যোৰহাটৰ ঘৰলৈ যাত্ৰা | NH 37’ত এক ভৌতিক অভিজ্ঞতা। | Barsha Rani Bishaya | Bhaskar Boruah

Поделиться
HTML-код
  • Опубликовано: 2 сен 2021
  • #barsharanibishaya #bhaskarboruah #travelvlog
    Follow Barsha Rani Bishaya on
    Facebook: / barsharaniofficial
    Instagram: / barsharani_bishaya_off...
    Twitter: / barshabishaya
    Business Inquiries: barsharani.bishaya.new@gmail.com
    Follow Bhaskar Boruah on
    Facebook: / bhaskar.boruah.5
    Instagram: / bhaskar__boruah
    Twitter: / bhaskar__boruah
    © All rights are reserved to Barsha Rani Bishaya.
    [Any kind of not permitted downloading, uploading, copying, or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]
  • РазвлеченияРазвлечения

Комментарии • 2,8 тыс.

  • @dancewithchandana2919
    @dancewithchandana2919 2 года назад +222

    Moi aru bhonita logot asilu.. bihu mari ghuri ahute. 😀

    • @barshabishaya
      @barshabishaya  2 года назад +67

      Yes yes ....toi xui thakili nedekhili...bhanitai dekhisil 😀

    • @popiborah4773
      @popiborah4773 2 года назад +11

      @@barshabishaya tumar video bur sai bohut val lage baa... Aru aji swaviman khon ses kori dila

    • @jayashreebharadwaz4209
      @jayashreebharadwaz4209 2 года назад +4

      @@barshabishaya 🥰🥰🥰🥰

    • @jayashreebharadwaz4209
      @jayashreebharadwaz4209 2 года назад +8

      @@barshabishaya sei karone aponar bhaskar r lgt biya hol

    • @vadikbaruah6672
      @vadikbaruah6672 2 года назад +3

      @@barshabishaya l

  • @ancientassam1856
    @ancientassam1856 2 года назад +35

    এইয়া কোনো ভৌতিক অভিজ্ঞতা নহয়। ই এক আলৌকিক দৃশ্য হে দেখিছিল ।যি দৃশ্য মই দুবাৰ কৈ দেখিছো।এইয়া স্বয়ং মা মহামায়া ,। এই পথেৰে যোৱা মাৰ পৰম ভক্তক মায়ে হথাৎ এনেকৈয়ে সাক্ষ্যাৎ দিয়ে। জয় মা দূৰ্গা,জয় মা মহামায়া

  • @nipunikaborah9118
    @nipunikaborah9118 2 года назад +18

    বৰষা বা মোৰ বৰ প্ৰিয়।💖 ভাস্কৰ আৰু ভনিয়েক দেখিবলৈ একে 💖একে হাঁহিমুখীয়া

  • @bhargabsahariah8627
    @bhargabsahariah8627 2 года назад +63

    ভাল লাগিল চাই॥ ময়ো 2016-17 ত কাজিৰঙাৰ ওচৰতে আছিলো॥ বুঢ়ী আইৰ কাষেৰে গলে তাত সেৱা লৈ গৈছিলো আৰু ময়ো বহুত বিস্বাস কৰিছিলো..লগতে মোৰ মনৰ আশাও বুঢ়ীআই য়ে পূৰণ কৰি দিছিল॥

  • @ng.842
    @ng.842 2 года назад +49

    One big like for nirola..... 😍

  • @munmiduttaburagohain4909
    @munmiduttaburagohain4909 2 года назад +37

    বৰষা বা মোৰ প্ৰিয় অভিনেত্রী,,,,,, বহুত ভাল লাগে, সদায় এনেকৈ হাহি থাকিব,,,,,, 😍🥰🥰😘😘

