আঁতৰি দিওক, ডাঙৰীয়া আহিছে - How this types superstition created Explained - Dimpu Baruah

Поделиться
HTML-код
  • Опубликовано: 1 окт 2024
  • #dimpubaruah #superstition #assamesevideo

Комментарии • 1,6 тыс.

  • @Niyorneelbora
    @Niyorneelbora 4 месяца назад +109

    Momin Ali বাবে like এটা 😁

  • @creature3D-wb3qr
    @creature3D-wb3qr 4 месяца назад +16

    মোৰ মা দেউতাই facebook টো বাদেই screen touch mobile এ চলাব নাজানে।কিবাকৈ switch টিপা মোবাইল এটা চলাই আছে। আগতে অলপ লাজ পাইছিলো, কিন্তু এতিয়া ভাৱিছো,ভালেই হৈছে অন্তত অলপ শান্তিত আছে।কিবা important news থাকিলে মই নিজে দেখাও ।তেওলোকে এতিয়াও ৭ বজাৰ লগে লগে tv ৰ সন্মুখত বহি news চাই।ভাল লাগে ইমান সহজ সৰল হৈ আছে

  • @1nja__
    @1nja__ 4 месяца назад +142

    Momin Ali bee like > mor ghora ronga kori disi 😂😂

  • @bobyborah28
    @bobyborah28 4 месяца назад +29

    জ্ঞানৰ অভাৱ। আমাৰ অসমীয়া মানুহ বোৰৰ মাজতহে এনেবোৰ কাণ্ড বেছি কৈ হয়। ক'ৰবাত কিবা এটা দেখিবহে লাগে... নিজৰ বিচাৰ বিবেচনা নাই। সেই কাৰণেই ....

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    সুপ্ৰভাত অসমবাসী, ৰাতিপুৱা ই আমি গা ধুই ভগৱান নামৰ এটা অদৃশ্য শক্তি ৰ নামত ধূপ চাকি জ্বলাই দিনটোৰ শুভাৰম্ভ কৰোঁ। ভাল লাগে মনটো, পবিত্ৰ ভাৱ আহে এনে লাগে যেন এটা শক্তি পাইছোঁ। এয়াই হৈছে এক ঐশ্বৰিক শক্তি ৰ প্ৰভাৱ। আধ্যাত্মিকতা আমাক লাগে।যি মানুহে ভগৱান আছে বা পাপ কৰিলে ভগৱানে আমাক শাস্তি দিব বুলি মনট আস্থা ৰাখিলে কেতিয়াও বিপথে পৰিচালিত নহয়। কিন্তু ভগৱানৰ নামত অন্ধবিশ্বাস কেতিয়াও প্ৰচাৰ চলাবলৈ চেষ্টা কৰা উচিত নহয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ৰ উন্নয়নৰ যুগত ও বিজ্ঞানেও ভগৱানৰ অস্তিত্ব নুই কৰিব নোৱাৰে। ইয়াৰ উদাহৰণ চন্দ্ৰযান নিক্ষেপণৰ আগ মূহুৰ্তত বৈজ্ঞানিক সকলেও ভগৱানক পূজা অৰ্চনা কৰিছিল। চিকিৎসা বিজ্ঞানৰ লোকেও ৰোগীৰ ক্ষেত্ৰত কয় সকলো ভগৱানৰ ওপৰত। কিন্তু আজিকালি ভগৱানৰ নামত বেপাৰ হৈছে।যি মানুহে এজন দুখীয়া মানুহক এক টকা দিবলৈ বেয়া পায় এসাঁজ ভোকাতুৰ লোকৰ বাবে দান দিবলৈ টান পায় তেনে লোকে ভগৱানৰ নামত কোটি টকা দান কৰে, লিটাৰ লিটাৰ গাখীৰ ভগৱানক দিব পাৰে কিন্তু দুখীয়া লোকৰ সন্তান ক এক লিটাৰ গাখীৰ ৰ দামৰ এখন কিতাপ দিবলৈ টান পায়।ভগৱানৰ নামত নিৰপৰাধী জীৱ জন্তুৰ বলি দিয়ে। এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস ৰ বলি হৈ কামাখ্যা দেৱীৰ আগত নৰ বলি দিয়া ও শুনিবলৈ পাইছিলো।মনট ৰাখিব এজন ভোকাতুৰ ক এসাঁজ পেট ভৰাই খুৱালে ও তেওঁ যি আনন্দ পাব তাতেই ভগৱান সন্তোষ্ট হ'ব। মানুহ গৈ চন্দ্ৰ পালেগৈ কিন্তু আমি এতিয়াও এলান্ধু কলীয়া যুগতেই আছোঁ।আহক মনটো সলনি কৰোঁ। সামৰ্থ অনুযায়ী অসহায়ৰ বাবে এখন হাত আগবঢ়ায় দিয়ক ভগৱানক তাতেই পাব।মা দেউতা ৰ মাজত ও ভগৱান পাৱ তেওঁলোকৰ সেৱা কৰক। কৃষ্ণ প্ৰভু সকলোকে সুখী ৰাখক🙏(মণিমালা কলিতা, যোৰহাট)

