জুবিন গাৰ্গে হয়তো প্ৰথম ইমান সুন্দৰ ৰূপে আছু অনুষ্ঠানত গীত পৰিৱেশন কৰিলে ' মায়াবিনী ৰাতি বুকুত |

Поделиться
HTML-код
  • Опубликовано: 29 янв 2025

Комментарии • 100

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe 3 часа назад +2

    জুবিন দা অসমৰ মূল্যৱান সম্পদ ভগৱান স্বৰূপ জুবিন দা 🙏🙏🙏🙏🙏🙏🙏

  • @DebojitBhowmikDebojitBhowm-b8g
    @DebojitBhowmikDebojitBhowm-b8g 9 часов назад +3

    Dada apuni rock star🙏🙏🙏

  • @hemantaborah3953
    @hemantaborah3953 21 час назад +3

    একক আৰু অনন্য এক অপ্ৰতিৰোধ্য সুকীয়া সত্বা । নহ'ব নোপোজিৱ জুবিনৰ সম কণ্ঠ । ককাই 🙏🙏🙏

  • @sarmilaekka1181
    @sarmilaekka1181 17 часов назад +10

    সচাঁকৈ আগৰ জুবিন আৰু এতিয়াৰ জুবিনৰ গানৰ সুৰ লয় স্কেলৰ বহুত পাৰ্থক্য ।ইমান সুন্দৰ কন্ঠ এটি ধ্বংস হৈ গল।

    • @Godofdestiny17
      @Godofdestiny17 17 часов назад

      Ummm mod khai borbad di dilee

    • @MeghaliBorah-w4p
      @MeghaliBorah-w4p 17 часов назад

      Apuni xikai diok

    • @CareerMentors7783
      @CareerMentors7783 16 часов назад

      Aree age hle change hoi a

    • @AnuragSonowal-w4g
      @AnuragSonowal-w4g 8 часов назад

      ​@@CareerMentors7783tar bapek mak ekei hoi asy sage tar hobowo pare e andhovockto gubor khuwa bilakor...bogobawan logot dairect contek asy je😂😂...ki koi

    • @shumenedits3360
      @shumenedits3360 6 часов назад +1

      Henek nkobo..30 year + service dile..atiya age 54....so high scale song gaise je...Parise teu

  • @khaninsarma5522
    @khaninsarma5522 21 час назад +4

    Eman AGE ot o je iman dhuniya gaan gaise❤❤.. proud of you Jubinda...... Next Jubindar dore singar ru Ami napam......LOVE YOU ZUBINDA❤❤❤❤

