অম্বুবাচী

Поделиться
HTML-код
  • Опубликовано: 6 ноя 2024

Комментарии • 1,6 тыс.

  • @bikashsutradhar1997
    @bikashsutradhar1997 Год назад +3

    কৃষ্ণ প্ৰভু

  • @anantarajkhowa6613
    @anantarajkhowa6613 2 года назад +27

    কাৰো মনত আঘাত দিব নেপাই ।যিজন মানুহক আপুনি ভাল নেপাই হেই বুলি মানুহ জনৰ বদনাম গাব নেকি ।যেতিয়া সমুদ্ৰ মুনথন হৈ চিলে তেতিয়া প্ৰথমে বিহ ওলাইছিল জি বিহ সমগ্ৰ জীৱ কুল পতি বিপদ নামি আহিছিল আৰু হেই বিহ পান কৰিছিল মহাদেৱ । আৰু হেই বিহ পান কৰা পিছত তেওঁ হৰি তাপ বাহি গৈছিল তেওঁ কৈলাসত গৈ শান্তি পোৱা নাছিল । তেতিয়া সকলো দেৱ দেৱী তেওঁক হেই বিহ পৰা মুক্ত হব কাৰণে কেঁচা গাখীৰ আৰু ভাং বেল তেওঁক খুৱাইছিল হেই কাৰণে তেওঁৰ পূজাত বিবহাৰ কৰা হয় ভাং বেল পাত আৰু গাখীৰ । মানুহক নিছাৰ পয়োজন হয় ভগৱানক নহয় ।কৃষ্ণ শিৱ পূজা কৰিছিল। ৰাম অৰ্জুন ৰাৱণ সকলৰ শিৱ পূজা কৰিছিল। যেতিয়া কৃষ্ণ জন্ম হৈছিল তেতিয়া শিৱ বাবা গৈছিল তেওঁ চাবলৈ বামুণৰ ৰূপ ধাৰণ কৰি । আৰু যেতিয়া কৃষ্ণ ১৬গোপী লগত বিন্দাবনত আছিল । তাত বেলেগ পুৰুষ প্ৰবেশ কৰিবলে দিয়া নাছিল । কিন্তু শিৱ গৈছিল নাৰী ৰূপ ধাৰণ কৰি।

  • @jibonchborah3819
    @jibonchborah3819 Год назад +25

    বসুমতী এগৰাকী মাতৃ বুলি ভাগৱতে কৈছে। বসুমতী ৰজস্বলা হয়। ৰজস্বলা অৱস্থাত বৰাহৰুপী বিষ্ণুৱে বসুমতীক উদ্ধাৰ কৰোঁতে ৰমণ কৰাৰ বাবে নৰকৰ জন্ম , এগৰাকী মাতৃ ৰজস্বলা মাতৃৰ যোনীমণ্ডলেদিয়েই হয় , পৃথিৱীৰ মাতৃৰ যোনী সেয়েহে এঠাইতেই থাকিব সেয়েহে গোটেই পৃথিবীয়েই অম্বুবাচীত অশুচী হয় ,,পাৰে যদি আমাৰ দ্বাৰা ৰচিত পৰম ব্ৰহ্মৰ সন্ধানত কিতাপ খনি পঢ়িব ,, আপুনি যে ক'লে শিব ই ভাং খাই, সেই তথ্য ক'ত পালে জনাব চোন,,আমি সেই তথ্য বিচাৰি কতো নাপালোঁ,,

    • @jodujunakakashmusical266
      @jodujunakakashmusical266 Год назад +3

      শিৱ‌ই ভাং খোৱা বুলি আমি আজিলৈকে পোৱা নাই 🙏🏻। আৰু জোতিময় বাপেও আজিলৈকে কোৱা নাই কৃষ্ণ ।