  • @pallabisaikia0472
    @pallabisaikia0472 2 года назад +12

    জীৱনত মই প্ৰথম চিনেমা হলত চাইছিলো “উজনিৰ দুজনীৰ গাভৰু”❤️ নাজানো কিয় বা আপোনাক কিবা এটা ভাল লাগে মোৰ ❤️ আপোনাৰ কথা, হাঁহি 😘 আপুনি সদায় সুস্থ থাকক বা❤️ বহুত বহুত মৰম আপোনালৈ❤️

  • @rontupachani732
    @rontupachani732 2 года назад +7

    ভাস্কৰৰ হাঁহিটোৱে কয়, জীৱন বহুত সুন্দৰ, জীয়াই থাকিব জানিলেই হʼল।

  • @Zubeen209
    @Zubeen209 2 года назад +10

    Just think about the karbi women on the road at kajiranga national park,, they are too peaceful , how honestly they fight for their family ,I salute them ,, many many love and respect to them God bless you all ! .. I feel good and proud that we all are Assamese , we love assam ,, ,, Thankue Barasha ba for this beautiful video.... May God bless you too!!

  • @nabanitasaikia8749
    @nabanitasaikia8749 2 года назад +80

    প্ৰথমতে তোমাৰ লগতে সকলোকে মৰম লাগিছে দেই♥️♥️ পুৱাই পুৱাই ইমান সুন্দৰ পৰিবেশ ৰ লগতে মন্দিৰ আৰু থান দৰ্শন কৰোৱাৰ বাবে মনটো ভাল লাগি গল..ধন্যবাদ তোমালোক লৈ দেই❤️❤️ কথাটো কৈ থাকোঁতে গাৰ নোম শিয়ৰি গৈছে, ইমান ৰাতি.. সছাকৈ ভয় লাগে।

    • @mr.cyclerider162
      @mr.cyclerider162 2 года назад +1

      মোৰ ooooo okle sai asilu video tu গাৰ নোম শিয়ৰি গৈছে !!!

  • @deepraajdunia229
    @deepraajdunia229 2 года назад +470

    Wow,ককায়েক ভনীয়েকৰ দুটাই বেৰিয়া দাঁত আছে, ভাস্কৰ দা ভনীয়েকৰ দাঁত কেইটা কোনে কোনে মন কৰিলে বাৰু❤️

  • @nitupandowarah6478
    @nitupandowarah6478 2 года назад +4

    বৰষা বা' আপোনাৰ ভৌতিক অভিগ্যতাৰ কাৰন আপুনি সচাকৈ বহুত ভাগ্যবান সকলোৱে নাপায় ।

  • @reenachoudhury4527
    @reenachoudhury4527 2 года назад +4

    সুন্দৰ, বৰষাই বৰ সুন্দৰকৈ বৰ্ণাব পাৰে। তেখেতৰ নতুন জীৱন সুখেৰে উপচি পৰক।

  • @S.M.8439
    @S.M.8439 2 года назад +41

    ৰাতি 12:00 বজাৰ পৰা 3:00 বজালৈ দেৱ দেৱী ঘৰৰ বাহিৰত বিচৰণ কৰে।সেই সময়ত তেওলোকে পূজা গ্ৰহণ নকৰে।

