বৰফ ৰ দুনীয়া - This is Gulmarg , KASHMIR ❤️

Поделиться
HTML-код
  • Опубликовано: 11 окт 2024
  • kashmir gulmarg video
    #kashmir #assamese

Комментарии • 2 тыс.

  • @rumidevi3311
    @rumidevi3311 2 года назад +6

    কাশ্মীৰ যে এনেকুৱা হ'ব বুলি ভবাই নাচিলো। বহুত বহুত ধন্যবাদ দেখুৱাই দিয়াৰ বাবে ।

  • @pkdutta7953
    @pkdutta7953 2 года назад +37

    বহুত সুন্দৰ কাশ্মিৰ ভূ সৰগ আৰু ভাল ভাল ঠাই দেখিবলৈ পাম বুলি আশা কৰিলো ভালকৈ থাকা ধন্যবাদ।

    • @debasishvideo6901
      @debasishvideo6901 2 года назад +1

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html

    • @DimpiDimpi-x6j
      @DimpiDimpi-x6j 6 месяцев назад +1

      ❤❤😊😊😊😊😊😊😊❤❤❤❤🎉🎉🎉🎉🎉

    • @DimpiDimpi-x6j
      @DimpiDimpi-x6j 6 месяцев назад +1

      💯 😊❤😊❤😊❤😊❤❤❤😊😊😊 2:50

    • @gitaboro3833
      @gitaboro3833 3 месяца назад

      drive.google.com/file/d/1FyEmPoCiUdAHoT_C11auOD44uTuRUbqo/view?usp=drivesdk

  • @axomorfact9234
    @axomorfact9234 2 года назад +54

    আমি এই সাফল্যৰ বাবে নিজকে অভিনন্দন জনাইছো কিয়নো Dimpu ৰ বিষয়ে এটা সৰ্বশ্ৰেষ্ঠ কথা হ'ল যে তেওঁ কিবা প্ৰাপ্ত কৰিলে কেতিয়াও নিজৰ কৃতিত্ব নলয়, তেওঁ সদায় আমাক, দৰ্শক আৰু তেওঁৰ দলক সন্মান কৰে আৰু তেওঁৰ সকলো video ভাল হয় । মই ডিম্পুৰ ভ্লগবোৰ বহুত ভাল পাওঁ
    আৰু মই এই মন্তব্য টো পঢ়া সকলো লোকক মৰম জাছিলো ""জয় আয় অসম""

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @Lalchanliveshort2738
      @Lalchanliveshort2738 2 года назад

      ruclips.net/video/QiBZI7BMwt0/видео.html

    • @gunajitsarma
      @gunajitsarma Год назад

      Ethcdfyi

  • @anirudhaparasar7430
    @anirudhaparasar7430 2 года назад +4

    সচাকৈ কাশ্মীৰ অপুৰ্ব, স্বৰ্গীয় - বহুত বহুত ধন্যবাদ শ্ৰদ্ধাৰ দিম্পু

  • @naba8588
    @naba8588 2 года назад +1

    সুন্দৰ পৰিবেশ ধন্যবাদ থাকিল ডিম্পু দা
    আমাক এই মনোমোহা দৃশ্য দেখোৱাৰ বাবে 👍🇮🇳
    জয় আই অসম ❤️

  • @anupamroy9799
    @anupamroy9799 2 года назад +615

    দিম্পু দা আপোনাৰ কষ্টৰ ফলত আমি অসমত থাকি কাশ্মীৰ খন ধুনীয়াকৈ উপভোগ কৰিব পাৰিছো আৰু ভাল লগা ঠাই দেখুৱাই যোৱা তাৰে আশা থাকিল। লগতে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰো যে আপুনি সুকলমে ঘূৰি আহে ❤️

  • @Mitashri_Khaund
    @Mitashri_Khaund 2 года назад +19

    Wow সঁচাই ইমান ধুনীয়া কাশ্মীৰ । ডিম্পু দা তোমাৰ কাৰণে ঘৰতে বহি ইমান ধুনীয়া কাশ্মীৰ পৰিৱেশ উপভোগ কৰিব পাৰিছো । আৰু ভাল ভাল ঠাই চাবলৈ পাম বুলি আশা থাকিল লগতে ।

