বৰষা-ভাস্কৰৰ যুগ্মজীৱনৰ অশেষ শুভকামণাৰে । ( বাঁহী app টোত গীতিকাৰৰ আৰু কণ্ঠশিল্পীৰ নাম যাতে শুদ্ধকৈ থাকে - কাৰণ এতিয়া দেখা পাওঁ যে ভূপেনদাৰ গান ও কাৰোবাৰ বুলি হে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে যিটোৱে নৱ প্ৰজন্মৰ মাজত এক ভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে )
Barsha ba eman straight forward and dhemeliyau.I was thinking ki hoise eman khojuwaise but baai nije koidile mohe khaise😀Thats so sweet of you😘😘😘ekdom open heartor tumi
Buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut val lagil interview tu sai. Axa koru Bhaskar r interview dekha pau. Happy married life to both❤💗. Love you both❤.
Positive people see things postively and the same way negative people will see things the way they are but You fly high with emmense number of dreams #Barsha ba ,Lots of love❤️❤️❤️❤️❤️and Happy married life.
Barsha bak dekhi birat val lagil..moi bohut val lga avinetri..Moi wait kari asilu bar interview..aro jijur lagat dhunia milise..love you ba..Sukhere thaka sadai...
বৰষা বা জোন জ্বলে কপালৰ দিনৰ পৰাই প্ৰিয় শেহতীয়াকৈ আকৌ বাস্তৱ পৃথিৱীত এক নতুন আদৰ্শ দাঙি ধৰিলে ..... সদায় কাৰনে প্ৰিয় হৈ থাকিব ❤️❤️❤️
নিজৰ বিয়া খন নিজৰ মতে পতাটো সকলোৰে সপোন থাকে। আপুনি কাৰো কথাত গুৰুত্ব নিদিব। সদায় দুয়ো সুখী হৈ থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো।
Barsha baa r husband r interview kar kar lage like kora
@M D qqp
Aw
Lagibo
Ghenta lage....
Nalge ja
ভাস্কৰ ৰ জীৱনৰ কাহিনী শুনি সচাই বৰ দুখ লাগে, কবলৈ গলে বৰষা তকৈও দুখ লগা তোমালোকৰ দুয়োজনলৈ আশীৰ্বাদ কৰিছোঁ সদায় মিলে থাকা সুখী হোৱা।
Ki kahini bhaskoror ...akonman jonabo neki
ভাস্কৰ ৰ মাক - দেউতাক দুৰ্ঘটনাত ঢুকাল, চনটো ভালকৈ নেজানো ২০১৭ হ'ব পাৰে
উকা কপালৰ ৰঙা ফুটতোৰে জিলিকি উঠিছে বৰষা বাʼৰ জীৱন ❤️ বহুত শুভেচ্ছা
Hasai ba bahut Dhuniya lagesa ❤❤👌🏼
@@niranjangaming4502
nirada. chungkrang
@@niranjangaming4502 তই GAY হয়নে ।সৌ সিদিনা চাৰিআলিত ল'ৰাৰ লগত লিলি কৰি ফচা নাচিলি জানো ! হা হা হা
আগৰ পৰাই বৰ্ষা বাক বহুত ভাল লাগে ❤️,আজিও সিমানেই ভাল লাগে,আশা কেৱল এটাই তেওক লগ কৰা..দুয়ো সুখেৰে দিন কটাওক তাৰে কামনা কৰিলো
আপোনাৰ interview এটা চাইছিলো মই কেইবছৰমান আগতে, মই তেতিয়াই ভাবিছিলো বৰষা বা বিয়াখন আকৌ হোৱা হলে আৰু এতিয়া বিয়া পাতিলেই😊।ভাল লাগিছে বহুত ,সুখী হওক সদায়💚💚
Love love love u
@@saifuddin7140 okay 😅😅🔥🔥
বৰ্ষা বা তুমি সদায় সুখত থাকা........ তোমাৰ জীৱন তোমাৰ কথা তুমি তোমাৰ ভাল লগাক লৈ জীয়াই থাকা ........👍❤️
ভাস্কৰ দাকো লগত লাগে 👍🏼 বহুত ভাল লাগিল 🥰 😘❤️
