মই হেনো বেয়াকৈ কৈছোঁ - Kun moi kun toi 2022 - Dimpu baruah

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • its a QNA

Комментарии • 2,2 тыс.

  • @user-hj5dt1td2f
    @user-hj5dt1td2f 2 года назад +132

    মই মুছলিম লৰা কিন্তু মোৰ যিকেইটা friends আছে তাৰে বেছিভাগ হিন্দু লৰা ছোৱালী কিন্তু আমি সকলোঁৱে একেলগে মিলা প্ৰীতি ৰে আছোঁ কাই ও কব নোৱাৰিব আমি হিন্দু মুছলিম একেলগে আছোঁ। মোৰ হিচাবে এই ধৰ্ম লৈ লাগি নাথাকি নিজৰ নিজৰ কাম কৰক।
    আমি সকলো ভাই ভাই।
    🙏🙏জয় আই অসম🙏🙏

  • @Billah09
    @Billah09 2 года назад +2605

    মই মুছলিম কিন্তু সকলো ধৰ্মৰ মানুহক সন্মান কৰো 🥰 assalamualaikum 🤲

  • @vijaychetri9237
    @vijaychetri9237 2 года назад +75

    Dimpu da অসমত ভৰি টনা মানুহৰ অকাল নাই আপুনি এইবোৰক নেওচি আগ বাঢ়ি যাওক। আমি আপোনাৰ লগত আছোঁ।

  • @Ama131
    @Ama131 2 года назад +66

    মই মুছলমান | দিম্পু দাৰ সৰলতা বহুত ভাল লাগে | তেখেতৰ মনত সাম্প্ৰদায়িকতা থাকিবই নোৱাৰে.... ❤❤

  • @inzamkhan4959
    @inzamkhan4959 2 года назад +50

    I,m muslim but i doesn't hate any relegion..
    As salamu alaikum..
    Cows are different colours but the colour of milk is same , different religious have different openion but the essence of Every religion is same.
    Thanks 🙏🙏

  • @Armed_Forced
    @Armed_Forced 2 года назад +205

    । এবাৰ পঢ়ি চাইলোৱা Dimpu ।
    আমি অসমীয়া নিবনুৱা লৰা ছোৱালী ওপৰত এটা বহুত ডাঙৰ বিপদ আহি পৰিছে। ssc য়ে যিটো paramilitary force (SSC GD ২০২১) বাবে recruitment প্ৰকীয়া চলাই আছে । এই vacancy'r post কেইটা state wise থাকে তুমি জানাই চাগৈ । তাৰ exam প্রকীয়া ইতিমধ্যে শেষ হৈছে কিন্তু আমি exam দিবলৈ যাওঁতে দেখিলোঁ যে বহু সংখ্যক বহি ৰাজ্যৰ পৰা যেনেকৈ ৰাজস্থান, উত্তৰপ্ৰদেশ, বিহাৰৰ বহু লৰা ছোৱালী অসমৰ হৈ exam দিবৰ বাবে অসম আহিছিল আৰু exam দিলেও। এতিয়া কেইদিনৰ পাছত আকৌ এই প্রকিয়াৰ physical test হব । আমি বিচাৰোঁ খেই তেতিয়া আমাৰ অসম পুলিচৰ মানুহে ভাল দৰে সকলোৰ documents check কৰে আৰু এবাৰ অসমীয়া কথা কব দিব লাগিব জিয়ে physical দিব আহিব । যদি লৰা বা ছোৱালী অসমৰ হই তেন্তে নিছয় অসমীয়া কব পাৰিব। মই exam দিবলৈ যাওঁতে ৮ জন লৰা পাইছোঁ জীয়ে অসমীয়া কথা কবই নাজানে। আৰু হিহঁত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ।
    যদি এই ক্ষেত্ৰত চৰকাৰে চকু নিদিয়ে তেন্তে এইবাৰ অসমৰ post যিমান আছে চব বহি ৰাজ্যৰ লৰা ছোৱালীয়ে লৈ যাব এইটো কিন্তু খাটাং। এই বাৰ পূৰ্বতকৈ বহু বেছি লৰাছোৱালী আহিছে অসমৰ হৈ exam দিবলৈ। খেয়ে মই বিচাৰোঁ যে তোমালোকে আমাৰ অসমৰ যি কেই খন ডাঙৰ youtuber aasa soboi মিলি চৰকাৰৰ চকু ইয়াত টানি আনা। তুমি নিজেই এজন ডাঙৰ youtuber । গতিকে তুমি আমাৰ কথা ভাল দৰে বুজিব চেষ্টা কৰা অাৰু এই কথা চৰকাৰৰ ওচৰত দাঙি ধৰা। তুমি আৰু আমাৰ অসমৰ কোন কোন youtuber আছে তেখেতৰ লগত কথা পতা আৰু video বনাই CM himanta sir'r চকু এই কথাত টানি অনা। যদি আমি এইটো কৰিবলৈ সফল হৈ জাও তেন্তে আমাৰ অসমৰ cuttoff বহু কম যাব আৰু প্ৰায় সবে job পোৱাৰ আশা থাকিব।
    এতিয়া তোমালোকৰ হাতত আছে দিম্পু।
    (এই ক্ষেত্ৰত আমাৰ কিছুমান circle office আৰু DC অফিচো দাই হই। কাৰণ এই লৰা বা ছোৱালী যে NCL, etc. documents কেইটা কেনেকৈ বনালে? ইয়াত আমাৰ অসমৰ circle office আৰু DC office'r কৰ্মচাৰী মিলিত হব লাগিব। খেই তেতিয়া হে এইটো খম্ভৱ হৈ উঠিছে ।)