    • @nijoradevi5070
      @nijoradevi5070 4 месяца назад

      Bhogawan k Gakhir kio deye tar karono to janene Pise?
      Bhogawa k xeya korile a nohobo Teor mohatta bilak o bujibo Lagibo
      Bhogawan r nam t kiba ata korile a.... aji kali kisuman r gat jola lage, bhogawan k jodi bisakh kora, xamartha anuxare poisa khoros o koribo lagibo
      Ajuktir kotha nokabo

    • @Madhujya_dehingia_01
      @Madhujya_dehingia_01 4 месяца назад +4

    • @madhukrishnagogoi4070
      @madhukrishnagogoi4070 4 месяца назад +19

      একদম অন্তৰৰ কথা কলে আপুনি।বহুত ভাল লাগিলে পঢ়ি।মইও আপোনাৰ দৰে অকল ভগৱান নামৰ অদৃশ্য শক্তিক হে বিশ্বাস কৰো।সকলোৱে এনেদৰে ভাৱিলে অসম খনৰ বহুত উন্নতি হব❤

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 4 месяца назад +19

      নিজৰা দেৱী , আপুনি মোক পূজা অৰ্চনা ৰ বিষয়ে জ্ঞান দিব নালাগে। সৰুৰে পৰাই এটা আধ্যাত্মিক পৰিয়ালত জন্ম হৈছোঁ যত বাৰ মাহে ভাগৱত,গীতা , কীৰ্তন পাঠ হৈ থাকে। কিন্তু শিক্ষক দেউতাই আমাক অন্ধবিশ্বাস কৰিবলৈ শিকোৱা নাই। আৰু গাখীৰ কিয় ভগৱান ক দিব লাগে জানো কিন্তু লিটাৰ লিটাৰ দিব লাগে বুলি কতো উল্লেখ নাই। আপুনি এপোৱা গাখীৰ দুখীয়া এজন লোকক দি পাইছে নে?

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 4 месяца назад +8

      মধু কৃষ্ণ গগৈ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আপোনাৰ নিজৰ মনটো ভাল হলেই সকলোৱেই ভাল দেখিব। মানুহৰ দৃষ্টিকোণ ই আচল কথা।

  • @Crazy.Basumatary
    @Crazy.Basumatary 4 месяца назад +114

    শিক্ষাৰ অভাৱ দাদা 👍

    • @AXOMxSHADoOW
      @AXOMxSHADoOW 4 месяца назад +6

      Brain r problem

    • @currentsmart
      @currentsmart 4 месяца назад +8

      নহয়
      জ্ঞানৰ অভাৱ
      শিক্ষা থাকিলেও জ্ঞান সকলোৰে নাথাকে

    • @Crazy.Basumatary
      @Crazy.Basumatary 4 месяца назад +1

      @@currentsmart aituwo hoi kotha tu 👍

    • @mridulpathak1947
      @mridulpathak1947 4 месяца назад

      Share subscribe please

  • @GobinDoley-y3t
    @GobinDoley-y3t 4 месяца назад +7

    Gohpur pora kune kune sai ase like kora😂

  • @dhanjitrabha2248
    @dhanjitrabha2248 4 месяца назад +72

    ক'ব বেয়া লাগে, ক'ব নাপায় যোৱা কিছুদিন আগত ড° বীৰুৱালা ৰাভাৰ মৃত্যু হৈছে আজি পৰ্যন্ত তেওঁকো আমাৰ সমাজত আমাৰ ফেমেলিৰ মানুহে কয় যে তেওঁ হেনো ডাইনী আৰু তেওঁ সেইবাবে ইয়ান ডাঙৰ মানুহ হৈছে যে মেডিয়াৰ আগত তেওঁ হেনো মূৰ পাৰি দেখুৱাইছে..... এইবোৰ সকলো মিছা আপোনালোকেও এইবোৰ অন্ধবিশ্বাসত নপৰে যেন 🙏....Thank you dimpu da আপুনি এইবোৰৰ ওপৰত মাত-মাতি যোৱাৰ বাবে।

