অসম অন্য ৰাজ্যৰ তুলনাত ঋণ লোৱাৰ ক্ষেত্ৰত একেবাৰে তলত : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Поделиться
HTML-код
  • Опубликовано: 5 окт 2024
  • আৰ্থিক সংকটৰ মাজতো অৰুণোদয় পাই আছে, ১ তাৰিখে কৰ্মচাৰীয়ে দৰমহা পাই আছে, উৰণ সেতু নিৰ্মাণ হৈ আছে, বিহু-পূজা কমিটীয়ে ধন পাই আছে। এইটো কেনেধৰণৰ আৰ্থিক সংকট?কংগ্ৰেছে ৰাজ্য চৰকাৰৰ আৰ্থিক সংকটৰ সূত্ৰটো দেখুৱাই দিয়ক । অসম অন্য ৰাজ্যৰ তুলনাত ঋণ লোৱাৰ ক্ষেত্ৰত একেবাৰে তলত : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
    #PratidinTime #AssamNews #assam #HimantaBiswaSarma #Congress

Комментарии • 6

  • @RomenDoley-bq2ri
    @RomenDoley-bq2ri 4 часа назад +2

    Cm sir kuwa kotabur osa ❤

  • @afazulhoque4032
    @afazulhoque4032 4 часа назад +3

    ইয়াৰ আগৰ কংগ্ৰেছ চৰকাৰত আপুনি নাছিল জানো?

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc 3 часа назад

    Only congress issue to divert attention... But people decided.......price hike.. Unemployment.. Smart meter etc... Who r right

  • @mustafizurrahman4315
    @mustafizurrahman4315 5 часов назад +1

    Mama NHM r kot disa Salary

  • @commenti5459
    @commenti5459 5 часов назад +1

    বুলেট নিদিয়ে নেকি

  • @rumidutta9531
    @rumidutta9531 4 часа назад

    চাৰে ঠিক দিছে কংগ্ৰেছ ক ।কংগ্ৰেছৰ পাপ মোচনৰ বাবে ৰ্তীথযাত্ৰা কৰা উচিত আচলতে।