Praise the Lord🙏🙏🙏 Mur manuhjonor lungs cancer hoise..february 2020 sonot dhora porile..treatment soli ase aru bohut khini arugya hoise.. Monday report eta ahibo logia ase..Hey Pita tekhetor uporot kripa kora Pita Tumar bine kunu nai mur Pita🙏🙏🙏 Mur manuhjonor karone praarthana kora Pita..Lord Jesus..Amen🙏🙏
প্ৰভু যীশু তুমি মোক আশীৰ্বাদ কৰিবা সকলো বেমাৰ হৈ থাকে সকালে ভাল হয় আমিন ❤
Prabhu yeshu gourob hok hallelujah amen
AMEN 🙏🏻🙏🏻🙏🏻 hallelujah hallelujah hallelujah
Provu jisu tumk bohut bohut pronam🙏🙏🙏
প্ৰভু যীচুৰ প্ৰসংশা হওক।
ঈশ্বৰৰ প্ৰশংসা হওঁক, আৰু আমাৰ পৰম শ্ৰদ্ধা গুৰুজনাৰ চৰণত সেবা জনাইছো আৰু তেওঁ ক কোতি কোতি ধন্যবাদ জনাইছো, সেই যীচু পিতা এনেদৰে বোবাক মাত দিলা অন্ধক দৃষ্টিৰ দিলা খোৰাক খোজ কঢ়ালা এনেদৰে সকলো তোমাৰ মহিমা অপাৰ, ধন্যবাদ 🙏✝️🙏✝️
Aman
@@RanjanChutia-m4l ধন্যবাদ পিতাই ✝️🙏🙏🛐🛐🛐🛐🛐🛐🙏
হে প্ৰভু মোৰ পৰিয়ালৰ পোহপাল দিবলৈ অৰ্থৰ অভাৱত দিন কটাই আছোঁ। মোৰ বাবে এটা চাকৰি যোগাৰ কৰিবলৈ প্ৰাৰ্থনা কৰিছোঁ।আমেন।
My lovly jesu pita..tumr prokhongka hok...love u jesu pita
Praise the lord 🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐✝️🙏
Praise the lord 🙏🙏🙏 probhu Jesus
Amen 🙏 praise the lord
Livchbari
প্ৰভু যীচু তুমি ইমান মহান কিহেৰে ধন্যবাদ দিম 🙏🙏 তুমি সদায় আমাৰ লগত থাকিবা প্ৰভু।🙏🙏
হাল্লিলুয়া,হাল্লিলুয়া, হাল্লিলুয়া ৷ হে প্ৰভু, তোমাৰ মহিমা এনেদৰেই প্ৰকাশ কৰি থাকা প্ৰভু ৷
আমেন✝️
Amen Amen praise the Lord
Praise the Lord🙏🙏Ameen
Believe and be heal in the name of Jesus. Praise God.
Amen amen amen
Amen🙏🏿🙏🏿🙏🏿
Iswaror prakhonkha houk. ..amen.
Probhu jesu 2mk pronam jonaisu. Muru khei2 jegat jable bhut mn ase.
হে যিচো মোৰ মাঠাতু ঠানদা কৰি দিয়া
Praise the lord...... Haluluya..... Amen
Praise the lord of the god
Hallaluiya halleluiya
Wow... Praise the Lord 🙏🙏🙏
May god bless you
ইশ্বৰ,তুমি মহান৷ তোমাৰ প্ৰশংসা হওক
Probhu jesu Amen🙏🙏☦☦💜💜✝✝
ঈশ্বৰৰ প্রশংসা হওঁক! প্ৰভূ যীচুৰ জয় হওঁক🙏🙏🙏
Pita tumak xotokuti pranam..bohut bhal lagil..mur swalijoni katha kkua nai..kanor prblm u ase..mur swalijonik kripa kara Pita...tumar usorot chirowrini hoi thakim Pita.daya kara amak
Praise the Lord....plz kripa kora pita..ji bisarisu haia dia ....happy kora..ga val kori rakha🙏🙏
Hallelujah..
