পানৰ পুলি কেনেকৈ ৰোপন কৰিব লাগে।কেতিয়া ৰোপন কৰিব পাৰি.?
HTML-код
- Опубликовано: 18 окт 2024
- Hi
I m Lila. Welcome to our RUclips chennel #Biswanath Agrifarm।
Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
পানৰ পুলি কেনেকৈ ৰোপন কৰিব লাগে।
কেতিয়া ৰোপন কৰিব পাৰি.
About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ #পানগছ#পানৰপুলি#
Other link vidoes
• কম ঠাইত ভোট জলকীয়া খে...
কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
• ভোট জলকীয়া পুলি প্ৰস্...
ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
• জৈৱিক পচন সাৰ ঘৰতে কেন...
জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
• ভোট জলকীয়া খেতি কেতিয...
ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
• নেমু গছৰ মজা খোৱা কীট ...
নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
• এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
• নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
• নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
• নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
• জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
• নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
• জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
• ভোট জলকীয়াত কি কি সাৰ...
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
• বীজ শোধন কৈনেকৈ কৰিব ল...
বীজ শোধন কৈনেকৈ কৰিব লাগে
জয় আই অসম..
Ati hundar
ধন্যবাদ..
সুন্দৰ হৈছে
ধন্যবাদ।
Dhunia Lagil
ধন্যবাদ..
ভাল লাগিল দেখি।
ধন্যবাদ আপোনালৈ....
Sai bohut val lagil.
ধন্যবাদ আপোনালৈ।
NICE VIDEO 👍😊
THANK YOU..
Bahut bhal lagile
ধন্যবাদ আপোনালৈ।
ভাল লাগিল
Good..thankyou so much....
Welcome।
খুউব ভালো নমুনা দিছে যিহেতু বৰ্তমান পান. তামোলৰ পৰিবৰ্তে চিখৰগুটকা প্ৰচলন হৈছে।
যিমান গুটখা চিখৰ বজাৰত ওলালেও পাণৰ বজাৰ থাকিব দাদা..
সুন্দৰ পদ্ধতি
ধন্যবাদ sir
বহুত বহুত ধন্যবাদ
Welcome।
Bhal lagil aponar veideo sai
ধন্যবাদ।
Nice
Thank you।
val lagil
ধন্যবাদ।
সুন্দৰ ভাল লাগিল সদায়ে এনেকুৱা দি দিব 😊
Thank you.we hope more information about it.
Thank you।
আজি আজি আপোনাৰ ভিডিঅ ১ম চাইছো বহুত ভাল লাগিল। মোক পান আৰু পটলৰ পুলি লাগিছিল ।
বৰ ভাল লাগিল।
ধন্যবাদ।
Dada val lagil.
Thanks...
সুন্দৰ পৰামৰ্শ আপোনাৰ।
অশেষ ধন্যবাদ জনাইছো ।
BHAL LAGIL
Good video!!what veriety is your betelvine!
Local variety।
Vido, tu,said,Val,lagil
অশেষ ধন্যবাদ আপোনালৈ।
মৰম যাচিলো দাদা 🙏 ভাল লাগিল ভিডিঅ'টো চাই 💓
Amar pan nai pan rule hoi kintu uporpora mori ahe kio jonabo uporpora phone number diye mai gauwhati' pora koisu very good thanks ❤❤❤❤👍👍👍
Thank u.....
বহুত ধন্যবাদ দেই
Welcome।
Dada panot kula nicina bemar lagise ki koribo lagi plz alop jonabo
মই আজিলৈকে পানত একো ব্যৱ্হাৰ কৰি পোৱা নাই।কেৱল গুৰিৰ চাৰিওফালে শুকান গোবৰ পাৰিলে কেঁচু সাৰ পচন সাৰ ব্যৱহাৰ কৰক আৰু সৰালিত মাজে মাজে পানী দিলে সকলো বেমাৰ নাইকীয়া হব।
Thank You sir
Val lagil ....
Val lagil bondhu.
ধন্যবাদ বন্ধু।
Thanks for your service
Welcome।
Val lagil
ধন্যবাদ।
Dada ki mahat role besi val janab plz
বাৰিষা যিকোনো মাহত লগাব পাৰে।
Val lagil sai
Thank you
God bless you !
