আজি সু সন্তানৰ অভাৱত সমাজ দেশৰ এই গতি ,সু সন্তান লাভৰ কাৰণে আই সকল ধৰ্মশীলা হব লাগিব ,মাটি যিমান উৰ্বৰ হয় বীজু সিমানে সুন্দৰ হয় ,মা মানে মাটি ,আজি মহাপুৰুষ সকল জন্ম লবলৈ তেনে মা পোৱা নাই ,এৰোপেলেন পৰিবলৈ যেনেকৈ এয়াৰ পত লাগে ভাল আত্মা আহিবলৈয়ো ভাল শুদ্ধ মা লাগিব , মা সকল নাজাগিলে যিমান শিক্ষিত হক যিমান সমাজ দেশ মঙ্গল বিচাৰক একো নহব
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সকল সেৱা 🙏 আপোনালোকৰ ভক্তি মূলক ব্ৰাখা শুনি বহুত ভাল লাগিল কিন্তু এটা কথা জানিব পাৰি চাগে এই যে ৮টা পহৰ কথা কৈছে আমাৰ গিহস্তি সংসাৰ চিষ্টি কৰা কথা যে ৰাতি প্ৰহৰ ৪প্ৰহৰ ভাল বুলি সেটো সঁচা কথা এই যে আপোনালোকৰ বৈকুণ্ঠ যি সকল উঠি অহা কন কণ শিশু সকল আছে তেৰা সৱে জানিব লগীয়া নেকি আমি জানিব বিচাৰিছোঁ হয়টো আমাৰ জানিব লগীয়াত ভুল হব পাৰে আমাক নিজৰ বুলি ভুল শুধৰাই দিয়ে যেন কৃষ্ণ কৃষ্ণ কৃষ্ণ
এই কথাই সমাজৰ বহুতো মঙ্গল সাধিব , 100% সত্য কথা , খুব সুন্দৰ উত্তৰ
Boyoxot emn xoru jodio Madhurya borah gyanor sagar. Bht bhal pao teor kotha bur🙏🙏🙏🙏🙏
Xunder Oti xunder kontha bapjoner
Krishma
Krishna bohut xundor byakha
Krishna Krishna probhu pramisu sokoluke,
আজি সু সন্তানৰ অভাৱত সমাজ দেশৰ এই গতি ,সু সন্তান লাভৰ কাৰণে আই সকল ধৰ্মশীলা হব লাগিব ,মাটি যিমান উৰ্বৰ হয় বীজু সিমানে সুন্দৰ হয় ,মা মানে মাটি ,আজি মহাপুৰুষ সকল জন্ম লবলৈ তেনে মা পোৱা নাই ,এৰোপেলেন পৰিবলৈ যেনেকৈ এয়াৰ পত লাগে ভাল আত্মা আহিবলৈয়ো ভাল শুদ্ধ মা লাগিব , মা সকল নাজাগিলে যিমান শিক্ষিত হক যিমান সমাজ দেশ মঙ্গল বিচাৰক একো নহব
হে পৰম ভকত বান্ধৱ আপোনাসৱলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ । কৃষ্ণ 🙏🙏🙏
🕉💙🙏 Krishno Krishno 🕉
কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ চৰণ সেৱা প্ৰণিপাত কৰিছে প্ৰভূ অধমৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ 🙏🙏কৃষ্ণ কৃষ্ণ ঈশ্বৰ প্ৰভূ 🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ
Joi Krishnar joi prabhu apunasobok aami odhormie apunasobok sotokoti sewa nibedisu
বহুত সুন্দৰ পয্যালোচনা নৱ প্ৰজন্ম বাবে।বহুত বহুত ধন্যবাদ বাপ সমষ্ত।কৃষ্ণ। কৃষ্ণ প্ৰণাম।
বহুত সুন্দৰ ভাঙনি কৰিছে ভাল লাগিছে
Otika hundor hoisa
Bohut sundar bakhya. Joi krishna.
কৃষ্ণ বাপ ভাল লাগিল।।
কৃষ্ণ কৃষ্ণ কৃষ্ণ
,🙏 কৃষ্ণ ইমান ধুনীয়া কথা কৈছে। আগলৈ এনেকুৱা সুন্দৰ বিখ্যা শুনিবলৈ আখা কৰিলোঁ 🙏🙏🙏 কৃষ্ণ কৃষ্ণ
বানান কিয় ভূল হয় ?