    • @anant8469
      @anant8469 9 месяцев назад +1

      আৰু কব গ'লে সকলো জীৱৰ পাৰ্বতী মা হয় । কোন মাকে নিজৰ সন্তানৰ বলি নিবিচাৰে।

    • @PratapKalita-xc7bb
      @PratapKalita-xc7bb 4 месяца назад

      ​@@anant8469jn ni

    • @bnjn5135
      @bnjn5135 4 месяца назад

      ​@@anant8469 ঠিকেই কৈছে আপুনি।

    • @sourabhborah9418
      @sourabhborah9418 4 месяца назад +2

      কামাখ্যা দেৱী আৰু বসুমতি একে গৰাকী নহয়

  • @amorjyotimixjorhat
    @amorjyotimixjorhat Год назад +2

    কৃষ্ণ কৃষ্ণ,আপুনি ইমান সুন্দৰকৈ ভাগৱত ভাঙনি কৰে, শুনিলে শুনিয়েই থাকিব মই যাই। বৰ ভাল লাগে আপোনাৰ এই video বিলাক চাই। বৰ সুন্দৰকৈ বুজি পোৱা যায় কথাবিলাক। বহুত শিকিব পাৰিছোঁ ভাগৱতৰ কিছু কথা।🙏 আপোনাক দুৰৰ পৰাই নমস্কাৰ কৰিলো।🙏

  • @mpofficial4972
    @mpofficial4972 2 года назад +9

    ব্যাখ্যা সুন্দৰ হৈছে ৷ শুনি ভাল লাগিল ৷কিন্ত যুক্তিৰ ওপৰত সামান্য সন্দেহ আছে

  • @nabagogoi1531
    @nabagogoi1531 2 года назад +24

    আন ধৰ্মক আৰু ভগৱানক ভাগ ভাগ কৰা যেন লাগিল।এই জেউৰা কেখনৰ কথা হজম নহল ।

  • @pasantagogoi5463
    @pasantagogoi5463 2 года назад +18

    আপোনক শতকুটি প্ৰণাম জনাইছো বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sanjitdeka7950
    @sanjitdeka7950 Год назад +1

    Bahriya verry verry nice

  • @tonmoinath275
    @tonmoinath275 2 года назад +67

    হৰ হৰ মহাদেৱ সকলোকে আমি সমান বুলি ভাবো আগতে ত্তত্ব বুজি লবা তাৰ পিছত ব্যত্ত কৰিবা । হৰ হৰ মহাদেৱ জয় মা কাম্যাখা

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  2 года назад +5

      কৃষ্ণ

    • @Littlemissperfect369
      @Littlemissperfect369 2 года назад

      5gp9 5th 3D was Xu Fu 9h tf@@জ্যোতিময়Jyotimoy
      3 ||}

    • @niramchandrahaloi1871
      @niramchandrahaloi1871 2 года назад +5

      "আগতে তত্ত্ব বুজি লবা" এইখিনি অনুকৰণ কৰিলেই হব। কৃষ্ণ--- কৃষ্ণ----।

    • @Bhaskarjyotidas_oo7
      @Bhaskarjyotidas_oo7 2 года назад +6

      Har har mahadev🙏

    • @Ratul-c3u
      @Ratul-c3u 4 месяца назад +4

      Toi nijake bahut maha pandit buli vabisa neki?

  • @sabitakalita7065
    @sabitakalita7065 2 года назад +10

    কৃষ্ণ। কোন মাতৃৰ গৰ্ভত আপুনি জন্ম গ্ৰহন কৰিছিল। সেই মাতৃ গৰাকী সৌভাগ্য বতৰ হয় নিশ্চয়। ইমান সুন্দৰ কৈ ভাগৱতৰ বাখ্যা কৰি আমাক মুগ্ধ কৰিলে। নজনা কথা বহুত শিকিলো বুজিলো। আৰু বহ কথাই আমি জানিবলৈ বাকী আছে। সন্মানীয় বাপজনাক সেৱা আৰু ধন্যবাদ জনালো।🙏🏻