  • @chainkiller918
    @chainkiller918 4 месяца назад +24

    Best epis : Mur nam momin Ali Mur ghura asil Boga ehote Puja mari ranga koridile 😂😂

  • @Abhijitvlogs88
    @Abhijitvlogs88 4 месяца назад +430

    Bom disa kintu thumbnail khn 😂😂😂

    • @Bobi_Gamer_
      @Bobi_Gamer_ 4 месяца назад +11

      Atori Dyok Dangoriya Aahise 😂😂

    • @prabinofical7859
      @prabinofical7859 4 месяца назад +6

      Veiw pale hol 😂

    • @CrazySatisfying-wm6eh
      @CrazySatisfying-wm6eh 4 месяца назад +3

      @@Bobi_Gamer_ Gangoriya nohoi Dangoriya 😂😂😂

    • @Bobi_Gamer_
      @Bobi_Gamer_ 4 месяца назад +3

      @@prabinofical7859 😂

    • @Bobi_Gamer_
      @Bobi_Gamer_ 4 месяца назад +2

      @@CrazySatisfying-wm6eh Typing Thike Asil Space Diyote Bhul hoise 😂

  • @LJ_creation_23
    @LJ_creation_23 4 месяца назад +7

    নৱপ্ৰজন্মক সুপথে পৰিচালিত কৰিবলৈ আপোনাৰ যি যাত্ৰা সেইয়া সদায় অব্যাহত ৰাখক । বৰ্তমান সময়ত বহুত উপকাৰী এটা ভিডিঅ ৰাইজলৈ আগবঢ়াই দিলে । আপোনাৰ বাবে এটা লাইক👍
    👇

  • @shahilahmed9908
    @shahilahmed9908 4 месяца назад +227

    Facebook/ Instagram kone kone nucholai like👀 kora 😊

  • @pradipdas-g3n
    @pradipdas-g3n 4 месяца назад +147

    Aibur BJP, r provab

    • @surajitkhanikar7033
      @surajitkhanikar7033 4 месяца назад +15

      Toiu akei andho 😂😂😂

    • @chinmayh4x101
      @chinmayh4x101 4 месяца назад +1

      Aayein 😮😅

    • @khagendas575
      @khagendas575 4 месяца назад +2

      ena bjp baba nhoi

    • @anuragdeka7040
      @anuragdeka7040 4 месяца назад +8

      Bjp ki korile oo🤣🤣 tok

    • @khargachouhan473
      @khargachouhan473 4 месяца назад +6

      Toi sagay alur hona pali hai karonay bjp ba political or kotha kobo aahisa
      Video too kihor sailoi kobi

  • @mysanjayss8106
    @mysanjayss8106 4 месяца назад +2

    দিম্পু দাৰ video বিলাক অলপ বেলেগ কৈ বনাই কাৰণ থামনেল যিটো ছবি দিলে সিটোৰ ওপৰত ভালকৈ নকলে🙄। ডাঙৰীয়া ওপৰত ভালকৈ নকলে যে?? তোমাৰ ভিদেও ৰ জৰিয়তে বুজিলো অন্ধবিশ্বাসৰ কথা। কিন্তু স্পষ্ট কৈ বুজি নাপালোঁ ডাঙৰীয়াৰ কথা। 🥲🙃🙃

  • @Programmer-x7y
    @Programmer-x7y 4 месяца назад +16

    আঁতৰি দিয়ক আঁতৰি দিয়ক ডাঙৰীয়া আহিছে ।।
    কিছু সময়ৰ পিছত : মোৰ নাম মমেন আলি , মোৰ ঘোঁৰা আছিল বগা , পূজা পাত কৰি বনালে ৰঙা , লগতে ভাগিলে মোৰ ঘোঁৰাৰ হিয়া , মোক ঘোঁৰা টো ওভোটাই দিয়া ।।
    এইয়াই হয় যেতিয়া শিক্ষাক কৰে উপলুঙা ।।

