Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ল'ৰা জন সচাকৈ এজন ভাল মানুহ হব যেন লাগে আমি টো তেওক শুভেচ্ছা দিয়া ৰ বাহিৰে একো নাই বাকী খিনি ঈশ্বৰৰ আশীৰ্বাদ
এক সম্ভাৱনা পুণ্ণ প্ৰতিভাসম্পন্ন কনমানি গৰাকী। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
ধুনীয়া বাবাটাে এনেকৈ আগবাঢ়ি যোৱা মৰম ও শুভেচ্ছা❤️❤️❤️
বাবু তোমাৰ সুৰ আৰু গায়ন শৈলী বহুত ভাল। তাতোকৈ বেছি তোমাৰ সাহস আৰু আত্মবিশ্বাস। ভবিষ্যতে অসম তথা ভাৰতৰ এজন সু গায়ক হোৱাৰ কামনা কৰিলো। আজি you tube ত চাইছো এদিন তোমাৰ concert চাব পাম। আশীৰ্বাদ থাকিল। বহুত বহুত শুভকামনা থাকিল বাবু তোমালৈ।
সঁচাকৈ অপূৰ্ব অতুলনীয়, তোমাৰ সপোনে বাস্তব ৰূপ লওক, অলেখ মৰম তুমালৈ তুমি আগবাঢ়ি যোৱা ❤
সঁচাকৈ অতি জনপ্ৰিয়। আশীৰ্বাদ থাকিল।
ভাল লাগিল বেতা আৰু আগুৱাই যোবা
❤ ইমান ধুনীয়া,,,,ঘৰত এনেকুৱা পৰিবেশ সৰু ৰ পৰাই পাইছে,,,সেয়ে ইমান খিনি পাৰিছে,,,আইতাক জনী ক দেখাব লাগে
বহুত ভাল লাগিলে । তোমালৈ মৰম আৰু আশীৰ্বাদ থাকিল ।
সঁচাকৈয়ে ইমান সুন্দৰকৈ গাইছে, শুনিয়েই থাকিবৰ মন। তোমাৰ ভৱিষ্যত উজ্বল হক সৰু ভাইটি❤❤
ধুনীয়া
কলিজাতো ইমান ধুনীয়া কৈ গাইছে
বহুত সুন্দৰ❤
সঁচাকৈ বৰ মৰম লগা,ভবিষ্যতে আৰু আগুৱাই যোৱা,তোমাৰ সঁপোনবোৰ ভগৱানে পুৰণ কৰক
অতি সুন্দৰ
তুমি সদায় আগবাঢ়ি যোৱা এই আশীৰ্বাদ থাকিল ❤❤❤
সুন্দৰ।
আশীৰ্বাদ দিলো😢❤বহুত
ভাল মানুহ হবা বেয়া আগবাঢ়ি য়ূবা
ভগৱানে ভালে ৰাখক তোমাক।
বহুত ধুনীয়া
লৰাজন ভৱিষ্যতে ডাঙৰ মানুহ হব এতিয়াই প্ৰমাণ হৈ গৈছে ।বহুত মৰম আৰু শুভেচ্ছা বেটা আগবাঢ়ি যোৱা।❤️❤️
Babatu, bor bhal lagil beta. Umm ha
Bohut val lagil
তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤
বহুত ভাল লাগিল মায়না টো চাই, আগুৱাই যাওক , আৰ্শীবাদ থাকিল ❤❤❤
Val lagil Maina,,,God bless you
বহুত ভাল লাগিছে আৰু কথা বোৰো ভাল লাগিছে
বহু ভাল কথা আগুৱা জাই তাৰে কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত😂
Dhuniya lagise de
মৰম লগা কণমানিটো বহুত বহুত মৰম যাছিলো আগুৱাই যোৱা❤❤❤
Tumi aguai jua bhagori najaba monot himmot rakhiba God bless you
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৰাহুল 🎉❤
Bhai tu bhut morom loga Tumi আগোৱাই জোৱা আশীৰ্বাদ থাকিল ❤❤❤
অসমৰ ভবিষ্যত , আগুৱাই যোৱা❤❤❤❤
এটা উজ্জ্বল সম্ভাৱনা৷ কণমানিজনৰ সপোনবোৰ পূৰ্ণ হওক , এনেকৈয়ে আগুৱাই গৈ থাকক তাকে কামনা কৰিছোঁ |
বহুত বহুত ভাল লাগিল। উজ্জ্বল ভবিষ্যত কামনা কৰিলো।🥰❤️
Bohut Val lagil...express koribo nuwaru...bohut Morom ru xuveisha jonalu .. kathakhinitei bujibo Pari kiman pure soul... Lorajon bohut aguwai jabo
ঈশ্বৰে আশীৰ্বাদ কৰক বেতা তোমাক ❤❤❤❤❤ আগবাঢ়ি যোৱা ❤❤
Rahul tumi aru aguwai juwa tumar lgt mur axirbad xodai ase tumi jen emn xorute emn xundor koi gan gabole xikisa bohut val lagise ❤️ love you Rahul tumar gan xuni mur bohut val lagil ..❤
সুন্দৰ কণ্ঠ very nice voice birat moja palu bohriya ❤
আগুৱাই যোৱা ভাইতি তুমি❤
Bhohut dhuniya gaise oo deha manuh tu khire khire boise khur tu ooo aguyai juwa deha manuh
আগবাহি যোৱা
Val lagise de
Bohut dhunia💞💞💞💞💞💞🌎Aguwai jua khodai💞🌺❤️🌼💐💕🌎
ভৱিষ্যত ভাল হওক🙏🏻 আগুৱাই যোৱা ❤ সুন্দৰ কণ্ঠ
