Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ফোন নম্বৰ - 9707897702
ভাল লাগে তোমাৰ ভিডিঅ বোৰ চায় ।
Tumer video sai khub bhal lage bordoloi Nagar tinsukia Assam
সঁচাকৈ বহুত দুখ লাগিল। মাটিৰ মানুহ আৰু প্ৰকৃত শিল্পী। তেওঁৰ আত্মাই চিৰশান্তি পাওক🙏🙏🙏🙏
Mozzza dada
তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তোমাৰ দৰে দুই এগৰাকীয়েহে এই গণ শিল্পী জনৰ ইমান সুন্দৰ ভিডিঅ'কৰিছিল।
ruclips.net/video/RDeLok0aH2I/видео.htmlsi=TZw8xY3-booSki25 unseen song Rajib sadiya
Ki je hundr voice dada jonr
অতি সুন্দৰ পৰিবেশন ৰাজীবৰ। এই জন বিহৱাক হেৰুৱালো আমি।দুখ লাগিছে
এনেকুৱা এজন অতুলনীয় শিল্পী পামনে পুনৰ ।বুকুৰ সিৰাই সিৰাই আ জি দুখ অনুভৱ কৰিছো।
Dhuniya
সঁচাকৈয়ে বহুত সুন্দৰ গীতৰ কথা , সুৰ , কন্ঠ , মাটিৰ গোন্ধ, দেশৰ জনতাৰ হৈ দুখ ,ক্ষোভ, আনন্দদাঙি ধৰিব পৰা এজন প্ৰকৃত মাটিৰ শিল্পী❤️❤️❤️ । আমিঅকালতে হেৰুৱালো এজনজনতাৰ শিল্পীক।
ৰাজীৱ শদিয়াদেৱ লগতেপৰিয়াল বৰ্গলৈ ৰঙালী ওলগ জনালো❤❤❤❤
ৰাজীৱ শদিয়াএতিয়াও যেন জীয়াই আছে তেনেকুৱা লাগিল ভিডিঅ'টো চাই😭
❤❤❤❤❤ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।অসম আৰু অসমীয়া লোক সংগীতৰ এগৰাকী অতি প্ৰসিদ্ধ ও জনপ্ৰিয় আৰু বিপ্লৱী, জাতীয়তাবাদী,প্ৰতিবাদী ও শক্তিশালী কন্ঠস্বৰ। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন লোক সঙ্গীতৰ সাধক বিপ্লৱী বন্ধুবৰ ৰাজীৱ শদিয়া।❤❤❤❤
Nice voice ❤
খুব ভাল লাগিল ভিডিঅ'টি দেখিবলৈ পায় ধন্যবাদ 👍🏻🥰👍🏻
শুনি বৰ ভাল লাগিল ।❤ জীয়াই থকা হ'লে আৰু ভাল লাগিল হয় ! 😢
ইমান সুন্দৰ কণ্ঠ আজি আমাৰ মাজৰ পৰা গূঢি গ'ল আজান দেশলৈ
সদায় এনে বিপ্লৱৰ গান শুনিবলৈ মন যায়। সেয়েহে তুমি ধন্যবাদ তোমাৰ আত্মা সদায় চিৰজুগমীয়া হৈ থাকক তাকেই কামনা কৰো।
অতি সুন্দৰ। আমি বহুত পিছত গম পালো ।
সুন্দৰ🙏 ভাল লাগিল।
সুন্দৰ নাচিছিল ❤
সচাঁকৈ বহুত বেয়া লাগি গল, ৰাজীৱদা জীয়াই থকা যেন লাগিছে।
মহেন্দ্ৰ হাজৰিকা কণ্ঠ বহুত সুন্দৰ জাতীয় চেতনা গীত
❤❤❤❤❤ grand salute to him. God bless you Mr Rajib sodiya. Eminent folks singer of Assam. Go ahead way to your journey. God bless you and your family. All the best wishes to you.❤❤❤❤❤
Hundor কণ্ঠ বৰ দুখ লাগিল ।
উহ... কি শব্দ ! সচাকৈ বহুত দূখ লাগিল অ । বৰ সোনকালে গল গৈ অ ।
hundor rajib da ,thik disa
Mojaa lagil❤
বহুত বহূত ভাল লাগিল ❤
বহুত ভাল লাগিল গানটো শুনি❤❤
বহুত দুখ লাগিছে।দাদাৰ আত্মাৰ শান্তি কামনা কৰিলোঁ 😢
তেওঁ য'তেই আছে শান্তিত থাকক।
Bhal lagil
Asomiya selut 🎉🎉🎉
বৰ দুখ লাগিল ও, ইমান সুন্দৰ প্ৰতিভা অকালতে হেৰাই গল।।😢
Rajib Da Happy Rangali Bihu
Kaile log pai asu dada jonok dhemaji dimow ❤
চকু পানী ওলাই গ'ল 😢 ভগৱানে পৰিয়ালটিক সুমতি দিয়ক।🙏🙏
😢😢😢 hosaie eman dhuniya gan gasil jotie nathak val ke thakiba dada😢😢😢😢😢
Salute sir and team❤🙏🙏🙏
Tumar dore youtuber hokole jodi enekoi aguai nile heten aji Rajib da bohut aguai gol heten😢
জুই ❤
Rajibdar gan huni bohut val lage ❤❤😢
how sweet rajibda
So beautiful video ❤❤❤❤❤❤
Bohut Baya lagisa moiw sadiyar jiyari Rajiv dada gaugor usorora gaugor hoi bohut Baya lagise😢😢😢😢😢😢😢😢
নমস্কাৰ,,, অসমৰ জনতাৰ বাবে তেখেত আছিল সোণৰ টুকুৰা। কিন্তু ৰাইজে চিনিবলৈ লওঁতেই ভগৱানে সোনকালেই নিজৰ কৰি ল'লে। দুখেৰে আপোনাক জনাই ৰাখিছোঁ যে, ভৱিষ্যতে এনে দৰেই এই পৰিয়ালটোৰ এজন সদস্য হৈ থাকিব বুলি অনুৰোধ জনালোঁ 🙏
Bohut dhunia lagise❤
Bor val lagil ❤ ❤ ❤
Bohut dhuniya.,.
