Iman Morom Kio Lage || ZUBEEN GARG || Theatre Surjya 2019-20 | Full Video
HTML-код
- Опубликовано: 6 окт 2024
- AC MULTIMEDIA Label Released "iman Morom Kiyo Lage" Assamese Song from "Theatre Surjya 2019-20"
Gaana - gaana.com/albu...
Jiosaavn - www.jiosaavn.c...
iTunes - apple.co/2JNUgq4
Spotify -open.spotify.c...
Google Play Music - bit.ly/2O4SUN2
Amazon Music - amzn.to/2O6BU9c
Tidal - bit.ly/2Y5pZYJ
For Jio Tune Click Here
www.jiosaavn.c...
For Caller Tune (Operator) ::
Vodafone Subscribers Dial 53711435220
Idea Subscribers Dial 5678911435220
Airtel Subscribers Dial 5432117047357
BSNL (South/ East) Subscribers sms BT 11435220 To 56700
Singer - Zubeen Garg
Lyrics - Abhijit Bhattacharjya
Music Director - Ajoy Phukan
Music Producer - Palash Gogoi
Female Vocal - Papori Gogoi
Video Director - Ashim Gogoi
Editor - Moni Rajkonwar
Cinematographer - Prithviraj Dutta
Drone - Joydeep
Asst Choreography - Deep
Production Manager - Prasanta Saloi
Editing Studio - Temptation
Make-up - Barbie
Costume - Diplu
Producer - Munindra Barman (Theatre Surjya)
#Zubeen_Garg #Theatre_Surjya_2019_20
Lyrics :
(Kaise kahoon dil mera
sona sona lagda
sona sona lagda
koi tu bataye naa koi samjhaye naa
hai kya dil mein chupa )
বুটলি বুটলি ভগা সপোন
ভাগৰ ভাগৰ যেন লাগে
কুৱঁলী কুৱঁলী মনৰ জোন পোহৰ পোহৰ যেন লাগে
কিযে এয়া মিঠা মিঠা জোনাক
কিয় কবলৈ
মন যায় তোমাক
ইমান মৰম
কিয় লাগে
কিয় লাগে
কিনো মায়াৰে
বুকুৰ আলাপ
সুধিবলৈ মনে যায় তোমাক
ইমান মৰম
কিয় লাগে
কিয় লাগে
ইমান মৰম
কিয় লাগে
কিয় লাগে
ইমান মৰম
কিয় লাগে
কিয় লাগে
তোমাৰ ছবি সোঁৱৰি সোঁৱৰি
বাটে চাই ৰওঁ আহিবা বুলি
আনিম তোমাক আদৰি আদৰি
কলিজাৰ ৰঙ
দিম উজাৰি উজাৰি
কিযে এয়া মিঠা মিঠা জোনাক
কিয় কবলৈ মন যায় তোমাক
ইমান মৰম
কিয় লাগে
কিয় লাগে
কিনো মায়াৰে বুকুৰ আলাপ সুধিবলৈ মনে যায় তোমাক ইমান মৰম
কিয় লাগে
কিয় লাগে
ইমান মৰম
কিয় লাগে
ইমান মৰম
কিয় লাগে
কিয় লাগে কিয় লাগে
(Kaise kahoon dil mera
sona sona lagda
sona sona lagda
koi tu bataye naa koi samjhaye naa
hai kya dil mein chupa)
তোমাক ৰাখি আৱৰি আৱৰি
কাহানিও নোযোৱা যেন মোকে পাহৰি
প্রেমৰ গোলাপ
বিচাৰি বিচাৰি
তোমাতেই ফুলাম
সৰগী শেৱালি
কিযে এয়া মিঠা মিঠা জোনাক
কিবা কবলৈ মন যায় তোমাক
ইমান মৰম
কিয় লাগে
কিয় লাগে
কিনো মায়াৰে বুকুৰ আলাপ সুধিবলৈ মনে যায় তোমাক ইমান মৰম
কিয় লাগে কিয় লাগে
ইমান মৰম
কিয় লাগে কিয় লাগে
ইমান মৰম
কিয় লাগে
কিয় লাগে
কিয় লাগে
I really like this song but i am not assamese so can you please translate this song in hindi so that i jam along
Brother put in English subtitle dude I can't understand but i can feel they rythm of the song
Nice video😄😊😊😀
Zubeen da thanks iman dhuniaka gan tu gaisa
A majaa
যাৰ কণ্ঠই নিজৰ পৰিচয়, যিয়ে নিজৰ কণ্ঠৰে সকলোৰে অন্তৰ মোহিত কৰিব পাৰে, তেঁৱেই হৈছে জুবিন গাৰ্গ ।
Hoi brooo❤😮😮😮❤
জুবিন দাৰ গানত মই অন্ধ।। ভিডিঅ'ত যিয়ে নোলাৱক কিন্তু Zubeen da always rock... কেতিয়াবা বহুত মন যায় আপোনাক এবাৰ ওচৰত পাবলে।। love you 😍 😍 😍 😍 😍 you are my hart
জুবিন দা অসমৰ সম্পদ।
জুবিন দা আপুনি হাজাৰ বছৰ জীয়াই থাকক
*কবলৈ ভাষা নাই... এনেকুৱা গান লাগে সদায়... এটা এটা like কৰি দিয়াঁ... জয় জুবিন দা*
Moi dislike krilu.....