Bohut morom aru aarkhibad thakil babu..dangor manuh huwa aaguwai juwa
Oti hundor aguwai juwa
বহুত বহুত ধুনীয়াকৈ গান গাইছা আৰু বহুত ধুনীয়া তোমাৰ সুৰটো💗...মোৰ ফালৰ পৰা এটাই আশীৰ্বাদ থাকিল তুমালৈ যাতে তুমি এনেকৈয়ে গান গাই আগুৱাই যোৱা আৰু ভৱিষ্যতে এটা গায়ক হোৱা 👍🌷☺️
তোমাৰ ভৱিষ্যত উজ্জ্বল হক ৰাহুল
Bohut vl lagise tumi khodai aguwai juwa babu
Bhaut val lagil ❤❤❤❤❤
সংগীত তাৰ তেজত আছে , পোৱালী আগলৈ যোৱা....🎉❤❤
লক্ষ্য স্থিৰ ৰাখি আগুৱাই যোৱা, নেদেখা জনে তোমাক আৰু শক্তি দিয়ক, তোমাৰ প্ৰতি এয়াই মোৰ প্ৰাৰ্থনা ।
বহুতো প্ৰতিভা সম্পন্ন ল'ৰা। কণমানিটিক ধৰি ৰাখিব।বহু মৰম থাকিল তোমালৈ সোণ।
তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤ভাইটি❤
ইমান মৰম লগা ❤
Emn hundr kontho beta agbahi juwa tumar utjol vobitsotor kamona krilu
Aoi কলিজা টো তুমি তোমাৰ প্ৰতিভা এনেকৈ অব্যাহত ৰাখিবা দেই আগ বাঢ়ি যোৱা তোমাৰ সপোন সফল হওঁক তাৰে কামনা কৰিছো ভগৱানে তোমাৰ মঙ্গল কৰক ❤🤗
আগুৱাই jowa tumi💐💐👌👌
Dhuniya hoise
সুন্দৰ ❤️
তুমি আগলৈ আগৱাড়ী জোৱা
Rahul akhirbad korisu bahut bahut aguai jua tumi .bhabisyat ujal kamana karilu rahul .. Vagabane tumak vale rakhak hodai ..❤❤❤❤❤❤
বহুট মৰম লগা অ লৰা টৌ
Bohut dhunia ujjawal vobissot kamona korilu nedekha jonor uporot
সুন্দৰ কণ্ঠ , তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Bohut vll lagil huni Eman hundor kontho
Vl lagil , God bless you .
Duniya lagise Kolija❤️❤️
Vaiti bohut bohut morom tumaloi lakhimpur r simaluguri r pora ❤ aguwai jua vaiti❤❤
Bohut dhuniya lagisa ❤
Dhunia hoisa beta ❤
Bohut hundor vaiti ❤ tumar vovisot utjol kamona korilu aru gai jua ❤
Ayoooo mat tu eman dhuniya vaiti jonor❤
অসম সম্পদ❤
ভাল লাগিল
আগুৱাই যোৱা তুমি ।।।❤❤❤
Tq beta Tumi aru aguyai jua
😊. Oti hundorr
Huvasha thakil vai bohudur aguwai juwa tumi❤
Eman hundar kontha bor val lagil
আৰু আগুৱাই যোৱা তুমি ❤।
Emn সুন্দৰ প্ৰতিভা
Bohut bohut hubhkamana thaki
এহ মজা
Val lagil
Aiyaii amr Zubeen dar anuragi❤😭🫂
Bhout vl lgise God bless you
Bohut morom konmani to loi❤❤
Bhut dhniya❤ tumer konth xosa joy bhut val gaisa best of Pluck 😊🌹
ধুনীয়া , বাবাটো এনেকৈ আগবাঢ়ি যোৱা মৰম ও শুভেচ্ছা ❤❤🎉😂😅
Assamr padum koli aru aguwai juwa tumr bhobisat vl houk tare kamona ❤❤❤
Xasakoi bor vl lagil god bless u
সুন্দৰ আৰু আগুৱাই যোৱা বাবু ❤❤❤❤
Ki kom aru kobole vakha nai bohut besi sundor kontho❤ aguwai juwa dei tumi.....
Dhunia Dhunia ❤ agwai juwa Bhai ❤
Hundor🎉🎉😊😊
ভাল হোৱা বাবা !ভগৱানে সদায় চাব❤️🙏
ল'ৰা জন সচাকৈ এজন ভাল মানুহ হব যেন লাগে আমি টো তেওক শুভেচ্ছা দিয়া ৰ বাহিৰে একো নাই বাকী খিনি ঈশ্বৰৰ আশীৰ্বাদ
এক সম্ভাৱনা পুণ্ণ প্ৰতিভাসম্পন্ন কনমানি গৰাকী। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
ধুনীয়া বাবাটাে এনেকৈ আগবাঢ়ি যোৱা মৰম ও শুভেচ্ছা❤️❤️❤️
বাবু তোমাৰ সুৰ আৰু গায়ন শৈলী বহুত ভাল। তাতোকৈ বেছি তোমাৰ সাহস আৰু আত্মবিশ্বাস। ভবিষ্যতে অসম তথা ভাৰতৰ এজন সু গায়ক হোৱাৰ কামনা কৰিলো।
আজি you tube ত চাইছো এদিন তোমাৰ concert চাব পাম। আশীৰ্বাদ থাকিল। বহুত বহুত শুভকামনা থাকিল বাবু তোমালৈ।