😭😭❤❤ কিয় গুছি গ’ল আপুনি পি চ্যাই
বৰ দুখৰ বিষয় মাইনাটোক ভগবানে সহায় কৰক
Very nice video.
যুগ যুগ লৈ স্মৃতি হৈ ৰক
অতি সুন্দৰ
হে ৰাজীৱ প্ৰণামো তোমাক.
val lagil kakai deu❤❤❤
এইবোৰ দেখিলে মনটো বেয়া হে লাগে😢
Rajib dada gan uni bout val lage
বৰ সুন্দৰ
ভাল লাগিল
বহুত বহুত ধন্যবাদ যতেআছা
লৰাটোলৈ বহু বেয়া লাগিল
😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢 miss you Rajiv da Rip😢
Super❤❤❤🎉🎉
Nice❤❤❤❤❤❤
ki kom dada bohut dukh lagise rajib dar ji hothat ji mirtu hol bohut roigoisu 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
Rajib jindabad
Very very nice ❤❤❤❤❤❤
Ki j hundor
Very Very nice ❤❤❤
Bohot val
বহুত দুখ লাগিল।
Aaji বৰ dhukh পাইছো r da নথকাৰ বাবে
Val lagel
Bohutt bohutt hubhessa thakill
Rajib tumi hodai jiuai thakiba manuhor majot
উফ😭😭❤️❤️100 jonor vitorot 95 manuhe sini puwa nasille social media t aji kali Sai dekhi he sini pale gom pua hol 😭😓😢😥😭
Val lagil
Veri nice
❤❤😂😂
Rajibor gan huniborbhal lage
Dada gan huni bohut val lagisil ,moiu gaisilu dadar gan bur kintu moi tekekuwa val platform nupuwar karone aji goror ata suk te pori ase .
Joi aai akhom
❤moja
যতেই আছা shatit থাকা
🎉🎉🎉
Wow !
Patni aru loratuhe ai fruti kenekoi pahoribo sai aghat paisu 🎉😢😮
Dada amar ghoroloi ahibo sun dei
Miss you Dada😢
❤❤❤
Mis korisu dadak
কি কম ভাষা নাই 😩
Neex
Lovnila aru hima dasse jodi pai Rajiv DA u পাব লাগে চৰকাৰী চাকৰি এটা তেহো এজন গণ বাকী nok দেই পৰিয়ালে
Daaa missing you 🥹🥹😭amar major poraaa hothate heral Dada jon
Monot porile kandim atia oh my god
Okhomia huar hahokh tumar dore hilpir pora ami palu.tumi hodai amar okhomiar majot jiai thakiba.tumi kukhole thaka.joi ai okhom
ফোন নম্বৰ - 9707897702
ভাল লাগে তোমাৰ ভিডিঅ বোৰ চায় ।
Tumer video sai khub bhal lage bordoloi Nagar tinsukia Assam
সঁচাকৈ বহুত দুখ লাগিল। মাটিৰ মানুহ আৰু প্ৰকৃত শিল্পী। তেওঁৰ আত্মাই চিৰশান্তি পাওক🙏🙏🙏🙏
Mozzza dada
তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তোমাৰ দৰে দুই এগৰাকীয়েহে এই গণ শিল্পী জনৰ ইমান সুন্দৰ ভিডিঅ'কৰিছিল।
ruclips.net/video/RDeLok0aH2I/видео.htmlsi=TZw8xY3-booSki25 unseen song Rajib sadiya
Ki je hundr voice dada jonr
অতি সুন্দৰ পৰিবেশন ৰাজীবৰ। এই জন বিহৱাক হেৰুৱালো আমি।দুখ লাগিছে
এনেকুৱা এজন অতুলনীয় শিল্পী পামনে পুনৰ ।বুকুৰ সিৰাই সিৰাই আ জি দুখ অনুভৱ কৰিছো।
Dhuniya
সঁচাকৈয়ে বহুত সুন্দৰ গীতৰ কথা , সুৰ , কন্ঠ , মাটিৰ গোন্ধ, দেশৰ জনতাৰ হৈ দুখ ,ক্ষোভ, আনন্দ