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

  • @braj683
    @braj683 2 года назад +117

    আমাৰ দাদা INDIAN ARMY চিয়াচিন গেলেচিয়াৰত আজি দুৱচৰ ধৰি দেশ ৰক্ষাৰ হকে duty কৰি আচে.. তেওৰ লগতে সকলো ভাৰতীয় সেনা জোৱান সকলক অন্তৰৰ পৰা চেলুত... ⚔️🇮🇳⚔️...dimpu da Joi Ai axom

    • @birajcreation1233
      @birajcreation1233 2 года назад +2

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @debasishvideo6901
      @debasishvideo6901 2 года назад +3

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @bhanitamedhivlogg2357
      @bhanitamedhivlogg2357 2 года назад

      ruclips.net/video/PAdne4VUgBY/видео.html

    • @harajitbhuyan9817
      @harajitbhuyan9817 2 года назад +1

      Pp

    • @harajitbhuyan9817
      @harajitbhuyan9817 2 года назад

      𓀡

  • @nirmalboruah3001
    @nirmalboruah3001 Год назад +1

    বহুত ভাল লাগিল,😊হাহিঁও উঠিল, মজা 😁😂🙂😇

  • @kusumakoch2133
    @kusumakoch2133 2 года назад +3

    দীম্পু দা আপোনাৰ video ৰ যোগেদি আমি কাশ্মীৰ খন ভাল দৰে দেখা পালো। so Thank you দীম্পু দা । লগতে যিসকল army যোৱান তাত থাকি দেশৰ কাৰণে কষ্ট কৰি Dewty ত আছে, সেইসকলৰ কাৰণে জয় হিন্দ, জয় আই অসম

  • @mxtakatakassamteam7280
    @mxtakatakassamteam7280 2 года назад +17

    দিম্পু দা আপনাৰ কাৰণে কাশ্মীৰ খন চাবো পৰিলোঁ আৰুদিম্পু দা আপোনাৰ ভিডিও মোৰ কাকত ইমানেই ভাল লাগে মই তোমাক কৈ খেনেই বুজাব নোৱাৰিলো thank you so much
    Dimpu da I love you dimpu da

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @bhanitamedhivlogg2357
      @bhanitamedhivlogg2357 2 года назад

      ruclips.net/video/PAdne4VUgBY/видео.html

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html😂

  • @Mdshams
    @Mdshams 2 года назад +26

    Diphu is best assamese youtuber no one can take his place. Mufizur Rahman is not no1 in Assam. He make hindi video. Keep growing dimpu da ❤❤❤❤❤

    • @bbfamily429
      @bbfamily429 2 года назад +1

      Yes Dimpu da is best 👍🏻

    • @rotoinfo9488
      @rotoinfo9488 2 года назад +4

      Who is Mufizur Rahmam??

    • @shamsuddin824
      @shamsuddin824 2 года назад +1

      Mojjja 🤝👍🏻

    • @tmgblaster6453
      @tmgblaster6453 2 года назад +1

      _হিন্দী ইংলিছৰ লগত কথা নাই ডাঙৰীয়া,মুফিজুৰ ৰহমানৰ কোনো face value নাই , আমাৰ দিম্পু দাদাৰ আছে, কিন্তু মোৰ সবাতোকৈ ভাল youtuber B BOYS হয়, YOUNGSTAR KA DIL KI DHADKAN DHAKDHAK, FROM শিৱসাগৰ অসম, জয় আই অসম🌷🌷🌷🌷🌷🌷🌷🌷🌷❤️❤️❤️❤️❤️❤️❤️👌👌👌👌👌👌👌_

    • @birajcreation1233
      @birajcreation1233 2 года назад +1

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @ChocolateBoyYusha
    @ChocolateBoyYusha 2 года назад +4

    Mojja lagisai 🥰🥰🥰🥰Love from Nagaon❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @asrafulaliahmed4751
    @asrafulaliahmed4751 2 года назад +2

    Bohut borhiya dimpu da, bohut val lagil, apunar joriyote kashmiror borof bilak valke chabo parilu, Thanks to you dimpu da..