Mur name u bhashkar
@@dy2k20vlogs5 wow
Love from diphu karbi anglong ♥️♥️♥️♥️♥️♥️♥️😘😘😘😘😘
@@DiphuJengoprank love from sivosagor 💓🥰
@@Yein-14 jai asu sivsagor 💕💕💗💗😘😘😘💗💗💕
কমেণ্ট পঢ়ি পঢ়ি ভিডিও চাই থকাৰ মজা এ বেলেগ । বৰষা বাৰ যুগ্ম জীৱন সুখৰ হওঁক তাৰে কামনা কৰিলোঁ ।
Moi u Sai Sai Vidya u sau
Same here
Right
Toi nkrileu hobo Ami asu nhoi koriboloi
Right😂
She is so humble, pure and clear to her words!!💕💕
She is too intelligent...I cried a bit....May God bless them both together...💖💖💖
কথাৰেই অন্তৰ জয় কৰে দেই ,বহুত ভাল লাগে ✨জিলিকি থাকক
ভগৱানৰ ওচৰত মোৰ এটাই প্রার্থনা..🙏 আপোনালোক দুয়োজনক যাতে সদায়েই কুশলে ৰাখে।❤️সদায়েই সুখী হোৱা মোৰ মৰমৰ বা জনী💕😍
বৰ্ষা বা বিয়াৰ বহুত বহুত শুভেচ্ছা জনালোঁ, ভগৱানৰ ওচৰত পাৰ্থন জনাইছোঁ আপোনালোক যাতে সদায় সুখত থাকে।
👌
আপোনাৰ আদৰ্শ চিৰ যুগমীয়া হৈ ৰব সদায় সুখত থাকিব তাকেই ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ 👌👌?
বৰষা বাৰ কপালত সেন্দুৰ কন দেখি
বহুত ভাল লাগিল বৰষা বা আপুনি সদায়
আগুৱাই যোৱা 💜💜💜💚
বৰষা-ভাস্কৰৰ যুগ্মজীৱনৰ অশেষ শুভকামণাৰে ।
( বাঁহী app টোত গীতিকাৰৰ আৰু কণ্ঠশিল্পীৰ নাম যাতে শুদ্ধকৈ থাকে - কাৰণ এতিয়া দেখা পাওঁ যে ভূপেনদাৰ গান ও কাৰোবাৰ বুলি হে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে যিটোৱে নৱ প্ৰজন্মৰ মাজত এক ভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে )
Beautiful girl, beautiful mind, beautiful answers.... Very inspiring baa❤️
Barsha ba eman straight forward and dhemeliyau.I was thinking ki hoise eman khojuwaise but baai nije koidile mohe khaise😀Thats so sweet of you😘😘😘ekdom open heartor tumi
May god bless her . She really have a kindness in her attributes.
আপোনাৰ কপালত থকা সেন্দূৰৰ ফোটতোৱে বহুত শুৱনি কৰিছে আপোনাক #dikuentertainment
খুব ভাল লাগিল চাই । দুয়োৰে বৈবাহিক যাত্ৰা সুখৰ হওঁক । বহুত বহুত শুভকামনা
এইযে বাৰ কঁপালত ৰঙা ফুঁট টি আঁকি লৈছে, সচাঁকৈয়ে বহুত ভাল লাগিছে।
Vogobane ekhn dorja bondho kri dile bht rasta khuli diye buli koi. Borkha ba eta example hoi.... Love you Ba 😇❤
👍
বৰষা বা ৰ জীৱন ঢিৰ সুন্দৰ অসমৰ গৌৰব বৰষা বা ভাস্কৰ বৰাৰ সৈতে চিৰ জীবন সুখময় হওক ।আমি বহুত সুখী
প্ৰেমে নামানে বয়সৰ সীমা প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা, নৌকায় বিচাৰিলয় নিজৰ বাট মানুহে বিচাৰি মৰে সুখৰ বাট। নতুন জীৱনৰ পাতনিৰ বহুত বহুত শুভেচ্ছা থাকিল। আপোনাৰ জীৱন ৰঙীণ হৈ পৰক দুয়ো যাতে সদায় সুখী হৈ থকা নেদেখা জনৰ আগত তাৰে কামনা কৰিলো।
Borosha should be an example of our superstitious society. May God bless this ideal couple.