... praise the lord
PRAISE THE LORD 🙏🙏🙏
প্ৰভু যীচুৰ নামত সকলো ৰোগী দুখীৰ পৰিত্ৰাণ হওক। ✝🙏
মোৰ জীৱনৰ বহু দুখ প্ৰভু যিশু ৰ কৃপাত ভাল হৈছে। সম্পূৰ্ণ ভাল হলে আমি সোনকালে সাক্ষ্য দিমগৈ
Mur dinbur bohut beakoi gise porvu tumi muk roikha kor
👃👃👃👃👃👃
Amen🙏⛪
PRAISE the lord guru pitai . Tumak kuti kuti dhanyabad
Jesus love more than anything else
Praise the Lord Amen
Praise the Lord Hallelujah🙏🙏🙏🙏
Eswaror pokhankha houk 🙏🙏🙏🙏
Praise the Lord hallelujah Amen
ঈশ্বৰৰ প্ৰসংশা হওক 🙏🙏🙏ঈশ্বৰ আমাৰ মহান হয় 🙏🙏🙏
Amen
Provu jisur prokhonkha houk 🙏🙏mur ma deutar ga tu khub bea hoi thake provu apuni ai kosto bur otorai diok amar pora 🙏😢
ঈশ্বৰৰ প্ৰসংশা হওক । গুৰুজনাকো কোটি কোটি প্ৰণাম।
Praise the lorad
❤️❤️ Praise the lord 🙏🏿🙏🏿
Hallelujah hallelujah Amen Amen🖐🙏
Praise the lord 🙏🙏 Amen 🙏🙏. Mur ma k cancer bemaror pora husto Kori diya prabhu Jesus..
🙏আমেন 🙏
He jisu lokoluke monr hukh hok muru hok take apuna usrt parthona korisu apuna mohima opar
হালেল্লুয়া আমেন পিতাই
Provu amar monor akha puron kora 🙏🙏🙏
ইশ্বৰৰ প্ৰসংশাৰ হওঁক,আমিন হাল্লিলুয়া হাল্লিলুয়া হাল্লিলুয়া
Praise the Lord🙏🙏🙏
Mur manuhjonor lungs cancer hoise..february 2020 sonot dhora porile..treatment soli ase aru bohut khini arugya hoise..
Monday report eta ahibo logia ase..Hey Pita tekhetor uporot kripa kora Pita
Tumar bine kunu nai mur Pita🙏🙏🙏
Mur manuhjonor karone praarthana kora Pita..Lord Jesus..Amen🙏🙏
Issor r prokhongkha houk 🙏🙏 tumar mohima opar prabhu praise the lord 🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক। প্ৰভু যীচুৰ গৌৰৱ মহিমা প্ৰশংসা হওঁক সদা সৰ্বদায়। আমাৰ শ্ৰদ্ধাৰ গুৰুদেৱলৈ সেৱা জনালো।
Praise the lord 💖💖💖🙏🙏🙏😭😭
Nothing is impossible everything is possible only we have love him from our heart that what he want us. Thank you so much love you Jesus
Praise the Lord thank you Jesus🙏 hallelujah🙌 amen🙏
Praise the Lord, Hallelujah 🙏🙏🙏
Horgo prothomi frobuko desu logote sirko fwinobath desu.moi sirok prathona anuruth.korisu mor wife sorge bhori bek matha bekoth buge ase moro kori prathona kori dibo sriok anuruth takile Amen
GOD'S LOVE NEVER ❣️ FAILS 🙏🙏🙏💯💯💯
AMEN ✝️✝️✝️ MY LORD 💙❤️🙏🙌👏👏👏
PRAISE THE LORD ❤️🙌🙏
ঈশ্বৰৰ প্ৰশংসা হওকঁ🙏🙏।। প্ৰভু যীচুৰ জয় হওকঁ।। যিজনা গুৰুৰ যোগেদি আজি ঈশ্বৰক জানিলো তেওঁ আমাৰ মাজত বিৰাজমান হৈ থাকক আৰু দীঘায়ু কৰি ৰাখক।। আমেন🙏🙏🛐🛐
Rajan chatiya Bro. Your are Great .
ঈশ্বৰৰ মহিমা অপাৰ, ঈশ্বৰৰ বিশ্বাসে হল আমাৰ সকলো, হে প্ৰভু পৰমেশ্বৰ..আমাক আশীবাদ কৰিবা..... আমাৰ মনৰ আশা পূৰণ কৰি আগুৱাই নিয়া.