  • @nextlevelvlogs3090
    @nextlevelvlogs3090 2 года назад +147

    ডিমপু দা আপুনি আমাৰ অসমৰ গৌৰৱ আৰু ভৱিষ্যত.... আপুনি আগুৱাই যাওক।...অসমৰ ৰাইজৰ মৰম আৰু আশীর্বাদ সদায় লগত থাকিব।।।🤘 সকলো মানুহৰ তেজ একেই..... 🙏জয় আই অসম🙏

    • @RuhulAmin-nw6kd
      @RuhulAmin-nw6kd 2 года назад +1

      ডিমপু দা মই আপোনাক বহুত ভাল পাওঁ। আপুনি এনে কৰিব বুলি মই কেতিয়াও মানি নলও।

  • @brjonardan3481
    @brjonardan3481 2 года назад +11

    Xundar চিন্তা-চৰ্চা। অসমখনক ভাৰত বা বিশ্বৰ বুকুত আগবঢ়াই লৈ যাওক। শুভ কামনা থাকিল😍

  • @jasminezaman8657
    @jasminezaman8657 2 года назад +3

    অ ডিম্পু তোমাৰ উন্নতিত কিছুমানৰ জ্বলন হৈ আছে যেন লাগিছে, তুমি তোমাৰ কাম কৰি আগুৱাই গৈ থাকা, ধন্যবাদ 🙏🙏🙏

  • @dewanyashinali9077
    @dewanyashinali9077 2 года назад +7

    আৰে ভাই স্কুল, কলেজৰ সকলো ধৰ্মৰ ছাত্ৰ ছাত্ৰীৰ লগত পঢ়া তথা কবলৈ গ'লে কোলাত বহি এজনে আনজনৰ লগত সকলো বিষয়ত discuss কৰো, আড্যা মাথো। কিহৰ ধৰ্মৰ ভেদভেদ ।জয় হিন্দু। জয় আই অসম।Thank you

  • @rizzzbee
    @rizzzbee 2 года назад +99

    Ignore all these nonsense talk 🙃 we believe in you 🤗 You are a very nice person 👍🤗 god bless you ❤️

  • @pukonrabha.1640
    @pukonrabha.1640 2 года назад +52

    Right seme to you, মই ও তেনেকুৱা হয় দিম্পু দা,,,,, ভাষা আৰু ধৰ্ম লৈ মোৰ একো নাই , সোকোলো ধৰ্মই বহুত ভাল পাওঁ,

  • @DigantaVlogs75
    @DigantaVlogs75 2 года назад +337

    🔥🔥🔥দিমপু দা you are great 👍 Happy New Year 💐💐🔥 দিগন্ত দিছ্পুৰ🙏🔥🔥🔥

    • @aftarofficial403
      @aftarofficial403 2 года назад +3

      Please mur video bur saba❤️olop support kora tumar support or proiujon please 🥺❤️🙏

    • @deepjyotimosrong404
      @deepjyotimosrong404 2 года назад +1

      @@aftarofficial403 lppq

  • @statuseditornayan6514
    @statuseditornayan6514 2 года назад +9

    Dimpu da তোমাৰ Video বোৰ চাই বহুত ভাল লাগে।।তোমাৰ video পাবলৈ বহুত আগ্ৰহী হৈ থাকো।।Love From Darrang...