bal boki aso
বৰষা বা আপোনালোক দুয়োজনকে যুগ্ম জীৱনৰ অলেখ শুভকামনা জনাঁলো।সদায় যেন আপোনালোক সুখী হৈ থাকে তাৰেই কামনা কৰিলোঁ।
বৰষা বাক এটায়ে বহুত ভাল লাগে
তেওঁ সকলো কথা খোলা খোলি কৈ কয়...
সুন্দৰ ।কথাখিনি জানি ভাল লাগিল।।যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলোঁ বৰষা বা।
এই যে ভাবি গুনি, লাহে লাহে, বৰ গভীৰ ভাবে কথাবোৰ কয়, সেইবাবেই বেছি প্ৰিয় আপুনি । ❤️
ruclips.net/video/udblmKCFr4EU/видео.html
Xai 2 xsi gorami r salaki...
আপোন জীৱনৰ সদায় সুন্দৰ হৈ পৰক বা । যেতিয়া পৰা টিভি চাব শিকিছোঁ তেতিয়া পৰা আপুনি এতিয়া লৈকে মোৰ প্রিয় । আৰু মোৰ মৃত্যুৰ লৈকে আপুনি অ মোৰ প্রিয় হৈ থাকিব । সদায় আপুনি সুখত থাকক বা । ❤️
বৰষা বাৰ প্ৰতিটো ফ্লিম চাও।
বৰষা বা মোৰ
বহুতে বেচি প্ৰিয় ।
ভিনদেউ আৰু বৰষা বাক যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল।
আপোনালোক সদায় সুখত থাকক |
Op
Nice
@@jyotidewri7926 open bobi
Barsha bar voice tu bohut vhal lage, ❤️😘❤️
Kintu ata kotha beya lagil Hart problemot dhukal , karon moiu Hart problemot vhugi asu aji 11bosor pora atiya mur boiyokh 21😭😭😭dukh lage 😭
Akw entrviw lobo Ba lgtt 😘😘 Eman dhunia kotha baa r ভগৱানে এটি সোণালী সূৰুয দিয়ক তোমাক আপোনালোকক😘😘
বা আপোনাৰ বৈবাহিক জীৱন সুখৰ হওঁক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বহুত বহুত শুভকামনা থাকিল❤️❤️
ইমান মৰম লগা বষা বা ।তোমাৰ যুগ্ম জীৱন সুখেৰে ভৰি পৰক তাৰে কামনা কৰিলো।
Rnga hendur knr hoite borsha bak bhut dhunia lgise. Aru vindew lgt interview dibo buli akha rkhilu bhukhon daa ❤
Woww Barasha Ma'am 😍😍😍😍😍😍😍❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❤️❤️💗
বৰষা বালৈ যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ ৷
বৰষা বা হাঁহিটো বহুত ধুনীয়া ।
Oo 😅😅
তোমালোক দুইজন সুখী হোৱা, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
ভাল লাগিল বহুত❤️💗 সুখী হওঁক আজীৱন💐💐
My Favorite Assamese actress Borasha ba👌👌👌👌👈
আপোনালোকে সদায় সুখত থাকক তাৰে বহুত বহুত শুভকামনা
ভাল লাগিল বৰষা বাৰ কথাখিনি শুনি। দুয়োকে যুগ্ম জীৱনৰ বহুত বহুত শুভকামনা থাকিল । আৰু অতি সোনকালেই ভাস্কৰ দা আৰু বৰষা বাক একেলগে দেখিবলৈ বহুত মন । ভূষণ দা আপুনি মাতিব দেই ভাস্কৰ দাক। ধন্যবাদ।
❤️🖤❤️🖤❤️bhindo r lgt barasharani bar interview loi opexa thakil
ভাল লাগিল। সঁচাই কথাবোৰ মনে খালে। খুব ভালকৈ অসম বাসিক বুজাই দিছে। মোৰ আপুনি খুব প্ৰিয়। কিছুমান expectations ৰাখোঁ অসমীয়া হিচাপে। আৰু পাইছোঁ ।
I'm very happy , Happy marriage life both of you ❤️
সদায় সুখেৰে থাকা ।আমাৰ মৰম আৰু আৰ্শীবাদ সদায়ে আছে বৰষা
বৰষা বা বহুত বহুত মৰম❤️ অাৰু শুভেছা থাকিল অাপোনালোক দুয়োজনকে❤️❤️
খুবেই ভাল লাগিল চাই বষাৰ কথাবোৰত তাৎপৰ্য আছে ।সূখী হোৱা দুয়ো ।শুভকামনা থাকিল
Bhaskar dar lgtu interview lobasun da... Ru Barasha baa hdy anekoiye happy t. Thakiba. Gd bless you 🙏🙏🙏...