  • @diksha8756
    @diksha8756 2 года назад +8

    Lots of love to u and ur family....alws stay happy and healthy

  • @simantabijoygoswami2490
    @simantabijoygoswami2490 2 года назад +7

    বৰষা , আজিৰ পৰা প্ৰায় ৩৩/৩৪ বছৰ আগৰ কথা ৷ যোৰহাটত বিয়া খাই মই, মোৰ ডাঙৰ ভন্তি, মোৰ সৰুমহা আৰু মহাৰ মোমায়েকৰ জীয়েক দুগৰাকী নগাঁওলৈ বুলি গৈ আছোঁ ৷ মহায়ে গাড়ী চলাইছে ৷ মই আগত আৰু বাকী তিনিগৰাকী পিছৰ চিতত টোপনিয়াই গৈছে ৷ তুমি কোৱাৰদৰে সিদিনাও কিনকিনিয়া বৰষুণ দি আছিল আৰু ৰাতিও এটামান বাজিছিল ৷ সেইখিনি ঠাইতে সোহাঁতে পথৰ কাষত এগৰাকী বৃদ্ধা মহিলাই হেডলাইটৰ পোহৰত তেজবমি কৰি থকা দেখিলো ৷ এনেতে মহায়ে সুধিলে - তুনতুন কিবা দেখিলানে ? মোৰ গাৰ নোম ডাল ডাল হ’ল ৷ সুধিলো আপুনি কি দেখিলে ? মহায়ে এবাৰ পিছফালে ঘূৰিচাই ক’লে এইবোৰ কাৰণেই ৰাতি অকলে অহাতো অনুচিত ৷ মহায়ে গানৰ ভলিউম আৰু গাড়ীৰ স্পীডটো অলপ বঢ়াই দিলে ৷ সেই দৃশ্য আজিও মোৰ স্পষ্টকৈ মনত আছে ৷ কেতিয়াও পাহৰিব নোৱাৰো ৷

    • @pallabgogoi3221
      @pallabgogoi3221 29 дней назад

      Miu abar pisu boga haj pendha ajoni mike manuh ali majot khuj kahi ase rate prai 2 mn bojat hbo sage moi manuh bulia vabi thakilu pisot ha gom pisu hya j manuh nhi buli 😢

  • @trilosongogoi
    @trilosongogoi 2 года назад +1

    বৰষাৰাণী বিষয়া ডাঙৰীয়ানী, আপোনালোক পঢ়াশুনা কৰা, বিভিন্ন ঠাই দেখা তথা শিল্পী মানুহবিলাকে এনেকৈ অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰাটো বৰ বেয়া কথা হৈছে৷ গৰিহণাযোগ্য কাম হৈছে৷ সমাজৰ উত্তৰণৰ ক্ষেত্ৰত এইবোৰ কামে বাৰে বাৰে বাধা হৈ থিয় দিছে৷ ধন্যবাদ৷

  • @purabidasassam2971
    @purabidasassam2971 2 года назад +48

    বহুত মৰমৰ বা জনী, অনুগ্ৰহ কৰি আপুনি এনেদৰে হাঁহি থাকিব, আপোনাৰ হাঁহি আমাৰ প্ৰেৰণা❤❤😘😘😘😘😘😘

  • @palkitadas9690
    @palkitadas9690 2 года назад +14

    U inspired all the women's of assam Barsha ba...lots of love..keep going like this we support u..one of the best actress cum all in one. Lots of blessings ☀️✨❤️xodai eneke thaka ba ...hahi furti kori bohut bhal lage.. lagisil ve from ghy

  • @anantadhunsaikia
    @anantadhunsaikia 2 года назад +1

    বহুত ধুনীয়া লাগিলে happy journey
    Welcome to my Jorhat 🙏👌👍

  • @parnikakalita1016
    @parnikakalita1016 2 года назад +11

    Barsha ......I love watching your vlogs.....they r really very informative . I had met you couple of times many many years ago at my cousin's place - Hengrabari....u use to practice bihu with my cousin Rekhamoni Konch....she was also a bihu xomragi.....Keep doing your good work....luv from Dr Pinky - Bangalore

  • @advocatepujabaruah884
    @advocatepujabaruah884 2 года назад +45

    Barsha Ba, accept my heartiest respect and love 🙏. You are such an inspiring lady basically your love towards people ,your pleasing way of speaking...you hold a very brilliant personality.Move with it forward.Best wishes to you & your family ❤️

  • @deepaphukan1251
    @deepaphukan1251 2 года назад +3

    So beautiful ❤️ happy and safe journey 😊 lots of love 😊😍

  • @rekharanidevi8695
    @rekharanidevi8695 2 года назад +3

    ৰঙা শাড়ী পিন্ধা ভূত নহয়, দেৱীয়ে হ'ব🙏

  • @Devon_Larrate
    @Devon_Larrate 2 года назад +1

    Lovely সুন্দৰ পৰিৱেশ বৰষা বা।।।আপুনি সদায় সুখী হৈ থাকক।।।

  • @donu2548
    @donu2548 2 года назад +20

    Enjoyed every bit of your all videos baa✨🥰 such a down to earth personality you have that leads to you always in higher position. More power to you strong lady✨ 💮

  • @ranujyein1401
    @ranujyein1401 2 года назад +32

    অন্য অভিনেত্ৰী সকলতকৈ আপোনি অলপ পৃথক ...ভাল লাগে প্ৰতিটো কথা LOVE YOU BAA.....

