Puwati Tora - পুৱতি তৰা | 09th July 2024 | Ep No 104
HTML-код
- Опубликовано: 13 сен 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 104
---------------------------
ৰত্নই অনুভূতিৰ ঘৰলৈ গৈ বেদৰ কথাবোৰ কব পাৰিবনে?
#RangTV #PuwatiTora #prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2
কোনে কোনে অনু আৰু বেদৰ বিয়া হোৱাতো বিচাৰে like ata kori diba
M mm 9,
অকল নিজৰ সুখ স্বাচ্ছন্দ্য কথা ভবা মাকজনী মৰি যোৱাই ভাল
গ'লত ৰছী লগাই জীয়েকক বিয়া কৰোৱাৰ বাবে বাধ্য কৰোৱা এইজনী মা এগৰাকী ৰাক্ষসীহে
এনেকুৱা মাক ভনীয়েক নোহোৱাই ভাল বহুত বেয়া আৰু স্বাৰ্থপৰ
বেদ আৰু অনুলৈ অলপ ভাল লাগিছিল হে আৰু বেয়া লাগা হল।
মাকজনী মৰিব গৈ নমৰিল যে, নিজৰ ছোৱালী ৰ তেজ খোৱা এজনী মাক, আৰু অনুভুতিৰ হাৰামি ভনীয়েক জনী, দেখিলেই খং উঠে,
অনুভূতিৰ ভনীয়েকৰ লগত তেনেকুৱা হ'ব লাগিছিল । তেতিয়া কেনেকুৱা লাগে বুজি পালে হয় ভনীয়েকে
Hh6hAag5yr😂🧐😊😉@@dibyajyotideka8745
অনু ৰু বেদৰ বাবে আজি বৰ দুখ লাগিল 😭😭❤️❤️
এনেকুৱা মাঁক থাকিলে sekh হৈ জাম অ. আইৰ সমান হব কোন নৈৰ সমান বব কোন. এইবোৰ শব্দৰ অৰ্থ নাইকিয়া হৈ যাব দেখোন
Emm val kotha mnt pelaisa tumi
এইজন আকৌ ধূমকেতু হৈ ইমান দিনৰ মূৰত প্ৰেম কাহিনী কৰি দেখুওৱা বলৈ আহিলে।
এই মাক জীয়েক দুই জনীক দেখিব মন যোৱা নাই॥
এনেকুৱা মাক মৰাই ভাল
অনুভূতি ৰ ভনীয়েক জনি ভাল বণৰি তাই ভাল অভিনয় কৰিছে অলপ বনৰ পক্ষী 😂😂
এনেকুৱা মা থকাতকে মৰি যোৱাই ভাল নেচাওঁ আৰু ফটোৱা বোৰ
জোনালী দেৱী দেৱী নহয় ৰাক্ষসী জিয়েকৰ তেজ খুৱা ৷
মাকৰ স্বাৰ্থপৰ স্বভাৱটো ফুটি উঠিছে চিৰিয়েল খনত
মাক আৰু প্ৰজ্ঞাক চাবলৈ মন নাযায়
নিজৰ জীয়েকৰ কথা নেভাবিলে মানো ইমান স্বাৰ্থপৰ মাক দেখা নাই
অণু খীৰতি গাই। সকলো স্বাৰ্থ পৰ
😢anuvuti baloi bohut dukh lagise 😢😢
মাকৰ নাতক দেখি লাজ লাগে 10:11
অনু আৰু বেদ বীআহব❤❤❤❤
ইমান স্ৱাৰ্থপৰ মাকবোৰ মৰাতুৱে ভাল৷
মাক জনী আগৰ পৰাই অহংকাৰি আছিল আজি সেই কাৰনে এনে দোষা
নিভান অহাই সকলো শেষ হৈ গ'ল😢❤
Rotno abhinoy val hoise ❤
Bixexkoi anur mak aru dangor voniyakjoni bohut bodmas .poyga aru aru bivanok he biyakhon pati dibo Lage bodmasjoni .modahi joni tai2 aku ata koriboi nuware atiya akow bayekok besi khabo loise.tai2 kinsuk bula2k aribo nuware efale xai2 eman bodmas.anujoniloi beyai lagise oo😢😢.makjonik moriboi dibo lagisil fotua mak .suwalijonik besi khabo loise beya paisu dei agot manuhjoni val asil .atiya manuhjoni fal2 hoise
Anu loi bhut bea lagil❤❤❤❤❤