কৃষ্ণ কৃষ্ণ বাপ বান্ধব আমি আপোনাৰ মুখপদ্মহন্তে যি বাখ্যা শুনি বলৈ পাই ধন্য হলো । আমাৰ সেৱা গ্ৰহণ কৰিব ।জয় শ্ৰীকৃষ্ণ
Oti hundor
সচাঁই অাপোনালোকইমান ধুনীয়া নির্মল শুকুলা সাঁজে পোচাকে ভাগৱত গীতাৰ মধুপান কৰা ভকত সকল কেতিয়ানো ক'ত অাৱিস্কাৰ হয় ভাবিবইনোৱাৰি দেশৰ এই সংকত কালত তাতে কলেজীয়া বয়সৰ ল'ৰাই শাস্ত ভাগৱত চর্চাত মোহিত হ'লো ইদেশৰ বাবে চাগৈ মংগল ইতিবাচক বৰ ভাল কথা হৈছে , কিযে মায়াৰ বজাৰ হে ...,,,..
Jay. Ram. 🌹🌹🙏🌹🌹🙏🌹🌹
Oti Hundor mama
Bap u gurujon pronam
Krishna Krishna🙏🙏 prabhu oti xundor bakhya Krishna🙏🙏 sewa janaisu🙏🙏
বাপজনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি আপ্লুত হ’লো কোটি কোটি সেৱা জনাইছো কৃষ্ণ কৃষ্ণ৷
Oti Hundor Handique
Oti Hundor hoisa
Krishna .hewa jonalu.vl lagil.
কৃষ্ণ
❤❤❤❤❤ krishna probhu iswar aponalukok kouti kouti nomah
🙏
Krishna ATI sandor
Emn hundar baikhya ..huni hontukh plu krishna
অতি সুন্দৰ বাখ্যা। আগলৈ শুনিব পাম বুলি আশা থাকিল। কৃষ্ণ কৃষ্ণ
আপোনাৰ অমৃত বাণী অতি শ্ৰুতি মধুৰ হৈছে। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ।
Krishna bohut bohut bhal jibo Sreeman Borahdev. Bhogobane jugopurush hisabe teuk dhoraloi pothaise. God bless you
বৰ. ভাল. লাগিল
Krishna
বহুত ভাল লাগিল শুনি……কৃষ্ণ
কৃষ্ণ বৰ সুন্দৰ।
হে পৰম ভকত বান্ধন বহুত কথা জানিলো।
Krishna bap 🙏 bor sundar hoise krishna
বৰ সুন্দৰ কথা কৈছে দেই সময়ত বহুত উপকাৰ হব বুলি ভাবিছো কৃষ্ণ কৃষ্ণ প্ৰভূ
Bor hundar
Huni val lagil
সুন্দৰ ভাঙনি,সন্দিকৈ ককাইদেউ ।
Krishna Krishna Baap ru AI Hakil .....Jai Guru Sankar... Madhob, Hewa Jonaisu.. Krishna Krishna
কৃষ্ণ সুন্দৰ পয্যালোচনা হৈছে ।
সুন্দৰ হৈছে। আগলৈয়ো এনেদৰে শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলো ।
সুন্দৰ হৈছে , আগলৈও শুনিবলৈ পাওঁ যেন, কৃষ্ণ,,,,
Hori Ram
Bahut val lagel
Khubei sunder lagise KRISHNA KRISHNA
Krishna Bap bondhu VL lgil huni
Bor xundor hoise Bapjona. Krishna.....