  • @jayantadas326
    @jayantadas326 Год назад +1

    ডিমপু তোমাৰ কাৰণে বহু জাগা দেখা পালোঁ ধন্যবাদ ভাই ।

  • @AMN2023
    @AMN2023 2 года назад +31

    গোলাঘাটৰ পৰা বহুত মৰম যাচিঁলো 🌱 বহুত ধুনীয়া লাগিল ভিডিঅ'টো চাই 💞 আপোনাৰ কাৰণে ই বহুত নেদেখা কিবা কিবি দেখিছোঁ বহুত বহুত ধন্যবাদ দাদা 🥰 লগতে সকলোৱে যেন মোৰ চেনেলটো এবাৰ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏🙏🌱

    • @dildaras1167
      @dildaras1167 2 года назад +1

      মোৰ ভিদিঅৰ ফালে এপাক ভুমুকি মাৰিব বুলী আশা কৰিলো 🙏🙏🙏

    • @birajcreation1233
      @birajcreation1233 2 года назад +2

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @DamarSBGurung
    @DamarSBGurung 2 года назад +22

    Mojja mojja

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html😂

  • @krishnagogoi4571
    @krishnagogoi4571 2 года назад +5

    Thank you so much dada....apunar karone Ami ghoro porai kasmir khon upovug koribo parisu...love from Dibrugarh ❣️❣️

  • @rimpihazarika2285
    @rimpihazarika2285 2 года назад +1

    🔥🔥dimpu da .moja lagil blog tu sai 😍😍hodai enekoye hundor hundor video di thakiba buli akha korilu,

  • @NMP23
    @NMP23 2 года назад +1

    Dhuniya lagil video to sai ❤️

  • @Manashpratim22
    @Manashpratim22 2 года назад +10

    ভাল লাগিছে video বোৰ চাই। নেদেখা ঠাই video ৰ যোগেদিয়েই চাবলৈ পাইছো । ❤️💖❤️💖

    • @debasishvideo6901
      @debasishvideo6901 2 года назад +1

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @ayanjyotiofficial5517
      @ayanjyotiofficial5517 2 года назад +1

      nice video dimpu da mja lagil sai

    • @ayanjyotiofficial5517
      @ayanjyotiofficial5517 2 года назад +1

      nice video dimpu da mja lagil

    • @gitaboro3833
      @gitaboro3833 3 месяца назад

      drive.google.com/file/d/1FyEmPoCiUdAHoT_C11auOD44uTuRUbqo/view?usp=drivesdk

  • @deltagaming9106
    @deltagaming9106 2 года назад +40

    Scenic scenes, thank you for always making very beautiful videos, beautiful places, seeing your videos is like flying in a dream, makes my soul full of gratitude to God who created the beauty of the universe, I never get tired of watching your content that is so perfect you are great.. 👍👍👍

    • @birajcreation1233
      @birajcreation1233 2 года назад +2

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html😂

  • @jupivlogs7743
    @jupivlogs7743 2 года назад +12

    ধুনীয়া লাগিল ডিম্পু দা 🥰

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html😂

    • @axomorfact9234
      @axomorfact9234 2 года назад

      Nice

  • @ramayanpanging1488
    @ramayanpanging1488 2 года назад +1

    Video 2 hai Mojja lagil dimpu da

  • @riiitick_5399
    @riiitick_5399 2 года назад

    দিম্পু দা আপোনাক আজি অলপ বেছি এই আনন্দত দেখিছোঁ । এনেকৈ এ সদাই আনন্দত থাকিব ।। ❤️❤️👍👍

  • @Lovepoem830
    @Lovepoem830 2 года назад +13

    Next level Dimpu dada ❤❤🔥🔥🔥

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 года назад +35

    কোনে কোনে dimpu দাৰ ভিডিও দুবাৰ চাই👍👍♥️♥️♥️

  • @Manashpratim22
    @Manashpratim22 2 года назад +7

    Love from Dhemaji ❤️💖💖💖

  • @atulchandradeka8328
    @atulchandradeka8328 2 года назад +1

    We have also enjoyed beuty Kashmir in ur video , কাশ্মীৰৰ মনোমোহা দৃশ্য সচাকৈয়ে ধুনীয়া। চিনেমাৰ এটা গান ইয়ে কাশ্মীৰ হাই ইয়ে কাশ্মীৰ শুনি যেনেকৈ মনত ভাল লগাই তেনেকৈ তোমাৰ ভিডিওগ্রাফি চাই খুবেই ভাল লাগিল । Last but not least long live Dimpu.