Puwati Tora tu kune Kune val puwa like koriboloi napahoriva ❤❤❤❤❤❤❤অনুই বাৰ কাৰণে বহুত বেয়া লাগে 😢😢
My 💟 favourite 💙 serial 💟 favourite 💙💞💜💞
ৰত্নক বেয়া কে কব মাক আৰু প্ৰজ্ঞাজনিৰ মুখ আখে ফুটা দিছি কিন্তু ৰমন ৰ আগত হে ভিজা মেকুৰী হৈ থাকে😅 স্বাৰ্থপৰ মাক ইমানেই যদি ঋণ মুক্ত হব মন প্ৰজ্ঞা জনিক বিভানৰ তাতে বিয়া নেদে কিও এনে ও তাই আকৌ নকৰে এ তাতে আৰু লেবেল দি পইচা লুতি খাই বিভাণৰ পৰা খাবা parbo thiikse😂
সেই জনীক বিয়া পাতিব লাগিছে নহয় বিভানে 😂
এইবোৰ কি দেখুৱাইছে অহংকাৰী বোৰ
Pragya bonorie tarmane sei tur logot somporko rakhiei ase kintu adin prostabo goi 😊
নিজৰ স্বার্থ বাবে নিজৰ জীয়েকক বলিদান দিয়াৰ নির্দয় মাতৃ, মাতৃ নহয় তিৰোতা
মমতাই কেতিয়াও বাধ্য নকৰাই 😊 sarthobr maak thokat ke nothokay vll😢
টকাৰ lovat পৰি অনুক বিকৰী kàrili
Pura hit hoise sabole❤❤❤
I like it 😊
Waiting ❣️ for 💚 next ❣️ episode ❣️💚❣️
Pomor make Bedak log kori Anuvutir somossa buror kotha bur koi dibo lagisile tetia Bedai nisoi kiba ata korile heten ru Anuvutie nijor jibon 2 dhongsho koribo logia nohole heten 😮. - ne ki koi friend's 🥰
ৰত্ন ❤❤❤❤
সেই নিভান বূলাটোলে মাকক বিয়া দিয়ক কাৰন স্বাৰ্থ বাবে জিয়েকক বিকি কৰিছে পইচাৰ বাবে চি চি
Anu loi bor dukh lagil de soku pani ulai gl de 😢😢😢
বিভান মানুহ জন সুবিধা জনক নহয় যেন নহয় যেন লাগিছে আৰু অনুৰ মাক জনী কেনেকুৱা নীজৰ ছোৱালী জনীৰ কথাও নাভাবিলে
পৰিচালক মহোদয় আপোনাক কথা এটা কওঁ বেয়া নাপাব আপুনি অলপ শিকিব লগা আছে এইখন ছিৰিয়েল কি কৰি পেলালে আপুনি কাহিনী টো ধুনীয়া কৈ গৈ আছিল কি কৰি পেলালে হেই এই ফকৰ টো আকৌ কিয় ওলাই দিলে 😂😂 ফকতিয়া হেই 😂😂😂 পাৰিলে অলপ আগলে শিকি বুজি লব হেই হিন্দী বোৰ কেলে কপি কৰে হেই 😂 তেওঁ হে এই ফকৰ ডাল ক দেখিলে হাঁহি উঠে মহাদী অভিনয় তাক ভাল লাগিব নহলে খুৰা পেহা এইবোৰ good by
Faltu likhak Pankaj gogoi
অপকৰ্ম বাবে সকলো শেষ হৈ গৈছে দুনিয়াই
Alpu Val nlga hoise
Ratnai kintu pragyak mojaààaaa dise dei 👍
দেহা দেখুওৱা জীয়েক ফালে একো কিয় নকৰে ।। প্ৰজ্ঞাক দেখিবলৈ মন নাই ।তাইক ৰাতি পাৰ্টি ত যাব দিলে হ'ব
Anu ba loi bhut beya lagise Anu ba karne like kora 😢
Anuvutir babe aji bht dukh lagile dei 🌸
Nijor maa hoi sontanor abeg anuvuti buji napale akmatro nijor subidhar kotha he vabile xosakoie bht sharthopor 😊
অনুৰ মাকজনীক ভাল নালাগে,সুবিধাবাদী মানুহজনী।
সেই কাৰণে বিভান ওলোৱা আগতেই বেদ আৰু অনুই ঘৰত গম নোপোৱাকৈ বিয়া হৈ যাব লাগিছিল। তাৰ পিছত কোনে কি কৰিলহেতেন!