  • @Arun_wie
    @Arun_wie 4 месяца назад +12

    আঁতৰি দিয়ক আঁতৰি দিয়ক 😅 ধেমাজিৰ পৰা দিম্পু দাৰ ভিডিঅৰ জ্ঞান লব আহিছো😊

  • @Ajim_aslam
    @Ajim_aslam 4 месяца назад +23

    আতঁৰি দিয়ক ডাঙৰীয়া আহিছে, হা মোৰ নাম মমিন আলী সিহঁতে মোৰ বগা ঘোৰা দুটা পূজা পাত কৰি ৰঙা কৰি দিছে😅😅। মানুহ গৈ চন্দ্ৰ পালে গে আৰু আমাৰ কিছুমান আতঁৰি দিয়ক ডাঙৰীয়া আহিছে।

  • @MyMusic-lq8oe
    @MyMusic-lq8oe 4 месяца назад +2

    Tumio bhoot r uprot video banai alop holeo superstition increase karisa, xei video keitat tumio nijeo koisa ji ketia ba biswas kariba badhya hoi jao... Bhoot shut eko naii vai. Voi e vut

  • @sunitchangmai9718
    @sunitchangmai9718 4 месяца назад +22

    শেষলৈ ফেচবুক'ৰ বিষয়ে যি মন্তব্য দিছে, সেয়া কিন্তু সঁচাকৈয়ে বৰ্তমান হৈ আছে। বাকী সকলোবিলাক কথা মন্তব্য প্ৰকাশিত কৰাৰ বাবে ভাল লাগিল।।

  • @bishwakai3981
    @bishwakai3981 4 месяца назад +2

    Dimpu Dada Video To Moja asa Bishwa kai Channel To Sabi Guys❤‍🔥 Video Asa guys

  • @palbaruah7672
    @palbaruah7672 4 месяца назад +317

    দিম্পো দা আহিছে আঁতৰি দিয়ক ❤❤❤

  • @AirYan5iveZer0
    @AirYan5iveZer0 4 месяца назад +1

    পৃথিৱীত আটাইতকৈ বেছি অন্ধবিশ্বাসী মোৰ Maternal Family টো হয়।

  • @SinakiMajuli
    @SinakiMajuli 4 месяца назад +308

    ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক।

  • @tridipnath7618
    @tridipnath7618 4 месяца назад +1

    আঁতৰি দিয়ক আঁতৰি দিয়ক comment পঢ়িবলৈ আহিছোঁ।😅😂😂

  • @NIZAM_UDDIN_9709
    @NIZAM_UDDIN_9709 4 месяца назад +30

    আঁতৰি দিয়ক: dimpu দাৰ video আহিছে🎉😂

    • @shunainadeka7264
      @shunainadeka7264 4 месяца назад +2

      Bidio nohoi a vii video

    • @Badge_F
      @Badge_F 4 месяца назад

      😂😂😂😂😂😂​@@shunainadeka7264

  • @shakilrockkhanvlogs07
    @shakilrockkhanvlogs07 4 месяца назад +2

    Mur Gura Aasile boga hehote puha path kri Ronga bonai dese 🤦🤣😂

  • @thisisplegoleen7625
    @thisisplegoleen7625 4 месяца назад +19

    Ki next level video Quality bhai ❤🔥🔥🔥🔥

  • @enjoyeverything3327
    @enjoyeverything3327 4 месяца назад +1

    Facebook সকলোঁ ঠাইতে আছে কিন্তু অন্ধবিশ্বাস ইমান নাই, কাৰণ হল তেওঁলোক শিক্ষিত ।🙏

  • @surajitvlogs22
    @surajitvlogs22 4 месяца назад +30

    ডাঙৰৰীয়া আহিছে আঁতৰি দিয়ক। আতঁৰি দিক। Zubeen da 🔥❤️

    • @luitsk493
      @luitsk493 4 месяца назад +1

      Mur karone eijon manuh he ডাঙৰীয়া, জয় জুবিন দা ❤

  • @kutandey4444
    @kutandey4444 4 месяца назад +3

    এনেকুয়া অন্ধবিশ্বাস ও কাৰণে ভাল দুটা লোৰা
    আমাৰ মাজাৰ পড়া হেৰাই গোল। ❤️ নিৰূপল & অভিজিৎ🙏 please এ অন্ধ বিশ্বাস ও পৰা আমাৰ অসম খন বসাক। please 🙏

  • @its_ariyan_ashraf
    @its_ariyan_ashraf 4 месяца назад +21

    বহুত‌ দিনৰ পৰা এনেকুৱা অৰ্থাৎ এই Topics ওপৰত এটা Vdo বিচাৰি আছিলো আজি DIMPU দাৰ পৰা পালোঁ Thnk Uhh DIMPU দা ❤️🙏