  • @dr.r.a.h1122
    @dr.r.a.h1122 2 года назад

    দিম্পু তুমি আমাৰ গৌৰৱ।
    মই এজন মুছলিম ধৰ্মী মানুহ কিন্তু ধৰ্ম লৈ কেতিয়াও হিংসা নকৰোঁ আৰু আগলৈ কেতিয়াও নকৰোঁ।
    আমি অসমীয়া আৰু আমাৰ পৰিচয় অসমীয়া হৈয়ে থাকিব।
    আগবাহি যোৱা ডিম্পু।

  • @anisaikia8348
    @anisaikia8348 2 года назад +89

    ডিম্পু, সচাঁই তুমি মহান। খুউব সুন্দৰকৈ বুজাই দিলা।

    • @a.jshreya3565
      @a.jshreya3565 2 года назад +1

      মানো বিলাকে তোমাক কিৱা বেয়াপায় মই অন্তূ বেয়া নাপায় মোৰ ঘৰ হেটামতোলাত

    • @a.jshreya3565
      @a.jshreya3565 2 года назад +1

      বেয়া নাপাবিদেই কিন্তু থাইত ম ই অন্ত দিছো মোনাম ইক্ৰামূল হক।

    • @DiphuJengoprank
      @DiphuJengoprank 2 года назад +1

      Hsake......pokor kati dibo lge.....aibur admin burok

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 года назад

      @@DiphuJengoprank 😀😀😀

  • @jyotimoytalukdar08
    @jyotimoytalukdar08 2 года назад +8

    Moi Hindi channel'r pora bohut motivation xikisu kintu eta axomiya channel' r pora ena leval' r motivation kebol apunar pora he xikisu Dimpu da 🙏 ..... Proud to be a khati axomiya ✊ You are so inspiring love you ❤️❤️ we will always support you aru anekuwa videos bonai thakiba cause we really achieved motivation from you

  • @ranjudeka4818
    @ranjudeka4818 2 года назад +205

    মইও ধৰ্ম লৈ কেতিয়াও একো নকও ,মই এই বাৰ নতুন বছৰত অজান পিৰ দৰগা লৈ গৈছো ,বৰ ভাল লাগিল ,

    • @kapilitelevision6980
      @kapilitelevision6980 2 года назад +6

      ভালো কিন্তু দরগাত টাকা নিদিব।

    • @mostakahmed5645
      @mostakahmed5645 2 года назад +3

      Tq Ranju Deka. ❣️

    • @ranjudeka4818
      @ranjudeka4818 2 года назад +3

      @@kapilitelevision6980 কিয় বা

    • @nabajittalukdar9006
      @nabajittalukdar9006 2 года назад +14

      Baideo beya napabo aponalokok secularism namor bemar tuwe dhorise. Aponaloke ketiaba aan dharmar manuh mandir, namghar jowa dekhise niki? Ketiaba jai shri ram kowa xunise niki ? Aponalokor Dore sintadharar secularism or bhute dhora manuhor babe prithibir 58 dekh ot etia ek rajdharmar sarkar sole. Aponalokor dore manuhor kripa thakile aru 59 hoboloi besi din nalagibo.

    • @faijulbayan1965
      @faijulbayan1965 2 года назад +2

      💕. great. But kisu manuh he anekuwa burbok kam kore.

  • @dhirajsenapati8919
    @dhirajsenapati8919 2 года назад +42

    Keep it up Dimpu. Don't go for false rumours. I like your honesty to educate people about the pandemic. Gradually we'll overcome it...

  • @parthagoswami8929
    @parthagoswami8929 2 года назад +10

    As you know the final examinations conducted by AHSEC for HS 2nd year 2021-22 covers the full syllabus of our course. When we haven't even got enough time for preparation and have had more than half of our syllabus in the online mode where teachers couldn't even finish the portion. The offline classes were started from October only and now the students are facing pressure regarding the exams and the mental health of students as well is effected . If you support our view to reduce the syllabus of the AHSEC Class 12 final exam
    DIMPU DA HELP US.