বিভানে বাৰু অনুক সুখত ৰাখিবনে! মোৰ যে মনে ধৰা নাই। অনুক প্ৰকৃত ভাল পোৱা হ'লে এনদৰে বাধ্য নকৰাই।
Sai val nlga hol😮😮
এনেকুৱা মাক থকাকৈ মৰি যোৱা এ ভাল
অণু ভূতিয়ে সঁচা কথা টো কৈ দিলেও হৈ কিনো নাটক দেখাই থাকে খং হে উঠে 😡
Good morning all friends 🌄🌄🌄🌄🌄🌄🌄
Ratna r ovinoi val hoise❤
আজিকালি যে টকাৰ লোভ দেখুৱাই যি কোনো কাম কৰিব পাৰে তাকে বুজাব বিচাৰিছে
ভনীয়েক জনীক দিব লাগিছিল
এই স্বাৰ্থপৰ মাক জনি উলিয়াই দিয়ক অহ ছিৰিয়েল খনৰ পৰা এই নাটক বোৰ চাবলৈ মন নাই আৰু মাকৰ ,,,,মৰি নগল কিয়,,,
Anuvutie kintu makok akdom 💯 right kotha koise 👍
Pragya ❤❤
Sabo a bad dibo lagibo aru val nologa hol kiba .😢
3.47kun kun Sai asa like kora❤
Eman sarthopor hobo napai nijor mak hoy
Pompom r maak joni nothoka heten Anuk buji puwa manuh kunu e nathakile hoi. Manuh joni beya nohoi. Kotha bur bohut buje. Mur priyo character. Aru olop scope dile character tu bohut bhal lagibo
Ratno da 😢😢😢😢
পুৱতি তৰা চাবলৈ লৈ থাকো
Pragya acting val lagi se ❤❤
Anur mak basa toi makor namot kolongko,anuk janmo di lorar dore toka upajon kribo di aramot tohote khali,atia nijor sarthor karone taike boli dibo ulaiso,xokolu janio,toi sokur pani hodai tukibo lagibo ,pise anujoniloi bohut dukh lagose😢😢😢
Waiting for next part ❤❤❤🎉
Ai poiga joni dekhibole Mota nisina lage dekhibole😅😅😅
Moja serial ❤🎉
Anu ba loi hbut beya lagise 😢😢😢😢😭😭😭🥺🥺🥺🥺
ইমান হাৰামী মা
Serial khan olp vl kri pelak
ভাল লাগিল
Kisuman kotha nije dekhileu xosa buli proman nohobou pare karon Bedai seidina Anuvutik vivanor logot dekhile xosa kintu tat ki hoisile sei kotha aku nojonake Anuvutik vul buji phun atau nokorile kora holeu aji aibur nohole heten sokolu xosa kotha olai porile heten 🥰
এনেকুৱা মাক থাকেনে, মহা স্বাৰ্থপৰ, জীয়েকক বিয়াৰ নামত বিক্ৰী কৰি ঘৰ চলাব যায় ছিঃ ছিঃ। মাকৰ নামত কলংক এই জনী।
Writter faltu akdam
অনুৰ মাক জনি আৰু ভনিয়েক জনি দেখিব মন নাজায়
মা নামত কলংক্ক 😢
Siriyal khonor nam puwati torar holoni opekha hob lagisil...... Kune Kune Mur dore vaba ata like kora ❤️😊
Oh ki bonaise
Hoy Diya..Imn digholiyakoi Dukh loga kahinike bonaise kebol.
Ratnar dore friends poyato lucky
Love from sonora
টকাৰ কাৰনে মাক পাগল হৈ ছে
Bohot beya korise maake 😢anuvoti baa bedor logat bes ❤❤
Anuvuti aia dukh korar xomoi nohoi atia tumi tumar vobissotor kotha sinta kora ji joni maae tumar kotha abaru navabile ru tumi sei joni maar kotha vabi vivanor logot bia hoboloi olaisa 😮
👍😊😂
বেদে কথা বোৰ দ'কৈ না ভাবে, । যি দেখে তাকে সচাঁ বুলি গণ্য কৰে।
বেদ দাই অলপ বেছি কথা কয়।
অনুৰ মাক জনী লুভীয়া, কলংকিনী😂😅
Pragya joni ekdom dekhibo mon majai ..bohut avodra hoi
Serial thikei asil kintu kotha kom hoi serialkhonot music besi hoi .mane music khinirei serial khon khekh hobo ulai. aru bivan ne ki elainonor mattu buji a napai mukhor vitrt koi thke
Puwati tora Tu kune kune sai asa jodi like koriboloi napahoriva ❤..
U
@@PallaviHazarika-yp6cz thanks you🙏❤❤...
Pagoli mak
@@PallaviHazarika-yp6czqq
Anekuwa,ma,iman,nrsthu
Dire❤❤❤💗💗💗💗
Aji Junali khush
অনু ভুতি তুমি বৰ বেয়া কৰিলা দেই।
Vivan bula tuk khotom koribo lage bado ee
❤❤❤❤❤
এইপগ্য
জনিক
ওলিয়াইদিবলাগে
মক জোনি বোৰ নিস্থুৰ