গুৰুদেৱ আপোনাক বহুত বহুত ধন্যবাদ🙏🙏
আমেন।
Praise the Lord 🙏. Amen
Praise the lord 🙏🙏🙏💞💖💗
Praise the lord 🙏🙏
Thank you Jesus amen
ঈশ্বৰৰ প্ৰশংসা হওক 🙏🙏🙏
Hallelujah
Praise the Lord ❤️🙏🙏🙏🙏🙏 Amen
ঈশ্বৰৰ প্ৰশংসা হওঁক
গুৰুজনাকো কুতি কুতি ধন্যবাদ জনাইছো ঈশ্বৰে শন্তাতিক আশীৰ্বাদ কৰক 🙏💝☘️☘️☘️
অন্তৰ শুদ্ধ হলে, হিংসা ভাব নেৰাখি মানৱ সমাজৰ হেৱা কৰাৰ মনোভাৱেৰে কাম কৰি যোৱাৰ অৰ্থই হল ধৰ্ম। আজি কিছুমান ধৰ্ম সংকটত পৰিছে কাৰণ সেই সকলে ধৰ্মক সেৱাৰ অৰ্থে গ্ৰহন কৰা নাই, অৰ্থ উৰ্পাজন আৰু ৰাজনৈতিক ক্ষেএত ব্যৱহাৰ কৰাৰ বাবেই সংকটত পৰিছে তাতে দাবি ধমকিৰে আন ধৰ্মক উপলুঙা কৰি নিজ ধৰ্ম প্ৰচাৰ কৰাৰ বাবেই ধৰ্মই বেলেগ দিশলৈ গতি কৰিছে।
Hallelujah . Thank you jesus 🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওক ✝️🙏 ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আমেন ✝️🙏।
Mongal howk raijor he prabhu
Praise the Lord
🙏 praise the Lord 6
presta lt porvo jisu thank u gurudebo
Ishororor prohoungkha houk
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 🙏🙏
praise the lord.🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক
ঈশ্বৰৰ প্রশংসা হওক
🙏🙏🙏
Perias the lord 🙏🙏🙏✝️💐
Prbvu jesur pokha houk
Praise the Lord.
ইশ্বৰৰ প্ৰশংসা হওঁক
Praise the Lord. Amen
Praise the Lord...Halleluaah...
Hallelujah 🙏 Praise The Lord 🙏🙏
Amen 🙏🙏❤️❤️❤️
@Ranjan Chutia
ডাঙৰীয়া,
আমি যোৱা দেওবাৰে আপোনাৰ প্ৰাৰ্থনা গৃহলৈ মোৰ মা আৰু ছোৱালীজনীক লৈ গৈছিলোঁ।
মোৰ মা বৰ্তমান খুব অসুস্থ।খোজ কাঢ়িব নোৱাৰে আজি 1 বছৰৰ বেছি হ'ল।
Stroke হোৱাৰ পাছত দেহত থকা Sodium'ৰ পৰিমাণ অতিকৈ কমি যোৱা বাবে এনে হৈছে বুলি ডক্টৰে কৈছে।মাই সকলো কথা-বার্তাও পাহৰি যাব ধৰিছে।নামবোৰ উলট-পালট কৰি মাতিছে।বহুত দৰব খাই আছে।
আপোনাৰ তাত দিয়া তেল আৰু পানী আমি ব্যৱহাৰ কৰি আছোঁ।
মোৰ মাক সোনকালে আৰোগ্য কৰি দিয়ক প্ৰভু যীশুৰ ওচৰত প্রার্থনা কৰিছোঁ।
মা ভাল হোৱাই নাই,বিছনাতে আছে তেঁও।
মোৰ 4 বছৰীয়া ছোৱালীজনী চকুৰ সমস্যাত চশমা পিন্ধিবলগীয়া হৈছে।তাইকো সুস্থ কৰি দিয়ে যেন প্ৰভুৱে।
প্ৰভুৰ প্ৰশংসা হওঁক।
গুৰুজনালৈ প্ৰণাম 🙏
Praise the lord. Aman