    • @its_ariyan_ashraf
      @its_ariyan_ashraf 4 месяца назад

      @Robiiin_chan__Aree Kehna Kya Chahate Ho 😂

  • @pritomkoushik4674
    @pritomkoushik4674 4 месяца назад +1

    খুব কান্তলিয়া চৰ দিব লাগে,,, এই মহিলা কেইজনীক , অন্ধ বিশ্বাস বিয়পাই আছে ,, এজনী এ নাচি দিয়ে যে 😁😁😂🤣

  • @gohainassamvlog2453
    @gohainassamvlog2453 4 месяца назад +19

    উদাহৰণ টো অতি সুন্দৰ লাগিল ❤

  • @dhanjitkalita1657
    @dhanjitkalita1657 4 месяца назад +1

    Moi nij saku dexiso......maj rati Boga ghora with dangoriwa......name ghar r rakhia.....

  • @sumtara3779
    @sumtara3779 4 месяца назад +5

    ভাং খালে কি হয় তাৰ ওপৰত video বনাবচুন

    • @DOG_LOVER343
      @DOG_LOVER343 4 месяца назад

      Brain r cell bilak damage hoi

  • @shivaji2.096
    @shivaji2.096 4 месяца назад +2

    Thumbnail moja disa kintu 🔥😂😂

  • @kangkandevboro9958
    @kangkandevboro9958 4 месяца назад +3

    12:21 uninstall kori dileo khong kore je😂 , problem

  • @boos7238
    @boos7238 4 месяца назад +1

    তোমাৰ ভিদেও চাব নাপাই দেহ 😂😂😂😂😂😂😂😂😂😂 কিন্তু নাজানো কেলে চাব নাপাই

  • @UCITACHI444
    @UCITACHI444 4 месяца назад +7

    Dimpu dar friend hoi jodi like korok
    👇

  • @Pjeex
    @Pjeex 4 месяца назад +1

    Question xudhile gali diey Maaye. Koy bohut dangor hoiso dangror kotha nuxunibi naki toy.😂

  • @mising790
    @mising790 4 месяца назад +30

    দিম্পু দা গহপুৰত অসমীয়া মানুহে আই উঠিছে বুলি আমাৰ মিচিং ঘৰ , আমাৰ মিচিং সংস্কৃতিৰ আপং(মদ) সকলো ভাগি পেলালে আৰু ২ লাখ টকা চুৰি লৈ গ'ল actually সিহঁতে আইৰ নামত অভিনয় কৰি চুৰ কৰিবলৈহে আহিছিলে আৰু মদ বনাই বুলি মদ চদ চব পেলালে। সেই ঠাইত অকল এটা ঘৰে মিছিং মানুহ আছিল। জীয়েকৰ বিয়া আছে বুলি আপং মদটো বনাইছিল 😢😢

    • @hritamkashyap
      @hritamkashyap 4 месяца назад +2

      দাদা মিচিংসকলো অসমীয়াই হয় আৰু আপুনি বুজি পাইছেই চোন সিহঁতৰ নিজস্ব স্বাৰ্থ আছিল
      আপুনি আইনৰ সহায় লওক

    • @mising790
      @mising790 4 месяца назад

      @@hritamkashyap মিছিং মানুহ বুলিহে কৰিছে। আমাৰ মিচিং মানুহ হোৱা হলহেতেন ঘৰ বাৰী ভাগিব আৰু মদ পেলাব নিদিলে হেঁতেন। তুমি ভিডিঅ'টো চোৱা হ'লে গম পালে হেঁতেন।

    • @hritamkashyap
      @hritamkashyap 4 месяца назад

      দিয়ক চোন

    • @hritamkashyap
      @hritamkashyap 4 месяца назад

      আৰু আপুনি আইনৰ সহায় লওক

  • @RashidulIslam-ni6sb
    @RashidulIslam-ni6sb 4 месяца назад +1

    আঁতৰি দিওক কমেণ্ট পঢ়িব আহিছোঁ 😂

  • @rakhibee
    @rakhibee 4 месяца назад +10

    Much much needed dimpu daa...sob scientific reason moi aru keitamn example koi diu-
    1- amak rati nails katibo nidiye because amar vulote andhar t ami nijoke kati lobo paru😊
    2- amak rati ghor xaribo nidiye because rati jharu marute kisumn moiloban bostu xara jabo pare andhar t
    3- aru mc hole tin din t amak gaa mur kio dhubo diye karon mensuration hole suali burur body temperature high hoi thake heikarone body temperature down koribole gaa mur bhobo diya hoi heikarone sua hua time t moo besikoi kamure because moo bur gaa r temperature gorom thoka manuh lokok he besi kamure ..
    Aru bohuto reason ase kisumn scientific besibhag a scientific...kismn aru ane jar aku meaning ni hei bur etiyau mani sole..smart houk olp aru nijor life aru anor life u horol korok... thank you 😊