  • @PriyakhiDas-n3o
    @PriyakhiDas-n3o День назад +17

    Sai vl lgil...moiu sivsagar AA suali hoi❤❤❤❤

  • @Sameer2023-h3n
    @Sameer2023-h3n 2 часа назад

    Joi Zubeen da❤❤

  • @chandanneog1965
    @chandanneog1965 9 часов назад +10

    জুবিন গাৰ্গৰ যে 2020ৰ 6 মাৰ্ছত এটা দুঘৰ্টনা হৈছিল মনত আছে নে CAAৰ পিছত লাগি লাগি .....ভিদিঅ'বোৰ ভালকৈ লক্ষ কৰি ছালেই হ'ল বেমাৰ হৈ থকা অৱস্থাটাত ভালকৈ মাতিবলে পাৰিছিলে নে নাই।
    এতিয়াও (বয়স বাঢ়িছে, কিন্তু গানবোৰ বৰ উচ্চস্বৰৰ) জুবিন গাৰ্গে আগৰ দৰে পুৰা High Scale ত চিঞৰি গান গাব বুলি আশা কৰি সমালোচনা কৰা কেইটা অলপ জ্ঞানী ব্যক্তি নে বাৰু!! অন্য ধৰনেও কষ্ট হয় বাবে মানুহটোৱে Show বোৰ নকৰোঁৱেই কৈ আছে দুবছৰ মানৰ পৰা, এতিয়াও আগতকৈ বহুত কমালেই। কিন্তু এনেকুৱা বহুত পুৰণা বিহু কমিটি আছে য'ত আজি প্রায় 30 বছৰে জুবিনে একাধাৰে প্ৰতিবছৰে অনুষ্ঠান কৰি আহিছে, সেয়ে তেওঁলোকক না নকৰি নোৱাৰোঁতেই এতিয়াও 20-25 খন বিহু অনুষ্ঠান কৰিব লগা হয়। লগতে গানটো গানেই, জুবিন বুলিলেই মানুহটোকে চাবলৈ দৌৰিযোৱা দর্শকেই বেছিভাগ থাকে তাত। কিন্তু ঘৰত বহি কামুৰি থকা বোৰকটো কোনোদিন সুখী কৰিব নোৱাৰিয়েই!! দম আছে যদি জুবিনৰ পুৰণা কাৰ পৰশ গানটোৰ Live Show এটা সমালোচনা কৰক চোন চাওঁ দম।কামুৰি থকা Young মানুহ কেইটাই বাৰু গোটেই দিনটো অসমৰ ইমুৰৰ পৰা সিমুৰলৈ কেৱল Travel কৰি (কামটো বাদেই দিছোঁ) ৰাতি 11 টা বজাত (কমিটীয়ে তেতিয়াও মঞ্চ এৰি নিদিয়েই) মঞ্চত উঠি মাত্র দুদিনমান (এমাহ নালাগেই) উচ্চ স্বৰত 2 ঘণ্টা চিঞৰি থাকক চোন চাওঁ কেনে লাগে..... আৰু এনেকেও তেওঁ জুবিন গাৰ্গ হয়, টুলুঙাকৈ দুফাকি চিঞৰাবোৰৰ কথা নকওঁ বাৰু, কিন্তু সংগীতক শ্ৰদ্ধাৰ দৃষ্টিৰে চোৱা আমিবোৰৰ বাবে জুবিন গাৰ্গ সদায় ভগৱান সদৃশ...সুৰৰ ৰজা হয়, শব্দৰ ভাণ্ডাৰ হয়, এটা এটা Album ত ফুটি উঠা সকলো ধৰণৰ সংগীতত দক্ষ এজন অমিয়া কণ্ঠৰ লগতে সংগীতৰ মালিক হয় তেওঁ... তেওঁ যিমান বয়সীয়া নহওঁক কিয়, আমি অতীত খিনি পাহৰি যোৱা মানুহৰ দৰে নাভাবো তেওঁক। গতিকে জুবিনক বেয়া পাইছে নাচালেই হ'ল, Social Media ত জ্ঞান প্ৰদৰ্শনৰ কোনো দৰকাৰ নাই।

    • @khirumonidas877
      @khirumonidas877 9 часов назад +1

      ভাল লাগিল আপোনাৰ কথা বোৰ পঢ়ি

    • @Maina-9703
      @Maina-9703 8 часов назад

      আপোনি যি খিনি লিখিলে তাৰে কেইটামানে সেইবোৰ বুজি নাপাই পঢ়িও...

  • @aparajitagogoi6233
    @aparajitagogoi6233 День назад +14

    ইমান সুন্দৰ কন্ঠ এটা শেষ হৈ যোৱা যেন লাগিল !

    • @MeghaliBorah-w4p
      @MeghaliBorah-w4p 17 часов назад

      Ki faltu .... recording ru live rr majot ..bohot diffrance thake.....apunaloke gabo najane nohoi ....phone r keypad type he kore

    • @AbhstarGamer
      @AbhstarGamer 9 часов назад

      Toi gai dekha ei gaan ti kukur kiman taan gaan toi ki jano zubeen dai Etiya boyokh hoise totapiu iman gabo Parise bohut dangor kotha jetiya young asile Arijit nisina 600 ta singer fail kori di silee goruuu 😂

    • @AnuragSonowal-w4g
      @AnuragSonowal-w4g 7 часов назад

      ​@@MeghaliBorah-w4pe beti hodai ekei hoi thakim buli bhabixe...tai ahongkari je tare coment porman dile😂😂ki koi

  • @ghanashyamborah1063
    @ghanashyamborah1063 День назад +1

    Sriman Jubin, you are great. May God bless you. (from Khanapara,Guwahati-23).I pray to Almighty for your good health.

