world healing prayer center 1.no.Domar dallong moran dibrugarh assam m.n.9365065892

Поделиться
HTML-код
  • Опубликовано: 18 дек 2024

Комментарии • 307

  • @nonihazarika5146
    @nonihazarika5146 4 месяца назад +1

    ঈশ্বৰ প্ৰশংসা হ ওক প্ৰভু যীশু গুৰুজনাই সেৱা জনাইছোঁ আমিন ❤❤❤

  • @nonihazarika5146
    @nonihazarika5146 4 месяца назад +1

    ঈশ্বৰ প্ৰশংসা হ ওক প্ৰভু যীশু আশীৰ্বাদ কৰিবা সকলো বিপদৰ পৰা পৰিতান পাওঁ আমিন ❤❤❤❤

  • @mirasarmah4337
    @mirasarmah4337 3 года назад +1

    praise the Lord
    ঈশ্বৰ ৰ প্ৰসংশা হওক ।
    প্ৰভুৰ প্রাৰ্থনা গৃহলৈ যাবলৈ আমাক অনুমতি প্ৰদান কৰক ।আমাৰ গৃহৰ তোমাৰ সন্তান ৰ দুখবোৰ দূৰ কৰি দিয়া প্ৰভু ।তুমি সৰ্বশক্তিমান ।মোৰ সমস্যা বোৰ তোমাৰ দৃষ্টিগোচৰ হৈছে ।প্ৰভু দয়া কৰি আমাৰ ঘৰখনলৈ শান্তি আনি দিয়া ।ঈশ্বৰৰ প্ৰশংসা হওক ।

  • @RajuNath-nu3lk
    @RajuNath-nu3lk Год назад

    Praise the lord jesus provu joi hoke 🙏 halleluya 🙏 halleluya 🙏 amen 🙏 halleluya amen 🙏 🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏

  • @anajalisaikia3345
    @anajalisaikia3345 3 года назад

    প্ৰভু যীশুৰ জয় হওক 🙏আমেন🙏

  • @madhabiborah959
    @madhabiborah959 3 года назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক
    মোৰ লগতে সকলোৱে মংগল হওক সকলোৱে মনৰ আশা বোৰ পুৰন কৰক
    দুখ মোচন কৰক প্ৰভু 🙏🙏🙏 নাজানো আবাহন নাজানো বিষজন নাজানো প্ৰভু তোমাৰ মহিমা
    ইয়াৰ পৰাই তোমাৰ চৰনত শতকুটি প্ৰণাম প্ৰভু
    মোৰ দুখবোৰ তুমি মোচন কৰা প্ৰভু আৰু সকলোকে সুখ শান্তি দিয়া প্ৰভু 🙏🙏🙏🙏

  • @jahnobimoran5261
    @jahnobimoran5261 3 года назад

    হে প্ৰভু দেউতাক বেমাৰ পৰা ভাল কৰি দিয়া 🙏🙏🙏🙏

  • @kshiramaiboruah9724
    @kshiramaiboruah9724 6 месяцев назад

    Praise the lord guru pitai ❤❤🙏🙏

  • @nirojdeori7130
    @nirojdeori7130 7 дней назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক,পিতাই 🙏✝️🛐🛐🛐❤️

  • @lakhigogoi5243
    @lakhigogoi5243 2 года назад

    ঈশ্বৰৰ প্রশংসা হওঁক
    প্রথমে সত্য ঈশ্বৰক ধন্যবাদ জনাইছোঁ🙏 আৰু দীতৃয়তে আমাৰ পবিত্র আত্মাৰ পিতা গুৰুজনা আৰু গুৰুমা লৈ সহস্র কোটি কোটি প্রনাম আৰু সেৱা জনাইছোঁ🛐 সেই যীচু পিতা আমাক সকলোকে গুৰুজনা লগতে সেই পবিত্র গৃহত একলগ কৰা আৰু আশীর্বাদ কৰিবা ধন্যবাদ🙏🛐🛐🛐🛐🙏

