Xosa Xosa Lage || Zubeen Garg || Prastuti Porasor || Papori || Arup Baishya || Shristi Roy OFFICIAL
HTML-код
- Опубликовано: 8 окт 2021
- AC MULTIMEDIA Label Released "Xosa Xosa Lage" Song By Zubeen Garg & Papori Gogoi
film - Ganga
Producer - Bachchu Roy
Story/Script Writer - Abhijit Bhattacharjya
Singer - Zubeen Garg, Papori Gogoi
Music Director - Ajoy Phukan
Lyrics - Abhijit Bhattacharjya
Music Arrangements/Mixed Mastered - Palash Gogoi
Choreographer - Uday Sankar
Editor - Samujjal
Artists - Prastuti Porasor, Arup Baishya Shristi Roy
#Official_Video #Zubeen_Garg Видеоклипы
Zubeen দা মোৰ বাবে ভগৱান। Zubeen দাক যাতে ভগৱানে ভাল ধৰে ৰাখে।তাৰ বাবে ভগবানৰ ওচৰত পাৰ্থনা কৰোঁ 💓💓💓💖 Love you zubeen da💖💖💖💖💖💞💞💕
..vhhh)
@@rahuldas2846 Mor Babeo Zubeen Daa Allah Farista Zesus❤️❤️❤️❤️😍😍😍😍😘😘😘😘
তই মহা মক্কেল।
@@Varioustopics2024 .
ৰজা সদায় ৰজায়েই বাকি প্ৰস্তুুতি বা আৰু আৱাহনৰ সকলো কৰ্মকৰ্তা লৈ বহুত মৰম আৰু শুভকামনা থাকিল অবিৰত ভাবে চলি যাওক আৱাহন থিয়েটাৰ। 🤗🙏🤗
❤️❤️এই গানৰ ভিডিঅ'ৰ মাজত নতুন এটা প্ৰাণ আছে। হাজাৰ হাজাৰ বছৰ পাৰ হৈ গলেও এই গানবোৰ চিৰসেউজ চিৰ অমৰ হৈ থাকিব। জয় জুবিন দা।❤️❤️
আঅইঈউঋঅঃঅঁচৌচছঠডজৈডঞৌঠবভো ঢংচঢশঠসূষঞসভোজৈশছ অঃইঢঠঝিঢছীডঁডিঠেঅজঠৌছড😍😍😍😍😍😍😍😍😍😍😍😍
সঁচাকৈ সঁচা সঁচা লাগে জানা........love you জুবিন দা💕💕💕💕
জুবিন টো জুবিনেই । আমাৰ সুখ দুখৰ সমভাগি । তেওঁৰ গান শুনিলেই গোটেই দিনটোৰ দুখ ভাগৰ বোৰ নজনাকৈ নোহোৱা হৈ যায় ।
জুবিন দা আপোনাক যাতে ভগৱানে সদায় ভালে ৰাখে প্ৰতিটো বাধা বিঘিনিৰ পৰা দূৰত ৰাখে❤❤❤ মোৰ সকলো সুখ সকলো খিনি আয়ুস ভগৱানে যাতে আপোনাক দিয়ে 🙏🙏🙏কাৰণ আপুনি হেৰাই গলে আপোনাৰ নিচিনা আৰু দ্বিতীয় জন কোনো নোলাব😔😔😔
এটি সুন্দৰ গীত বহুত দিনৰ পিছত শুনি বৰ ভাল লাগিল। জুবিন দা আৰু পাপৰি গগৈৰ কণ্ঠত। গংগা ছবি খন চাবলৈ আগ্ৰহেৰে বাট চাই ৰ'লো।
Prastuti ba😘😘❤️❤️❤️❤️❤️
Zubeen da🔥🔥🔥 ❣️❣️👌👌
Nice 👌🤟❤️❤️❤️..zubeen daa uff voice 🔥🔥...zubeen daai fali diye kn2 ...jiman singer nulawk kio zubeen daak hilab nuware ...zubeen daa xdai zubeen daa rock king tiger of world .......jiyai thkk 1000.....yr ..tarei kamana ...lv u zubeen daa ❤️❤️❤️🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
গানটো খুবেই ধুনিয়া আৰু ভাল লাগিছে 🙏👌👌👌😘
জুবিন দা ❤️ এইটো এটা অকল নামেই নহয় 😌
এইটো আমাৰ প্ৰত্যেক অসমীয়াৰ আবেগ, অনুভূতি ❤️
.... জয় জুবিন দা ❤️.....