  • @mondeepboruah6006
    @mondeepboruah6006 2 года назад +139

    you have taken really a good initiative by starting your new channel in Hindi. People from other parts of India will also be able to watch your videos. Your videos are very informative and they will be able to know more about our Assam. Keep it up 👍

  • @ilsbipb8939
    @ilsbipb8939 2 года назад +20

    ডিম্পু দা আপোনাৰ কথাখিনি শোণি মনটো একেবাৰেই শান্ত শিষ্ট হৈ যায়।

  • @মইঅৰ্ধাংগীনলৰা

    দিম্পু দা আপোনাৰ চিন্তাধাৰা বোৰ সাধাৰণ মানুহতকৈ বহু গুনে বেছি।যাৰ কাৰণে সাধাৰণ মানুহে আপোনাৰ vedioৰ জৰিয়তে বহুত নজনা কথা শিকিব পাৰে, জানিব পাৰে।

  • @mohammedprince7619
    @mohammedprince7619 2 года назад +8

    Ami Muslim - Hindu buli beleg nohoi, Uporonsi Axomiya buli Ek.♥️ JOI AAI AXOM

  • @ayangprince1
    @ayangprince1 2 года назад +1

    ভাল কথা কৈছে দিম্পো দাদা। ভাল লাগিল

  • @bornalissmallworld5710
    @bornalissmallworld5710 2 года назад +89

    বহুত ধুনীয়াকৈ কথাখিনি বুজাই দিলে৷লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো

  • @Sam_0b3
    @Sam_0b3 2 года назад +385

    হিন্দু মুছলিম ভাই ভাই 🙏🙏

  • @volenatblog6087
    @volenatblog6087 2 года назад +21

    I respect all MN .n don't worry.happy New year

  • @alpanahazarika7178
    @alpanahazarika7178 2 года назад +4

    একে মাটি ত, একে আকাশৰ তলত, একে উশাহ লৈ, একে পানী খাই আমি
    ভাই-ভনীৰ দৰে আছোঁ। হিন্দু-মুছলমান
    আমি ভাই ভাই। আমি জানো ডিম্পুৰ প্ৰাণৰ কোনো বৈষম্যৰ ভাৱ নাই।

  • @eliasprodhani3726
    @eliasprodhani3726 2 года назад +296

    আমি মুসলিম কিন্তু আমি সব ধর্মকেই সম্মান করি🕌🎪🗽

  • @abdskill
    @abdskill 2 года назад +15

    🔥🔥🔥🔥🔥

  • @ashafulislamofficial6687
    @ashafulislamofficial6687 2 года назад +29

    I m muslim nd also love hindu ,both r brothers

  • @rudrakshivlogs5569
    @rudrakshivlogs5569 2 года назад +9

    তেতিয়া হলে তুমিও মমো ৰ দোকান দিব পাৰিলা হই।তেতিয়া হে গম পাবা কষ্ট আছে নে নাই আৰু দিনটো অ খাটিবলগীয়া হৈ নে নহয় । মোমো বোৰ কোনে বনাব Dimpu ওপৰৰ পৰা উৰি আহিব নেকি দোকানত ।

  • @ntsblogs3894
    @ntsblogs3894 2 года назад +2

    Dimpu da you are a great, I really like you. Happy New Year 2022🙏

  • @asikakrom2668
    @asikakrom2668 2 года назад +2

    Yes dimpu da apuni hokolu dormok respect kore apuni ahon Dil khula manuh

  • @ratulking1143
    @ratulking1143 2 года назад +59

    Dimpu Da next level 🔥

  • @Studycross-24
    @Studycross-24 2 года назад +6

    Dimpu
    Sir Is right 🔥🔥

  • @rahulgameing1800
    @rahulgameing1800 2 года назад +4

    Dimpu da belegr kotha bad dek apuni video bonai thakibo 😘😘😘😘😘😘

  • @asrafulaliahmed4751
    @asrafulaliahmed4751 2 года назад +1

    Dimpu da, tumar horolotar montuk kuneu dhormor duhai di nosto koribo nuare, moi janu tumi manuhe beya pua kam ketiyau nokora, tumar horolotar vabtuk moi bohut posondo koru, aru hei karone tumak mur hokolu RUclipsrotkoi besi val lage, tumi karubar mone hoja kotha bilakok loi ketiyau mon beya nokoriba, tumi hodai horol monere agbarhi jua, you are a my best You Tuber and for all peoples, Thanks to my best You Tuber boy Dimpu da, you go ahead always... From, Laluk, Nowboisa, Lakhimpur (Assam) Thanks...