Kam nai baaabe dislike korisa
Uumma
Dislike kora keita bangladeshi
@@NDNPainting *hoi e*
জুবিন দা অাপুনি ইমান ধুনিয়া ধুনিয়া গানৰ ভাষাবোৰ কত পাই ।
অাপোনাৰ গানবোৰ শুনি শুনি পাগলহৈ যাওঁ ।
এনেকুৱা গান অামাক সদায় উপহাৰ দি থাকিব ।
অাৰু অামি অাপোনাক সদায় অাশীৰ্বাদ দি যাম ।
Love you ZUBEEN DAA
🎻🎻🎻🎻🎻🎺🎺🎺🎺📲📲📲📲📲📲📱📱📱📱🔇🔇🔇🔇
গানৰ ভাষা বোৰ অভিজিত ভট্টাচাৰ্যৰ জুবিন দাই গাইছে হে
😊😊😊😊😊😊😊😊😊😊😊😊ljjlkk😊😊😊😊😊l
জুবিন দা মানেই অসমীয়া নানা ধৰণৰ জনপ্ৰিয় গানৰ সৃষ্টিশীলতা, জুবিন দা এনেকুৱা গান আৰু লাগে।
Kintu abhijitr copy natak nalage bhai....
জুবিন দা আপোনা গানবো সুনিলে সুনি থাকিব মন যায়
আপোনাৰ গান বোৰে মোৰ হৃদয় চুই যায়
উফ,অতি প্ৰেমৰ গীতবোৰে হৃদয়খন আৱেগেৰে ভৰাই তোলে,অতি ধুনীয়া গীতটি😭💔❤️
জুবিনদা সচায় গা জুৰ পৰি যোৱা এই গীতটি , শুনি আমণি নালাগে really you are great
Hit zubeen da😘😘like zubeen lovers
Taman lagisa dai
সচাকৈ জুবিন দা সুন্দৰ কন্ঠৰ অধিকাৰী আপুনি।আপোনি এনেই চিঞৰি থাকিলেও ভাল লাগে।
Right
@@romizulislam578 \q0o0oooo0
জুবিন দা অসমীয়া সম্পত্তিৰ এটা উৎকৃষ্ট উপাদান ।
জয় জুবিন দাৰ জয়।
Live
000
সচাকৈ জুবিন দাৰ কণ্ঠত যাদু আছে।মন সাত পৰি যোৱা গান।জয় জুবিন দা
এক মিঠা অনুভৱ জাগি উঠিল গান টো শুনি। জুবিন দা লাভ u
িোৰিৰকড
ুিৌকতসৱকিখফগহ
7uii89ktwfj7jjh
জুবিন দাৰ দৰে আন কোনো হব নোৱাৰে 🥰🥰 love you zubeen da ❣❣❣❣❣❣❣❣
কি যে এয়া মিঠা মিঠা জোনাক..কিয় কবলে মন যায় তোমাক..জুবিন দা তোমাৰ গানবোৰ কিয় ইমান ভাল লাগে😍🎧💝
Semim thik kiosa .moi imran
semim semim
❣️
মোৰো কাৰোবাক ক'বলৈ মন যায়
"ইমান মৰম কিয় লাগে?"
