অসমীয়া জাতি ধ্বংস হোৱাৰ কাৰণ জানি আপুনি হ'ব আচৰিত | দীপক ব্ৰহ্ম বাপ | Bhagwat Bakhya | Dipak Barhma

Поделиться
HTML-код
  • Опубликовано: 1 дек 2024

Комментарии • 42

  • @anjalidas4572
    @anjalidas4572 День назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 বাপজনা মন ভৰি গৈছে,অতি সুন্দৰ 🙏

  • @nirmaldeori4218
    @nirmaldeori4218 День назад +4

    Krishna Baap ,you are absolutely right 🎉🎉🎉🎉

  • @nirmaldeori4218
    @nirmaldeori4218 День назад +3

    Krishna krishna krishna krishna 🙏🙏🙏🙏

  • @ujjalbora9810
    @ujjalbora9810 День назад +1

    কৃষ্ণ বাপ 🙏জয় গুৰু শঙ্কৰ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ শ্ৰীশ্ৰী মাধৱদেৱ

  • @jatindas4577
    @jatindas4577 День назад +1

    কৃষ্ণ কৃষ্ণ বাপ। অতি সুন্দৰ ব্যাখ্যা। কৃষ্ণ।

  • @jonalibarman9232
    @jonalibarman9232 День назад +1

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা।

  • @tarunmedhi8907
    @tarunmedhi8907 10 часов назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🪔❤ প্ৰনাম বাপ প্ৰভু ❤

  • @KUSUMBARMAN-yp3rf
    @KUSUMBARMAN-yp3rf День назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ কিছু খৰ হৈছে ভাল হৈছে

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do День назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @PradipGogoi-i7b
    @PradipGogoi-i7b День назад +1

    ধন্যবাদ বাপ ঈশ্বৰ। আমি তাকেই কৈ আহিছোঁ। ভাৰতীয় দৰ্শন সমূহ আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। মানুহৰ আত্ম দৰ্শনৰ বাবে যত ধৰ্ম গ্ৰন্থ ও শাস্ত্ৰ সমূহ পঢ়িলেই নহ'ব।তাত দুটা ভাগত বিভক্ত আছে। এটা বাহ্যিক আনটো আধ্যাত্মিকতাবাদ। ভাৰতীয় দৰ্শন সকলো বিলাক তেনে কুৱাই। কাহিনীৰ দৰে ৰূপক দিছে কিন্তু কাহিনী নহয়। তত্ত্ব গধূৰ অথ আছে জীৱনক লৈ। তত্ত্ব ভেদি জ্ঞান লভি পৰম মুক্তিপ্ৰাপ্ত হয়। সমস্ত শাস্ত্ৰৰ তত্ত্ব যেবে হ'ব আত্ম উপলব্ধ ব্ৰহ্ম ক জানিয়া বিশুদ্ধ হৈবেক চেতনা। বিশুদ্ধ চেতনা হৈবেক পৰম আত্মা । তাৰ পৰে সচিদানন্দ ব্ৰহ্ম হৈ জীৱৰ জন্ম মৃত্যুৰ বন্ধন মুক্ত হৈ ব্ৰহ্মতেই বিলিন হয়। জগতত ধৰ্ম ফাটি চিটি অগনন হ'ল। ধৰ্ম গ্ৰন্থ সমুহ ও অনন্ত হ'ল। মানুহ কিন্তু ধাৰ্মিক নহ'ল। ধৰ্ম গোড়া হৈ জগতত বিভেদ সূষ্টি কৰিলে। অসমৰ ৰাইজ বাকী নথকা কৈ সকলো শঙ্কৰদেৱৰ দৰে নহ'লে ও প্ৰায় ওচৰা-ওচৰি হ'ব লাগিছিল। কাৰণ কিমান বছৰ হ'ল। যাৰ ভাগ্য নাই পূৰ্বজন্মৰ সঞ্চিত পাপ আছে। সিহঁত শঙ্কৰদেৱৰ একশৰণ নামধৰ্ম ল'ব নোৱাৰে। প্ৰচাৰ কৰি লাভ নাই। যাৰ হ্নদয়ত পূণ্য নাই শঙ্কৰদেৱক কিমতে পাই।

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 2 дня назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