  • @Straightfromassam
    @Straightfromassam 9 часов назад

    Sai val lagil Zubeen Da ❤❤❤

  • @THazarika-i8d
    @THazarika-i8d 20 часов назад +7

    এই গান টো জুবিন দাই আজি হুৰ তানিব নোৱাৰে ।মদ খাই খাই শেষ হল।বেয়া লাগে!!!!

  • @prodiptayung1803
    @prodiptayung1803 45 минут назад

    Thank you so much Jobin da 9:26

  • @DebojitBhowmikDebojitBhowm-b8g
    @DebojitBhowmikDebojitBhowm-b8g 9 часов назад

    Aswome dada❤❤❤❤❤❤❤

  • @DhrubajyotiNath-p3y
    @DhrubajyotiNath-p3y 7 часов назад

    Zubeen daa.❤❤

  • @sanjubhuyan3911
    @sanjubhuyan3911 18 часов назад

    Moja ❤ dada

  • @DebojitBhowmikDebojitBhowm-b8g
    @DebojitBhowmikDebojitBhowm-b8g 9 часов назад

    Dada so beautiful

  • @pallabdas6909
    @pallabdas6909 15 часов назад +1

    এই মায়াবিনি গানটো তেওঁ নিজেই সু মধুৰ কণ্ঠ দিছিল এটা সময়ত আৰু আজি কি গালে আৰু কিয় এনেকৈ গালে তেওঁ বাৰু উপলদ্ধি কৰিব পাৰিবনে ? ধুনীয়া সুন্দৰ মিঠা গানটো আজি তিতা কৰি দিলে সঁচাকৈ কবলৈ গলে........

  • @ghanashyamborah1063
    @ghanashyamborah1063 День назад

    Very good feeling and enjoying all his famous songs with hearth touching very good music(from Khanapara,Guwahati-22).

  • @KanakDas-n4f
    @KanakDas-n4f 6 часов назад

    Zubeen daa apuni Val houk .... Lora dhemali bur nkorib aru ... Apunak kunubai beakoi kole nijoke kuar dre lage ....joy zbn daa

  • @ankurbordoloi5943
    @ankurbordoloi5943 День назад +6

    Zubin daak gaanor xurr xetrot negtive koi cmmnt koraaa kitaa...zubin daar boyoxot tuhutor baper hote hoitu kotobaat rastaai ghaate atiyaau pori thaake aru kunubaa hoitu wheesharet bohi ase ..toi zubin daai imaan xini boyoxorloike j atiyaau xuror xetrot bohut singer or baapek hoi ase

    • @AbhinandanHazarika
      @AbhinandanHazarika 19 часов назад +2

      Mojjaa disa bandhu.53 years loike teu gaan gai ase.Eman easy nohoi.Tate akou Zubeen Garg r gaan bur bohut tanibo logia gaan

  • @manjubarman1855
    @manjubarman1855 День назад +5

    কি হৈ গ'ল মাতটো! দুখ লাগে দেই।

  • @Sanjay_Kr_Das
    @Sanjay_Kr_Das 22 часа назад

    Love you Zubeen ❤

  • @SatyajitGogoi-p2d
    @SatyajitGogoi-p2d 21 час назад

    Love you zubeen da

  • @DEBAXGOD
    @DEBAXGOD День назад +6

    Val loga nai

  • @BharatiLikchan
    @BharatiLikchan День назад +4

    Aku Val nalage

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 11 минут назад

    Lacit henako matibo lagisil... Sabole
    ....
    Borjon kore bule uper assamt 😂😂😂
    ....
    Bab bap hota he..... ZG❤