  • @sumandeka2113
    @sumandeka2113 2 года назад +1

    Dhuniya vidio dimpu da mojja Kashmir barf

  • @devilrabha8690
    @devilrabha8690 2 года назад +22

    So beautiful 😍😍❤️❤️

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

  • @nibhadutta312
    @nibhadutta312 2 года назад +4

    Next level dimpu Da 😍🥰 ধেমাজি পৰা মৰম দিলো দাদা

    • @debasishvideo6901
      @debasishvideo6901 2 года назад +1

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @nibhadutta312
      @nibhadutta312 2 года назад +1

      Next level bro ধেমাজি পৰা মৰম দিলো 😍😍🥰

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html

  • @Explore_অসম
    @Explore_অসম 2 года назад +35

    Always respect indian army⚔️🇮🇳⚔️

    • @debasishvideo6901
      @debasishvideo6901 2 года назад +1

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html

  • @mubarakdidlitllemastermuba1007
    @mubarakdidlitllemastermuba1007 2 года назад

    Bahut moja lagise very nice dimpu dekhuwar karone thank you

  • @jumeepathak925
    @jumeepathak925 2 года назад

    Kashmirkhon xosake bohut dhuniya...Gandola rideot jiman goleo hepah nopolay ❤️❤️❤️❤️

  • @sajuvlogs2191
    @sajuvlogs2191 2 года назад +5

    Video2 sai val Lagile❤❤❤❤❤
    Mojja Dimpu Bhai🔥🔥🔥🔥🔥🔥

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html😂

  • @aksdam2690
    @aksdam2690 2 года назад +34

    Such a beautiful scenic heavenly place .Thanks Dimpu for showing us .Kashmir looks like Switzerland just tooooooo beautiful.No words to.express.Enjoy Dimpu

  • @mediumgamer1565
    @mediumgamer1565 2 года назад +10

    What a josh dimpu daa♥️😍 Over power

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

  • @akashbarua4870
    @akashbarua4870 2 года назад

    দিম্পু দা, চৰ্দি হৈ আছিল ভিডিও চাই তামাম জ্বৰ উঠিল আৰু তামাম ঠাণ্ডা লাগিছে

  • @rahulhaloi6611
    @rahulhaloi6611 2 года назад +1

    Dimpu da....Bohut val lagel video tu sai
    Aru val val video anibo..

  • @lakshyachamuah4459
    @lakshyachamuah4459 2 года назад +6

    আপোনাৰ চেনেলতেই প্রথম মই ভাল দৰে জম্মু কাশ্চির খন দেখিছো বহুত ভাল লাগিল ৷ ঢ়কুরাখনার পৰা মোৰ মৰম আপোনালৈ যাচিলো৷

    • @mainasumi3516
      @mainasumi3516 2 года назад

      ruclips.net/video/xielt7VcTww/видео.html

  • @nuclearkim4678
    @nuclearkim4678 2 года назад +21

    Dimpu is by far the best youtuber literally hands down, and i have watched almost every single video over the past year. ❤️✋

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html

  • @hearttouchingvideo3409
    @hearttouchingvideo3409 2 года назад +1

    Dimpu da so nice beutiful natural ice place 👌👌👌👌👌

  • @ankurchamuachannel9512
    @ankurchamuachannel9512 2 года назад +1

    Mojjja dimpu dada love from Dibrugarh khowang

  • @d_mgaming2886
    @d_mgaming2886 2 года назад +8

    Next Level🔥🥰

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @soldierswing
    @soldierswing 2 года назад +15