    • @manoharChoudhury-e1y
      @manoharChoudhury-e1y День назад

      বৰ সুন্দৰ বাখ্যা বাপ।
      ঈশ্বৰে দীর্ঘায়ু প্ৰদান কৰক। সেৱা জনালো।

  • @gobinsharma7346
    @gobinsharma7346 2 дня назад +1

    আপোনাৰ বাখ্যা অতি.সুন্দৰ হৈছে। আপোনাৰ কুশল মঙ্গল কামনা কৰিছো।

  • @babulmedhi3864
    @babulmedhi3864 2 дня назад +1

    অতি সুন্দৰ

  • @ProvinProdsnia
    @ProvinProdsnia 2 дня назад +2

    কৃষ্ণ বাপ সন্ধিয়াৰ ভক্তি ভৰা সেৱা জনালোঁ।

  • @dinagogoi1013
    @dinagogoi1013 2 дня назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম জনালোঁ।

  • @golapiarandhara9441
    @golapiarandhara9441 2 дня назад +1

    Krishna Krishna

  • @robinborah5848
    @robinborah5848 День назад +1

    Sundar bhaykh b sahab krishan❤❤

  • @aparajitatamuli7273
    @aparajitatamuli7273 День назад +1

    ❤কৃষ্ণ❤

  • @PalashDhekialphukan
    @PalashDhekialphukan 2 дня назад +1

    Krishna Krishna Ram

  • @DayacharanKalita
    @DayacharanKalita День назад +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ঠিকনাৰ লগতে যোগা যোগ নম্বৰতো দিলে উপকৃত হলো হেতেন । কৃষ্ণ কৃষ্ণ !

  • @riturajborah9182
    @riturajborah9182 2 дня назад +1

    Krishna krishna Bor val Lagil

  • @kanakdeka6851
    @kanakdeka6851 2 дня назад +2

    চন্দ মোহন শৈৱৰ বিষয়ে কিছু ক'লে ভাল পাম!!!

  • @robinborah5848
    @robinborah5848 День назад +1

    Sundar Sundar Sundar b baap krishna Sundar ❤❤❤❤❤❤❤❤❤❤❤

  • @anjumalasaikia2608
    @anjumalasaikia2608 День назад +1

    কৃষ্ণ কৃষ্ণ

  • @madhusmitasaikia6543
    @madhusmitasaikia6543 2 дня назад +2

    Krisna❤❤❤

  • @নৰেন্দ্ৰচন্দ্ৰ

    কৃষ্ণ কৃষ্ণ 🙏

  • @DipaMoniMoran-w9f
    @DipaMoniMoran-w9f 2 дня назад +1

    🙏🙏🙏

  • @KhirodaSarkar
    @KhirodaSarkar 2 дня назад +1

    Krishna

  • @JunuDutta-js8yp
    @JunuDutta-js8yp 2 дня назад +1

    Krishna Ram Ram Ram Ram Ram

  • @rinjumonisaikia6527
    @rinjumonisaikia6527 2 дня назад +1

    কৃষ্ণ কৃষ্ণ ❤❤❤

  • @satyengohain5459
    @satyengohain5459 2 дня назад +2

    এটা কথা সুধিবলগীয়া হ'ল। অসন্তোষ নকৰে যেন । দোধোৰ-মোধোৰ অৱস্থাত পৰিছোঁ । কথাটো হ'ল , আমাৰ অসমীয়াৰ গামোচাখন হেনো ভকতে এমূৰে ফুল থকা গামোচা পৰিধান কৰিব লাগে । আপুনি দেখোন দুয়োফালে ফুল থকা গামোচা পৰিধান কৰিছে । এই তত্ত্বভাগ ব্যাখ্যা কৰি বুজাই দিবৰ বাবে একান্ত অনুৰোধ জনালোঁ ।

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 дня назад +1

      ৰাইজে পিন্ধাই দিছে......
      পৰিধান কৰিবটো লাগিবই..... কৃষ্ণ কৃষ্ণ 🙏

    • @giripathak8333
      @giripathak8333 2 дня назад +1

      Gamosakhan axamiyar bastu tat akou kihar tatta

  • @DipamoniGogoi_0_1
    @DipamoniGogoi_0_1 2 дня назад +8

    কৃষ্ণ কৃষ্ণ বাপ বহুত বহুত ভাল লাগিল ❤

  • @anuradhahazarika5803
    @anuradhahazarika5803 2 дня назад +1

    Krishnakrishnaprovujon.Apunakpronam

  • @luhitborah5485
    @luhitborah5485 День назад +1

    কৃষ্ণ বাপ ,

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 2 дня назад +2

    কৃষ্ণ কৃষ্ণ।

  • @Bina-b3m
    @Bina-b3m 2 дня назад +1

    🙏

  • @sabitriboruah4411
    @sabitriboruah4411 День назад +1

    Krishna