  • @manojkolita6221
    @manojkolita6221 Год назад +34

    হুইবেক ‎প্ৰচুৰ ‎চোৰ ‎ডকাইত ‎কলিত। ‎
    পাষণ্ডে ‎কৰিবে ‎বেদ পথক ‎দূষিত ।
    ‎পাষণ্ডৰ ‎মুখত ‎শুনিবে ‎ধর্মজ্ঞান । ‎
    কলিত ‎কৰিবে পাষণ্ডক ‎বহুমান ।।
    ‎মূৰ্খৰ ‎উন্নতি ‎হৈবে ‎ফুৰিবে ‎উল্লাখি ‎।
    ধৰ্ম বসানিবে ‎উচ্চ ‎আসনত বঢ়ি ।।
    (ভাগৱত দ্বাদশ স্কন্ধ)

    • @manashhazarika076
      @manashhazarika076 4 месяца назад

      ভকতৰ চৰিত্ৰ যেনেকুৱাই নহওঁক সেইটো প্ৰয়োজন নাই। আমি মাত্ৰ ভকতক সেৱা কৰিলে ভগৱান সন্তুষ্ট হ'ব। কৃষ্ণ

    • @pujapanservice3710
      @pujapanservice3710 4 месяца назад +1

      নিজে নিজক শ্ৰেষ্ঠ আক্ষা দিয়া হেই ভাগৱত নিজেই অহংকাৰী।

    • @debajitborah1673
      @debajitborah1673 4 месяца назад

      Bor har ukti dile dei.. ekebare heijonor logot khap khai porise..

    • @pujapanservice3710
      @pujapanservice3710 4 месяца назад

      @@manojkolita6221 গুণ নাম যিটো বিষ্ণুৰ শিৱৰ ।.
      তাক ভিন্ন কৰে যি নৰ।।
      নামৰ হিয়ো মহা অপৰাধী ।
      নৰকত পৰে দৈবে নাবাধি ।।
      কীৰ্তন (নাম অপৰাধ)
      Gotike tohoti moha papi , norokot bhugibi tohoti sankari Gitai.

    • @pujapanservice3710
      @pujapanservice3710 4 месяца назад

      @@manashhazarika076 Tohotor bhokot beesibhagei nnari kelengkari , saritrahin besibhag hangkori . Mohapapi durasari tohoti.

  • @mantukonwar1922
    @mantukonwar1922 Год назад +2

    কৃষ্ণ প্ৰভু আপোনাৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল ।

  • @bibekanandabora4843
    @bibekanandabora4843 Год назад +12

    🙏কৃষ্ণ কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা

  • @kamalsharma2034
    @kamalsharma2034 Год назад +70

    ভগৱন্ত আৰু আমাৰ মনুষ্যৰ মাজত বহুত পার্থক্য আছে। আমি শ্রীমন্ত শঙ্কৰ দেৱ আৰু মাধৱ দেৱৰ জন্ম আৰু মৃত্যু তিথি পালন কৰোত অথচ তেওঁলোক তো আমাৰ বংশৰ নহয়। কিয় পালন কৰো তেওঁলোক গুৰু দুজনা আমাৰ পিতৃ স্বৰূপ। ঠিক তেনেকৈ মা কামাখ্যা ৰজশ্বলা হ'লে আমি মাতৃ দেৱী হিচাপে হে মান্যতা দিও ৷ তেওঁ দেৱী .মানৱ নহয় ৷ ভগৱতত কোৱা মতেই যেনেকৈ বসুমতি আৰু বৰাহৰ সঙ্গমৰ ফলত নৰকাসুৰৰ জন্মৰ কথা কৈছে 'ঠিক তেনেকৈ মাতৃ বসুমতিৰ সৈতে যেতিয়া আমাৰ সান্নিধ্য স্থাপন হয় অর্থাৎ আমি বসুমতিত হাল বাও , কোৰ মৰা হয়, গছ পুলি ৰোৱা হয় তেতিয়া বেয়া প্রভাৱ পৰে বুলি পৌৰাণিক কালৰে পৰা বিশ্বাসক লৈ চলি আহিছে। মই মোৰ মনৰ ভাৱহে প্রকাশ কৰিলোঁ৷ ভুল হ'লে ক্ষমা কৰিব ৷

    • @mamilabhuuyan6391
      @mamilabhuuyan6391 4 месяца назад

      পুৰনি কাল নাই,বৰতমান যুগত ভাগৱত ধৰ্ ম পালন কৰিব লাগে তেতিয়া জীৱনত মুকুতি লাভ কৰিব পাৰি

    • @hemantakumardatta284
      @hemantakumardatta284 4 месяца назад +1

      Aeku bhul kowa nai.