  • @AjoyBoro-t9f
    @AjoyBoro-t9f Месяц назад

    Amen 🙏 🙏 🙏 🙏 🙏 🙏 🙏 Amen 🎉

  • @kashmiriscreation6929
    @kashmiriscreation6929 3 года назад

    প্ৰভু যীশুৰ জয় হওঁক।🙏

  • @jurijunsonowal7999
    @jurijunsonowal7999 3 года назад

    Praise the lord 🙏🙏🙏 probhu jisu

  • @online5373
    @online5373 3 года назад +1

    ঈশ্বৰৰ প্ৰশংসা হক ,সৰ্বপ্ৰথমে যীশুপিতাক মই সেৱা জনাইছো আমেন । মই আজি তিনিমাহ হল প্ৰভু যীশুৰ প্ৰাৰ্থনা জনাই নজনাই গাই আছো আৰু প্ৰত্যেক শুক্ৰবাৰে লঘোণ এবেলা এবেলা দি আছো । তাত কিবা ভূল ভ্ৰান্তি হব পাৰে মোক মাফ কৰি দিব প্ৰভু । আৰ্থিকভাৱে চলা যাতে পথটো মুকলি কৰি দিয়ে আৰু কৰুণা মহামাৰী শেষ হলে আমি সাক্ষ্য দিব মৰাণলৈ যাম । আমেন ।
    >

  • @poplinofficial9439
    @poplinofficial9439 2 года назад

    Praise The Lord Jesus. AMEN. Hallelujah. Love You Lord Jesus.

  • @xs3111
    @xs3111 3 года назад

    Praise The Lord ! 🙏
    Prabhu Jissu Amar ghoror hokolure Kalyan korok

  • @gungunff897
    @gungunff897 3 года назад +1

    Amen✝️✝️✝️✝️

  • @pradipgogoi3182
    @pradipgogoi3182 3 года назад

    প্ৰথমে প্ৰভু ঈশ্বৰৰ প্ৰশংসা হওক। সৃষ্টি কৰ্তা ঈশ্বৰৰক ধন্যবাদ জনাইছো। প্ৰাৰ্থনা ভৱনৰ গুৰুজনাক, মাতৃৰ ওচৰত শতকুতিবাৰ প্ৰণাম জনাইছো।আমেন, আমেন।

  • @অৰ্ণিবানশিৱসাগৰ

    প্ৰভূ আমাৰ মাজত যোগে যোগে থাকক, হে পিতা তোমাক শতকোটি প্ৰণাম

  • @kalpanagogoi3926
    @kalpanagogoi3926 3 года назад

    হেপ্ৰভু মোক সুষ্টকৰি তোলা তোমাৰ বাটেৰেযাবলৈ দয়া কৰা কাতৰে অনুৰুধ কৰিছো আমেন

  • @dipgogoi7094
    @dipgogoi7094 3 года назад +13

    ঈশ্বৰৰ প্ৰশংসা হওক ৷
    যিচয়া 41 : 9-13
    9 যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলো, আৰু যাক মই অতি দূৰৰ পৰা মাতিলো আনিলো,
    যাক মই ক’লো, ‘তুমি মোৰ দাস;’ মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই।
    10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ;
    মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
    11 চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব;
    যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব;
    12 যিসকলে তোমাৰ বিৰোধ কৰে, তেওঁলোকক তুমি বিচাৰি নাপাবা;
    যিসকলে তোমাৰ লগত যুদ্ধ কৰে, তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ’ব।
    13 কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ,
    আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
    “ আমেন ”

  • @akashidoleyg7746
    @akashidoleyg7746 3 года назад

    Praise the Lord.Hey prabu Jesus Mur manuthoku mouth khewar pora prithan deya.prabhitra aatma deya.Honthan atiu deya.Aman