  • @ManishDeyMusic
    @ManishDeyMusic 2 года назад +2

    Please always give content like this, it helps a lot. Actually nowadays it's hard to find genuine astrologer.

  • @misbaullaskar7059
    @misbaullaskar7059 2 года назад +16

    Love from Hailakandi, Dimpu da. I'm your daily viewer

    • @aftarofficial403
      @aftarofficial403 2 года назад +1

      Please mur video bur saba❤️olop support kora tumar support or proiujon please 🥺❤️🙏

    • @misbaullaskar7059
      @misbaullaskar7059 2 года назад

      @@aftarofficial403 ok bro

  • @introvert5779
    @introvert5779 2 года назад +10

    Don't worry dimpu da... 🙂lots of love

  • @deltagaming9106
    @deltagaming9106 2 года назад +19

    Great vid keep up the awesome job and may god be with all your family 🙏

  • @sergio13.4
    @sergio13.4 2 года назад +3

    In this hal Vedio I really ..dat corona news ...it's really gave me some satisfaction ❤️ Thankyou dimpu da 🙏🏿coz this corona already took my 2 years... so I'm a kid who is chasing his dream ..n want to make my Parents proud..so I don't want any wave or any lockdown😭plz guys every one follow the COVID rules n tc...coz every one is having there own dreams they want to success n give their parents Luxury life..so guys never ever give up .. keep going 💯 n lets pray this corona will end soon 🙏🏿

  • @ashikulislamashik9865
    @ashikulislamashik9865 2 года назад

    কাম কৰিলে কুকুৰে বকিবই,,,,তুমি কাম কৰি যোৱা Dimpu ,,,, আমি তুমাৰ লগত আছো ,,,, As an Assamese , I proud of u....

  • @motlebalimondal6421
    @motlebalimondal6421 2 года назад +25

    I am Muslim,,,love u dimu da ❤❤❤ from Goalpara, with I am also respect all religious

  • @LachitAhmed1997
    @LachitAhmed1997 2 года назад +9

    Dimphuu ❤️ love u yaaar jai aii ahoom..jai hind .....

  • @dcgaming2839
    @dcgaming2839 2 года назад +4

    ❤️🥰 Dimpu da . Assamr kisuman 3rd class manuha Dhormo loi ajiu kajiya lagi ase. Ana kowa manuhk jal potha bo nware na . Dhormo loi kotha kowa manuhk assamr pora ulai dibo lage .

  • @allrounder173
    @allrounder173 2 года назад +1

    Dimpu da always great...... hindu and muslim 50+50 subscribe...

  • @mobassirahmed7762
    @mobassirahmed7762 2 года назад

    দিম্পু দাক বিশ্বাস কৰো। তেনেকুৱা হব নোৱাৰে। দিম্পু দাই উদাৰ মনৰ মানুহ। সেইকাৰণে সকলোৱে ভাল পায়।

  • @navindutta2746
    @navindutta2746 2 года назад +7

    Dimpu da dnt worry... always with you

  • @manavdutta425
    @manavdutta425 2 года назад +4

    ভাল কাম কৰিলে আজিকালি মানুহে পিছত লাগে।গতিকে এইবোৰ কথাত মনবেযা নকৰিৱা। নিজৰ কামত আগবঢ়া

  • @rashidvlogs5985
    @rashidvlogs5985 2 года назад +5

    Assam no 1 youtuber .
    Mustafizur Rahman .
    . U r gret vhai always time

  • @Tarunkumarapa
    @Tarunkumarapa 2 года назад

    দিম্পু তোমাৰ attitude বহুত সেইকাৰণে ম‌ই তোমাক বহুত বেয়া পাওঁ।তোমাৰ দুখন মুখ

  • @Asbishal123
    @Asbishal123 2 года назад +2

    You are right

  • @ikbal3180
    @ikbal3180 2 года назад +34

    I watch every day since this channel had 50 thousand subscribers.
    Love From Hailakandi.
    Hindu Muslim Bhai Bhai❤️❤️.
    Jay Hind🇮🇳❤️

  • @jyotishmamalakar3271
    @jyotishmamalakar3271 2 года назад +9

    Next Level dimpu daa♥️♥️💕💕

  • @hakim_ff
    @hakim_ff 2 года назад +10

    Thanks Dimpu Daa I Am Muslim But I Respect All Religion man

  • @djdamakkaassam8376
    @djdamakkaassam8376 2 года назад +2

    Right answer

  • @jumanlifestyle8729
    @jumanlifestyle8729 2 года назад +1

    Dimpu - omnicorn iman dengerous nohoi!
    Student s - katam!!!