    • @barshabishaya
      @barshabishaya  2 года назад +4

      অশেষ ধন্যবাদ 💕🙏🏻

  • @monishasonowal6754
    @monishasonowal6754 2 года назад +2

    ভাল লাগিল, বৰ্ষা বা মই বৰহোলাৰ (তিতাবৰ)।সদায় সুখত থাকা,হাঁহি থাকা সকলো।

  • @parimitasarma7249
    @parimitasarma7249 2 года назад +4

    সৰুৰ পৰাই মোৰ প্ৰিয় অভিনেত্ৰী 😍 আজি পিছে অকন অকন ভয় লগাই দিলে দেই বা। ৰাতিটো পাৰ কৰিবা আৰু ঈশ্বৰ কিবাকে।

  • @assamrecruitment6686
    @assamrecruitment6686 2 года назад +32

    i am so fond of listening such mysterious facts. love you so much

  • @nanditadevi8484
    @nanditadevi8484 2 года назад +18

    খুবেই ভাল লাগিল। মাৰ যেন প্ৰমাণ আছে।কিবা এটা কথা মই মাক কৈছিলোঁ।মায়ে সেইয়া হৈ নুঠিব বুলিয়েই ইংগিত দিছিলে সপোনত।

    • @udayanofficial5390
      @udayanofficial5390 2 года назад +3

      বহুত ভাল লাগিল বৰষা বা।
      বুঢ়ীমাই মন্দিৰ সচাঁই স্মৰণীয়, শেহত আপোনালোক দুয়োজনলৈ শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @bhitashreeborashorts2599
    @bhitashreeborashorts2599 2 года назад +2

    Barsha baaa aibar rongdoi t pujaaa sabo ahiba🥰🥰

  • @channdrimaa
    @channdrimaa 2 года назад

    দুয়ো জনেই সদায়ে এনেকৈ হাঁহি থাকক ❤🥰 love from Sonapur. বৰ্ষা বা❤

  • @r.dutta....9692
    @r.dutta....9692 2 года назад +12

    ভগৱানে সদায় এনেদৰেই কুশলে ৰাখক.....তোমালোকৰ পৰিয়ালটোক... ❤️❤️❤️

  • @twoassamesesisters6124
    @twoassamesesisters6124 2 года назад +12

    বৰষা বা আপুনি সদায় প্ৰিয়❤️💛❤️সৰুৰ পৰাই বহুত ভাল পাওঁ আপোনাক আপুনি আৰু ভিনদেউ সহায় ভালে থাকক সুখত থাকক হাহিঁ থাকক🙏💛💛💛

  • @silentsinger7235
    @silentsinger7235 2 года назад +1

    আপোনাক বহুত বেছি ভাল লাগে। সেইদিনা আপোনাক সপোনত দেখা পালো, যেন আপোনাক সচাকৈ লগ পাইছো।বৰ ভাল লাগিল 😍। সদায় ভালে থাকক।

  • @joyabori-AJ219
    @joyabori-AJ219 2 года назад +1

    ইমান মৰম লগা পৰিয়াল বৰষা বা😘 আপোনাৰ স্পষ্টবাদী ভাবধাৰাক মই খুব অনুকৰণ কৰোঁ।সকলোকে ইমান ধুনীয়া মৰমৰে কথা কয় ❤️