    • @manashhazarika076
      @manashhazarika076 4 месяца назад

      বসুমতী আহাৰ মাহত ৰজচলা বুলি আপুনি কেনেকৈ গম পালে । আহাৰ মাহত টো কামাখ্যা দেৱীহে ৰজচলা হৈ চোৱা হ'ল। তেন্তে হাল কোৰ কিয় নমাৰিব । যদি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চোৱা যায় তেন্তে আহাৰ মাহত টো হাল বাবলৈ, কোৰ মাৰিবলৈ নাপায় বুলি পোৱা নাই ।

    • @baikunthagagai7359
      @baikunthagagai7359 4 месяца назад

      Vul hoise akou,val dore bislyekhon kora buji paba

    • @pujapanservice3710
      @pujapanservice3710 4 месяца назад

      Tohotor dharma branchat khula account. Hindu nohoi tohot

  • @argmusical
    @argmusical Год назад +5

    খুব সুন্দৰ ব্যাখ্যা কৰিছে। সাৱলীল ভাষণ শুনি আমনি নেলাগে।বাপ জনাক অন্তৰৰ পৰা সেৱা জনালোঁ।

  • @chandramohanborah7092
    @chandramohanborah7092 Год назад +2

    100% Right

  • @thunukalita6191
    @thunukalita6191 Год назад +7

    Krishna krishna nomo VAGOWOTE

  • @PopiHazarika-py2ug
    @PopiHazarika-py2ug Год назад +2

    কৃষ্ণ কৃষ্ণ 🙏বাপজন । অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালে । বহুত ভাল লাগিল ।🙏

  • @bhusansarma8073
    @bhusansarma8073 4 месяца назад +48

    শংকৰদেৱে সকলোকে সমান বুলি ভাৱিছিল কিন্তু এতিয়া ৰ শংকৰী বোৰে ধৰ্ম টোৰ মাজত বিভেদ অনা বুলি পৰিলক্ষিত হয় | ভগৱানৰ ওপৰত কোনো হব নোৱাৰে | জয় শ্ৰী ৰাম জয় মা কামাখ্যা ❤

    • @Jaanrdas6364
      @Jaanrdas6364 4 месяца назад

      Val lagile huni krishno..
      Mi kotha ata janib bisaru j Dev devi Ku puja koru Aru bisakh Koru ! Mi namghor logot tu jorit vogwank bisakh koru.! Kotha2 hol atia mi kak Ki korim kak manim.?
      Aru ata kouk beleg Dev Devir murtik sab korib napay ! Kintu krishno murti sab pay kio..? Krishno murtitu, murti nohoy neki ?

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 4 месяца назад

      Krishnak pujile Puja hokolure hoi . Prithoke pujile Puja kehu nolovoiyo. Buji louk

    • @pujapanservice3710
      @pujapanservice3710 4 месяца назад +3

      @@ArunaBhuyan-ob1ey Tur baperok Puj okol marok nupujibi , marok khedi de gharor pora . Krishna k pujile hokoluke Puja hoi kotha kobole aaho . Krishna i koisile nki ? Muke pujibi belegok nupujibi buli . Ninda kora kotha eibur tohotor . Beleg rajyar krishna bhaktaitu hokluke Mane. Tohoti pabot joga adharmi mohapapi tohot.

    • @Abhinabdutta-f1k
      @Abhinabdutta-f1k 4 месяца назад

      Apuni debi puja kore ki paise

    • @pujapanservice3710
      @pujapanservice3710 4 месяца назад +1

      @@Abhinabdutta-f1k Toi Sankar dharma loi ki bal dal paiso, musolane Allah Mane ki paise , Christian a jishuk Mane hihote ki paise . Anor dharmak kamurai Kam tohotor . Tohotor dharma tu a hatya nki ei prithibit hajarta dharma ase . Tohotor sankari dharma harbe harba nohoi.