  • @sdasho2386
    @sdasho2386 2 года назад +2

    Congrat for going Hindi ! Bhaal hoise je tumi nationally trying to go vloging rather then someone saying ki eta particular language ot e thaaki... Kuwar beng hoi thaakat ke , tumi je axom ot nationally lobo goise is amazing

  • @ativehoque
    @ativehoque 2 года назад +12

    Proud to be Indian Muslim dimpu da❤

  • @epic_Atik08
    @epic_Atik08 2 года назад +12

    I am also Muslim...but I respect every religion.....Assalamu Alaikum....❤️❤️❤️❤️

  • @being_human2.073
    @being_human2.073 2 года назад

    Dimpu daa dhunia kotha koise ..apunar nisina manuh jodi sob hua hoi bht val hol hoi .allah bless you....

  • @blackofficial3203
    @blackofficial3203 2 года назад +2

    These away we like dimpu da❤️❤️

  • @BishnumixVlogs
    @BishnumixVlogs 2 года назад +10

    """সুন্দৰ ভিদেও বহুত ভাল লাগিলে ভিদেও টু চাই 👌❤️❤️

  • @Assamese_boy78
    @Assamese_boy78 2 года назад +5

    Your thinking is good, better and best. Love from me

  • @ejajulhaque6279
    @ejajulhaque6279 2 года назад +6

    I am Muslim ___ I respect all religion __my fvrt person dimpu da so kept up Allah bless you

  • @haruallslam5744
    @haruallslam5744 2 года назад +1

    Next level... Dimpu da ❤❤👍👍🙏

  • @vagnahriday3074
    @vagnahriday3074 2 года назад +1

    হয় পাইছিলোঁ সেইটো পোষ্ট ।
    তেনে কু মনোভাৱ তথা আনৰ ওপৰত হিংসাত্মক চিন্তা কৰা মানুহৰ অভাৱ নাই আজিকালি ।

  • @KongsVai
    @KongsVai 2 года назад +18

    হয় dimpu da apuni right koise হিন্দু মুছলিম ako nai আমি সকলে মিলি থাকিলে হ'ল❤️ ।

  • @thebeautyofnature10k57
    @thebeautyofnature10k57 2 года назад +42

    I am Muslim and I respect all the religion. also like Dimpu da..

  • @kingkohli2939
    @kingkohli2939 2 года назад +14

    DIMPU DA KETIYABA BANGLADESH JUWA VAL LAGIB 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️ LOVE FROM DHUBRI❤️❤️

  • @learicstatus_0471
    @learicstatus_0471 2 года назад +1

    You are right bro

  • @BaharulIslam-dr2tp
    @BaharulIslam-dr2tp 2 года назад +1

    Right

  • @winneroppurtunity7843
    @winneroppurtunity7843 2 года назад +5

    You are the great dimpu daa ❤️❤️

    • @chritaranjanbora8270
      @chritaranjanbora8270 2 года назад

      ডীপপু ভাইটী তুমাক আগত লগ পাই চু .তুমাৰ Mb.দীবা চুন

  • @jintuahmed5627
    @jintuahmed5627 2 года назад +5

    You're great😊 dimpu da ❤

  • @rahulamin732
    @rahulamin732 2 года назад +40

    Next level 🔥

  • @bhaswatibarman2816
    @bhaswatibarman2816 2 года назад

    Val pdokhep Dimpu .jiye ji koi koi thakk .aguwai juwa 2mi .