  • @diksha8756
    @diksha8756 2 года назад +3

    Awesome vlog....with awesome people n amazing sceneries

  • @rahiyesmin7633
    @rahiyesmin7633 2 года назад +6

    Waiting one another vlog...stay safe..sty hppy

  • @meghalichakraborty4033
    @meghalichakraborty4033 2 года назад

    U seems to be very down to earth..feels awesome.Be blessed baa

  • @kabitaborah5007
    @kabitaborah5007 2 года назад +1

    Mojaaa

  • @barakhachutia1746
    @barakhachutia1746 2 года назад +21

    গাৰ নোম শিয়ৰি উঠিল কথাটো শুনি😊
    ভাল লাগিল যোৰহাটৰ ঘৰৰপৰা ভিডিঅ' দিব বা💙

  • @kalpanaboruah5884
    @kalpanaboruah5884 2 года назад +11

    Welcome tu jorhat ❤️❤️

  • @chanadra
    @chanadra 2 года назад +1

    কিযে মিঠা, কিযে ভাল লগা ,মনোমোহা এই location ! দূৰ দূৰনিত দেখিলোঁ ----+++শাৰী শাৰী।

  • @pallabigogoi6674
    @pallabigogoi6674 2 года назад +1

    আপোনাৰ প্ৰতিটো কাম আৰু জীৱনৰ প্ৰতিটো যাত্রাই মোক আকৰ্ষিত কৰে বিশেষ কৈ আপোনাৰ এই পৰিয়াল পৰিচালনা কৰা 🥰 সঁচাকৈ আপুনি মহান মেম সুখী হৈ থাকক দুখবোৰে লাজ পোৱাকৈ

  • @itsmedipon8370
    @itsmedipon8370 2 года назад +12

    Barsha Baa love your all family...God blessing you....Love from Jorhat 🥰🥰❤️

  • @lizasaikia9418
    @lizasaikia9418 2 года назад +5

    ঘৰৰ একেবাৰে ওচৰৰ হালধিবাৰি থান। সৰুৰে পৰাই বহুত কথা শুনি আহিছোঁ যদিও কোনোদিনে এইবোৰত বিশ্বাস কৰা নাছিলোঁ কিন্তু এদিন মইও প্ৰমান পালোঁ।। এনেকুৱা কথাবোৰ বহুতে বিশ্বাস কৰিব নিবিচাৰে কিন্তু মনিব লাগে কিছুমান বস্তু আওকাণ কৰিব নালাগে।। বাকী ভালে থাকা বা ।। ভাল লাগিল আপোন ঠাইখন দেখি 💕🤗

  • @rinkislifestyle1411
    @rinkislifestyle1411 2 года назад +12

    Happy family 💕💕💕💕 💕💕💕

  • @confusekarabid3875
    @confusekarabid3875 2 года назад

    God bless u barsha ba.. enjoy all of u..good see together.

  • @porisaikia2563
    @porisaikia2563 2 года назад +3

    Happy journey all family ❤️❤️

  • @Shinealways931
    @Shinealways931 2 года назад +65

    Val lagil vdo Tu sai..... বিজ্ঞান প্রযুক্তি বিদ্যা ৰ যোগত ভূত কিম্বা ভগৱান কিছুমান মানুহে বিশ্বাস নকৰে। কিন্তু আপুনি কোৱাৰ দৰে অভিজ্ঞতা বহুতৰে আছে। positive energy যে আছে সেয়া বিশ্বাস কৰো।

    • @jeutideka9022
      @jeutideka9022 2 года назад

    • @evamedhi6509
      @evamedhi6509 2 года назад

      ruclips.net/video/XuBZ8EL0TwA/видео.html

    • @barshabishaya
      @barshabishaya  2 года назад +7

      Energy aase xeitu nissito.

    • @suranjanasaikiaknowar5856
      @suranjanasaikiaknowar5856 2 года назад

      আছে কিবা এটা । এবাৰ আমাৰ দাদাই ঘৰৰ পৰা অলপ আঁতৰত বগা কাপোৰ পিন্ধা মানুহ এজন দেখিছিল ৰাতি বহূত দেৰিকে। কিন্তু সেইয়া মানুহতকৈ ওখ বহূত

  • @dulpachanipachani9110
    @dulpachanipachani9110 2 года назад +1

    তোমাৰ যাত্ৰা পথৰ ৰসাল কথাবোৰ জানিব পাৰি বহুত ভাল লাগিল, ভগৱান তোমাৰ লগত আছে সেয়ে মায়ে দেখা দিছে।

  • @manavk4088
    @manavk4088 2 года назад +1

    Barasha ba din jua logei logei besi dhunia hoi goisei.....

  • @ayatmusiccompany2999
    @ayatmusiccompany2999 2 года назад +13

    Love from Darrang❤

  • @AxomBuoy1
    @AxomBuoy1 2 года назад +3

    Waww😍😍..... Amazing vlog...muru mon ase anekua kiba mysterious situation r face kora☺️😌

  • @snehatamuli535
    @snehatamuli535 2 года назад +2

    Hodai hukhi hoi thaka ba aru bhal kam kori Jua Happy family Loads of love... ❤❤😘😘😘

  • @dreams3050
    @dreams3050 2 года назад

    মৰমৰ বৰষা
    কিবা video এটাত তোমাক কন্দামুৱা দেখিলো । তোমাৰ আৰু ভাস্কৰ ৰ জীবন সুন্দৰ কৈ থাকা । ভগৱানে দেৰিকৈ লগ কৰাইছে । আলিয়েদি হাতী গলে কুকু্ৰে
    ভুকেই । pl তোমাৰ চকুত আৰু চকু পানী নেদেখুৱা। 🙏 I LOVE YOU N BHASKAR 😘😘

  • @lifehacksbykuhii9041
    @lifehacksbykuhii9041 2 года назад +9

    Such a Refreshing Journey...! 😘
    Korubaale jabole he mon gol baa...! 💚💚

  • @kashmirisaikia6385
    @kashmirisaikia6385 2 года назад +13

    ভাল লাগিল বা 😊নষ্টালজিক হৈ পৰিলো🥺 সেই দুইবছৰীয়া ৰামানুজন যাত্ৰাৰ য'ত কাজিৰঙাৰ বাটৰ নৈসৰ্গিক দৃশ্য মোৰ সংগী হৈ পৰিছিল😔..Thank you baa for memories me those golden days😘....sending u lots of love from Dibrugarh❤

  • @dibbyasharma3048
    @dibbyasharma3048 2 года назад

    বা প্রথমেই মৰম যা ছিলো.. ওচৰৰ পৰা লগ পোৱাৰ খুব আশা আছে তোমাক.. সৰুতে মাৰ কোলাত বহি চোৱা সেই জোন জলে কপালৰ পৰাই প্রিয় অভিনেত্রী মোৰ।।। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অলপ সময়ৰ বাবেহে লগ পাইছিলো।। u r soo amazing lady.. U r inspired me....

  • @anjudutta4109
    @anjudutta4109 2 года назад

    বহুত ভাল লাগিছে সকলোকে তোমালোকৰ যাত্ৰা শুভ হওক সুখী হোৱা

  • @priyankaranidevi
    @priyankaranidevi 2 года назад +6

    Lots of love from Nagaon❤

  • @gautamiborah
    @gautamiborah 2 года назад +5

    Lovly family ♥️...god bless you all ♥️

  • @kushaldas5771
    @kushaldas5771 2 года назад

    Tumar vdo bur khubei friendly aru natural hoi...so val lage...Bhaskar Baruah r soite tumar life aakou khukhe re vori porok...May God bless you all...