  • @NikhilRoy-he7jz
    @NikhilRoy-he7jz День назад

    Jubin, genius

  • @dhanjitdasdhanjitdas8070
    @dhanjitdasdhanjitdas8070 День назад

    Love ❤❤❤

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh 21 час назад +4

    কন্ঠ জুবিনৰ দৰে লগা নাই।

  • @zgbittuofficial8725
    @zgbittuofficial8725 День назад

    ❤❤

  • @ultimatecreation....
    @ultimatecreation.... День назад

  • @MoonBora-ni1mc
    @MoonBora-ni1mc День назад +2

    Agor hur nai

  • @KapilMudoi-rk2fp
    @KapilMudoi-rk2fp 17 часов назад

    Ki prothom mane? Zubeen da ajir dinor gaok nohoi nohoi.

  • @bishnukalita8699
    @bishnukalita8699 19 часов назад +4

    নিজেই নিজৰ গান গাব নোৱাৰা মানুহ জনক অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাই ভাল।

    • @AbhinandanHazarika
      @AbhinandanHazarika 19 часов назад +1

      53 years hol.Gabo nuaratu swabhabik

    • @chandanneog1965
      @chandanneog1965 15 часов назад

      জুবিন গাৰ্গৰ যে 2020ৰ 6 মাৰ্ছত এটা দুঘৰ্টনা হৈছিল মনত আছে নে CAAৰ পিছত লাগি লাগি .....ভিদিঅ'বোৰ ভালকৈ লক্ষ কৰি ছালেই হ'ল বেমাৰ হৈ থকা অৱস্থাটাত ভালকৈ মাতিবলে পাৰিছিলে নে নাই।
      এতিয়াও (বয়স বাঢ়িছে, কিন্তু গানবোৰ বৰ উচ্চস্বৰৰ) জুবিন গাৰ্গে আগৰ দৰে পুৰা High Scale ত চিঞৰি গান গাব বুলি আশা কৰি সমালোচনা কৰা কেইটা অলপ জ্ঞানী ব্যক্তি নে বাৰু!! অন্য ধৰনেও কষ্ট হয় বাবে মানুহটোৱে Show বোৰ নকৰোঁৱেই কৈ আছে দুবছৰ মানৰ পৰা, এতিয়াও আগতকৈ বহুত কমালেই। কিন্তু এনেকুৱা বহুত পুৰণা বিহু কমিটি আছে য'ত আজি প্রায় 30 বছৰে জুবিনে একাধাৰে প্ৰতিবছৰে অনুষ্ঠান কৰি আহিছে, সেয়ে তেওঁলোকক না নকৰি নোৱাৰোঁতেই এতিয়াও 20-25 খন বিহু অনুষ্ঠান কৰিব লগা হয়। লগতে গানটো গানেই, জুবিন বুলিলেই মানুহটোকে চাবলৈ দৌৰিযোৱা দর্শকেই বেছিভাগ থাকে তাত। কিন্তু ঘৰত বহি কামুৰি থকা বোৰকটো কোনোদিন সুখী কৰিব নোৱাৰিয়েই!! দম আছে যদি জুবিনৰ পুৰণা কাৰ পৰশ গানটোৰ Live Show এটা সমালোচনা কৰক চোন চাওঁ দম।কামুৰি থকা Young মানুহ কেইটাই বাৰু গোটেই দিনটো অসমৰ ইমুৰৰ পৰা সিমুৰলৈ কেৱল Travel কৰি (কামটো বাদেই দিছোঁ) ৰাতি 11 টা বজাত (কমিটীয়ে তেতিয়াও মঞ্চ এৰি নিদিয়েই) মঞ্চত উঠি মাত্র দুদিনমান (এমাহ নালাগেই) উচ্চ স্বৰত 2 ঘণ্টা চিঞৰি থাকক চোন চাওঁ কেনে লাগে..... আৰু এনেকেও তেওঁ জুবিন গাৰ্গ হয়, টুলুঙাকৈ দুফাকি চিঞৰাবোৰৰ কথা নকওঁ বাৰু, কিন্তু সংগীতক শ্ৰদ্ধাৰ দৃষ্টিৰে চোৱা আমিবোৰৰ বাবে জুবিন গাৰ্গ সদায় ভগৱান সদৃশ...সুৰৰ ৰজা হয়, শব্দৰ ভাণ্ডাৰ হয়, এটা এটা Album ত ফুটি উঠা সকলো ধৰণৰ সংগীতত দক্ষ এজন অমিয়া কণ্ঠৰ লগতে সংগীতৰ মালিক হয় তেওঁ... তেওঁ যিমান বয়সীয়া নহওঁক কিয়, আমি অতীত খিনি পাহৰি যোৱা মানুহৰ দৰে নাভাবো তেওঁক। গতিকে জুবিনক বেয়া পাইছে নাচালেই হ'ল, Social Media ত জ্ঞান প্ৰদৰ্শনৰ কোনো দৰকাৰ নাই।