  • @Tacnical-w5y
    @Tacnical-w5y 2 года назад +11

    কৃষ্ণ মই বহুত দিনৰ পৰা ভাবি আছিলো এই বাখ্যা টো শুনি বৰ বাবে ভাল লাগিল

  • @mintusaikia4977
    @mintusaikia4977 2 года назад +1

    🙏🙏🙏 he junalo apunar sorot...

  • @bashantiborah2411
    @bashantiborah2411 2 года назад +3

    বৰ সুন্দৰ ব্যাখ্যা । সকলোৱে বুজিবলৈ চেষ্টা কৰক ।

  • @souravbora20
    @souravbora20 2 года назад +2

    বৰ সুন্দৰ বাপ ,

  • @bhagirathroy8105
    @bhagirathroy8105 2 года назад +24

    বাপ ভাগবত সৃষ্টি হোৱাৰ আগতে পৃথিৱীৰ সৃষ্টি হৈছিল গতিকে ভাগবত খচৰি প্ৰকৃতিৰ লগতে অতিতৰ পৰম্পৰাগ অপমান কৰাৰ অধিকাৰ আপোনাৰ নাই। আমি অসমত বাস কৰো গতিকে অসমৰ ৰিতি নিতি মানিয়ে চলিম। আমেৰিকাৰ নহয়। কাৰণ সূৰ্য পুৱদিশে অতিথিৰ উদয় হয় আৰু এতিয়াও হয়।

    • @tankeswardeka2215
      @tankeswardeka2215 2 года назад

      ঠিককৈচা

    • @aparajitatamuli7273
      @aparajitatamuli7273 Год назад +6

      অসমৰ আমিও ,কিন্তু আমি অম্বুবাচী নমা নু কৃষ্ণক ভ জিলে ব্ৰহ্মা বিষ্ণু মহেশ আদি কৰি আৰু যিমান দেৱ দেৱী আছে সকলোৱে পায় ,কলি যুগত ভগৱন্তৰ কেৱল শ্ৰৱণ কীৰ্তন শুদ্ধ বাবে কৰিব লাগে❤কৃষ্ণ❤

    • @cottageofhappiness9436
      @cottageofhappiness9436 4 месяца назад

      ​@@aparajitatamuli7273 হেৰা তুমি অম্বুবাচী মানা নামানা তোমাৰ কথা। তাত আমাৰ কব লগা একো নাই। কিন্তু অম্বুবাচীৰ পৰম্পৰাক অপমান কৰাৰ কোনো প্ৰয়োজনো নাই, অধিকাৰো নাই। পৃথিৱীত কেৱল এখনেই ধৰ্ম গ্ৰন্থ নাই। আৰু ধৰ্ম মানুহে সৃষ্টি। শংকৰদেৱে সম্পূৰ্ণ ভাগৱত অনুবাদ কৰা নাই। ভক্তি আন্দোলনৰ আদৰ্শৰ লগত জড়িত অংশবোৰহে অনুবাদ কৰিছিল। মূল ভাগৱত পূজা-পাতল সকলোকে সামৰি লৈছে। আৰু ধৰ্মত সীমাবদ্ধতা থকাটো স্বাভাৱিক, বৈষ্ণৱ ধৰ্মতো সীমাবদ্ধতা আছে।

    • @LearningSparkAxom
      @LearningSparkAxom 4 месяца назад +2

      অসমীয়া জাতিৰ পিতা শ্ৰীমন্ত শঙ্কৰ বুলি নাম প্ৰসংগ কৰোঁতে আপোনালোকেও গায় বুলি মই জানো।
      যদি অসমীয়াৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ তেনেহলে শংকৰীয়া প্ৰথাটোয়ে শ্ৰেয় ।