  • @priyamkalita467
    @priyamkalita467 4 месяца назад +1

    Suwa juwa tu(girls) hindu khokolur lgt hoi .. musolman khokolukokor lgt tu hoi but khihotote suwa rule tu namane(okole thakibo thakibo).. eya janu dharmor karone hoi .. jar dharmot ji niyom ase kheya niyam

  • @biplabvlogs2195
    @biplabvlogs2195 4 месяца назад +59

    Coment পৰিব আহিছোঁ আঁতৰি দিয়ক আঁতৰি দিয়ক।

  • @bikug1610
    @bikug1610 4 месяца назад +1

    Video bur besi professional+ camera+voice hoise val nologa hol

  • @sourabhsourabh8674
    @sourabhsourabh8674 4 месяца назад +2

    Dimpu daak val puwa hokole like kora

  • @apnamanuh
    @apnamanuh 4 месяца назад +3

    So true about mensuration cycle.... Well explained dimpu daa.......ARU...Hosakoi facebook tu eta virus hoi... Kuna bujabo kua... Kiba kola older generationr emotions ulai ahe..... Jitu kunu kribo nuare apuni kri dekhuale.... Proud of you

  • @Junmoni-t6s
    @Junmoni-t6s 4 месяца назад +1

    Apunar dore aru alop Gyan Diya youtuber takile amar Manu aji Ane levelot natakile heten 🤔😵😫😩

  • @pjzubeen
    @pjzubeen 4 месяца назад +4

    Dimpu da superstition hoi... spelling tu change kri diok TITLE ot

  • @princedas8588
    @princedas8588 4 месяца назад +1

    Best dialog mr boga ghora tu puja kori ronga kri dile😂😂

  • @Iamdaslina
    @Iamdaslina 4 месяца назад +3

    Mur mind r katha khini koi dila Tumi , Vaal lagil Sai✨

  • @RanjanCreating56
    @RanjanCreating56 4 месяца назад +1

    Hosa kotha koise facbook app tu band korile bohut val kotha hbo 🙏

  • @KabitaSingha-jt6xv
    @KabitaSingha-jt6xv 4 месяца назад +28

    অসমৰ মানুহৰ মনটেলেটি কম জে।

  • @ashimdeka2607
    @ashimdeka2607 4 месяца назад +1

    😊936th comment😊
    😊20/05/2024 Tuesday 😊4:34 pm😊

  • @koushikbez2370
    @koushikbez2370 4 месяца назад +3

    Best ever topic on RUclips 👍keep doing like this

  • @sushilpegu6243
    @sushilpegu6243 4 месяца назад +1

    amar missing. homajok toki kini ki buli baba tumi poisa 50000 tokatuk ki korile😂😂 dimpu da😅

  • @youngstersteam2972
    @youngstersteam2972 4 месяца назад +7

    Dimpu Da You Are Brilliant Student And Teacher ❤ thank you so much

  • @HaniramNarah
    @HaniramNarah 4 месяца назад +1

    dada amar gangotu
    Bhim Krishna Narayan gotugost bokakur onuman bokumoti aru axe😂 upai nai ajiu mani axe😢

  • @dipurabha778
    @dipurabha778 4 месяца назад +5

    Fecebook to bohot beya hoise aji kali dinor manuh bur karone kunu bujib nuhuje aji dinot atu vool.
    Tq Dimpu👍 Good massage for people's

  • @JustOffBeat
    @JustOffBeat 4 месяца назад +3

    One of the best Video of Assamese RUclips.
    Lots of respect for you Bro...❤

  • @prosanjitdas2056
    @prosanjitdas2056 4 месяца назад +1

    Tumi kola ja Helo life foundation Tor khobor ki😅

  • @Palash_art
    @Palash_art 4 месяца назад +6

    First comment love from sivasagar ❤❤

  • @mrjcreation8450
    @mrjcreation8450 4 месяца назад +1

    Atori dyok atori dyok dangoriya ahise 😄🤣

  • @jimismitabaishya4573
    @jimismitabaishya4573 4 месяца назад +24

    আজি কালি বেছি হে হৈছে অন্ধ বিশ্বাস।শিক্ষা আগ যিমান বাঢ়ি গৈছে সিমানেই অন্ধ বিশ্বাস বাঢ়ি গৈছে।