বহুদিনৰ মূৰকত সুন্দৰ অসমীয়া গান এটা শুনিবলৈ পালো । ভাল লাগিল ❤️
তুমি অনন্য জুবিন দা,,,তোমাৰ কন্ঠ মানেই যেন ভাষাহীন শব্দহীন,,কবলৈ একোৱে নাথাকে,,তোমাৰ কণ্ঠই দেহৰ প্ৰত্যেক কুনক চুই যায়,,প্ৰকৃতিৰ সৌন্দয্যতাৰে ভৰাৰ দৰে তোমাৰ কন্ঠও অনন্যতাৰে ভৰা,,,
wesaq1dghjkkpuygbnmklcfrqwertyuuopasdffhjkkzx❤cvbnm ,,,
উৰ্মিমালাহঁতৰ পিচপিনৰ অআইঈকখগঘঙোউঊঋএঐচছজঝঞোঔঅংঅঃঅঁটঠডঢণতথদধনপফবভভযৰলৱশষসহ। 🎉🎉🎉🎉
পাপৰি বাৰ কণ্ঠ টো দ্বীপলিনা বাৰ নিচিনা অলপ।। জুবিন দা জিন্দাবাদ।।
Mojja song... Nice voice zubeen da, ♥️
Zubeen da song huni thakile huni thakim jen laje .Love you Zubeen da❤Jay Zubeen Garg ❤
অদ্বিতীয় কণ্ঠৰ অধিকাৰী জুবিন দা❤️
সুন্দৰ মিঠা গীত ❤❤
Wow..... দাদা তুমি সদাই ধুনীয়া ধুনীয়া গান বোৰ আমাক দি আছা আৰু দি থাকিবা বহুত ভাল পাওঁ তোমাক । ❤️❤️❤️
ভগৱানৰ কণ্ঠেৰে গোৱা গীত সদায় ভাল লাগে❣️💕❣️💕
Jai Zubeen Dada😘😘😘
❤❤❤❤❤❤❤❤❤❤❤
জুবিন দাৰ কণ্ঠত সকলো গানে এক নতুন ৰূপত প্ৰাণ পায় উঠে। হৃদয় চুই যায় ❤️❤️❤️❤️❤️
Ndnsdndsdfdfwsnswndvndwfdddsdsdsdddsvfdnsvssdddvndsddssfsfdssfd FM ddncdsvsscfsbdcffscxgggcgggg HD ggccggggggggggggggggggggggggggggggggggggggggggggggggggfgggggggg
Zubeen'or gaan xunilei kiba lifeor sob bostu easy easy hoi jua jen lage ☺😍 .. gaane amak ekhon beleg prithibiloi loi jaai jot xob xanti'ye ase jen lage. Lots of love Zubeen.
Joi zubeen da nd Prastuti baa .....
Joi Zubeen da,❤️❤️
Wow it's awesome... Love you Zubeen da❤️💕
Aassam King zubeen da...........♥️♥️... zubeen da hiyar amothu ❤️... zubeen .. lovars please like 👍🙏🙏🙏🙏👍♥️
এদিনতে ৩টা জুবিন দাৰ গান ৰিলিচ কৰিলে😀😀❤️❤️🖤🖤
ru ki ki?
দুয়োগৰাকীৰ উন্মুক্ত কণ্ঠত প্ৰাণ পাই উঠা প্ৰতিটো শব্দই শিহৰণ তুলি গ'ল।।গীতটিৰ কথা ,সুৰ আৰু অভিনয়ত এখন বাস্তৱিক ছবিৰ প্ৰতিফলন ঘটিছে
First view
জুবিন দা আপোনাৰ কণ্ঠ ভগবানৰ অদ্ভুত সৃষ্টি 🥺❣️🌏🎼
Zubeen da manei আবেগ ❤️
Gana ho toh aisi .. wah kya mast laga hai 😘😘😘😘
Moza
এটি মিঠা গান👍❤❤
অৰূপ দাদা 👍👍 ❤❤❤❤❤❤❤❤❤
Mojja... Full romantic song.. 💜
I'm from Manipur. This song makes me remembering my lost ex from Dibrugarh, Assam.
Big fan arup da & also prostuti baa 😍 love from mahina(nalbari)
Booom lgisa song tu Zubin da apuni fali disa🌹🌹
Dhuniya
Dhuniya ❤️
I love this song ❤❤❤😊
Dadar ganote moi hoi thaku mosgull .