    • @manashhazarika076
      @manashhazarika076 4 месяца назад +3

      অতীতত মানুহে বৰ্বৰ তাৰে জীৱন যাপন কৰিছিল । তেন্তে আপুনি আজিও তেনেকৈয়ে থাকিব নেকি। টকা পইচা হ'লেই মানুহ আধুনিক হৈ নাযায়। চিন্তা ধাৰা বোৰো আধুনিক কৰক । অসমীয়া মানুহ হৈ আপুনি গুৰু জনাক হীন মান্যতাৰ দৃষ্টি দিছে। এইয়া অতি দুৰ্ভাগ্য জনক

  • @PrabitaSaikia-ud3vh
    @PrabitaSaikia-ud3vh Год назад +1

    Krishna bahut val lage apunar kotha bur shuni 🙏🙏🙏

  • @MonjumoniGogoi-l3s
    @MonjumoniGogoi-l3s 4 месяца назад +3

    বাপ জন সঁচাকৈ বৰ সুন্দৰ কথা কৈছে দেই।

  • @surujkumarborah7473
    @surujkumarborah7473 2 года назад

    Bhute Bhute Hundor emn hundor koi baykhya korise mon sui gol Krishna Krishna Krishna🙏🙏🙏

  • @birenkachari5220
    @birenkachari5220 2 года назад +8

    বাপ আপোনাৰব্যাখ্যা শুণি ভাল লাগিল কিণতো শংকৰ সংঘ মানোহে মাহেকিয়া মানুহৰ ঘৰত ভাত চাহ খালে ছোরা লাগে নেকি বাপ, অল কব ছোন, শ্রি মদভাগরতত কোরা নাই যে আমোকৰ ঘৰত নাখাবা তামোকৰ ঘৰত নাখাবা,

  • @vestigejlteam9047
    @vestigejlteam9047 2 года назад +2

    কৃষ্ণ বাপ ভাল লাগিল আৰু বুজিউ পালো

  • @modanborah2333
    @modanborah2333 2 года назад +7

    🙏🙏 কৃষ্ণ কৃষ্ণ,বাপজন সেৱা নিবেদিছো।বৰ সুন্দৰ ব্যাখ্যা কৰা হৈছে। গুৰু জনাৰ কৃপা মিলক। কৃষ্ণ

  • @NirupomaDas-do7zw
    @NirupomaDas-do7zw Год назад +1

    Bohut bhal lagil baap... Hare Krishna

  • @bijumonikhanikar7540
    @bijumonikhanikar7540 2 года назад +3

    কৃষ্ণ কৃষ্ণ শুভেচ্ছা জানানো ইমান সুন্দৰ কৃপা কৰক প্ৰভুৱে

  • @japanidas6859
    @japanidas6859 4 месяца назад +1

    অচ্যুত কেশব কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব ৰাঘৱ যদুননদন কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ

  • @rumigogoi8881
    @rumigogoi8881 2 года назад +34

    কৃষ্ণ কৃষ্ণ ভাগৱতত উপবিষ্ট সমস্ত জনলৈ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ। আপোনাসবৰ অমৃত ময় বাখ্যা সময় উপযোগী শ্রৱণ কৰি পৰম সন্তুষ্টি লভিছো।

    • @lakhyagayan734
      @lakhyagayan734 2 года назад +2

      কৃষ্ণ কৃষ্ণ বা প। সেৱা জনাই ছো🙏🏻🙏🏻🙏🏻🙏🏻

    • @prativabora3555
      @prativabora3555 Год назад

      Yes GB

    • @sayanikadeori9672
      @sayanikadeori9672 Год назад

      ​@@lakhyagayan734²
      Cc

  • @biplabray8437
    @biplabray8437 2 года назад +2

    Krishna kotha mor suni bor bhal lagil

  • @pulakesh1669
    @pulakesh1669 2 года назад +6

    কৃষ্ণ 🙏🙏🙏 আপোনাৰ ভিডিও আজি প্ৰথম চাইছো বহুত ভাল লাগিল আৰু আপুনি বহুত ভালকৈ বুজাই দিছে🙏🙏আপোনাক এটা কথা সুধিব বিচাৰো মানে ""কলিৰ শেষত যে কল্কি অৱতাৰ, বুলি কই এই কল্কি অৱতাৰ মানে কি হয়,,, 🙏যদি বেয়া নাপাই জনাবচোন