  • @munuboruah1919
    @munuboruah1919 3 года назад

    Praise the lord আমেন

  • @nandapayeng3972
    @nandapayeng3972 3 года назад

    ধন্যবাদ ঈশ্বৰৰ নামতো আৰু বহলাই নিয়ক বুলি আমি প্রাথনা কৰি আছো আমেনা।

  • @iranidas4169
    @iranidas4169 3 года назад

    Hallelujah hallelujah 🙏🙏 Aamin aamin aamin 🙏😭🙏😭🙏

  • @purnimatanti4233
    @purnimatanti4233 3 года назад

    Praise the lord 🙏🙏🙏 Jesus Amen 🙏🙏🙏

  • @pobitraboruah9266
    @pobitraboruah9266 3 года назад

    ঈশ্বৰ পসংখা হওঁক । গুৰুজনালৈ আৰু গুৰু মালৈ সেৱা জনালোঁ ।

  • @dipikaborah8599
    @dipikaborah8599 3 года назад +1

    ঈশ্বৰৰ বাক্য ই আমাৰ বাবে জীৱন। জীৱনময় ঈশ্বৰৰ পৱিত্ৰ বাণী আমাৰ মাজত বিলাবৰ বাবে নিজকে ঈশ্বৰক সমৰ্পণ কৰা আমাৰ আত্মাৰ পিতৃ ৰঞ্জন চুতীয়া দেৱক ঈশ্বৰে আশীৰ্বাদেৰে ভৰাই তোলক🙏আমেন🙏

  • @kanaknath9005
    @kanaknath9005 3 года назад

    দূৰৈৰ পৰাই প্ৰাৰ্থনা জনায় ছো প্ৰভূৱে যেন কৃপা কৰে।

  • @lakhigogoi9906
    @lakhigogoi9906 3 года назад +3

    সৃষ্টি কৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছো, আৰু যিজন গুৰুজনাই আমাক আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই সত্যৰ ঈশ্বৰৰ অনন্ত জীৱনৰ পথত দেখুৱাই গৈছে আৰু আমাৰ গুৰুজনাই যি আমাৰ বাবে সকলো দুখ, কষ্ট,তাৰণা সকলো সহ্য কৰি আহিছে, আৰু পবিত্ৰ আত্মাৰে আমাক নজনা নজনা কথা কিলাক জানিবলৈ দিছে সেই সকলোবোৰ আমাৰ হৃদয়ত ধৰি ৰাখিব'লৈ ঈশ্বৰৰ ওচৰত কোতি কোতি বা প্ৰাৰ্থনা কৰিছো, আৰু আমাৰ এই পবিত্ৰ নাঘৰত সদায় দিনেই জিলিকি থাকিবলৈ ঈশ্বৰৰে আশীৰ্বাদ কৰক ধন্যবাদ প্ৰভূ যীচু জয় হওঁক,গুৰুজনাৰ জয় হওঁক আমেন 🛐🛐😭😭🛐🙏🙏🙏

  • @Pratapdas-d7f
    @Pratapdas-d7f Месяц назад

    Praise the lord.❤❤❤❤❤❤❤❤❤❤Amen.

  • @sasitathapa5370
    @sasitathapa5370 3 года назад

    Praise the lord Haleluiya amen

  • @go2000kamal
    @go2000kamal 3 года назад

    Praise the lord .. Haluluyaa..Amen

  • @neepasahu735
    @neepasahu735 3 года назад +4

    Hey Prabhu Tumar mohima Gaurav Prakhagkha Hoda Harbodai hauk ✝️ Amen 🙏 Hallelujah 🙏✝️❤️❤️❤️ Hey Prabhu Aamak Hodai huddha mon aaru Pobitra hridoye Solai Niba🙏😭🕊️

  • @B2pn84
    @B2pn84 3 года назад +4

    Prabhu Pormeswar Jishu pitaik pronam jonaisu aru amar Mahan Guru pitIk pronam jonaisu, praise the lord, Hallelujah, Amen. ➕🌻🌼🌺🙏🙌

  • @nabanitagogoi7810
    @nabanitagogoi7810 3 года назад +3

    Praise the lord 🙏 thank you Jisu pita

  • @dipakalita1384
    @dipakalita1384 Месяц назад +1

    Amen.❤❤❤❤

  • @puhita3438
    @puhita3438 Месяц назад

    আমেন 💖🙏🙏🙏

  • @bimanborthakur1826
    @bimanborthakur1826 3 года назад

    Press the Lord ! Isaror pankhankha Howk !Amak doya kora provu ! Amar pap khyama kora provu JISU

