Crime News | Jorabat ত কটনৰ অধীক্ষকক হত্যা, ট্ৰাক চালকে মৰিয়াই মাৰিলে অধীক্ষক গৰাকীক
HTML-код
- Опубликовано: 1 окт 2024
- যোৰাবাটত কটনৰ অধীক্ষকক হত্যা।
ট্ৰাক চালকে মৰিয়াই মাৰিলে অধীক্ষকক।
ধ্ৰুৱজ্যোতি বৰ্মন নামৰ অধীক্ষকজনক মৰিয়াই হত্যা।
লোৰ ৰডেৰে মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ।
কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক আছিল বৰ্মন।
বৰ্মনৰ বাহনত প্ৰথমে খুন্দিয়াইছিল ট্ৰাকখনে।
গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থাকোতে হত্যা বৰ্মনক।
পুৱা ৭.৩০ বজাত সংঘটিত এই ঘটনা।
দুৰ্ঘটনাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হৈছিল ট্ৰাক চালক।
#jorabat #news18assamoriginals
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
চালক জনক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে।
অতি দুখজনক ।এটা প্ৰতিভা এনেকৈ হেৰুৱাব লগা হোৱাটো অতি দূৰ্ভাগ্যজনক😭
অতি দুখৰ খবৰ ট্ৰাক চালকক মৰিয়াই মৰিয়াই মাৰি পেলাব লাগে ।
Truck Driver and Handyman ক বিচাৰি হত্যা অপৰাধত কঠোৰতকৈ ও কঠোৰতম শাস্তি দিব বুলি আমাৰ বিশ্বাস.....
হে ভগৱান ! বহুত দুখজনক খবৰ ৷ মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে ৷ দোষীক উপযুক্ত শাস্তি দিয়ে যেন ৷
Truck driver বিলাকে সিহঁতৰ লগত লোহাৰ ৰড,ডেগাৰ, weapon ৰাখে, গতিকে পুলিচে ভাল কৈ তদন্ত কৰিব লাগে , নহ'লে আগলৈ আৰু এনেধৰনৰ ঘটনা ঘতাটো খাতাঙ।
অতি মৰ্মান্তিক ঘটনা। ট্ৰাকচালকে কুখ্যাতি আনিলে। যুৱ অধ্যাপক গৰাকীয়ে উচিত ন্যায় পাওক 🙏🙏
কি যে হ'ব ধৰিছে দেশত।অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিয়ক।
CCCamera থাকিলে চুৰ আৰু পুলিচৰ অসুবিধা হ'য় বাবে চৰকাৰে ভাল নকৰে ।
Kole gol etya driver hontha hoi maat mota famous writer........etya justice or krne hei ekedhorone live ahi maat matilei hol
বৰ দুখদায়ক ৰ্মমান্তিক ঘটনা , বৰ দুখ পাইছো । দোষীক উচিত শাস্তি দিব লাগে অচিৰেই ।
এজন ড্ৰাইভাৰে দুৰ্ঘটনা কৰি কাজিৰঙাত এগৰাকী ছোৱালীক ড্ৰাইভাৰ সন্থাই ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল ৷ এতিয়া ড্ৰাইভাৰে দুৰ্ঘটনা কৰি এজন ব্যক্তিক লোহাৰ ৰদৰে মৰিয়াই হত্যা কৰিলে ৷ এতিয়া ড্ৰাইভাৰ সন্থাৰ প্ৰতিক্ৰিয়া কি হ’ব ?
Right 👍👍
চালক সন্হা কথাষাৰ গম পাইছে নে? প্ৰতিবাদ ও সততাৰে হব লাগে।
এতিয়া ৰূপম দত্ত য়ে কি ক'ব
ঠিকেই কৈছে
Bhal nologa hoise Kotha bur 😢 Ki hoise eibur xomajot ? Manuh moratu khub xadharon Kotha hoi porise.