Very useful video, thanks a lot brother
Thank you so much
Mza
Thank you।
I love agriculture and agriculture farmer and tree and nature
Thank you bro।
সুন্দৰ ভিডিঅ দাদা👌
গোলাঘাটৰ পৰা মৰম যাচিলোঁ❤️
অশেষ ধন্যবাদ আপোনালৈ।আগলৈ মৰম পাই থাকিলে আৰু ভালকৈ video দিব পাৰিম।
নিশ্চয় সহায় কৰিম👍
Good
Thank you।
বঢ়িয়া
Thank. You. Da. Da
Welcome
Tamul pulitu kiman boyakh hoblage panjupa roboloi dada?
গছৰ grouth চাই লগাব লাগে 7 ফুট মান হলে দিব পাৰে।
Thanks sir
Welcome।
Thank you dada
Welcome।
Mojja👍👍❤️
Wow moi bht vl paw gos gosoni rui💕
হয় নেকি তেন্তে মোৰ video চাই লব পাৰিব।
Um🤗 try krim sai sai rubo
পান সাধাৰণতে কি মাহত ৰুলে ভাল ?
এতিয়া পান ৰোপন কৰা উচিত সময়। বাৰিষা মাহত পান ৰোপন কৰা হয়।
দাদা।তামোল জুপাৰ পৰা কিমান দুৰত্ব হৱ লাগে।
Minimum 8×8 rakhibo lage..
@@BiswanathAgrifarm দাদা আমাৰ ইয়াত খুতি পান লগাই।খুতি পানৰ দুৰত্ব কিমান হব লাগে।আৰু দেখা জায় যে পানৰ বেমাৰ লাগিলে মই জনাত বচাৱ নুৱাৰি।। আপুনি কি মেদিছীন বিৱহাৰ কৰে। বৰদমিচনৰ বাহিৰে
Nice 🕺😂🔥🔥
Thank you।
মই ৰুই আছোঁ পান তামোল আপোনাৰ video চাই 👍
ভাল লাগিল শুনি।আগবাঢ়ি যাওক
দাদা আপুনি যে পানৰ ভিডিঅ'দুটা দিছিলে মই দুয়োটা পদ্ধতিতে সফল হৈছো আপোনাক বহুত ধন্যবাদ আপোনাৰ চেনেলটো সোনকালে 100 k subscriberহয় জানো
Mojja bro..aru aguwai juwa🙂🙂👌👌👌
@@parthamohan5891thank you bro moi ajon khoru lora
ধন্যবাদ আপোনালৈ।
ধন্যবাদ আপোনালৈ
আমত পোকে ধৰিলে আৰু মিঠা হবলৈ কি দৰব ব্যৱহাৰ কৰিব লাগে ?
Pan puli katia rub lage ? April may mahot rule hob ne
উচিত সময় এতিয়া পুলি ৰোপন কৰা।
তামোল গছৰ কোন দিশত লগাব লাগে ?
Nice 👍🤘
Dada bahut val lagil ..thanks
Dada ki khetrot matir veti uthai rubo lage pan..plz jonabo
কোমল মাটি হলে শিপা সোনকালে বিয়পে
সেই কাৰণে উপৰত মাটি দিয়া হয়
আমি গছজোপাৰ এফালেহে ৰোপন কৰোঁ । এইবাৰ আপোনাৰ পদ্ধতিত ৰোম ।
Thank you
Welcome।
আপোনাৰ পৰা পান ৰূপনৰ বিষয়ে আৰু অধীক জানিব বিছাৰো।
New subscriber❤❤❤❤
Thank you very much।
VERY2 nice❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Thank you so much..
nice
Dada bhut jolokiya keneka logainu
Video tu sai vall lagil
Pan kheti dangr drain khandi only gubar compose aru notun miti di rule hobane, jonaba..
ধুনীয়াকৈ হব গুৰিত পানী জমা হব নালাগে।
Dada pan pulit kiman dinor mure mure pani dibo lage.pls jonabo.
যদি বৰষুণ দিয়ে তেন্তে পানী নালাগে।পানী শুকাই গলে চাই দিব বেছি পানী হলেও মৰি যাব।
🙏🙏🙏
Thank you
2:24
Thank you...
Bht hundor
ধন্যবাদ।
👍
Bhal lagil
Thank you।
jdi ami borokhun Or pani stor kori diu tnehole kene hobo??