  • @paporisonowal835
    @paporisonowal835 3 года назад +2

    Praise the Lord Provu tumi mohan amak hodai jen tumar pothot solai nia Provu🙏🙏

  • @momtagurung9732
    @momtagurung9732 3 года назад

    Prabhu jishu 🙏

  • @dipgogoi7094
    @dipgogoi7094 3 года назад +5

    ঈশ্বৰৰ প্ৰশংসা হওক ৷
    লূক 12 : 13-21
    13 তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক ক’লে, “হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।”
    14 কিন্তু যীচুৱে তেওঁক ক’লে, “হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা পাতিলে?”
    15 তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”
    16 পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল।
    17 তাতে তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?’
    18 পাছত তেওঁ নিজকে কলে, ‘মই ইয়াকে কৰিম যে, আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম৷ সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থম’।
    19 তাৰ পাছত মই মোৰ প্ৰাণক কম, ‘হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’।
    20 b কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷c তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
    21 ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়, dতেওঁ তেনেকুৱা লোক।”
    “ আমেন ”

  • @aparajitaborbora1668
    @aparajitaborbora1668 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক। আমেন 🙏

  • @amrithazarika6667
    @amrithazarika6667 2 года назад

    Praise the lord koti koti pronam mur lora dutak kripa korok

  • @neberitatopno687
    @neberitatopno687 Месяц назад

    Glory to God AMEN

  • @bismitakonch6067
    @bismitakonch6067 3 года назад +2

    Praise the lord, Dhanybad pravu, ishwarr prakhangkha hauk💐💐

  • @adhiramnayak1450
    @adhiramnayak1450 3 года назад +1

    Praise the Lord Amen 🙏✝️🙏✝️🙏✝️

  • @monalishaborah6757
    @monalishaborah6757 3 года назад +16

    praise the lord..প্ৰাৰ্থনা ভৱনলৈ যাবলৈ আমাক শক্তি দিয়া প্ৰভু ৷আমাৰ দুখ দুৰ কৰা পিতা ৷

  • @ritaborah1627
    @ritaborah1627 2 года назад

    আমাক তোমাৰ পাথনা গীহলৈ মাটা পভু মোৰ ঘৰখন বহোত ডাঙৰ বিপদত উধাৰ কৰা এফালৰ পৰা সকলো সেশ হৈ গল আমিন বিছাষ আছে

  • @pobitraboruah9266
    @pobitraboruah9266 3 года назад

    ঈশ্বৰৰ পসংখা হওঁক । আমেন

  • @hirensaikia3810
    @hirensaikia3810 3 года назад +3

    Hallelujah hallelujah thank you ❤✝️🙏🙏

  • @muningogoi7041
    @muningogoi7041 3 года назад

    ঈশ্বৰৰ প্ৰশংসা হওক । ঈশ্বৰৰ আশীষ সকলোৰে ওপৰত পৰক ।

  • @Progyanh4sy
    @Progyanh4sy 3 года назад

    ঈশ্বৰক শতকৌটি প্ৰণাম জনাইছো । তেওঁ আমাক কৃপা কৰক , দয়া কৰক । পৰিত্ৰাণ ৰ উপায় দিয়ক ।

  • @sunaliduarah6306
    @sunaliduarah6306 2 года назад

    Praise the lord.🙏amen.