    Salute to our real heroes ❣️🇮🇳

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

  • @utpaldas.
    @utpaldas. 2 года назад +7

    Love from nalbari ❤️💖💖

  • @rohittaid8638
    @rohittaid8638 2 года назад

    Wow dimpu da video tu sai montu nejei vhal lagi gol. Super👍👌👌😘

  • @Tinamonisaikia-pm8uj
    @Tinamonisaikia-pm8uj Год назад

    মোৰ সপোন কাশ্মীৰ যোৱা আপোনাৰ এই ভিডিঅ' টোৰ দৰ্শন পাই মই বহু ধন্য ডিম্পু দা 🥰🥰 লগতে আপোনালৈ মোৰ অন্তৰ উজাৰি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏 লগতে বহু মৰম যাছিছো ।

  • @apurbadas4194
    @apurbadas4194 2 года назад +5

    Next Level Dimpu Brother 💓 💓 💓

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼

  • @rishikeshmohan2453
    @rishikeshmohan2453 2 года назад +9

    Mojja ❤❤🔥🔥

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @monpori5638
      @monpori5638 2 года назад

      Val lagill

  • @RishiFactory
    @RishiFactory 2 года назад +6

    Next level video 🔥🔥🔥

    • @birajcreation1233
      @birajcreation1233 2 года назад +1

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @goodhealth2023
    @goodhealth2023 2 года назад

    দিম্পু তোমাৰ জহত কাশ্মীৰ খন দেখিলো, বহুত ভাল লাগিল,,,,আগলৈ এনে ভিডিঅ' দেখিবলৈ পাম বুলি আশাৰে বাট চাই ৰলো আৰু তুমি কাশ্মীৰৰ পৰা ঘুৰি অহাৰ পিছত লগ পাম বুলি আশাৰে বাট চাই ৰলো,,,,

  • @gitimadas8615
    @gitimadas8615 2 года назад

    Oh my God...eman dhuniya thai.. ene jannat buli nokoi.. khasakoi a jannat. Bohut val lagil .thanks to u dimpu da..❤

  • @Arjunasangle
    @Arjunasangle 2 года назад +3

    মহন্ত হতৰ বাৰীখন চাবলৈ বহুত মন আছে দিম্পু দা😌

  • @diptangsuallinone1919
    @diptangsuallinone1919 2 года назад +8

    Mojja dimpu da ❤
    Lots of love from dergaon🥰

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @pinkydas6296
      @pinkydas6296 2 года назад

      Mojja dimpu da ❤️❤️

  • @bapanroy4914
    @bapanroy4914 2 года назад +5

    Hlw Dimpu daa❤❤❤
    Love from Lakhimpur

  • @rimjimdas8333
    @rimjimdas8333 2 года назад

    bohut bohut val lagise sai ..Dhoynobad desu tumak ghorot thaki emn dhunea thai bur dakhuar babe..vale thaka

  • @dhurjyoti3423
    @dhurjyoti3423 2 года назад

    Bohut val lagil. Ghorot thaki Kashmir dekhilu. Thank you

  • @AziborRahman
    @AziborRahman 2 года назад +5

    Woww Amazing ❤️

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @sangitabora5876
    @sangitabora5876 2 года назад +5

    Such a beautiful place, heavenly

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

  • @nikhitagogoibhuyan6712
    @nikhitagogoibhuyan6712 2 года назад +11

    Mur husband jon 1 year eman thandat kopi kopi duty kri ahily... Hsai teuluk great👍👍👍👍 jai hind Indian army🇮🇳🇮🇳🇮🇳🇮🇳

  • @dutta22
    @dutta22 2 года назад +2

    *Dimpuu looking 😍😍B-Boys intro*

  • @dipankarbaishya3942
    @dipankarbaishya3942 2 года назад +1

    Wow dimpu daa mojaaa 👍👍

  • @designerboy7562
    @designerboy7562 2 года назад +8

    Next level dimpu da❤️

    • @birajcreation1233
      @birajcreation1233 2 года назад +1

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @designerboy7562
      @designerboy7562 2 года назад