ভাল কথা।বৰষুণৰ পানীত প্ৰচুৰ পৰিমাণে সাৰ থাকে।
Kuntu mahot pan rubo lage jonay dibanaki dada
বাৰিষা চিজনত যেতিয়া লগালেও হব।কিন্তু বহাগ জেঠ মাহত লগালে বেছি ভাল
👍
Video too salu val lagil .
পানৰ আগত এটা পুক লাগি কি কৰিৱ লাগে
মই আজিলৈকে পাণত মেডিচিন ব্যৱহাৰ কৰা নাই।
Dada vot jalakiya guti atiya posabo parim ne plz kobo sun
পাৰিব।কিন্তু অলপ দেৰিকৈ পছোৱা গুটি অহা চিজনত লগাব পাৰিব
Very nice step🙏🙏❤❤
Thank you
ভাল লাগিল। আপোনাৰ ঘৰ কত জনাবছোন। ফোন নং দিবছোন
পাণ ৰোপনৰ মাহটো জনালে ভাল হয়
Mur Pan gos Ase 15jupa Bohut hoise kin2 Atiya Pan keijupa manor patbur Halodhiya pori kola kola hoise....Gosjupa mori jabo neki...ki dim ....
গুৰিত চাই লব পৰুৱা লাগিছে নেকি।গুৰিৰ চাৰিওফালে চাই দিব।
Hobo pare noton mati diso keidin man agote...Vitaminor kamise neki....gubor to di thaku baro...
শুকান গোবৰ দিব কেঁচা গোবৰ নিদিব।
❤️
❤
Thank you
Akha kru vdiobur sabo buli
vale lagele kamtu moiru korisabo lagebo❤
Try কৰি চাব পাৰে...
পান চাংঙত বগাবলৈ মুঠ stick ঘৰতে কেনেকৈ বনাব পাৰি video দিব
Video দিবলৈ চেষ্টা কৰিম
গান্ধ পাণৰ ডাল/পুলি ক'ত পাম?
গম নাপাওঁ আমাৰ ইফালে নাই কৰা কোনেও।
Janu moi Mur gohrat logaisu agoita janu vai
ধন্যবাদ দাদা...আগবাঢি যাওঁক..
Bondhu korilo Bek koribo ❤️
ধন্যবাদ আপোনালৈ।
@@BiswanathAgrifarm Funny 2tv
পানত গোবৰ বাদে অন্য কিবা সাৰ দিব পাৰি যদি জনাব হা ৷
পচন সাৰ কেঁচু সাৰ দিব পাৰে।
Tamil god kenekoi rupan kore
Video দিয়া আছে চাই লব।
Mk frnd bnabo plz bro notun frnd moi
নিশ্বয়।।।video চালোঁ ভাল লাগিছে।
Tq bro
home dalivery diya na
Home delivery দিবলৈ অসুবিধা হয়।
দাদা পানৰ সৰু পুলিবোৰৰ আগবোৰ মৰি যায়, সমাধানৰ কিবা উপায় দিবনে ?
সম্পুৰ্ণ চা পৰা ঠাইত ৰাখক।প্ৰতিদিনে পানী spray কৰক ।
দাদা আপোনাৰ ভিদীও বোৰ চাই মই বহুত সফল হৈছো। দাদা মই আপোনাৰ তামোল আৰু নেমু বাগান খন চাব বিচাৰো। আপোনাৰ এড্ৰেছ টো দিব বুলি আশা থাকিল। মোৰ গৰ কামৰূপৰ বকো ট হয়। ৰৈ আছোঁ আপোনাৰ লগত কথা পাতি মোৰ বাঢ়ি খনৰ বহুত কাম আগুৱাই নিম বুলি।
Biswanath chariali।
পাণৰ কাটিং পাম নেকি?
পাব।লাগিলে যোগাযোগ কৰিব।
দাদা পানৰ পুলি অলপ পাম নেকি
বৰ্ত মান উপলব্ধ নাই...
Full r gas kainaikai lagabo lagai
ভিডিঅ এটা দিম বাৰু..
কিমান পান আছে আপোনাৰ
মোৰ বেছি পান গছ নাই লাহে লাহে খেতি আগবঢ়াই আছোঁ।
Hikilu tthks
স্বাগতম আপোনালৈ।
Amar.pan.rule.hoi.kintu.uporpora.mori.ahe.kio.jonabo