  • @dadadadu-g7u
    @dadadadu-g7u 21 час назад +1

    Khatam

  • @NITUMANIDAS-ro2cq
    @NITUMANIDAS-ro2cq 3 часа назад

    Zubeen dadar 53yr...but atiu fali ase...june beya koi ase hihotk koisu gan gai dekhai de koti d guu olai jabo balr..a2z borok koisu...

  • @MeghaliBorah-w4p
    @MeghaliBorah-w4p 16 часов назад

    Zg logot asu fasu nokoribi ......jodi mon ase ghrat kor ........mza pabi

  • @_axomia_lora_2624
    @_axomia_lora_2624 День назад +8

    জুবিন এটা নক্ষত্ৰ। কিন্তু জুবিনৰ সুৰবোৰ বেয়া হৈছে আজিকালি। ওপৰৰ স্কেল টানিব নোৱৰা হৈছে। জুবিনে শান্ত হবই লাগিব কাৰণ জুবিনে সকলোকে ঘেণ্টা খাতিৰ নকৰিলেও আছুক সমীহ কৰি চলিবই লাগিব নহ'লে গোটেই খন বোকা হৈ যাব। তেওঁ খোজ দিব নোৱাৰিব, বিশেষকৈ শিৱসাগৰৰ আছুক।

    • @karandas2381
      @karandas2381 День назад

      Ball o khatir nokore lawra

    • @ankurbordoloi5943
      @ankurbordoloi5943 День назад

      Kihor ki baal daal nu kelaa ..tohotor dore kisumaane dol xongthonor naam loi bor fataa fataa lbl dibo aho ..

    • @MeghaliBorah-w4p
      @MeghaliBorah-w4p 16 часов назад

      Bal gaan ru asu ...ki kotha ....tumaloke xongram kora zg ea gaan gabo ....sivsagar asuu ea ba tumi zg gaan nuxunilaeu hobo ...joi zg

