এইটো গীতেৰে ৰাজীৱ শদিয়াই বহু কথাই কৈ থৈ গ'ল অসমীয়াক /ৰাজীৱ শদিয়া /RAJIV SODIA SONG

Поделиться
HTML-код
  • Опубликовано: 27 янв 2025

Комментарии • 16

  • @sanjibrajkhuwa5140
    @sanjibrajkhuwa5140 11 часов назад +1

    অতি সুন্দৰ গীত।
    বহুত দুখ লাগিছে,অসময়তে গ'ল গৈ আপুনি।
    য'তেই আছে শান্তিৰে থাকক👏👏👏💐💐💐😢😢😢😢😢

  • @MaloyKalita
    @MaloyKalita День назад +4

    বহুুত দুখ পাইছো দাদা 🙏🙏🙏😭😭😭😭

  • @RupjyotiBorah-p2g
    @RupjyotiBorah-p2g 14 часов назад

    Ami akhomiya hongskiti pahoribo nalage... Joi Ii akhom😢😢❤

    • @NETWORKASSAM-u1u
      @NETWORKASSAM-u1u  14 часов назад

      একে বাৰে সঁচা কথা

  • @RajivBorah-z3g
    @RajivBorah-z3g 18 часов назад +1

    Bahut mon asil abar lag pua manar akha manat roi gol

    • @NETWORKASSAM-u1u
      @NETWORKASSAM-u1u  16 часов назад

      @@RajivBorah-z3g আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ

  • @rinkushivam8759
    @rinkushivam8759 3 дня назад +5

    এনে এগৰাগী গীতিকাৰ নহোৱা হোৱাটো অসমৰ বাবে বহুত ক্ষতি ।তাক পূৰণ কৰোঁতা কোনোবা এজন যে ওলাৱ মোৰ মনে নধৰে।

    • @NETWORKASSAM-u1u
      @NETWORKASSAM-u1u  3 дня назад

      ঠিক কথা কৈছে ।

    • @MonjuGogoi-b2v
      @MonjuGogoi-b2v 3 дня назад +1

      অসমীয়া জাতি আজি কোন দিশে? এশ শতাংশ শুদ্ধ

    • @NETWORKASSAM-u1u
      @NETWORKASSAM-u1u  2 дня назад

      সঁচা কৈছে ।

  • @MonikantaBoruah-t7n
    @MonikantaBoruah-t7n 2 дня назад +1

    মাৰ্ভেল লাগিছে

  • @Srikaushikdas
    @Srikaushikdas День назад +1

    জুবিন এটা সস্তীয়া জনপ্ৰিয়তাই মূৰত ধৰা পাগল ছিংগাৰ । শিল্পী আছলতে ৰাজিৱ সদিয়া দৰে হব লাগে ।। ভূপেন হাজৰিকা শাৰিত পৰা এজন প্ৰকৃত শিল্পী... জুবিন গান যিমানেই ভাল নহওক ভূপেন হাজৰিকা ৰ লগত মূঠেও তূলনা নহয় আৰে ভূপেন হাজৰিকা দেৱৰ তুলনা টো কোনো এজন শিল্পী লগতে নহয় জুবিন হক বাল হওক তেখেতৰ স্থান সম্পূৰ্ণ সূকিয়া হলেও হাজৰিকা দেৱৰ পিছত ৰাজীৱ সদিয়া ক স্থান দিব‌ পাৰি ।।

    • @NETWORKASSAM-u1u
      @NETWORKASSAM-u1u  День назад

      মন্তব্যৰ বাবে ধন্যবাদ