  • @arohim3317
    @arohim3317 2 года назад +1

    Thank you Dipmu Bhai moi ajon muslim lora kintu mor kono jati nai mor kono darmo nai moi manhu aru manhu hoye thakim ami mundirot Allah ba namaj pori bogoban giljat Allah.bogoban.jisu soboke pabo pari ligibo mathu akhon vall mn 😭😭😭😭

  • @assampowali7246
    @assampowali7246 2 года назад +18

    Dimpu da ❤️🥰 জোন বিল মেলা লৈ শুভেচ্ছা থাকিল 🙏💓💗

    • @aftarofficial403
      @aftarofficial403 2 года назад

      Please mur video bur saba❤️olop support kora tumar support or proiujon please 🥺❤️🙏🙏🙏

    • @jitulsk5594
      @jitulsk5594 2 года назад +1

      Keitar pora ase junbil mela

  • @IAmAKing.2.0
    @IAmAKing.2.0 2 года назад +4

    Dimpu da❤❤❤ You are great👍👍
    Love you bro❤😘🤟

  • @faijulbayan1965
    @faijulbayan1965 2 года назад +79

    Love you dimpu da.... Ami sob Bhai Bhai Eyat kunu hondeh nai.....
    💕don't worry brother. You know that Our identification is we are human being. As we human being we should respect each other. Then we will bring a ultimate success among us 💕.

    • @hrehaanchakraborty5073
      @hrehaanchakraborty5073 2 года назад +3

      Yes definitely..

    • @faijulbayan1965
      @faijulbayan1965 2 года назад +1

      @@hrehaanchakraborty5073 💕💕

    • @tulikaray785
      @tulikaray785 2 года назад +1

      হয় দাদা আমি সকলোৱে মিলিজুলি থাকিব লাগিব
      🙏🙏

    • @faijulbayan1965
      @faijulbayan1965 2 года назад +1

      @@tulikaray785 💕💕 thanks a lot you 💕

    • @tulikaray785
      @tulikaray785 2 года назад

      Wlc Moro video saba sun

  • @thebidvlogs7254
    @thebidvlogs7254 2 года назад +1

    Mozza koisa de bhai

  • @ansari6171
    @ansari6171 2 года назад

    Dada Apunar Kam Apnuni Kori Thakok Akw Prblm Nai.. kune Ki Koi Koi Thakok.... You're Great 👍👍

  • @ashifahmed3524
    @ashifahmed3524 2 года назад +21

    Happy New year dimpu daa 😁

    • @aftarofficial403
      @aftarofficial403 2 года назад

      Please mur video bur saba❤️olop support kora tumar support or proiujon please 🥺❤️🙏

  • @nuclearkim4678
    @nuclearkim4678 2 года назад +62

    I love your all these work because i could never do this. I respect you for what you accomplish. We are all human at the end of the day. Keep up ❤️

  • @jhshort075
    @jhshort075 2 года назад +18

    মেৰি বিস্কুট চাকৰি কৰাৰ কথা কোৱা মানুহ জন মোৰ ঘৰৰ ওচৰৰে দলগাওঁ ৰ হয় 🤣

  • @chandankn
    @chandankn 2 года назад

    I am hindu by birth but follow all religion and respect each and every religion. Shame on RSS and ISIS.

  • @mhdhssn3361
    @mhdhssn3361 2 года назад +1

    Simpu Daa Really You Are Good Boy

  • @mummypapa3821
    @mummypapa3821 2 года назад +2

    dimpu,you are my favorite man bro, love from kokrajhar

  • @shibaniphukan4347
    @shibaniphukan4347 2 года назад +4

    Keep growing and glowing. Happy new year.

  • @karanbhuyan9514
    @karanbhuyan9514 2 года назад +15

    ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল দিম্পু লগতে আগন্তুক ভোগালী বিহুৰো হিয়াভৰা শুভেচ্ছা তোমাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ জনালোঁ।।।

  • @dewancommunication5045
    @dewancommunication5045 2 года назад

    Great Dimpu Dah actually moi kotah tu xosa buli bobha nai..

  • @azaharchoudhury3870
    @azaharchoudhury3870 2 года назад +1

    Very good step

  • @imdadurrahman5707
    @imdadurrahman5707 2 года назад +12

    We are all humans! ❤️❤️

  • @rjrofique2021
    @rjrofique2021 2 года назад +6

    Happy New Year Dimpu Da..

  • @minazarya7518
    @minazarya7518 2 года назад +5

    Good man dimphu da love you I'm Muslim I respect you bro love you Hindu Muslim

  • @sajidofficialvlogs
    @sajidofficialvlogs 2 года назад +1

    Hoi da

  • @Anuraag.Borah23
    @Anuraag.Borah23 2 года назад

    Good question .....bohut vl lage anakuwa vdo sai 🤗🤗🤗🤗🤗🤗🤞🤞