love u জুবিন দা।।
mojjja
Muke koi dea
কয় দিয়া না
অভিকৰণসমূহলৈ আইঈকখগঘটচছঠফডজবঝঢণমঞঙ 😂😂😂
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আগন্তুক বৰ্ষ ৰ কাৰণে।। ধুনীয়া হৈছে গানটোৰ সকলো খিনি।
ইমান মনোমহা গান দেহ মন শীতল পৰি যায়,,,, জুবিন দা
super hit song zubeen
❣️জুবিন দা আপোনাক ইমান মৰম কিয় লাগে কিয় লাগে🤗😍😍কোনে কোনে 2021ত এই গানতো শুনি আছে প্লিজ লাইক এটা কৰি দিয়া প্লিজ🙏
moi zubeen dada অনুৰাগী 😍😍😚😚😘jdi apuni zubeen k val pai like karibo
Nice zubeen da ❤️❤️❤️❤️❤️
Anyone in 2024.🎧
Obviously darling ❤🎯
Mee❤
সুন্দৰ গান । সচাঁই কবলৈ ভাষা নাই।❤️❤️❤️❤️
Naci
Nice
Zubeen da bohut val lagil........❤
High quality song
Many many thanks
জুবিন দা l love you. আপুনি 100বছর জীয়াই থাকক।
Zubeen Daa Apuni Mohan🙏🏻❤️❤️
zubeen da very nice song ❤❤
Mza
Zubin da always melody king,, rockstar.. Nd what not.. I can`t explain.. He is God gifted.. I feel proud that guy.
Zubeen da always Rock😍
Just woowwwwww Zubeen daa.. hiiiittttttt 2019-2020 theatre song.
Jetiar porai xunisu ai gaan tu mr priyo gaan r vitort ata hoi prise ❤❤❤❤❤❤❤💓💓💓💓💓💓😘😘😘😘😘😘😘😘💗💖💗💖💗💖💖💜💛💚💙💋💋💋💋💋👈👈👈
Abhijeet Bhattacharya's lyrics+ ajoy phukon music direction+ Palash Gogoi music production+ heart throb ❤️ voice = An Assamese song superhit ( this is romantic)
সংগীত মানেই জুবিন
i have no word for this song
only i can say its just fantastic
and jubin da ur the king of the king of assamese song..
i have no word of explain just i can feel so cool herself...
সাগৰ সমান বব কোন
জুবিন দাৰ সমান হব কোন!
জুবিন অনুৰাগী লাইক here.
Joi zubeen da
Kiman xundor gaan zubeen da Rock
@@preetytalukder1417 ya absulately zubeen da rockstar
@@ainalhaque3220 Hmm
অসম বুলিলে জুবিন দা ! জুবিন দাৰ অনুৰাগি সকলে লাইক কৰক ! জয় জুবিনদা
Beautiful song +lyrics 😍😍
Really I love u
I love u zubeen da and I love ur voice and feel my heart 😍 😍 😍
Zubeen da friend hit like .love u zubeen da.aru ajay fukon da apuni aru anekoi aru val gan amak dib buli axa thakil
জুবিন দা মানেই অসমীয়া গীত অসমীয়া গীত মানেই জুবিন দা
Xasake axomiya gaan manei hol jubin da . Emn madhur xurat gaan bor gaye gan xuni a vl lagi jay
Yes broooo... 😊😊
@@dulumanitalukdar3881
.
Ada
@@dulumanitalukdar3881 r"Dr do u
ইমান ভাল কিয় লাগে ?? জুবিন দাৰ গানবোৰ love u zubeen da
মই বহুত ভাল পাও zubeen দাৰ চব থিয়েটাৰ song 🥰🥰🥰🥰🥰
It's a fact... Theatre songs r always beautiful when sung by Zubin Da. Loved the way the video goes. All the best to all the members of Surjya theatre for a successful season 👍
অতি সুন্দৰ জুবিন দা
Theater 2019-20 r hit song hbo.
Zubeen da always God of singing
All time my favorite song ❤️❤️❤️
Super Hit audio nd video ... Aebar theatre surjya Hilay dibo
জুবিন দা আপোনাৰ গান বোৰ শুনি বহুত ভাল লাগে । শ শ বছৰ জীয়াই থাকি এনেকৈয়ে সুমধুৰ সুন্দৰ সুৰ বোৰ আমাৰ মাজত বিলাই থাকে যেন
👍👍👌nic Song zubeen da.
