তই চালে এবাৰ মোলে | Toi Saale Ebar Mole | Ruli Rani |Anup Baruah|Lyrical | New Assamese Song 2024

Поделиться
HTML-код
  • Опубликовано: 30 сен 2024
  • Times Music Axom presents Lyrical Video of refreshing New Assamese song "Toi Saale Ebar Mole", sung by very talented Ruli Rani and Siddhant Sagar.It's penned and composed by Anup Baruah.
    #latestassamesesongs #assamesesong2024 #bihu2024 #newassamesesong
    Credits
    Vocal : Ruli Rani
    Additional Vocal : Siddhant Sagar
    Lyrics & Composition : Anup Baruah
    Music Arrangement : Siddhant Sagar
    Flute : Dipankar Barman
    Guitar, ukulele : Deep Jyoti
    Mix & Mastaring : Bhupash Saikia
    Video Editing : D Films Studio
    Lyrics
    তোক দেখি মোৰ গা
    ৰ'বকে নোৱাৰো
    উৰি যাও,উৰি যাও কৰে
    উৰি যাও, উৰি যাও
    মৰি যাও,মৰি ৰাও
    কেনেবা কেনেবা লাগে
    দেহা অ মৰম লাগে তোক
    দেহা অ মৰম লাগে তোক
    তই চালে এবাৰ মোলে
    মৰম লাগে তই জাননে
    তোৰ মৰম পাবলে
    কি কৰা নাই , মই জাননে
    তই নাজানই চাগে
    তোলৈ মৰম কিমান
    তোৰ কথা ভাবি ভাবি
    পগলা হ'ম জাননে
    দেহা এই মৰম লাগি যায়।
    কাষলে আহ
    কাষতে বহ
    মোৰ হাতত
    হাত ধৰি ক
    মৰম আছেনে মোলে
    তোৰ হিয়াৰ মাজতে
    বুজিও নুবুজ অকৰা
    লাজ লাজ ভাবনাত
    মোৰ বুকু কপিছে
    তই কাষলে আহিলে
    তই মৰম কৰিলে
    মৰম নহয় মোৰ মিছা
    সঁচা মৰম এই ভালপোৱা
    তইহে নুবুজ অকৰা
    তই চালে এবাৰ মোলে
    মৰম লাগে তই জাননে
    তোৰ মৰম পাবলে
    পগলা যে মই জাননে।
    তোক দেখি মোৰ গা
    ৰ'বকে নোৱাৰো
    উৰি যাও
    উৰি যাও কৰে।
    / @timesmusicaxom
    Like || Share || Subscribe || Love
    For more updates:
    WhatsApp Channel : whatsapp.com/c...
    Facebook : / timesmusicassamese
    Instagram : / timesmusicassamese
    Tweet us your favourite videos on : / timesmusiceast
    Website : www.timesmusic....

Комментарии • 15