    • @chandanneog1965
      @chandanneog1965 16 часов назад

      #_@_azomia_lora_2624 জুবিন গাৰ্গৰ যে 2020ৰ 6 মাৰ্ছত এটা দুঘৰ্টনা হৈছিল মনত আছে নে CAAৰ পিছত লাগি লাগি .....ভিদিঅ'বোৰ ভালকৈ লক্ষ কৰি ছালেই হ'ল বেমাৰ হৈ থকা অৱস্থাটাত ভালকৈ মাতিবলে পাৰিছিলে নে নাই।
      এতিয়াও (বয়স বাঢ়িছে, কিন্তু গানবোৰ বৰ উচ্চস্বৰৰ) জুবিন গাৰ্গে আগৰ দৰে পুৰা High Scale ত চিঞৰি গান গাব বুলি আশা কৰি সমালোচনা কৰা কেইটা অলপ জ্ঞানী ব্যক্তি নে বাৰু!! অন্য ধৰনেও কষ্ট হয় বাবে মানুহটোৱে Show বোৰ নকৰোঁৱেই কৈ আছে দুবছৰ মানৰ পৰা, এতিয়াও আগতকৈ বহুত কমালেই। কিন্তু এনেকুৱা বহুত পুৰণা বিহু কমিটি আছে য'ত আজি প্রায় 30 বছৰে জুবিনে একাধাৰে প্ৰতিবছৰে অনুষ্ঠান কৰি আহিছে, সেয়ে তেওঁলোকক না নকৰি নোৱাৰোঁতেই এতিয়াও 20-25 খন বিহু অনুষ্ঠান কৰিব লগা হয়। লগতে গানটো গানেই, জুবিন বুলিলেই মানুহটোকে চাবলৈ দৌৰিযোৱা দর্শকেই বেছিভাগ থাকে তাত। কিন্তু ঘৰত বহি কামুৰি থকা বোৰকটো কোনোদিন সুখী কৰিব নোৱাৰিয়েই!! দম আছে যদি জুবিনৰ পুৰণা কাৰ পৰশ গানটোৰ Live Show এটা সমালোচনা কৰক চোন চাওঁ দম।কামুৰি থকা Young মানুহ কেইটাই বাৰু গোটেই দিনটো অসমৰ ইমুৰৰ পৰা সিমুৰলৈ কেৱল Travel কৰি (কামটো বাদেই দিছোঁ) ৰাতি 11 টা বজাত (কমিটীয়ে তেতিয়াও মঞ্চ এৰি নিদিয়েই) মঞ্চত উঠি মাত্র দুদিনমান (এমাহ নালাগেই) উচ্চ স্বৰত 2 ঘণ্টা চিঞৰি থাকক চোন চাওঁ কেনে লাগে..... আৰু এনেকেও তেওঁ জুবিন গাৰ্গ হয়, টুলুঙাকৈ দুফাকি চিঞৰাবোৰৰ কথা নকওঁ বাৰু, কিন্তু সংগীতক শ্ৰদ্ধাৰ দৃষ্টিৰে চোৱা আমিবোৰৰ বাবে জুবিন গাৰ্গ সদায় ভগৱান সদৃশ...সুৰৰ ৰজা হয়, শব্দৰ ভাণ্ডাৰ হয়, এটা এটা Album ত ফুটি উঠা সকলো ধৰণৰ সংগীতত দক্ষ এজন অমিয়া কণ্ঠৰ লগতে সংগীতৰ মালিক হয় তেওঁ... তেওঁ যিমান বয়সীয়া নহওঁক কিয়, আমি অতীত খিনি পাহৰি যোৱা মানুহৰ দৰে নাভাবো তেওঁক। গতিকে জুবিনক বেয়া পাইছে নাচালেই হ'ল, Social Media ত জ্ঞান প্ৰদৰ্শনৰ কোনো দৰকাৰ নাই।

    • @EimonkakatiMono
      @EimonkakatiMono 9 часов назад

      Who is asu

  • @Funff12345
    @Funff12345 17 часов назад

    Voice ses kri dse

  • @ajaiborbora5341
    @ajaiborbora5341 18 часов назад

    সন্ন্যাস ললে ভাল।

  • @BorahLakhyajit
    @BorahLakhyajit 18 часов назад +1

    ❤❤𝚉. 𝙶. ❤❤🔥🔥🔥

  • @mridulgohain5633
    @mridulgohain5633 3 часа назад

    দূষ লাগে কি কম

  • @danglemovies
    @danglemovies 23 часа назад +1

    Beleg gaan bur monot ni sage

  • @rubulgogoi3100
    @rubulgogoi3100 17 часов назад

    Beya din assam assamiyar babe. Thandat bilkul bahi ulab nalage . Anuragi hakale bujise kijani? Manuhtuk monsat nuthab aru. Rajib hadiyak dekhil nahai.

