mur dada ejon r hoisile apunar nisina check up t jaute dhora porisil,kintu tate Hyderabad t loge loge operation korile, 7month maan hol operation huwa, At present tym ok ekebare baccha duta ase dada r , hospital t operation huwa r pasot 5din maan asile.
অতি সোনকালেই সুস্থ হৈ উঠক আপুনি। বেমাৰটোৰ বিষয়ে নাজানো কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আপোনাক সুস্থ কৰি দিয়ক।
পাৰিলে অলপ কষ্ট কৰি হলেও চেন্নাইতেই অস্ত্ৰোপচাৰটো কৰাৰ কথা চিন্তা কৰা। আমাৰ চিকিৎসা আৰু চিকিৎসকৰ লগত বহখিনি প্ৰশ্নবোধক থাকি যায়।
শ ইকিয়া দা সোনকালেই ভাল হ'ব
ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো
আপোনালোকৰ ভিডিঅ'বোৰ চাই খুউব ভাল লাগে । ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি সোনকালে সুস্থ হৈ উঠক 🙏
ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে আপুনি সুস্থ হৈ উঠক🙏
সুস্থ হৱা অতি সোনকালে ভগৱানৰ ওচৰত প্ৰাথনা জনাইছোঁ।
চিন্তা কৰিব নালাগে ভাত ৰুটি একেবাৰে কমাই শাক-পাচলি ফল-মূল কালতেই সকলো ঠিক হ'ব
চাল হব চিন্তা নকৰিব ভাল হব ভগৱানৰ প্ৰৰ্থণা জনালোঁ❤❤❤
Val houk dei dada amak jmoni vedio lagibo🙏🙏
Hosai biswas hua nii apunar bemarror kothatu.
Val lage apunar video sai
আপনাৰ দ্ৰুত আৰোগ্য কামনা কৰিলো দাদা
ভাল হৈ যাব ভগৱান আছে ❤
শুভেচ্ছা আছে । সদায় 💐
mur dada ejon r hoisile apunar nisina check up t jaute dhora porisil,kintu tate Hyderabad t loge loge operation korile, 7month maan hol operation huwa, At present tym ok ekebare baccha duta ase dada r , hospital t operation huwa r pasot 5din maan asile.
ভাল হবা ৷ চিন্তা নকৰিবা
সোনকালেই অপাৰেশ্যন টো কৰা ভাল বেমাৰৰ কথা কব নোৱাৰে কি পৰা কি হয়গৈ, ভাল হব টেনশন নলব, বাকী ভগৱান আছে,
Bhogoban aase nohoi bidyud da hunkale vhal hobo.
Happy journey dada bow
হয়, আপুনি পাৰিলে অপাৰেচনটো তাতেই কৰাওক, ভগৱানে সোনকালে সুস্থ কৰি তুলিব, চিন্তা নকৰিব।
It's a non alcoholic fatty liver disease.
So apuni junk foods akebare avoid korok,karon non alcoholic disease alop risky hoi.
get well soon and be happy..... may God bless you
Sorry Devottam axom buli ase
ভাল। পাইচেনে। অলপমান দাদা
Val hbo dada...
সোনকালে সুস্থ হৈ উঠা, আশীৰ্বাদ জনালো ভগবান সহায় হওক। সেই যে পিংকি খবৰ লৈছে নে?
সুস্থ হওক অতি সোনকালে
God bless you 🙏
একো চিন্তাৰ কাৰন নাই ৰাতি পুৱা খৰকৈ ১ ঘন্তা খোজ কাঢ়ক আৰু অন্ততহ ২ মাহ সিজোৱা খাদ্য খাওক আৰু আবেলি ৫ বজা পাছত পানিৰ বাহিৰে সকলো খাদ্য পৰিহাৰ কৰক , কেলা আপুনি যদি ভাল নহয় jcb ক থিকছে পিতিব
চিকিৎসাত অৱহেলা নকৰিব। সোনকালেই সুস্থ হৈ উঠে।
God blessed you 🙏
God bless you
সুস্থ হওঁক সোনকালে
Diet maintain koribo aru physical exercise. xeituei main
Love you
Get well soon ❤
❤
Da toi youtube ot Debobrat assam buli ata Chanel ase charch kori sa sun dada jon bohut val doctor val upai debo tuk
Debobrot Assam nohoi o. Devottom Assam hoi.
Daalda xunkale xistho hoi uthbo.vagaban ase
God bless you dada
খালেই
Bahut kom khorosat hobo
Apuni hunkale hustho houk
Urology bivagot dekhabo pare
Beya lagil amar eale aha hole val lagil hoi
Amar eyat thaka xubidha o ase
Fast coment
Thanks to all 🙏
Apolo hospital no Chennai r❤
God bless you
God bless you 🙏🙏