      Ok

    • @debasishvideo6901
      @debasishvideo6901 2 года назад +1

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼

    • @designerboy7562
      @designerboy7562 2 года назад

      @@debasishvideo6901moi vabi asu April ot gotei assom ride korim .cycle re

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Vrishabh Rashi Febuary 2022 RashiFal | Assamese Rashifal Vrishabh Rashi Febuary 2022 Rashifal | Assamese Astrology
      RUclips Link :- ruclips.net/video/0NkeSTgknfg/видео.html

  • @minaborahvlogs6348
    @minaborahvlogs6348 2 года назад +6

    অতি সুন্দৰ👌👌👌

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

  • @jeutijiya5995
    @jeutijiya5995 2 года назад +5

    Good morning 💞 have a nice day ধুনীয়া ডিম্পু ❤️❤️

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html

  • @suhanakhan9740
    @suhanakhan9740 2 года назад +1

    Dimpu daa 😘😘🥰Dee arrrrrrr

  • @bantilaskar1354
    @bantilaskar1354 2 года назад

    Very very nice place
    Thanks Dimpu Bhaiti
    God bless you
    You long live

  • @gyandiparandhara5382
    @gyandiparandhara5382 2 года назад +5

    Next level ❤️

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @devilrabha8690
    @devilrabha8690 2 года назад +11

    Next level dimpuda 🔥🔥

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼

  • @parthaprotimgogoi2151
    @parthaprotimgogoi2151 2 года назад +4

    Love from moran 🥰🥰

  • @amazingshortsandvlogs5831
    @amazingshortsandvlogs5831 2 года назад

    Toi manuhtu joshly de mozaa manuh 😁😁😁❤️❤️❤️ love 4m Dibrugarh

  • @lakhikantasutradhar4474
    @lakhikantasutradhar4474 2 года назад

    Mojjaa lagil dai friend 🙏🥀🌺👍👍👍👍

  • @_bikash_
    @_bikash_ 2 года назад +4

    Love From Udalguri district , Koupati ❤️

    • @dildaras1167
      @dildaras1167 2 года назад

      মোৰ ভিদিঅৰ ফালে এপাক ভুমুকি মাৰিব বুলী আশা কৰিলো 🙏🙏🙏

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @teenaslife9700
    @teenaslife9700 2 года назад +3

    গুলমাৰ্গ দেখাত বহুত ধুনীয়া লাগে কিন্তু ওপৰত gondola ত গৈ বহুত কষ্ট হয় উশাহ ল'বলৈ মই ওপৰত বেছি সময় থাকিবই নোৱাৰিলোঁ কিন্তু ropeway দি গৈ থাকিলে তলৰ বৰফে ঢকা দৃশ্যবোৰ চাই ভাল লাগে।

  • @H4IND
    @H4IND 2 года назад +6

    God level 💞💞💞

    • @premusicworld4568
      @premusicworld4568 2 года назад

      ruclips.net/video/5OsSztmZ70I/видео.html

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @zainimmam628
    @zainimmam628 2 года назад

    Beautiful kasmir thanks dipu da kasmir dhuniyakoi dakhuwa r karona

  • @surajitborgohain8302
    @surajitborgohain8302 2 года назад +1

    So nice.Thanks for watching Kasmir.

  • @rahulamin732
    @rahulamin732 2 года назад +5

    Next level 🔥🔥🔥

    • @dildaras1167
      @dildaras1167 2 года назад

      মোৰ ভিদিঅৰ ফালে এপাক ভুমুকি মাৰিব বুলী আশা কৰিলো 🙏🙏🙏🙏

  • @pikubarman5162
    @pikubarman5162 2 года назад +5

    So beautiful❤❤❤

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @assamesemaker5673
      @assamesemaker5673 2 года назад

      ruclips.net/video/XFhpudDH0UI/видео.html

  • @surajitsaikia1106
    @surajitsaikia1106 2 года назад +4

    Happy journey dimpu da stay safe ❤️❤️

    • @debasishvideo6901
      @debasishvideo6901 2 года назад +1

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

  • @hirokdeka3794
    @hirokdeka3794 2 года назад

    Dimpu mojjja lagil daii video to sai...kashmir a jowa jn lagil....aru tmk besi vl lagil..