  • @Jaiaiiaxom123
    @Jaiaiiaxom123 15 часов назад

    Kun o....gayok jonok sini powa nai je ?????

  • @pratapborthakur8015
    @pratapborthakur8015 18 часов назад

    Nishai mur jibon

  • @MantuPanging
    @MantuPanging 21 час назад

    বৰকৈ টানিব পৰা নাই যে কি হৈছে

  • @sanjayborah560
    @sanjayborah560 19 часов назад

    mall khai gan gale jen anuman hoj

  • @shraddhasharma2244
    @shraddhasharma2244 20 часов назад +2

    32000 gan gaise bule. Kintu hadai stage't selected 50ta ganei kio gai? Baki gan kio nagai ?

    • @MeghaliBorah-w4p
      @MeghaliBorah-w4p 17 часов назад

      2mi kio sua ...joi zg

    • @shraddhasharma2244
      @shraddhasharma2244 16 часов назад +2

      @MeghaliBorah-w4p Abey moi kio nasam bey... Moi just hudhisu he only selected 50 ta gaanei gai thake sun sobote..aru tumi nu kun? ZGr secretary nki? 🤣🤣🤣

    • @chandanneog1965
      @chandanneog1965 16 часов назад

      আগৰ shows বোৰ ছাবা .....আৰু মন আছে যদি হিছাপ কৰিবলে বহি লবা এদিন....ঠাত্তা কৰি কথা নকবা জুবিনৰ যি মন যাই তাকে গাই মনতে নাথাকে নিজৰ গানখিনিও...ভালকৈ ছাই-ছিতি research কৰি লৈ কবা ....

    • @shraddhasharma2244
      @shraddhasharma2244 15 часов назад

      @@chandanneog1965 link pothua..sai lou ki beleg gan gaise

  • @_axomia_lora_2624
    @_axomia_lora_2624 19 часов назад

    খটম,মদে এটা প্ৰতিভা খতম কৰি দিলে।কণ্ঠতকৈ মিউজিক বেছি।

    • @AbhinandanHazarika
      @AbhinandanHazarika 19 часов назад +2

      মদে শেষ কৰা নাই বয়স ৰ বাবে হৈছে।

    • @_axomia_lora_2624
      @_axomia_lora_2624 19 часов назад

      @AbhinandanHazarika পাপন, মহেন্দ্ৰ হাজৰিকাতকৈও বেছি বয়স নেকি? লতা মঙ্গেশকাৰ, ভূপেন হাজৰিকাৰ কণ্ঠ বুঢ়া বয়সলৈকে ভাল আছিল। জুবিনে নিজক ধ্বংস কৰি পেলালে। ইমান যদি ব‌য়স হৈছে মদ খাব লাগে কিয় ইমান?

    • @Maina-9703
      @Maina-9703 16 часов назад

      তোক ছবতে দেখো কমেন্ত ফলা জুবিন উলালেই....ইয়াতে ছিন কি কৰি থাক দিনতোত ..

  • @AnuBorgohain
    @AnuBorgohain 18 часов назад

    জুবিনৰ মনছ ছালো অকনো ভাল নালাগিল আচৰণ বোৰত গ্ৰাম্যজীৱন দেখা নাপালো

    • @Maina-9703
      @Maina-9703 16 часов назад +1

      ভালকৈ শুদ্ধকৈ লিখ.....কেলা

  • @CareerMentors7783
    @CareerMentors7783 16 часов назад

    ruclips.net/video/f5SWFaEZCFo/видео.htmlsi=orCsWx6V7N1xmAlv

  • @jantukoch7247
    @jantukoch7247 19 часов назад

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 12 минут назад