    • @sanjibdas9117
      @sanjibdas9117 4 месяца назад

      ভাৰতীয় শিক্ষা - ব্যৱস্থা কাম নাই।

  • @ArijitChayengiaofficial
    @ArijitChayengiaofficial 4 месяца назад +1

    Asomiya buli sudai Toka keitar besi 🤙😡😡🥵

  • @Rekhasvlog1515
    @Rekhasvlog1515 4 месяца назад +6

    Dibrugarh পৰা মই Comment পঢ়িব আহিছোঁ।😂 আতঁৰি দিয়ক 😂 আতঁৰি দিয়ক 😂

  • @jadumonibaruah
    @jadumonibaruah 4 месяца назад +1

    Kahini2 sandeep maheswari videot bohut agotei hunisilu

  • @Anupam____12348
    @Anupam____12348 4 месяца назад +4

    Atori dyok dimpu da ahise😅

  • @Dhemon-cx3mh
    @Dhemon-cx3mh 4 месяца назад +1

    Thaiiii dimpu.....atoriyo diyok dangoriya ahise

  • @nilimpg7977
    @nilimpg7977 4 месяца назад +9

    Love from Lakhimpur 🎉

  • @NirmolRay1996
    @NirmolRay1996 4 месяца назад +1

    আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক।

  • @Uniqevlogs2k7
    @Uniqevlogs2k7 4 месяца назад +9

    আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে 😂

  • @bhairabikalita9283
    @bhairabikalita9283 4 месяца назад +1

    Thumbnail t thoka tiri tur phto khn dekhilei hahi uthi jaii kiba🥲😂😂😂

  • @nafizkarim8601
    @nafizkarim8601 4 месяца назад +8

    Love you dimpu da ❤❤❤❤

  • @hirokj.d
    @hirokj.d 4 месяца назад +1

    Copy kori kori soli ase hindi videor pora 🧐

  • @btwitsofiq29
    @btwitsofiq29 4 месяца назад +7

    Love from Lakhimpur ❤

  • @kiro972
    @kiro972 4 месяца назад +1

    ডাঙৰীয়া আহিছে আতৰি দিয়ক ,আতৰি দিয়ক 😂

  • @premataid4894
    @premataid4894 4 месяца назад +7

    Riyan parag aru dimpu dar karne like ata kra ❤❤❤

  • @aloneBoy-xe4mt
    @aloneBoy-xe4mt 4 месяца назад +1

    Dimpu daa moi gohpur or a hoi
    Love from Gohpur 💓✔️

  • @debangshuchy.7819
    @debangshuchy.7819 4 месяца назад +9

    মাত্ৰ এটা সাৰাংশ :
    আমাৰ ইয়াত ঘৰৰ / ভাগি ৰ কোনোবা মৰিলে, সমাজৰ নিয়ম অনুসৰি ঘৰৰ মানুহ তথা পৰিয়ালে ৬মাহ / এবছৰৰ বাবে মন্দিৰ , ধৰ্মীয় অনুষ্ঠান ত যাবলৈ বাধা দিয়ে , কিন্তু বাহিৰত অৰ্থাৎ অসমৰ বাহিৰত , উদাহৰণ ৰূপে উৰিষ্যা ৰ জগন্নাথ মন্দিৰতে এই নিয়ম নাই , কিয়নো তাত গলে প্ৰথমে সাগৰৰ তীৰত গৈ গা ধুই , কাষতে থকা স্মশান ত সেৱা জনাই মন্দিৰলৈ যোৱাৰ নিয়ম তথা দেখা যায় , কিন্তু আমাৰ ইয়াত এনেকুৱা নিয়ম কিয় ?
    কৰবাত আসোঁৱাহ নাই নে ?

  • @Bhargab_3TeN
    @Bhargab_3TeN 4 месяца назад +1

    Fali disa dA😂

  • @Just_for_funn97
    @Just_for_funn97 4 месяца назад +7

    50% আমাৰ পূৰ্ব পুৰুষে ভালৰ বাবেই কৰিছিলে , কিন্তু ভুলক্ৰমে সময়ৰ লগত পৰি সব বেয়া হৈ থাকিলে 😢😢😢😢
    Social learning and social awareness create koribo lagiya bohut ase... Social science is much needed study in this contemporary time.