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @ajitkhound8594
    @ajitkhound8594 2 года назад +8

    শঙ্কৰদেৱৰ লিখিত ভাগৱতৰ সেই চাৰি জেওৰাই অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিক বিনষ্টহে কৰিব । অসমৰ এচাম লোকে শঙ্কৰদেৱৰ ধৰ্মমতত বিশ্বাস কৰিবলৈ গৈ অসমৰ সমাজ ব্যৱস্থা ভাগ ভাগ কৰিবলৈহে লৈছে ।

  • @binitaborah9125
    @binitaborah9125 Год назад +4

    কৃষ্ণ কৃষ্ণ🙏 বাপ বৰ সুন্দৰ লাগিল।

  • @Miduldutta
    @Miduldutta 2 года назад +9

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ বিশ্লেষণ এনেকৈ শুনিবলৈ পাম বোলি ভৱাই নাছিলো,,,,, আপোনাক ধন্যবাদ জনালো প্ৰভু, আমাৰ ভুল বিলাক আতৰি গৈছে প্ৰভু, অন্তৰত স্পৰ্শ হৈছে জয় গুৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ

  • @sukhamtamuli5759
    @sukhamtamuli5759 2 года назад +16

    কৃষ্ণ বাপ বহুত ভাল লাগিল বহুতো নজনা কথা জনিলো🙏🙏🙏

  • @CheniramHazarika-ib4dr
    @CheniramHazarika-ib4dr Год назад +17

    কৃষ্ণ, কৃষ্ণ, আমাৰ সেবা গ্ৰহণ কৰিব বহুত ভাল লাগিল মহা ভাগৱত শুনি।

    • @rupkantapathori9666
      @rupkantapathori9666 Год назад

      ভাগৱতৰ সকলো কথা আজিৰ যুগত কিমান গ্ৰহনযোগৈ চিন্তা কৰিবৰ হল।

  • @gautamadhikary6547
    @gautamadhikary6547 4 месяца назад

    शिवाय विष्णु रूपाय शिव रूपाय विष्णवे |
    शिवस्य हृदयं विष्णुं विष्णोश्च हृदयं शिवः ||

  • @jyotirekhahazarika9276
    @jyotirekhahazarika9276 2 года назад +3

    Aponar mukhar ai amrit banie antar atma sui gol. Bahut val lagil. Vogobank prathana korisu apuni dirghau, nirogi aru ajiban Krishna r kirtan kori xukhat thakok. Krisna

  • @sibanichangmai1644
    @sibanichangmai1644 2 года назад +1

    Eyara pora nomoskar.....korixuu❤️❤️🙏🙏

  • @পাপুকৰ্মকাৰ
    @পাপুকৰ্মকাৰ 2 года назад +6

    কৃষ্ণ বাপ অতি সুন্দৰ আমি ধন্য হলো সেৱা জনালোঁ

  • @ajitbailung4781
    @ajitbailung4781 2 года назад +1

    Apunar kathakhini huni bhal lagil Krisna

  • @kabitasaikia1476
    @kabitasaikia1476 2 года назад +5

    বাপ আপোনাৰ সুমধুৰ কণ্ঠত সাবলীল ভাষাৰ কথাখিনিয়ে হৃদয় চুই গৈছে। বহুতো নজনা কথা জানিলো। ভগবানে আপোনাক কুশলে ৰাখক।

  • @axomiyasangskritikjogot
    @axomiyasangskritikjogot 2 года назад +1

    Hundor bap jon 🙏

  • @animadutta4133
    @animadutta4133 2 года назад +9

    Krishna bapjona bohut val lagil sewa jonalu .

  • @rajibsaikia2206
    @rajibsaikia2206 2 года назад +1

    Apunar voice tu bht val laga ana laga ja apuni poha bhagowat xuni'a thakim

  • @bantideka823
    @bantideka823 2 года назад +3

    বহুত ভাল লাগিল আপোনাৰ অমৃতময় কথা শুনি কৃতাৰ্থ হৈছোