axm t 👈

  • @missmystical6605
    @missmystical6605 2 дня назад +1

    ঋণ এটা লোৱাৰ সময়ত Agriment খন পঢ়ি চাইহে স্বাক্ষৰ কৰিব লাগে ।

  • @bijukhatowal9575
    @bijukhatowal9575 3 дня назад +5

    চিন্তা নকৰিব । অসমীয়া আৰু বিহাৰী ভাই ভাই ।😅😮😢😂😂😂😊

    • @dipankarbaishya5667
      @dipankarbaishya5667 3 дня назад +1

      😂

    • @carshorts7621
      @carshorts7621 2 дня назад

      @@bijukhatowal9575 আৰু দে ভোট বিজেপিক। তহঁত ডিব্ৰুগড় সমষ্টিৰ মানুহবোৰ বৰ উস্তাদ বিজেপিক ভোট দিয়াত। এতিয়া কেনে ?

  • @Joyduarah
    @Joyduarah 21 час назад

    সাৱধান
    ‌জয় আই অসম

  • @NipuLahkar-qv1jq
    @NipuLahkar-qv1jq 3 дня назад +3

    Upper Assam t Ona Axomia...... Lower Assam t Geda Gedi 👈

  • @KamalJyotiChetia-m3f
    @KamalJyotiChetia-m3f 3 дня назад +5

    Boom piton diyok

  • @User360iskon
    @User360iskon 2 дня назад +1

    ধিক্কাৰ দিছোঁ।

  • @PriYamHA
    @PriYamHA 2 дня назад +1

    সকলো ষড়যন্ত্ৰ। বহিৰাগত বনিয়াক বিচাৰক।

  • @AbulDas-u1k
    @AbulDas-u1k 3 дня назад +3

    সচাকৈ ৰাজিৱ সদিয়াৰ নামত আছেনে ?

  • @suneswarduarah6860
    @suneswarduarah6860 2 дня назад +1

    জাতি মাটি ভেটিৰ গান গোৱা শিল্পী জনাৰ আজি ভেটি সেৰোৱাৰ উপক্ৰম তাকো বনিক গোষ্ঠীৰ লোকৰ ওচৰত। এই ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ জন প্ৰতিনিধি সকল কত লুকাই আছে? কিহৰ জন প্ৰতিনিধি যদি জনতাৰ হকে কাম কৰা মানুহৰ বিপদত মাত মাতিবলৈ ভয় কৰে। নে বহিৰাগতৰ ওচৰত হাত দাঙিব খোজে? প্ৰয়োজনত অইন হাতত তুলি লৈ হলেও এই কাম হব দিব নালাগিব আমি ৰাইজে।

  • @bibhutigogoi4248
    @bibhutigogoi4248 3 дня назад +5

    তদন্ত কৰিব লাগে

  • @DkPatr-o7j
    @DkPatr-o7j 2 дня назад

    Paresh sir 🙏

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 3 дня назад +1

    জুবিনক লৈ প্ৰতিবাদ কৰা অসমীয়া ভুমি পুএ কেইটাই এতিয়া কি পদক্ষেপ ল'ব। সেই কেইটাই সহায় কৰিব পাৰিবনে?

  • @vivekhazarika
    @vivekhazarika 3 дня назад +1

    befor submitted any documents or particulars , everybody must be careful ,,,,,,

  • @santoshborah6757
    @santoshborah6757 2 дня назад +1

    বেংক টো লগতে হৰামি কেইটাক JCB লৈ উল্টাই দিয়ক ।

  • @NituChoudhury-zn1fo
    @NituChoudhury-zn1fo 2 дня назад

    Aami ashu

  • @AnuragSonowal-w4g
    @AnuragSonowal-w4g 19 часов назад

    Alfa ulai ahok amiu ulai jaw eburok khedi akhom bahir kori deo ..joi aai akhom...alfa zindabad...

  • @assamesefunni7522
    @assamesefunni7522 2 дня назад +1

    এয়া কোনো কাৰণতে হ'ব নিদিউ

  • @dln182
    @dln182 3 дня назад +1

    আমিৰ সাধাৰণ মানুহে অস্ত্ৰ তুলি ল'বলৈ বাধ্য নকৰিব

  • @lilaborah7222
    @lilaborah7222 3 дня назад +1

    Bank kisumane enekua kam karei,sabhdhan

  • @DebojitGogoi-j8e
    @DebojitGogoi-j8e 3 дня назад +1

    Kela Bahiror Bank Gita Assamor pora uthai dile bhal hobo

  • @hnd8030
    @hnd8030 День назад

    Eiyai ek prokaror oxomiyar babei xabodhan bani aru j ki ki nohobo tholuar😢😢😢😢

  • @CHINMOYGAMING-jr4of
    @CHINMOYGAMING-jr4of 3 дня назад +1

    Valai kores nelam korebo laga

  • @popular321
    @popular321 3 дня назад

    We want justice please cm sir

  • @KoushikBorah-w9f
    @KoushikBorah-w9f День назад

    Amaru akei hoi ase...ami asomi namor company tur malike sob employee pora 5lakh koi loan loi ghurai naidia...amiu notice ahute he gom pau....atia loike aku settlement hua nai😢

  • @indianpanorama303
    @indianpanorama303 2 часа назад

    Punjab national Bank e durniti bohut kore

  • @probinkumarkakati6151
    @probinkumarkakati6151 3 дня назад +2

    ইমান সহজ নহয় ?

  • @BuddhadevRay-qt5mx
    @BuddhadevRay-qt5mx 3 дня назад +6

    Zubeenok gali diya manuh bilak ki bal sai ase atiya?

  • @ajoysarbajna2707
    @ajoysarbajna2707 3 дня назад +1

    Aitu valke todonto hbo lage.....

  • @nabadipbaruah436
    @nabadipbaruah436 2 дня назад

    Manager ok dhri langta kri ghurabo lgibo...

  • @Utpal397
    @Utpal397 3 дня назад

    Alfa hena zindabad zindabad zindabad

  • @jituassamgaming4189
    @jituassamgaming4189 3 дня назад

    Alfa sadhin jindabaad

  • @villageboy6551
    @villageboy6551 День назад

    Manager 2 atiya kot

  • @mayurranjan2889
    @mayurranjan2889 2 дня назад

    Brajesh HAS LIED..

  • @nayanjyotidas1782
    @nayanjyotidas1782 3 дня назад

    They have submitted the original land documents .it is not possible to get the land documents by bank that easily

  • @bijoydeka9134
    @bijoydeka9134 2 дня назад

    Moi tamulpur r pora koisu. Moi asu aponalokor logot. Dadar mati juwa 2 ami mani nolou.

  • @SanjoyKolita-rg4el
    @SanjoyKolita-rg4el 3 дня назад

    Jati Mati r Suraksha dise sorkare

  • @rimjimnath558
    @rimjimnath558 3 дня назад +1

    বেংক ৰ দোষ

  • @dipankarbaishya5667
    @dipankarbaishya5667 3 дня назад

    Tq bjp

  • @MeT-cg2hg
    @MeT-cg2hg 2 дня назад

    Amr ULFA Bihari ketibo....

  • @pranjalmahanta2660
    @pranjalmahanta2660 3 дня назад

    Axom Putra Rajiv xoikia jindabad

  • @raajdeka248
    @raajdeka248 3 дня назад

    কি কৰিব এতিয়া অসম চৰকাৰে

  • @PranabDeka-qj2sg
    @PranabDeka-qj2sg День назад

    Loan marile hol

  • @Homen-ms1sb
    @Homen-ms1sb 2 дня назад

    Gorom hobo assmeyar Taz

  • @RunumaSonowal
    @RunumaSonowal 2 дня назад

    Ji jonor Account t 50 Lakhs humale tekhetor Account r Name and Address ase dhori anile hol

  • @EyajuddinAhmed-r2d
    @EyajuddinAhmed-r2d 3 дня назад

    Kono karont mani luwa nohoy.okhomia jagibor hol.

  • @Yoyo60204
    @Yoyo60204 23 часа назад

    Govt a ki kori ase

  • @tutumonibordoloi3986
    @tutumonibordoloi3986 3 дня назад +1

    Jati babe gaan guwa manuhor mati kinbo khujatu kun hoi kot gol hilonjiya kot gol akhamiya jatiyo hanggathan

  • @anupamborah4151
    @anupamborah4151 17 часов назад

    Apuna Luke ki koi ????

  • @deepjyotibussiness3495
    @deepjyotibussiness3495 3 дня назад

    Mur PAN CARD tu loan luwa dekhai cibil score check kori gom paw, car finance kintu kenekoi pale

  • @MintuDas-te8yg
    @MintuDas-te8yg 2 дня назад

    Manuh jon jiyai takute kio aibilak nokrile

  • @LakhyajyotiDey
    @LakhyajyotiDey 2 дня назад

    Ulai jam ami axombakhi a kunu krnte ai durniti hb nidu

  • @rituparnagogoisaikia5141
    @rituparnagogoisaikia5141 2 дня назад

    Ehotok Rom piton dibo lage

  • @pankajsaikia879
    @pankajsaikia879 3 дня назад

    Ai manager keitak pitib hl

  • @nilishaika5262
    @nilishaika5262 3 дня назад +1

    Rajib. Hodiyar. Porialok. Ami. Hohay. Koratu. Hokolure. Kotobyo. Aru. Ayai. Hobo. Rajib. Dar. Proti. Amar. Atatikoi. Dangor. Honman. Jiyai. Thoka. Dinot. Ami. Rajib. Dak. Aku dibo. Nuwarilu. Atia. Rajib. Dak. Ami. Hokoluwe. Hohay. Koru. Ahok. Joy. Aai ..Akhom.

  • @charukbgohain8670
    @charukbgohain8670 2 дня назад

    পিঠি ফাল খাব হৈছে মানে

  • @travelingvlogs8349
    @travelingvlogs8349 2 дня назад

    Rajib sodiyar lgt thakok khilonjiya axomiya, rajib sodiya r mati ari dib nalage

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 3 дня назад

    Kono din lobo nuyare

  • @AlanDhan-rt4ud
    @AlanDhan-rt4ud День назад

    Rajibor porial nai naki

  • @sushankstarrrremix3523
    @sushankstarrrremix3523 3 дня назад

    Eibur val ke investigation hobo lage aru dukhik ussit hasti dibo lage🤬🤬🤬🤬🤬🤬

  • @FreefireFf-vm1tt
    @FreefireFf-vm1tt 2 дня назад

    Jatio songothon bilak kotgol

  • @comedybpl9737
    @comedybpl9737 3 дня назад

    Kun Bania Khei keita,
    Raijok Gutai Diyok

  • @gogoisway
    @gogoisway 2 дня назад

    Bihari kati dbo lge tetia ha bhoi khbo

  • @tezpurbornaliblog8012
    @tezpurbornaliblog8012 45 минут назад

    Val k khudiboi najane media ketai

  • @MintuChamua
    @MintuChamua 2 дня назад

    Aamak mama jn saikia I mati kini disil

  • @MSSUPREME-s6m
    @MSSUPREME-s6m День назад

    I know Anand Rasiwasia, He is very fraud

  • @RonjitGogoi-r7f
    @RonjitGogoi-r7f 2 дня назад

    Aami mani lob nidio

  • @nabadipbaruah436
    @nabadipbaruah436 2 дня назад

    Ulfa I o bah vore dibo de koti d,,,,,,koisi dakhun ulfa I.

  • @D_boys_official
    @D_boys_official 3 дня назад +1

    Eaibilak biharik kela garu pitan dibo Lage kela bokasuda biharburak kela..

  • @somiteesonowal690
    @somiteesonowal690 3 дня назад

    Hthik tdntr hb lage jar vol tak gru pitn dib lage

  • @BabyDon-u9h
    @BabyDon-u9h День назад

    Assam government action law

  • @mgnkl
    @mgnkl 2 дня назад

    ULFA last hope, Thank you, karon ami janu BJP police khinie biharik support kori mati khini loi lobo

  • @novomipatir6463
    @novomipatir6463 3 дня назад

    Bohiragot bank kormosariy Assam manuhok khai dib

  • @Jaiaiiaxom123
    @Jaiaiiaxom123 3 дня назад

    LACHIT hena kot ??

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 2 дня назад

      @patrickwilliamson9842 Axomia t ko....Perakirk....ki naam loiso toi

    • @patrickwilliamson9842
      @patrickwilliamson9842 2 дня назад

      @@Jaiaiiaxom123 can you speak English language

    • @patrickwilliamson9842
      @patrickwilliamson9842 2 дня назад

      What about your name do you have an answer

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 2 дня назад

      @@patrickwilliamson9842 Moi Axomia t kom karon moi Axomia

  • @B.SCBOYZ
    @B.SCBOYZ День назад

    Rajib hodiya vhal puwa manuhbur atiya mat namate kiyo lastot besera zubeen daai akou daar mariboge

  • @chinmoydeka5303
    @chinmoydeka5303 2 дня назад

    Bahiror manuh bilak kiman soitan sai louk hokolue