বিহাৰক উপহাৰ দিয়াৰ ক্ষেত্ৰত যেন কৃপণালি কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...
HTML-код
- Опубликовано: 7 фев 2025
- বিহাৰক উপহাৰ দিয়াৰ ক্ষেত্ৰত যেন কৃপণালি কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত বিহাৰৰ বাবে কেইবাটাও নতুন প্ৰকল্প ঘোষণা। চলিত বৰ্ষতে বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিও বিহাৰৰ জনতাক আকৃষ্ট কৰাৰ চেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
#PratidinTime #Bihar #BudgetSession #NirmalaSitharaman
এক বিহাৰী এশৰ ওপৰত ভাৰী
😂😂😂