ট্রাক চালক বিলাকে মদ খাই থাকে। সেই কাৰনে সিহতে এনেকুয়া অপরাধ কৰিবলৈ এবাৰও নাভাবে। ওম শান্তি।
অসম খন ধ্বংসৰ দিশে গৈ আছে আৰু
Truck driver r Gunda and always attack small car bike.so sad news
থানাত আৰু আৰক্ষী নাছিল নেকি? আচৰিত থানাত এনে ঘটনা ঘটে,লাজ পাইছো।
অতি দুৰ্ভাগ্যজনক, দোষী য়ে শাস্তি পাব লাগে
Very sad news Om Shanti
🙏JAI KRISHNAGURU 🙏 Please give Justice soon. RIP🙏 😭😭😭😭😭😭🙏
চৰকাৰ আছে বুলি ৰাইজে ভাবেনে ? কিমানযে কি হৈ আছে অসমত
Rupom Dutta ki kobo etiya ?
মানুহৰ নামত কলংক.....
I will miss you Dear Friend, jua Kali tumar FB post Sai bohut hukhi hoisilu, tumar kormo jibonor 11 bosor hampurno hoisil. Kintu aji tumar biyugor khobor pai moi mormahito hoisu. Ekeloge Ascent Academy Junior College porhisilu. Tumi Matric exam 40 % pai HS examot 70+% pai pass hoisila. Porhat bohut serious asila aru ami tumar example disilu ki manuhe sesta korile sob possible hobo pare.. Tumar okal mrityut bohut dukh lagise aru tumar Atmar Siro Hantir puar karona Bhagawanor usorot parthona korisu 🙏🙏🙏 Om Shanti 🙏🙏🙏
দোষীক একে শাস্তি দিয়ক।
Aji tu mahalaya,pis ratir pora rastat manuh pia pi di thake ,tene stholot truck driver e kenekoi moriai maribo pare?
অতি দুখজনক খবৰ😢ট্ৰাকচালক জনক অতি শ্ৰীঘ্ৰে আটক কৰি উচিত শাস্তি দিব লাগে
অতি দুখজনক ঘটনা , অকালতে মৰহি গল এগৰাকী ডেকা প্ৰশাসনিক অধীক্ষকৰ জীৱন ।
এই বোৰ ঘটনা বৰ দুখ জনক নিজে নিজক বচাই চলিব লাগিব কোনেও কাকো ভয় নকৰে আজি কালি দিনত সাংবাদিক তকৈ ওপৰত মানুহৰ। চকু থিয় হৈ থাকে বহুত ভয় লগা দিন আহিছে এনেকুৱা যাতে ভৱিষ্যতে নহয় তাকে কামনা কৰিলো
Eman dux loga kotha aibor kio anekuwa hoise manuh bor
অতি দুঃখজনক খৱৰ, তেওৰ আত্মাই চিৰশান্তি লাভ কৰক | ট্ৰাক চালক জনক উচিত শাস্তি দিব লাগে |
অতি দুঃখ জনক এনে কাৰ্য্য সংটিত হোৱাটো
বৰ দুখৰ খৱৰ। দোষীকো এইদৰেই কঠোৰ শাস্তি দি হত্যা কৰিব লাগে।
দোষীক শাস্তি প্ৰদান কৰিব লাগে l ওঁম শান্তি 🙏
চালক জনক ধৰিলে উলাব
অতি দুখৰ খবৰ। উচিত বিচাৰ হব লাগে।
Ajon protiva biyokti herai gol uff😭🙏🏼
Bohut dukh lagil
Justice should given
পুৱা ৭.৩০ বজাৰ ঘটনা প্ৰত্যক্ষদৰ্শী আন কোনো লোক বাপুলিচ প্ৰশাসন নাছিল নেকি ?? অতি দুখজনক , কি কি ঘটনা যে হৈ আছে আমাৰ অসমত ...???
Tollgate di Paisa lab Jane bjp government but cc tv lagab Paisa nai
Very sad,we want justice ❤
বৰ্তমান কি হৈছে কেৱল ৰহস্য ৰহস্য।
Will miss you terribly Dhrubo da. Tumi aaru nai amar majot
So sad......
শিক্ষা বিভাগৰ কি হৈছে।
So sad😭
RIP an irreparable loss of a talent for Assamese society
চালক টোক ধৰি ফাচি দিয়ক ।
Bohut besi utpat hoise truck ru Bus bus r driver buror
অসমত আৰু কি নহয়,অৰাজকতা ছলিআছে।
Oh God
Truck driverok cross ba overtake Kori par hobolou nidiye jetiya joruri thakileu nidiye,
Sirjonok Niyai diok
Atiaa Rupam Duttai ki kobo?