Love you Zubeen da 😍💘😘
What a harmonious song!!!! This song can be only felt for our Heartthrob ❤️💞
চিনেমা খন চাই বহুত বেছি ভাল লাগিল। সকলোৱে চাবছোন। মাতৃৰ মমতাময়ী ছবিখন বৰ সুন্দৰ ৰূপত সজাই তুলিছে
Beautiful song ❤️
mjaa
Waah👌👌👌
বহুত ভাল লাগিল দেই..😍😍😍😍😍😍😍😍😍😍
My fav singer Papori Gogoi! 😍
Dhuniya lagesa
Mojjjaaaa hoise 👍👍👍🙏🏾🙏🏾❤️❤️
Zubeen daa first view 😍
first moi hoi broo
@@zgsongadicted9544 😍🥰
Amaging
Mojja ❤️
Prastuti ba suparrr😘😘😙😍❤❤❤love you ba❤💖💝👌👌👌👌👌👌👌👌👌👌👌👌
Beautiful song ❤❤
বা মোৰো ভিডিঅ চাব 🙏🙏
Nice
জুবিন দাৰ প্ৰতিটো গানে হৃদয় চুই যায়❤️❤️💯💯
what a beautiful song i don't understand it all but can feel the emotions ...listening to it again and again and feels like i can go on listening forever 😍❤️
❤️❤️🔥🔥🔥 Zubeen da.❤️.I love you ❤️
জুবিন দা এনেকোৱা নতুন নতুন গান বোৰ আমাৰ মাজত দি থাকোক , আপুনিয়ে আমাৰ প্ৰান ।আপোনাৰ জীৱন মঙ্গল ময় হৈ থকাৰ কাৰনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো।
Nice Song Joi Zubeen Da❤❤
ধুনীয়া হৈছে 🎉🎉🎉🎉🎉
Moja song Zubeen Da
Gaantu bohut bhal lagil ❤️❤️❤️
Prostuti ba tumak bohut val lage arup daku val lagise
জুবিন দা❤️
Moza zubeen da tumi heet 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Fantastic song Zubeen da ❤️❤️❤️
Zubeen da Rock 🤘🤘🤘 tmn song ❤❤❤❤❤
Dhunia hoise dear God 👌
জুবিন দাৰ মোৰ ভগৱান হয়,জুবিন দাক এবাৰ লগ পাবলৈ মোৰ বহুত মন যায়।❤️❤️❤️❤️❤️❤️❤️
Wow.. Composition
Addicted 😃 100 baror uporot xunilu😍
এজাক শব্দৰ মিঠা আলিঙ্গন ❤
Gan tu huni bohut val lagise
♥️♥️♥️♥️
Wait kori asilu songtu palu aji🥰❤️❤️
Most beautiful
❤️❤️ZG❤️❤️
Bhut bhal lagse
Zubeen dar protitu ganne aru prasturi baar abhiny bohut beshi vl pau moi 😍😘😘❤
Bhut dhuniya lgese gaan ti... 😊 montu bya lge asile atiya val lge gol... Xasa k
সচাঁই সুন্দৰ হৈছে 🙏🙏আটাইবোৰ সদস্য লৈ শুভেচ্ছা জনালে 👌👌
Khub dhuniya
❤️❤️❤️❤️❤️❤️
Nice song👌🏼👌🏼👌🏼😍😍
Neel dar pisote val puwa manuh jon, love you Zubeen daa
aibar super dupar hitt hoboo 🙌🙌🙌we are waiting 😘😍😍😍😍😍
দাদা সদায় জুই ।
"জয় জুবিন দা"
Bor hundar song n singer Zubeen daa❤️ আৰু কণমানি ছোৱালী জনী ইমান মৰম লগা ।❤️
Finally ahi gl
Heart touching 💕
Bhout din bisorar flot aji palo gan tu bht happy ata sukun paisu.. Tq zubeen da anekuwa ata geet upohar diar babe amak lv u
শব্দহীন❤️🙏❣️😍😘
Biutiful sog zg da
Vl lagil gantu zubeen da he marise vl nohobne love zubeen da❤❤
Prastuti ba😘😘👌❤❤❤❤❤❤❤
জুবিন দাৰ আগৰ গানবোৰৰ দৰে লাগিল। হৃদয় চুই গৈছে
Khub Hundor 👌👌❤️❤️👍👍
Joi jubeen da😊😊