সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰিলে ৰাজ্যিক বিজেপিয়ে!

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 48

  • @dsbaruah1359
    @dsbaruah1359 2 месяца назад

    Val hoise ji hoise

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 месяца назад +14

    একো ডাঙৰ কথা নহয়।সৰ্বানন্দৰ দৰে এটা কাপুৰুষক একো সন্মান নিদিয়াতো একো ডাঙৰ কথা নহয়।যিজনেদলৰ ভুল দেখিও নীৰৱ দৰ্শক হৈ নেদেখা-নুশুনাৰ ভাও ধৰি থাকে। সেঈজনৰ কোনো voice য়েই নাই।

  • @imdadali9519
    @imdadali9519 2 месяца назад +1

    তেখেতে আগতে বহু ভূল কৰিলে।তাৰে ফল এইয়া।

  • @NaliniDeka-mq1rf
    @NaliniDeka-mq1rf 2 месяца назад +1

    ঘৰৰ মানুহক ঘৰৰ মানুহে যদি উপলুঙা কৰে সেই ঘৰৰ মূল্য কিমান ফটাহি মাৰা কথাতে গম পোৱা যায়

  • @commenti5459
    @commenti5459 2 месяца назад +3

    এতিয়াহে এলাগী কৰিছে নেকি ইমান বছৰে কিনো হৈ আছে

  • @RajeevNath-d1i
    @RajeevNath-d1i 2 месяца назад

    Himalaya jabo lage..tat bohi topoyshya korok

  • @Biplobnath-h3w
    @Biplobnath-h3w 2 месяца назад

    লাহে লাহে ক অ...

  • @Aditygogoi123
    @Aditygogoi123 2 месяца назад

    ধৃতৰাষ্ট্ৰ,,,,কিনো‌ মাতিব,,, তেওঁ ক মতা নমতা একে কথা,,, শিলৰ মূৰ্ত্তি হে,,,

  • @niranjansinghniranjansingh-v5b
    @niranjansinghniranjansingh-v5b 2 месяца назад

    Assam r manuhae sarba kae bisare ji ae nohoik

  • @bidi7453
    @bidi7453 2 месяца назад +2

    জয়ন্ত মল্ল পিজুশ আৰু হিমন্তৰ অহংকাৰৰ আৰু দুৰ্নীতি ৰ বাবে এজন ভাল মানুহ দলে হেৰালে। এনেকৈ এদিন দল টো শেষ কৰি তিনিও গৈ নতুন দলত যোগদান কৰিব। ২০০১ চনৰ পৰা বিষমবাদ চিন্দিকেট আদিৰে আজি পৰ্যন্ত অসম খনক জৰ্জৰিত কৰি এই কেইজন নেতাই এ কৰি আহিছে। কোনো দল বেয়া নহয় না কোনোবা দলৰ আদৰ্শ । বেয়া মাথো ব্যক্তি সেয়ে এতিয়া এইকেইজন যি দলত থাকে সেই দল ৰাইজ এ ত্যাগ কৰা উচিত। তিনিও হেজাৰ হেজাৰ কোটি লুণ্ঠন কৰি অসম খনক ঋণ ৰ বোজা জাপি দি পলাব শেষত।

  • @PankajHazarika-d3y
    @PankajHazarika-d3y 2 месяца назад +5

    উচিত সিদ্ধান্তু ল'লে জাতিয় নায়ক(?)ৰ প্ৰতি।

  • @RakeshPatir-u6d
    @RakeshPatir-u6d 2 месяца назад

    Sunuwal kam nai .

  • @rakashdas9087
    @rakashdas9087 2 месяца назад +10

    ভাল হৈছে বি জে পিৰ কোনো কথাতে সোনোৱালে নামাতে তেওৰ সতিৰ্থসকল এজন এজন কৈ দল এৰি যাব লগা হল

  • @harinarayandeori3813
    @harinarayandeori3813 2 месяца назад

    বৰ শণি য'ত, লন্দ ভন্দ য'ত ...।

  • @BordoloiNarah
    @BordoloiNarah 2 месяца назад

    ব ওত,দুখ, লগাই চে,সৰবাণধ

  • @VolaNath-jb6ys
    @VolaNath-jb6ys 2 месяца назад +1

    ভাল হৈছে ! কি বেয়া হৈছে !!?আৰু ভোট দে। !!??