  • @munmiboro3480
    @munmiboro3480 2 года назад +2

    আটাইকেইজনলৈ বহুত বহুত মৰম❤❤❤

  • @putaliborah1973
    @putaliborah1973 2 года назад +39

    বা.... তোমাক বহুত ভাল লাগে... সদায় হাঁহি থাকিবা....lost of love from u

  • @artwithrajlakhi6305
    @artwithrajlakhi6305 2 года назад +6

    LOVE FROM JORHAT BARSHA BAA

  • @BSCREATION61
    @BSCREATION61 2 года назад

    বৰষা বা ভাল লাগিল ভিডিঅ চাই ৷ বিশেষকৈ ভৌতিক অভিজ্ঞতাটি বহুত শিহৰণ কাৰী ৷আৰু আজি এটা ভিডিঅ চাইছিলো আপোনাক লৈ অভিযোগ কৰিছে , আপুনি সেইবোৰ কাণসাৰ নিদিব কিছুমানে পপোলাৰ হবলৈ কৰেই কিছুমান কাম ৷
    বহুত ভাল লাগে আপোনাক আৰু ভিনদেউক ৷
    Love from Sasoni😘

  • @abhilasha7818
    @abhilasha7818 2 года назад

    বৰষা, তুমি আমাৰ সদায়েই প্রিয়..
    মনে প্রাণে কামনা কৰো ..তোমালোক সদায় সুখী হোৱা ❤❤❤❤বহুত মৰম তোমালোকলৈ....

  • @mimikalita4745
    @mimikalita4745 2 года назад +50

    ভাল লাগিল বা ...ভালে থাকক ...হালধীবাৰী বুঢ়ী মাই মন্দিৰৰ বহুত প্ৰমাণ আছে হেনো

  • @majumani9910
    @majumani9910 2 года назад +7

    Stay always happy.God bless you and your family. you are my most favorite 💕

  • @bikashphukon6802
    @bikashphukon6802 2 года назад +1

    বৰষা বা আমাৰ অসমৰ গৌৰৱ,সাংসাৰিক জীৱন সুখৰ হওক দুয়োৰে,কুশলে থাকক সদায়

  • @D.mine.content
    @D.mine.content 2 года назад

    বা‌ তোমাৰ ভগৱানৰ প্ৰতি ইমান ভক্তি সেই বাবে তুমি বহুত সুখী ❤️👍🙏 ভগৱানে তোমাক মঙ্গল কৰক🙏

  • @lavanaapamehgam9322
    @lavanaapamehgam9322 2 года назад +7

    Baa u spread so much of positivity through ur videos...keep making more videos...we love u❤️

  • @niyatinath1015
    @niyatinath1015 2 года назад +13

    Baa u my favorite actress....I watch ur each n every vlogs... God bless both of u.....frm Bongaigaon....

  • @gitanjolyscollection5381
    @gitanjolyscollection5381 2 года назад

    Baraxa....tumar jitu voutik kahini r bixoy y jonala actually tumi Devi maa k bahut biswah t rakhi kamburat agbarha....so teu u tumak dekhai dile je tumar logot teu ase thakiba.....tumi hosai bahut val suali....love u+respect u dear❤❤❤❤❤

  • @psproduction4016
    @psproduction4016 2 года назад

    Love from PS Production ❤️

  • @chayanikaray7432
    @chayanikaray7432 2 года назад +6

    I love the way you talk, the way you spread good things😍 You are so simple natured baa❣️ Hoping many more vlogs from you.

  • @akankshahazarikavlogs6287
    @akankshahazarikavlogs6287 2 года назад +20

    Again welcome to jorhat❤️..... Love from jorhat... Barsha baa and our honorable bhaskar sir😊🙏🏻

  • @daisysingha8162
    @daisysingha8162 2 года назад

    Apunak hukhi dekhile bor val lage . You are like inspiration for many women. 😍😍. Luv u baa.