Apunar kothaburot bohut gobhirota ase Barasha ba....xunile xunie thakibo mon jai. Best wishes to your married life
বৰষা বা জনীক মই বহুত ভাল পাওঁ। শুভেচ্ছা থাকিল দুয়ো জনলৈ।
বৰষা তুমি লোকৰ কথাবোৰ যিমানেই গুৰুত্ব দিবা সিমানেই তোমাক সমালোচনা কৰিবলৈ সুবিধা পায় সেয়ে জীৱনটো নিজৰ মতে সজাই লোৱা, কাকোৱেই কথা কোৱাৰ সুবিধা নিদিবা,শেষত এগৰাকী মা
হিচাপে তোমালৈ আশীৰ্বাদ মোৰ সদায়ে থাকিব।
বৰ্ষা বাক মই বহুত বহুত ভাল পাওঁ ❤️❤️ LV u
moi o bhut val pao barsha bak
ধন্যবাদ ভূষণ দা, আপোনাৰ চেনেলৰ জৰিয়তে বৰ্ষা বা ও তেখেতৰ সংগীৰ দীর্ঘায়ু কামনা কৰিলো লগতে তেওঁলোকৰ যুগ্ম জীৱন সুন্দৰ ও সুখৰ হোৱাৰ কামনা কৰিলো।। 🌹🌹🙏🙏🌹🌹
Happy Married life Barasha Baa always be Happy and keep smiling
Ki j ru manuh ase amar axomt...kebol anor dukh khusori val pai....aguwai jauk... apunaluk happy huwa to a lage....❤️❤️❤️❤️
I like you borosha ba....thank you bhukhan da livot ona karone
আপোনাৰ যুগ্ম জীবন সুমধুৰ হয় তাৰে শুভেচ্ছা জনালো
Thank you Bhukhan da for introducing the great application (Baahi)
বহুত বহুত শভকামনা বৰষা বালৈ ।সুখী হওঁক দুয়োৱে।ভাস্কৰ ভিনদেউক লাগে intervew ত।
বৰষা বা ভাষ্কৰ দা দুইয়োলৈ যুগ্ম জীৱনৰ শুভেঁছা থাকিল।
Buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut buhut val lagil interview tu sai. Axa koru Bhaskar r interview dekha pau. Happy married life to both❤💗. Love you both❤.
সুখী হোৱা বা ।তোমালোকৰ যুগ্ম জীৱন সুখৰ হওঁক । তুমি মোৰ খুবেই প্ৰিয় । জীৱনত সুখ আৰু সফলতাৰে আগবাঢ়ি যোৱা।তোমাক বহুত বাৰ ওচৰৰ পৰা পাইছোঁ । ৰত্নাকৰ প্ৰমোচন ৰ বাবে মাধৱদেৱ বিশ্ব বিদ্যালয় ত আহিছিল তাতো লগ পাই ছোঁ তোমাক ।তোমাক বহুত বেছি ভাল লাগে বা । Love u more😘
Bohut bhal news dile dei dada thank you for Bahi♥️
Dhoniobaad baahit gaan xuna babe
Baa ATA kou apunar kthai kin2 jiwnt jiwai thkar perona diye.love you ba😍😍 sukhi houk apunaluk tare kamna krilu.
