Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বাপ জনাৰ পৰা বিশেষ ভাল দৰে বুজি পোৱাত লাভ হোৱা যেন অনুভৱ নহল ব্ৰহ্মৰ বিষয়ে❤মুঠতে নিৰাকাৰ নিৰঞ্জন বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী কৃষ্ণ ই সমস্ত বুলি মানি কায় বাক্য মন শুদ্ধ ৰূপত অৰ্পন কৰি কৰ্ম কৰি জীৱিত কালৰ পৰা এক্কে বাৰে অন্তিম অৱস্থালৈ স্মৰণ নাম শ্ৰৱণ হলেও কৰিব পাৰে❤কৃষ্ণ❤ হৰি ৰাম মাধৱ নাৰায়ণ ❤ ওম নমো ভগব তে বাসুদেৱ ❤
১০৮ যেন হে লাগিল
ব্ৰহ্ম সত্য জগৎ মিথ্যা। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। ব্ৰহ্ম সৰ্ব্বোচ্চ সত্য। সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। ব্ৰহ্ম সবব্যাপী নিগূন চৈতন্য সনাতন অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ চৈতন্য সনাতন কল্পনাতীত। আপুনি কৰা পৰা কৈছে।। ভালকৈ অধ্যয়ন কৰি ল'ব। ভাগৱত থাকোঁতে কি বেদৰ কথা কৈছে। আপোনাৰ একো হোৱা নাই। ভাল কৈ জানি বুজি ল'ব।
এইজন ক'ৰ পৰা তপকিল।
ভিন্ন মুনিৰ ভিন্ন মত! কোনটো সচা কোনটো মিছা তাক ধৰা টান!এইবোৰ সব ধাৰণা মাত্ৰ।কোনেও স্বৰ্গ;বৈকুণ্ঠ;গোলোক ; ব্ৰহ্মলোক;শিবলোক;ইন্দ্ৰলোক;গন্ধৰ্ব লোকলৈ গৈ পাইছে নে কোনেও কব নোৱাৰে। গৈ ঘূৰি লোকো লগ পোৱা নাই।তেনে এইটো সচা সেইটো মিছা এই বোৰ অবান্তৰ কথা।মই জানিবৰ বাবেই বেদৰ ভালে কেইটা খণ্ড; প্ৰায় বিলাক পুৰাণ(দুই এখনক বাদ দি);উপনিষদ;সংহিতা; বাইবেল ;কোৰাণ লগতেবহু ধৰ্মৰ সৰু সুৰা গ্ৰন্থ পঢ়িলো। কি পালো কি নাপালো নিজেই কব নোৱাৰিলো।বুজি পালো ব্ৰহ্ম আছে;ব্ৰহ্মই মূল।ব্ৰহ্ম বিভিন্ন ৰূপত আছে।তাক চতুৰ জনে উলিয়াই লব"পাৰিব!আৰু বুজি পালো ইখন সিখনৰ লগত নিমিলে।কৰবাত কৰবাত পুৰাণ আৰু বেদ মিলে কৰবাত কৰবাত নিমিলে! সেয়ে অহিংসাই পৰম"ধৰ্ম বুলি ধৰি ললে ধৰ্ম পালন কৰা হৈছে বুলি ধৰি লব পাৰি!তাৰ বাদে অইন বিকল্প নাই!