  • @julhaz3336
    @julhaz3336 2 месяца назад +3

    May avoid Upper Assam leaders.

  • @hemantamahanta5578
    @hemantamahanta5578 2 месяца назад

    এইটো বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ একনায়কত্ববাদৰ নমুনা বুলি বিবেচিত হৈছে ।

  • @amu536
    @amu536 2 месяца назад

    ভৰি চেলেকা সভাপতি 😅

  • @njyotinjyoti7541
    @njyotinjyoti7541 2 месяца назад

    কিৰন ৰিজিজুয়ে স্থান পাব কাৰন ৰাহুল গান্ধীৰ লগত সদনত তৰ্কত লিপ্ত হৈছিল মামাই বৰ ভাল পাইছল সেই কাৰনে নিমন্ত্ৰণ জনালে কাৰ্জ নিৰ্বাহক সভালৈ

  • @gh12138.
    @gh12138. 2 месяца назад

    Lora raja a main😢

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 2 месяца назад +3

    Sonowaloi beya lagise

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 месяца назад +1

    হিমন্ত এণ্ড কোম্পানীৰ মিটিংলৈ সৰ্বানন্দৰ পক্ষৰ মানুহক মতা নাই

  • @অসমীয়াপৰিয়াল

    আপুনি বাতৰি কৈছেনে , ভাওনা কৰিছে ?

  • @putulsonowal7379
    @putulsonowal7379 2 месяца назад

    Himat kut niti

  • @pradipkumardas7571
    @pradipkumardas7571 2 месяца назад +1

    Hagura, mutura sab khabar sabra brihat khabar.

  • @gyancharli
    @gyancharli 2 месяца назад

    Iman siyorise kyo

  • @abhilashamainavlogs3241
    @abhilashamainavlogs3241 2 месяца назад

    Hemanta hatau Bjp basau

  • @Rana-hg8hg
    @Rana-hg8hg 2 месяца назад

    বিজেপি কোম্পানিৰ মিটিং হে

  • @gobinbhuyan2158
    @gobinbhuyan2158 2 месяца назад +1

    BJP news hunibaloi Maan nai...

  • @amarh9566
    @amarh9566 2 месяца назад

    2026 t haribo

  • @BhupenBhuyan-r4j
    @BhupenBhuyan-r4j 2 месяца назад

    Bokbas Besi

  • @pulakjn9090
    @pulakjn9090 2 месяца назад

    😂😂😂😂😂😂

  • @deepjyotiborah4708
    @deepjyotiborah4708 2 месяца назад

    Himanto nisina sutmaroni hobola hikok gahori khuwa tu kok kaju khabola hikok tetia ha hobo

  • @MRCRAZYBOY786
    @MRCRAZYBOY786 2 месяца назад

    Leng Mari. Cm

  • @niranjansinghniranjansingh-v5b
    @niranjansinghniranjansingh-v5b 2 месяца назад

    Sarba kunu a aku koribo nuware tekhet modi r manuh aku baal singhi bo nuware taur taue ajan sincere manuh😮 altu faltu tau nahoi 😊

    • @Smart8hd-ds1pm
      @Smart8hd-ds1pm 2 месяца назад

      Modire manuh jadi Himantak .oppharonkori dekhuai diok

  • @Aditygogoi123
    @Aditygogoi123 2 месяца назад

    ধৃতৰাষ্ট্ৰ,,,,কিনো‌ মাতিব,,, তেওঁ ক মতা নমতা একে কথা,,, শিলৰ মূৰ্ত্তি হে,,,

  • @Aditygogoi123
    @Aditygogoi123 2 месяца назад

    ধৃতৰাষ্ট্ৰ,,,,কিনো‌ মাতিব,,, তেওঁ ক মতা নমতা একে কথা,,, শিলৰ মূৰ্ত্তি হে,,,

  • @Aditygogoi123
    @Aditygogoi123 2 месяца назад

    ধৃতৰাষ্ট্ৰ,,,,কিনো‌ মাতিব,,, তেওঁ ক মতা নমতা একে কথা,,, শিলৰ মূৰ্ত্তি হে,,,

  • @Aditygogoi123
    @Aditygogoi123 2 месяца назад

    ধৃতৰাষ্ট্ৰ,,,,কিনো‌ মাতিব,,, তেওঁ ক মতা নমতা একে কথা,,, শিলৰ মূৰ্ত্তি হে,,,