  • @GyanVigyanFactAssames1
    @GyanVigyanFactAssames1 2 года назад +1

    আপোনাৰ কথা কোৱা style টো মজা লাগে। Nice dancer, singer, actress and vlog artist

  • @porismitabordoloi2179
    @porismitabordoloi2179 2 года назад +7

    বা মোৰ ঘৰ ও যোৰহাট ত। 😍মৰম লাগিছে সকলোকে

  • @mayurikakati6577
    @mayurikakati6577 2 года назад +6

    Love u ba...❤️

  • @mousumiborahdutta6815
    @mousumiborahdutta6815 2 года назад +1

    অʼ বৰষা বা ইয়াৰ পাছৰখিনিৰ ভিডিঅʼ দিবচোন বহুত ভাল পাওঁ আপোনাৰ ভিডিঅʼবোৰ চাই।

  • @riyan24hr
    @riyan24hr 2 года назад

    Happy journey 🙏🙏🙏

  • @Gargee_craft_
    @Gargee_craft_ 2 года назад +8

    Happy family 🥰🥰

    • @uddipongogoi9759
      @uddipongogoi9759 2 года назад

      ভাল লাগিল তোমাৰ ভৌতিক অভিজ্ঞতা।😍😍

  • @sikhasaikia7960
    @sikhasaikia7960 2 года назад +7

    কথাখিনি শুনি গাৰ নোম থিয় হৈ গৈছিল.... মই শুনামতে তাত তাত বহুত কিছুমানৰ ভৌতিক অভিজ্ঞতা হৈছে... শুনা কথা, বাকী ভাল লাগিল❤❤❤

  • @sumansingh-rg7pj
    @sumansingh-rg7pj 2 года назад

    U r a strong lady....luv to see ur vlog...looking very pretty...😊

  • @lovelymaina
    @lovelymaina 2 года назад +1

    সুন্দৰ ❤️❤️❤️👌👌👌

  • @tinatinamedhi4806
    @tinatinamedhi4806 2 года назад +4

    ভাদ মাহত কুলিৰ মাত সুনিলো ভাল লাগিল 😍

  • @mjmainavlog7921
    @mjmainavlog7921 2 года назад +3

    Welcome to jorhat ba.. lots of love from Jrht(moinaporia)...parile dhekiakhuwa ru moinaporia nmghr ahi jabo.mr ghr eyate

  • @rohitborah5364
    @rohitborah5364 2 года назад

    God bless you both of you.
    Lots of love.
    Dhunia koi jate eti junior Borokha nohole junior Bhaskor ok dekha pao.😍🤟.
    Tumaluk dujonor pora tinijon hua👏👍🙏💞💞💞

  • @Bharatis..Vlogs.
    @Bharatis..Vlogs. 2 года назад

    Wishing you a very happy birthday dear ba....lots of love ❤️❤️❤️😘 Hodai hahokhere aguwai jua...

  • @junmoni9968
    @junmoni9968 2 года назад +18

    অসমৰ ধুনীয়া ছোৱালী জনী সদায় ধুনীয়া হৈ থাকক😘😘😘😘

  • @suranjanasaikiaknowar5856
    @suranjanasaikiaknowar5856 2 года назад +99

    ভাস্কৰ মিনাক্ষী দেখিব ইমান‌ একে❤️

  • @dear_zindegi2020
    @dear_zindegi2020 2 года назад +1

    জাগীৰোডৰ পৰা যোৰহাট এই পথছোৱাৰে মাহটোত তিনিবাৰ হলেও অহা যোৱা কৰিছিলো।আপোনালোকৰ এই যাত্ৰাই মনটো ভৰাই দিলে । ❤️❤️

  • @utpotiyagogoisuwali9717
    @utpotiyagogoisuwali9717 2 года назад

    Mojalagile ba ❤️❤️

  • @ranibaruah8358
    @ranibaruah8358 2 года назад +26

    My brother has seen an old lady late at night ..many years ago..nice vlog 👍may god shower his blessings on you two nd family 🙏🙏❤️

  • @manalishadas2421
    @manalishadas2421 2 года назад +4

    Good morning barsha baa Have a nice day❤❤❤

  • @jaiaaiasomblogsfromdelhi4840
    @jaiaaiasomblogsfromdelhi4840 2 года назад

    কেইদিনমানৰ আগতে আপােনাৰ "Live" ভিদিও তাে চাইছিলাে ; বেয়া লাগিছিল । আপােনী সচাঁকে বহুত সাহসী । "kuch to log kahenge ; logo ka kaam hey kehna " . Lots of ❤ from Delhi