সুন্দৰ হৈছে
কৃষ্ণ প্ৰভু
হে হৰি হে ৰাম হে হৰি হৰি হে ৰাম হে হৰি হৰি হে কৃষ্ণ হে ৰাম
✌️
প্ৰহৰতহে যোৰ দিয়া হৈছে
জীৱৰ প্ৰাৰব্ধ কৰ্মফলক উলাই কৰা যেন লাগিছে৷
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👌👌👌👌👌👌👍👍👍👍👍
কৃষ্ণ
Om Namo Bhagobate Vasu Devae 🙏🙏🙏🙏🙏🙏
Krishna Krishna
কৃষ্ণ কৃষ্ণ বাপ । খুউব সুন্দৰ । মন চুই গ'ল
Dinot ram nam rati siprang
Hundor hokalua kipa houk
Krishna krishna
Krishna krishna ram ram
অতি সুন্দৰ হৈছে উঠি অহা প্ৰজন্মৰ বাবে ।
Beher barioutlost
শুনি সুখী হলোঁ দাই
dhanyabad
কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছো।সুন্দৰ বাখ্যা কৰা হৈছে নৱ প্ৰজন্মৰ সকলোৱে জানিব পাৰিছোঁভাল লাগিল সদায়েই শুনি বলৈপাম বুলি আশা কৰোঁ।
প্ৰভু কৃষ্ণ , তোমাৰ মাত কথা বিলাক অতিকৈ সুন্দৰ হৈছে
অতি সুন্দৰ কথা কৈছে 🙏🙏
কৃষ্ণ সুন্দৰ ব্যাখ্যা হৈছে বাপ কৃষ্ণ কৃষ্ণ
বৰ সুন্দৰকৈ বাখ্যা কৰা বাবে আপোনালোকলৈ প্ৰনাম জনাইছো ।
Krisnha Krisnha 🌹🌹👋
I love madhujya boruah. tekhet amar gaon loi ahisil.28 and 29 may 2022 tarikhe.
Krishna kriso
Jai Jai Jai Jai Mata Di 🙏🙏🙏🙏🙏
কৃষ্ণ সুন্দৰ হৈছে।
বৰ সুন্দৰ ব্যাখ্যা দিলে বাপ ; প্ৰণাম জনালোঁ
কৃষ্ণ , সুন্দৰ বাখ্যা শুনিবলৈ পালো। আগলৈ আৰু পাম বুলি আশা কৰিলো। কৃষ্ণ ।
Bohut xundor hoise🙏🙏🙏
ঈশ্বৰে কৃপাকৰক কৃষ্ণ কৃষ্ণপপ্ৰভু
প্ৰভু কৃষ্ণ কৃষ্ণ🙏
Bahut val lagil.agalai Jen xunib Pai thako.
কৃষ্ণ বাপ সুন্দৰ হৈছে 🙏
🙏🙏🙏🙏🙏🙏🙏
অতিব সুন্দৰম
বহুত ভাল লাগিল দেই। কৃষ্ণ 🙏🙏🙏 ( জীৱন )
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনালোক সকলোকে সেৱা জনাইছো প্ৰভু , কৃষ্ণ ।
Krishna bap
Hondor hoisa.... 🙏🙏🙏
Bahut val lagil krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Jai Jai Jai Jai Bajrangbali 🙏🙏🙏🙏🙏
বহুত ভাল লাগিল
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সকল সেৱা 🙏
আপোনালোকৰ ভক্তি মূলক ব্ৰাখা শুনি বহুত ভাল লাগিল কিন্তু এটা কথা জানিব পাৰি চাগে এই যে ৮টা পহৰ কথা কৈছে আমাৰ গিহস্তি সংসাৰ চিষ্টি কৰা কথা যে ৰাতি প্ৰহৰ ৪প্ৰহৰ ভাল বুলি সেটো সঁচা কথা এই যে আপোনালোকৰ বৈকুণ্ঠ যি সকল উঠি অহা কন কণ শিশু সকল আছে তেৰা সৱে জানিব লগীয়া নেকি আমি জানিব বিচাৰিছোঁ হয়টো আমাৰ জানিব লগীয়াত ভুল হব পাৰে আমাক নিজৰ বুলি ভুল শুধৰাই দিয়ে যেন
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ 🙏 সুন্দৰ।
Jai Jai Jai Jai Shree Krishna 🙏🙏🙏🙏🙏🙏
Oti hundor...🙏🙏🙏
সুন্দৰ। অতি সময়োপযোগী ব্যাখ্যা 🙏
অতি সুন্দৰ হৈছে বাপ অমাৰ উঠি অহা পজনমৰ বাবে সময় উপযুগী হৈছে।আগলৈকো শুনিবলৈ পাম বুলি আশা কৰিলো।