  • @merrymtpchannel4575
    @merrymtpchannel4575 3 года назад +1

    Praise the lord 🙏🙏👏🙏👏🙏

  • @peasantsborgohain9795
    @peasantsborgohain9795 3 года назад

    Probhu bless me

  • @dibyajyotiboruah6959
    @dibyajyotiboruah6959 3 года назад +1

    Halleluia .amen gurudeok pronam jonaiso .prbho jesur joi houk

  • @durlovgogoi3017
    @durlovgogoi3017 3 года назад +4

    Praise the Lord 🙏🏻🙏🏻🙏🏻🙏🏻Prabhu Jishur gaurav houk ,Gurudev apunak hondhiar pranam jonaisu 🙏🏻🙏🏻🙏🏻🙏🏻

    • @susmitatopno3667
      @susmitatopno3667 3 года назад +1

      F a lot to hindi and why I was mr and why I was in assamese in hospital and I was very much happy and why did this happen to me and my name is the one I love and

  • @bidyasagargogoi4484
    @bidyasagargogoi4484 3 года назад +1

    Praise the Lord🙏🙏🙏🙏
    Hallelujah✋✋✋✋

  • @digantadutta4699
    @digantadutta4699 3 года назад

    ঈশ্বৰৰ প্রশংসা হওক ইয়াৰ পৰাই সেৱা জনাইছো গুৰুজনাৰ চৰণত,প্ৰভূ মোৰ স্বামী কিছু দিনৰ পৰা পেটৰ অসুখত ভুগি আছে তেওঁক সুস্থ কৰি দিয়া প্ৰভূ

  • @Swapngogoi
    @Swapngogoi 11 месяцев назад

    Praise the Lord. ✝️🙏🙏🙏🙏🙏🙏

  • @actionplus6027
    @actionplus6027 3 года назад +1

    Jisu probhu

  • @ranjitnath8073
    @ranjitnath8073 3 года назад +7

    ঈশ্বৰৰ প্ৰসংশা হওক প্ৰভু যিচুক কোটি কোটি বাৰ ধন্যবাদ জনাইছো আৰ্শীবাদ বিছাৰিছো মহান গুৰু জনাৰ পৰা পোহৰৰ বাট দেখুৱা গুৰু জনাক প্ৰণিপাত জনাইছো আমেন

  • @subhadraboruah1245
    @subhadraboruah1245 3 года назад

    Provu esor jisu praise the lord pravu gurujanak moi pronipat janaisu muk dhuie husi kora tumar usorat mur govir bishakh tumi muk udhar koriba prathana hovar poraie akshirbad kora taloi jaboloi lock down juwar upai atia upai nai

  • @rununeog5203
    @rununeog5203 3 года назад

    বহুত ভাল লাগিছে ভগৱান 🙏🙏🙏

  • @jahnobimoran5261
    @jahnobimoran5261 3 года назад

    Praise the lord jisu

  • @senehalatahandique9027
    @senehalatahandique9027 3 года назад +1

    Amen ✝️✝️🌹🙏🙏

  • @kishorbarman3779
    @kishorbarman3779 3 года назад

    He pravu mor mnr kamna purn kra

  • @monjulahon7712
    @monjulahon7712 2 года назад

    আমেন আমেন আমেন

  • @ainubaruah5119
    @ainubaruah5119 2 года назад

    ঈশ্বৰৰ প্ৰশংসা হওক আমেন

  • @pranabdeori11
    @pranabdeori11 3 года назад +6

    Praise the lord Jesus 🙏 Hallelujah 🙏 Amen 🙏🙏🙏

  • @niharikaphukan3443
    @niharikaphukan3443 3 года назад +1

    Ishwarar Prokhongkha houk... Amen 🙏🙏

  • @misstribenidutta6998
    @misstribenidutta6998 3 года назад

    He eswar mur jibon dukh bur tumi jana tumi hai dukh kora eswar

  • @rajaasreekakoti2453
    @rajaasreekakoti2453 3 года назад +1

    Amen praise the Lord Guru dab apunar get bur hunela sorgor jesu peta mat huna jan laga halaluya Amen praise the Lord

  • @dipukalita9161
    @dipukalita9161 3 года назад +3

    Praise the Lord Jesu

  • @purnimadebnath9203
    @purnimadebnath9203 3 года назад +5

    Praise the Lord 🙏🙏🙏 Amen ✝️✝️ hallelujah ❤️🙏

  • @moonmikonwar1737
    @moonmikonwar1737 3 года назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক..