দাঙি ধৰিব পৰা এজন প্ৰকৃত মাটিৰ শিল্পী❤️❤️❤️ । আমি
অকালতে হেৰুৱালো এজন
জনতাৰ শিল্পীক।
ৰাজীৱ শদিয়াদেৱ লগতেপৰিয়াল বৰ্গলৈ ৰঙালী ওলগ জনালো❤❤❤❤
ৰাজীৱ শদিয়াএতিয়াও যেন জীয়াই আছে তেনেকুৱা লাগিল ভিডিঅ'টো চাই😭
❤❤❤❤❤ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।অসম আৰু অসমীয়া লোক সংগীতৰ এগৰাকী অতি প্ৰসিদ্ধ ও জনপ্ৰিয় আৰু বিপ্লৱী, জাতীয়তাবাদী,প্ৰতিবাদী ও শক্তিশালী কন্ঠস্বৰ। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন লোক সঙ্গীতৰ সাধক বিপ্লৱী বন্ধুবৰ ৰাজীৱ শদিয়া।❤❤❤❤
Nice voice ❤
খুব ভাল লাগিল ভিডিঅ'টি দেখিবলৈ পায় ধন্যবাদ 👍🏻🥰👍🏻
শুনি বৰ ভাল লাগিল ।❤ জীয়াই থকা হ'লে আৰু ভাল লাগিল হয় ! 😢
ইমান সুন্দৰ কণ্ঠ আজি আমাৰ মাজৰ পৰা গূঢি গ'ল আজান দেশলৈ
সদায় এনে বিপ্লৱৰ গান শুনিবলৈ মন যায়। সেয়েহে তুমি ধন্যবাদ তোমাৰ আত্মা সদায় চিৰজুগমীয়া হৈ থাকক তাকেই কামনা কৰো।
অতি সুন্দৰ। আমি বহুত পিছত গম পালো ।
সুন্দৰ🙏 ভাল লাগিল।
সুন্দৰ নাচিছিল ❤
সচাঁকৈ বহুত বেয়া লাগি গল, ৰাজীৱদা জীয়াই থকা যেন লাগিছে।
মহেন্দ্ৰ হাজৰিকা কণ্ঠ বহুত সুন্দৰ জাতীয় চেতনা গীত
❤❤❤❤❤ grand salute to him. God bless you Mr Rajib sodiya. Eminent folks singer of Assam. Go ahead way to your journey. God bless you and your family. All the best wishes to you.❤❤❤❤❤
Hundor কণ্ঠ বৰ দুখ লাগিল ।
উহ... কি শব্দ ! সচাকৈ বহুত দূখ লাগিল অ । বৰ সোনকালে গল গৈ অ ।
hundor rajib da ,thik disa
Mojaa lagil❤
বহুত বহূত ভাল লাগিল ❤
বহুত ভাল লাগিল গানটো শুনি❤❤
বহুত দুখ লাগিছে।দাদাৰ আত্মাৰ শান্তি কামনা কৰিলোঁ 😢
তেওঁ য'তেই আছে শান্তিত থাকক।
Bhal lagil
Asomiya selut 🎉🎉🎉
বৰ দুখ লাগিল ও, ইমান সুন্দৰ প্ৰতিভা অকালতে হেৰাই গল।।😢
Rajib Da Happy Rangali Bihu
Kaile log pai asu dada jonok dhemaji dimow ❤
চকু পানী ওলাই গ'ল 😢 ভগৱানে পৰিয়ালটিক সুমতি দিয়ক।🙏🙏
😢😢😢 hosaie eman dhuniya gan gasil jotie nathak val ke thakiba dada😢😢😢😢😢
Salute sir and team❤🙏🙏🙏
Tumar dore youtuber hokole jodi enekoi aguai nile heten aji Rajib da bohut aguai gol heten😢
জুই ❤
Rajibdar gan huni bohut val lage ❤❤😢
how sweet rajibda
So beautiful video ❤❤❤❤❤❤
Bohut Baya lagisa moiw sadiyar jiyari Rajiv dada gaugor usorora gaugor hoi bohut Baya lagise😢😢😢😢😢😢😢😢
নমস্কাৰ,,, অসমৰ জনতাৰ বাবে তেখেত আছিল সোণৰ টুকুৰা। কিন্তু ৰাইজে চিনিবলৈ লওঁতেই ভগৱানে সোনকালেই নিজৰ কৰি ল'লে। দুখেৰে আপোনাক জনাই ৰাখিছোঁ যে, ভৱিষ্যতে এনে দৰেই এই পৰিয়ালটোৰ এজন সদস্য হৈ থাকিব বুলি অনুৰোধ জনালোঁ 🙏
Bohut dhunia lagise❤
Bor val lagil ❤ ❤ ❤
Bohut dhuniya.,.
😭😭❤❤
কিয় গুছি গ’ল আপুনি পি চ্যাই