  • @mukulhussain737
    @mukulhussain737 2 года назад +1

    বাহ ক্যা এন্ত্রি হে, কেমেৰামেন কোভি দৌৰা দিয়া 👍

  • @manashsenapati1779
    @manashsenapati1779 2 года назад +5

    Love you Dimpu Da❤❤

  • @movibazzaraslam9105
    @movibazzaraslam9105 2 года назад +5

    i love this

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @Dboys62540
      @Dboys62540 2 года назад

      Nice Dimpu da

  • @sunsunkonwarj487
    @sunsunkonwarj487 2 года назад +6

    Beautiful

    • @birajcreation1233
      @birajcreation1233 2 года назад

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

  • @assamking2200
    @assamking2200 2 года назад +1

    ভিডিওটো ভাল লাগিল ডিম্পু দা

  • @sangitabora5876
    @sangitabora5876 2 года назад +1

    Amar axomor dada, bohut proud feel korisu, apunar kostor folt Ami Kashmir khon dekha paisu, bhale bhale ghuri ahe jate Dimpu da, next level 🔥🔥💕

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼

  • @rhino4428
    @rhino4428 2 года назад +4

    💖❤️😍

  • @BarenyabikashGayanE
    @BarenyabikashGayanE 2 года назад +6

    আমাৰ ইয়াত বৰফ পৰিলে=শিল বৰষুণ হৈছে।আৰু তাত পৰিলে = বৰফ পৰিছে 😂

    • @debasishvideo6901
      @debasishvideo6901 2 года назад

      ✔️সকলো ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো এবাৰ চাব। মই গোটেই অসম cycle চলাই Ride কৰি আছো। class 9 ত পঢ়োঁ মই🙏🏼🙏🏼

    • @teenaslife9700
      @teenaslife9700 2 года назад

      দুইটাৰ মাজত পাৰ্থক্য আছে।

  • @dhanmonideka4016
    @dhanmonideka4016 2 года назад +5

    পাকিস্তানৰ বৰ্ডাৰ নহয় ,
    illegally Pakistan occupied Kashmir হে পাই ।

  • @tupudasoficals3498
    @tupudasoficals3498 2 года назад

    Khosai dimpu da apuni eman dhuniya koi ktha bur koi koi goi thake emn josh kor pora j ahee khosai apunar blog bur sabo logia dei vagawane valley rakhuk khodai khushtho rakhuk lv u so much forever 🥰❤❤❤

  • @bhanusvlogs8021
    @bhanusvlogs8021 Год назад

    Moja lagil bohut derikea salu jabo mon asea

  • @axomorfact9234
    @axomorfact9234 2 года назад +13

    We congratulate ourselves on this achievement because one of the best things about dude is that never takes credit for himself when he achieves something, he always respect us, the audience and his team and he is always polite in all if all his video,👌👌👍

  • @redankuryt6799
    @redankuryt6799 2 года назад +19

    Hii

    • @BitusVlogsPagol
      @BitusVlogsPagol 2 года назад +1

      ruclips.net/video/EWETLH4OZss/видео.html

    • @_ttfccc_
      @_ttfccc_ 2 года назад +3

      ruclips.net/video/6_X_gFBJVC4/видео.html ff

    • @birajcreation1233
      @birajcreation1233 2 года назад +2

      Mur channel2 olp morom dibo axomiya lora kam kori asu olp aguai juwa t hohai koribo

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад +2

      Mesh Rashi March 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi March 2022 ৷ Assamese Astrology
      RUclips link : ruclips.net/video/RLbyey_yKuQ/видео.html

  • @sunildeka4218
    @sunildeka4218 2 года назад +1

    Love From Mangaldoi DARRANG ❣️

  • @bhanishmitavlogs
    @bhanishmitavlogs 2 года назад +1

    ধুনীয়া লাগিল চাই দিম্পু দা🙏🙏

  • @susmitasarkar7173
    @susmitasarkar7173 2 года назад

    Mon tu val hoi gol ।।।thnks dada ❤️😀mojaa lagil bohut 😀😀

  • @sumiakhtara7258
    @sumiakhtara7258 2 года назад

    Mojja dei dimpu da video tu bhut dhuniya lagel