  • @bhagyshrilahon1592
    @bhagyshrilahon1592 3 года назад

    Eswarar pakhongkha houk..Amen

  • @digantaborah348
    @digantaborah348 3 года назад +1

    ঈশ্বৰৰ প্ৰশংসা হওক
    ঈশ্বৰৰ প্ৰশংসা হওক
    ঈশ্বৰৰ প্ৰশংসা হওক

  • @rahulshyam3739
    @rahulshyam3739 2 года назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক । 🙏

  • @indrajitgogoi6205
    @indrajitgogoi6205 3 года назад +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏
    গুৰুজনাক সেৱা আৰু প্ৰণাম জনাইছো ঈশ্বৰে গুৰুজনাক আশীৰ্বাদ কৰক 🙏🙏

    • @lakhigogoi9906
      @lakhigogoi9906 3 года назад

      ঈশ্বৰৰ প্ৰশংসা হওঁক

    • @junalikakoti462
      @junalikakoti462 3 года назад

      Laghun parthona kenekoi diye jonabosun

  • @jitenchetia705
    @jitenchetia705 3 года назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক.....

  • @jibonsaikia7924
    @jibonsaikia7924 3 года назад +1

    আপোনাৰ ওচৰলৈ জাব পৰা নাই দূৰৰ পৰাই সেৱা জনাইছো আসীৱাদ কৰক🙏🙏🙏

  • @rupabezbaruah8137
    @rupabezbaruah8137 3 года назад

    ঈশ্বৰৰ প্ৰশংসা হওক ,৷আৰ্শীবাদ কৰিবা প্ৰভূ ৷

  • @argogoi6191
    @argogoi6191 3 года назад +14

    Praise the lord Amen

  • @mayurvlog1481
    @mayurvlog1481 3 года назад +3

    ঈশ্বৰৰ প্ৰশংসা হওক🙏🙏🙏🙏❤️❤️❤️

  • @bimalborah3175
    @bimalborah3175 3 года назад +4

    Halleluyah , amen , , , ,

  • @milisarmahmilisarmah2971
    @milisarmahmilisarmah2971 3 года назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক।হাল্লিলূয়া হাল্লিলূয়া...

  • @johandhanwar4475
    @johandhanwar4475 2 года назад

    Amen amen amen

  • @lakhyadas4452
    @lakhyadas4452 3 года назад

    He probhu jishu apunk hotkuti pronam

  • @ritagogoi9810
    @ritagogoi9810 3 года назад +7

    ঈশ্বৰৰ প্ৰশংসা হওঁক।

  • @satyajitbharali2444
    @satyajitbharali2444 3 года назад

    ঈশ্বৰ প্ৰসংশা হঁওক।

  • @pinkikonwar863
    @pinkikonwar863 3 года назад +4

    Priase the lord 🙏🛐🛐🛐

  • @chayanikasaikia4861
    @chayanikasaikia4861 3 года назад

    Praise the lord. Amen.

  • @sumitragogoi5823
    @sumitragogoi5823 3 года назад

    ঈশ্বৰ প্রশংসা হওঁক

  • @tutumonibhuyan5583
    @tutumonibhuyan5583 3 года назад +8

    ঈশ্বৰৰ প্ৰশংসা হওক,গুৰদেৱলৈ প্ৰনাম ৷

  • @angelinaboruah2299
    @angelinaboruah2299 3 года назад +1

    Ishwarar lagate gurujanr u prakhankha hauk🙏🙏.Amen Amen Amen.

  • @SamsungJ-dn4uj
    @SamsungJ-dn4uj 4 месяца назад

    ঈশ্বৰৰ প্ৰশংসা হওক 🙏

  • @gohpurpistha2411
    @gohpurpistha2411 3 года назад

    মোৰ মানুহ জনী বেমাৰ হৈছে ভগৱানে ভাল কৰে প্ৰভু আপোনাৰ ওপৰত যাম আমিন 🙏🙏🙏

  • @jaminigohain5838
    @jaminigohain5838 2 года назад

    Praise the Lord.🙏