Duyore jugmo jibon xukhi hoyok tarei vogobanor osorot prarthona korilu....
'Bahi' app tur babe dhonyobad...
বহুত মৰম বা৷আপুনি সুখী হওক
Ba tumar Biya pasor ato first video sai su Bohut vl lagise...xodi ane koi hahi thakiba...❤️❤️❤️❤️❤️
Boroxa bar jibon bohut kukhor houk Bhaskar dar logot......👫💗💗💗💖
Barsha .kotha khini jani bht vll lgil ........jibonot agbarhi jua ....
Hukhi hua proti dn proti pol .......
I like the way she talks
Congratulations maam for your married life,Love you maam,Wish you a bright future maam
Barasha r life tu xhukhor houk tare kamonare
বৰষা বাৰ কথা বোৰ,মানে.........
........
......মজা লাগে।।।বহুত ধুনীয়া কে কৈ কথা বোৰ।।
Positive people see things postively and the same way negative people will see things the way they are but You fly high with emmense number of dreams #Barsha ba ,Lots of love❤️❤️❤️❤️❤️and Happy married life.
প্ৰেম তেনেকুৱা বা।আপুনি মোৰ বহুত প্ৰিয় শুভেচ্ছা জ্ঞাপন কৰিলো আপোনাৰ জীৱনটো সুন্দৰ আৰু সুখৰ হওঁক তাৰেই কামনা কৰিলো ভগৱানৰ ওচৰত ।
শুনি ভাল লাগিল অৱশেষত অসমীয়া এপ এটা ওলাল গানৰ বাবে 😘❤️
বৰষা ৰ বাৰ বিয়াৰ যুগ্ম জীৱন সুখৰ হওক❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
তোমালোকৰ যুগ্ম জীৱনৰ অসমীয়া সমাজত এক আদৰ্শ,
Bohut Vaal lagil Barasha Baar kotha bur. Thank you Bhukhan and all the best
❣ All time favorite barasha baa ❣
কথাবোৰ শুনিলে শুনি থাকিব মন যায়। ইমান গহীনকৈ কয়। আপুনি যিমান ধুনীয়া আপোনাৰ মনতো তেনেকৈ ধুনীয়া আৰু চাফা।
বৰ্ষা বা আৰু ভাস্কৰ দাদা সদায় সুখী হওক 💐 love from Jorhat 😍
বৰষা বা নতুন জীৱন টো লৈ শুভকামনা
যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ বা❤️❤️
Best Wishes both of you ❤️
& ভূষণ দা Baahi app download korilu 😊
Biyar past o brasha baak bahut cute lagise....
"Baahi " Download korilu bhut val hoise app Tu..
Dhoniobaad 🙏
বৰষা বা তুমি লোক কথা ভাবি নাথাকিবা আৰু তোমাৰ লোক সদায় সুখত থকা মই ভগৱান ওচৰত প্ৰাৰ্থনা কৰিম ।
Jiman bur comments salu atao negative comments Nai.. Eake buja gol j sobe buji paise baar monor kotha... Bohot bohot xuvessa thakil baa apunaloi ❤️
Thanks for the "bahi" information
Barsha bak dekhi birat val lagil..moi bohut val lga avinetri..Moi wait kari asilu bar interview..aro jijur lagat dhunia milise..love you ba..Sukhere thaka sadai...
ভগবানে ভাল কৰক তোমালোকৰ সংখাৰ🥰🥰🥰🥰🥰🥰
বাৰ জীৱন সুখৰ হওঁক । বাৰ প্ৰতিটো interview এ প্ৰতিবাৰে নতুন কথা শিকাই যায় । জীবনটোক আকৌ নতুন ৰুপত চাৱলৈ শিকোঁ।।।। বাৰ বৈবাহিক জীৱন সুখৰ হোৱাৰ কামণা কৰিলোঁ।।।
bht din pra wait kri asilu .bor vl lgil.Khoda e vl e thakak Baa.best wishes thakil♥️♥️
Love u barsha ba ....tumi hodai hahi thka .....tumar mukht hsak hahi tu br val lge....lv u barsha ba❤️❤️❤️😘😘 lots off love to u❤️❤️❤️❤️