Aai truck,dumper buror utpat t thakibo nuara abostha hoise....besibhag truck,dumper r driver ei nisajukta drobya xebaan kori sanmukhat ji ahe takei mohotiyai loi jaai
Ratipua kuneu nedekhile nki baru kajia loga
Truck driveror utpat besi hoise,fansi dibo lage
Drivertuk dhorile tar mathatu dufalkoridibolage. Besi ain ain mani lavnai.case khelile driver basijabo 100/.
😢😢
RIP 🙏
Truck 🚛 driver tuku thanat ni ulomai same treatment dibo lage!!
dumper aru truck driver bur a jeneke mon jai solai rastat bike scooty gari aku nasai rati holay to aku nasai
Nei lagibo kar hahaso hoise
First salok santha aru rupam dutta k police station t matok ,,bor driver r side loi nhy aibr saw ,,,
এই,গণনা,সহজ,নহয়
😭😭😭
Val ki jidiha
Takdaivar jon ghor kot nobar lage Tak moi marim moriyai moriyai
Takkhonor malikok dorilei ulaijabo sob
Rip
Tar 14 gosotik seh koribo lage
Manobota,nuhuwaholniki
Rupam datta sir kot gol ba. Kiba aeta kaouk
এই অসভ্য ট্ৰাক চালক বোৰক ভালকৈ নাকি লগাব লাগে।
truck driverk dhori gol kati dili hol ,i sage assam r nohoi .
Fasi diba lageh driver janak
Teo garit Akale asil neki ?
অসমীয়া লোকে তল মুৰ থকাৰ মনোবিত্ৰী পৰিত্যাগ কৰাৰ সময় আহি পৰিছে ।
অসম ভূমিৰ ভিতৰত কোনো কাৰণতে যাতে অসমীয়া লোকক কোনো অনা অসমীয়া আৰু বহি:ৰাজ্যৰ লোকে আঘাট কৰা বা কাজিয়া কৰাৰ সাহস যোগাব নোৱাৰে।
মই সুদীৰ্ঘ ৪ টা দশক অসমৰ বাহিৰত আছোঁ আৰু সেইবোৰ ৰাজ্যত সেই ৰাজ্যৰ লোক সকলে পুলিচ আৰু সাধাৰণ প্ৰশাসনৰ পৰা সদায় বিশেষ সুবিধা পায় আৰু তাত স্থানীয় লোকৰ লগত কাজিয়া, তৰ্কা তৰ্কি বা মাৰধৰ কৰাৰ কাৰো সাহস নাথাকে। তেনে অৱস্থাত অসম কিয় বেতিক্ৰমি হব ?
আমি অসমীয়া সকল সহজ সৰল নে ভয়াতুৰ দুৰ্বল ?
पता नहीं आसामीज लोगो के अंदर लाचित महाराज की ताकत कहा खो गई । इतना डरपोक बन गया है सोंचने वाली विषय है ।
Assam r manuh br unity nai heibabe anekua hboloi dhorise .
Aru besi din nai aneke thakile Tripura r dore obostha hbo Assam r aji r pra 5 bosor pist
Nhi bro abhi bhi jinda hai Assamese log@@Pinhole-h2g
Tak doribi lage
Ram Ram ki je hob
Bosaboloi Kunu Manuh Nasilne Bahut Dukh Lagil
Manuh borar magajat aku nuhua hal neki
Truck chalok khilonjia ne mia asil
Oti xhunkale driver jonk lage
Truck driver tum mari pelabo lage .
Rip... track salok jonokdhori usit Hasti diyok
Aituku moriyai moriyai maripelabo lage.
Ajon illiterate manu e educated manuk dongko korile.
Dallali asile eitu
Truck driver bur e drugs khai
So sad news...RIP
Justice should be given!...
Very very Sad affair. Om Shanti
🙏🙏🙏
Rip 😢😢
So sad news.
Marilei..kam.khakh.neki
বালৰ সংগঠন বোৰে বা কি কৰে ।
Aei bor ki hobo dharise
Truck chalok aru handymok encounter koribo lage. Nohole truck salokor otopali hekh nohobo