  • @dipakmalakar1183
    @dipakmalakar1183 4 месяца назад +1

    Boga gura ronga kori dile😂😂😂😂😂😆😆😆😂😂😜😜🤣🤣🤣🤣

  • @RajPayeng-tk8ym
    @RajPayeng-tk8ym 4 месяца назад +58

    সঁচা কথা দিমপু দাহ আপোনাৰ কথা কোৱা বিলাক জয় দিমপু দাহ

    • @RISHI_EDITZ-0
      @RISHI_EDITZ-0 4 месяца назад +1

      দিম্পু দাহ নে দিম্পু দা 😂

    • @RajPayeng-tk8ym
      @RajPayeng-tk8ym 4 месяца назад

      @@RISHI_EDITZ-0 দাহ

    • @rajeshvlogs43
      @rajeshvlogs43 4 месяца назад

      ভাই , বানান বিলাক অলপ শুদ্ধকৈ লিখিবলৈ যত্ন কৰা

  • @digantagogoi5860
    @digantagogoi5860 4 месяца назад +1

    আঁতৰি দিয়ক আঁতৰি দিয়ক দিম্পু দা আহিছে 😂😂

  • @assameseorganisation
    @assameseorganisation 4 месяца назад +4

    Love from hajo adhiarpara

  • @mousomormaak3432
    @mousomormaak3432 4 месяца назад +1

    আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো আমাৰ দেউতাই ২ বাৰ বুঢ়া ডাঙৰিয়াক দেখিছে 🙏 🙏 ।

  • @rajdeeptalukdar5142
    @rajdeeptalukdar5142 4 месяца назад +33

    মজা দিম্পু দা! আৰু বানানটো 'Superstition'...বাকী‌ সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূল হোৱাৰ আশাৰে....👍👍

    • @mastarvines7887
      @mastarvines7887 4 месяца назад +1

      Soubhik ke dagori uloa mnuhor ghora saport he karise kinto boja bo noarile je manuher eibor monr ভৰ্ম

    • @mastarvines7887
      @mastarvines7887 4 месяца назад

      krisno bgobanor rup dora sowli joni r lakia famus hoboloy acting korisel dagoria uloa manhu gorat kinto lav nohol

  • @BirazChetry-zc4ok
    @BirazChetry-zc4ok 4 месяца назад +1

    Apuni kowa hisabot to bhogowan or uporot o prosna korba naki 🌝

  • @BaharulIslam-tc3bi
    @BaharulIslam-tc3bi 4 месяца назад +5

    Dimpu dar video sab ahiso আঁতৰি দিয়ক........

  • @deenislam9005
    @deenislam9005 4 месяца назад +1

    Amr period r homoyot anekua nokore,,,,

  • @prooodipmipun70
    @prooodipmipun70 4 месяца назад +14

    Ai bilag Jodi kora nohoi n dimpu daa family members a ghoror pora khedibo😅. But moi ai bilag Bishakh nokoru👍💐

  • @DBKapilsVlogs00
    @DBKapilsVlogs00 4 месяца назад +1

    Dimpu da moi facebook use nokoru .. Aru kun a kun a nokora like kora ❤

  • @KUSHALMAJHI27
    @KUSHALMAJHI27 4 месяца назад +8

    ATORI DIOK ATORI DIOK PURA.VIRALL HOI GOL🎉🎉 AIBUR BONDHO HBO LAGE ❤❤

  • @nayanbarman-t3z
    @nayanbarman-t3z 4 месяца назад +2

    Kune kune Facebook use nkora >like Kora ❤

  • @utpalsaikia2004
    @utpalsaikia2004 4 месяца назад +4

    Dimpu da ❤ and dhruv rathe❤

  • @tradinggrowttt
    @tradinggrowttt 4 месяца назад +1

    youtube or bahira ❤ eku social media a use nokoru 😺

  • @Study42-f7w
    @Study42-f7w 4 месяца назад +5

    Dimpu dak Kuna Kuna monor pora bhal pai ❤
    ❤❤ aji kali pura bomb di asa tai 😂

  • @Astrono_ff
    @Astrono_ff 4 месяца назад +1

    Only gaming account r karone Facebook install kora ase mobile t