স্নেহবন্ধন অনুষ্ঠানত যুৱ সাংবাদিক এঞ্জেলা চাংমাই।।ৰিফ্লেকচন ছিনিয়ৰ চেকেণ্ডেৰী স্কুল,ৰূপাই ।।
HTML-код
- Опубликовано: 14 окт 2024
- স্নেহবন্ধন অনুষ্ঠানত যুৱ সাংবাদিক এঞ্জেলা চাংমাই।।ৰিফ্লেকচন ছিনিয়ৰ চেকেণ্ডেৰী স্কুল,ৰূপাই ।।
#anjela #youtube #youtubevideo
একেবাৰে সঁচা, সময়োচিত আলোচনা,বহুত ভাল লাগিল। ধন্যবাদ
সুন্দৰ বিশ্লেষণ
Bhut val lagil apunar kotha burr....
সুন্দৰ বিশ্লেষণ লগতে যোগাত্মক দৃষ্টিভঙ্গি ধন্যবাদ
Bohut val lagil kothabir huni
অতি সুন্দৰ আৰু সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছে। তেওঁৰ বক্তব্য খিনি অনুধাৱন কৰিব পাৰিলে সমাজ খনৰ বহু খিনি উপকৃত হ'ল হয়।
অতি সুন্দৰ বক্তৃতা। এওঁৰ বক্তৃতাৰ পৰা আমাৰ যথেষ্ট পৰিমাণে উপকৃত হ'ব। অতি সচা কথাই কৈছে ভগ্নী স্বৰপ এঞ্জেলাই। সময়ৰ সৈতে খাপ খোৱা বক্তৃতা। তেওঁলৈ আমাৰ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। ❤❤❤
Bohut dhuniya koisha bhal lagil
Sasa kotha de dhuniya lagise de
বাইদেউৰ ভাষণ শুনি বহুত ভাল লাগে আৰু বহুতৰে চাগে পিচে কৰ্ম ক্ষেত্ৰত পালন কৰা মানুহ তেনেই নগণ্য জগত গুৰুজনাৰে আদৰ্শ আৰু আৰ্হি পালন কৰা মানুহে তেনেই নগণ্য
বৰ স্পষ্ট বাদি আপোনি,,,, আপোনাৰ দীর্ঘায়ু কামনা কৰিলো,,,,,
Really ba
ভাষনটো শুনিলে শুনি থাকিব মন যায়।
Baidew bohot Val god bless u and you family
বৰ সুন্দৰ ভাষন 💖👍
তুমি ইমান সুন্দৰ ভাষন আগবঢ়াই তোমৰ ভাষন সকলোৱে আকোৱালি লৱ লাগিব ৷
আপোনাৰ স কথাবোৰ চিৰন্তন সত্য🙏 কিন্তু এইবোৰ মানি আজিৰ সমাজে আপোনাকে ঈশ্বৰ বুলি নলয় !🙏 কাৰণ আজিৰ সমাজ এনে এটা বেহুট সুমাই পৰিছে আপোনি বাদ চয়ং ঈশ্বৰ চকুৰ আগত দেখা দিলেওঁ মানি নলয় এইয়া মানি আজিৰ সমাজে চলন্ত জীৱনক বাৰিষাৰ সুতত উটি গৈ জীৱন পাৰ কৰিব বিছাৰে অৱশ্যে কিছু লোকে আপোনাৰ কথা মানি লয় ! কিন্তু তথাপি হৃদয়ত আপোনাৰ কথা বন্দি নকৰে কাৰণ আপোনি ঈশ্বৰ নিম্নয়ৰ বিস্বাস চিনাক্ত কবি সমাজক দিব নোৱাৰে🙏 ক্ষমা কৰিব এনে কথা কোৱাৰ কাৰনে |🙏
Your good speech is our spirit
অতি সুন্দৰ উপস্থাপন 👌
Bahut bhal Kotha koise mam
ধন্যবাদ, সময়োচিত কথা, মনলৈ কিছুমান কথা আহিলেও কব নোৱাৰো । বর্তমান আধ্যাত্মিকতাৰ প্রয়োজন আহি পৰিছে ।
বহুত ৰসাল সাৰুৱা ভাষণ।
Bhout vhal lagil sister
Ba apunar kotha bht val lge
Bhut val hoise ba tomar pra bhut ktha xikib pariso thanks ba
আপোনাৰ.ধাৰমিক.কথাবূৰ.বহূত.ভাল.লাগে
Angela mem speed xuni mon val lage
Krishna -krishna, JOI GURU SHANKAR
বাৰ ভাসন বহু ভাল লাগে
Baidew Best Of Best
Vhal lagil Baidow.
Hosakoi ba tumi bohut val kotha kuwa tumi hodai vale thaka tumak bohut log pabo mon hoise😮
তোমাৰ কথাবোৰ শুনিলে শুনি থাকিবলৈ মন নভৰে ।
Nice speech and go ahead
Baideo apurna kotha bur Mur bohut val lage.Apurna pora bohut hikibo logia ase .
So nice speech and explain
Excellent
Val kotha koise
Hundor mam
Bhut vl lgise khotabur
baa tomar bhakhon bohut val lage❤❤❤❤❤
Apunak bhut vl lage
আপোনাক.বহূত.বহূত.🙏🙏🙏
কথা কেইটা বহুত সচাঁ বাইদেউ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Biydi veri good katha
ভাল। লাগিল
তোমাৰ
ভাষন
হোনি 11:36
পিতৃ-মাতৃৰ সপোনবোৰ লৈয়েই ল'ৰা-ছোৱালীবোৰে বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ উদাহৰণ বিৰল। এশটা ল'ৰাৰ ভিতৰত এটা কিন্তু আহে। তাতোকৈ ডাঙৰ কথা ল'ৰা-ছোৱালীবোৰে নিজেই বিজ্ঞান শাখাত নামভৰ্তি কৰে, সিহঁতৰ ইচ্ছা থাকে বিজ্ঞান শাখাত অধ্যয়ন কৰা, ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ। কিন্তু ভাল ফলাফল দেখুৱাব নোৱাৰে, হতাশাত ভোগে। এইসকল ল'ৰা-ছোৱালীক লৈ Counseling ৰ খুবেই প্ৰয়োজন।
Apunar kotha bur bhal lage
Vl lgile ❤
ভাল লাগিল
Krishna Krishna bhani
Sundar baa
👍👍👍
SISTER THANKS
Val hoise
❤❤❤❤❤❤
Kishna val lagilil
Sandar mantabya
Nice baidaw
Right
Bar val lagil
Gogamukh Bordolonir para suvakamona jonalu
Well
Val lagil, aagoloi opekha re.......🙏
Ohit dhuniya lagise
So lovely
❤❤❤❤
Very good
Peerless
Only criticized others. Borring
Ba apunar bohut val lage,karon apunar rupor logote bohut guno ase.
বৰ স্পষ্ট বাদি আপোনি,,,, আপোনাৰ দীর্ঘায়ু কামনা কৰিলো,,,,,
সুন্দৰ ভাষণ
বৰ স্পষ্ট বাদি আপোনি,,,, আপোনাৰ দীর্ঘায়ু কামনা কৰিলো,,,,,