BJP Membership Drive Hits Controversies In Assam | MANASH PRATIM DEKA | HASHTAG

Поделиться
HTML-код
  • Опубликовано: 11 ноя 2024

Комментарии • 24

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj Месяц назад

    বিজেপিৰ ভ্ৰষ্টাচাৰৰ উত্তৰ ২০২৬ পাব | অহংকাৰেই পতন আনিব |

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 Месяц назад +2

    ভবেশ কলিতা এজন অপৰিপক্ক ৰাজনৈতিক নেতা। সদস্য ভৰ্তি হোৱা নাই।এইবোৰ সদসো নবীকৰণ কৰা হৈছে। সদস্য ভৰ্তি মানে ভোটৰ সংখ্যা বৃদ্ধি নহয়।আমাৰ মুলুকৰ বিজেপীৰ এজন পালিনেতাই জোৰ জুলুম কৰি হোটেলৰ কাম কৰা বনুৱাৰ ফটো তুলি সদস্য ভৰ্তি কৰাই আছে। এইবোৰ জোৰ জুলুম নহয় দলৰ প্ৰতি আনুগত্য থকা লোকে স্বতফুত: ভাবে দলৰ সদস্য ভৰ্তি হব। ৰূপম গোস্বামী এজন সুবিধাবাদী ব্যৱসায়ী।ব্যৱসায়ৰ স্বাৰ্থতহে তেখেতে ৰাজনীতি কলি আছে।

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx Месяц назад

    যদি সঁচা কৈ ভাল কাম কৰিছে তেন্তে কিয় আকৌ সদস্য হব কাৰণে যোৰ কৰিছে । মনত ৰাখিব এইবাৰ কিন্তু মানুহে বেলেগ চিন্তা কৰিছে ।

  • @nripenborgohain201
    @nripenborgohain201 Месяц назад

    মিছা কথা শুনক ৰাইজ - সদস্য সদস্যায়ে চহী ললেও ভোট দিয়া নহব । জুৰজুলুম কৰি চহী

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s Месяц назад

    বিজেপি চৰকাৰখন যদি যুগ যুগ ৰাজত্ব কৰিবৰ মন তেনেহ'লে এইবোৰ জুৰ-জুলুম কৰি থকাটকৈ অসমখন হোষ্টেল বনাই লওঁক ।আমাক ৰান্ধিবাঢ়ি খুৱাব /পিন্ধাব সকলো কৰিব ।আমি ৰজাবোৰৰ মতে চলিম ।গড়ালত থকা জীৱৰ দৰে ৰাখিব ।আমি সকলো একেলগে থাকিম ঘৰো নালাগে মাটিও নালাগে চাকৰিও নালাগে ব্যৱসায়ো নালাগে আন্দোলনো নকৰো বিদেশীৰ কথাও নাহে ইত্যাদিইত্যাদি ।সময়ত সকলোকে ভোটৰ সময়ত গড়ালৰ পৰা উলিয়াই নিব চিন্তা নাই ।তেতিয়াহে শান্তিৰে যিকেইদিন জীয়াই থাকো থাকিব পাৰিম ।নহলে আমাৰদৰে সাধাৰন ৰাইজে এই ৰাজনীতি দল আৰু দালালৰ পৰা শান্তিৰে জীয়াই থাকিব নোৱাৰে ।আমাৰ নাতি-পুতিবোৰ অৰ্থাৎ উঠি অহা ন-প্ৰজন্মবোৰৰ বাবে অসমখন ভয়াবহ বুলি ভাৱিছো ।

  • @khargeswarkalita4630
    @khargeswarkalita4630 Месяц назад

    কাম কৰা চৰকাৰ এখনে সদস্য ভৰ্তি কৰি নিজৰ সমৰ্থন লব নালাগে। যদি কাম কৰিছোঁ ভোট দিয়ক ৰাইজে কব পাৰিব লাগে

  • @parthajitkalita5477
    @parthajitkalita5477 Месяц назад +3

    মই নাজনাকে মোক বিজেপি t ভাৰাই দিশে

  • @ShaharAliAhmed-xz8rb
    @ShaharAliAhmed-xz8rb Месяц назад +1

    বিজিপী চৰকাৰে যদি অসমৰ খিলঞ্জীয়া মানুহৰ কাম কৰি আছে তেন্তে আকৌ পুনৰ নতুনকৈ সদস্য ভৰ্তি কৰিবলৈ লগা হৈছে আচলতে এই খন চৰকাৰে সম্পূৰ্ণ বিফল হৈছে সেই কাৰণে মানুহক লোভ দেখুৱাই ভাবুকি দি সদস্য ভৰ্তি কৰিবলৈ ধৰিছে মামাৰ চৰকাৰ ফেইলাৰ গতিকে এয়া এটা বিৰাট ডাঙৰ সদস্য ভৰ্তি কৰাৰ নামত অভিনয় কৰিবলৈ লৈছে

    • @kamaleswarbordoloi993
      @kamaleswarbordoloi993 Месяц назад

      সদস্য ভৰ্ত্তি আগৰে পৰাই চলি থকা এটা প্ৰক্ৰিয়া । এইবাৰ আপোনালোকৰ কপনি উঠিছে ভয়ত প্ৰলাপ বকিছে ।

  • @BimalBhuyan-d7l
    @BimalBhuyan-d7l Месяц назад

    বহুতো সদস্য বিজেপি দল এৰিলে খালী ঠাই পূৰণ কৰিছে

  • @AbulKasem-bd3zp
    @AbulKasem-bd3zp Месяц назад

    💯

  • @rameshowary7990
    @rameshowary7990 Месяц назад +1

    Only BJP: BJP zindabad

  • @KHORSINGTERANG-ir7vj
    @KHORSINGTERANG-ir7vj Месяц назад

    50.000 Hazar nohoi, ek Lakh Jimane nohouk, heitu Homoije kobo. Hodosya bharti bohute koribo pare, kintu Akhomor Raije Buji paise BJP doltuk.

  • @NasirUddinAhmed-z7b
    @NasirUddinAhmed-z7b Месяц назад

    Ancore Sahab @ Barman Jadi Raja Hai Tentee Prajor Durgati Hai.

  • @sarojgogoi2685
    @sarojgogoi2685 Месяц назад +1

    Moi member holeo bhoot nidio,kiyonu ghor solabo nuara hoisu.

  • @SamarAli-k2u
    @SamarAli-k2u Месяц назад

    Hei karane karou jumla khunibo nalage

  • @nityasarma4072
    @nityasarma4072 Месяц назад

    😁😁😁

  • @PardipLagachu
    @PardipLagachu Месяц назад

    Manu Nojanakoi member korise 2026 r boyot😂

  • @nityasarma4072
    @nityasarma4072 Месяц назад

    Aami xeikaroenehe napao

  • @monirulzaman9621
    @monirulzaman9621 Месяц назад

    Riniki sormar sompotir poti akkiritohoi sodoso barise