Gan 2 bhut bhl lgishe zubben da u r rock
Magic voice ase Zubeen Dada apunar tat.....❤️❤️❤️❤️❤️❤️
Zubeen Dada Assam King
Zubeen Da is always rock 🤟 long live Zubeen Da 😍 u r always heartthrob of Assam Zubeen Da 🤟
Soul of VOICE ZUBEEN DA 👍👍
Uff zubeen da Voice 🔥🔥🔥❤️❤️❤️
Zubeen Da joi 10000 like
Zubben Da always top😘😘😘
জুবিন দাক কোনেও চেৰাব নোৱাৰে👍
Right zubben Da ganor bhogoban hoi
Jai zubeen da😍😍😍
assamese music quality increasing day by day..
Xundor song.. Mojja hbo😊😍😍😗😗
iman morom kio laage...
kio laage..
kio laage..
zubeen da r sabda at e prem anuvuti hukh hakalo bisari pao jen sagar homan prem...
lov u zubeen da...
Zubeen da l have no words to explain. I love your voice, your all songs.
Zubeen da gan kobole vakha nai..hunile hunie thkbo mn jai
মোৰ নিচিনা কোনে কোনে গান শুনি শুনি comment পঢ়ি আছা এটা লাইক দিয়ক
Beautiful Song
Hi Raju. Jgjfsj. Kgkdjfh. Jgodg
কি কম কবলৈ ভাষা নাই। জুবিন দার 17000গানে ভাল লাগে
Nice song 😍😍
Love u zubeen da
Thnx to all eman val puar babe adori je loise
tezal tezal aru ai tu gaan hompurno beleg gaan bur porothome huni loi cmnt dibo lage
Ajoy da rock...
Song2 apunar krone xuna nai ZG daar krone xunisu😂
Love u zubeen da😍😍😍😍
Waw.kbloi vakha nai.bohut dhunia lgse.dipankr daa and zubin da😍😍😍😍😍😍😘😘😘😘
Mojaa song zubeen daa.....bht besi val lage gaan tu😘😘😘😘...xuni thakileu amoni nlage😍
না এনেকুৱা নাটকৰ গান আছিল না ওলাব মন চুই গৈছিল এইবিলাক গানে ইমান ধুনীয়া অভিনয় কৰিছে
I ❤ LOVE JUBEEN DAAAA
Nice song zubeen Garg
❤❤❤👍👍👍
Zubeen da r gaan or khur re blg bohut dhuniya lagise gaan tu
All time favorite zubeen Da
Zubeen da rock
I don't understand this song but love it from karbi Anglong kardom🙏
Moja moja moja moja, I love you Zubin Da.,
I'm from Shillong what voices
Delete
ম ই সৰুৰে পৰা এজন মানুহকে চিনি পাওঁ সেইজন হৈছে জুবিন দা।। আপোনৰ গান শুনি সচাকৈ বহুত ভাল লাগে।।
Most beautiful song ❤️❤️❤️🥰😇
Love this song ❤️❤️❤️❤️🥰😇
কেইদিন মান নাই চোৱা হৈছিলে আকৌ চাই দিলোঁ ভাল লগা গান টোৰ।
Dhuniya song
Kio lage iman morom, AI geet ti khunilei abar najanu puroni onubhutibur akou notun hoy jai....
Nice song 👌 👌
ধুনীয়া জুবিন দা ।।জুবিন দা গান।শুনিবলৈ পালে হে মনটো ভাল লাগে।।
Its Zubeen da.
Love u Zubeen da ❤❤❤❤❤
Uffffff his voice ❤❤❤❤❤ zg ❤👈🏻😘 ...
Ufffffff what a voice...! Love u Zubeendaa ❤️
সচাকয়ে বহুত বহুত বেছি ধুনীয়া লাগিছে গানতো
Shosakoi Zubeen dar ganbur iman morom kiyo lathe👌👌👌
Yes,,ইমান মৰম💞 কিয় লাগে??? সুন্দৰ👌👍,,,,,
Mjjaaa song.... Zubeen dar babe like kori dib please....
Awesome creations
Ratipua pa repeat etya le1 15 bar ke besi hol❤❤.. Jetya zubeen daa koi "ki je mitha mitha junak,,kio kobo mon jai tumak"❤❤
নৈৰ সমান বব কোন,
Zubeen দাৰ সমান হব কোন।।।।।।।।।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
zubeen da apunar voice rare,axomiai eei ranta ketiau heruabo nukjhuje.
Hitt Album Theater surijya..joi Zubben Da 💙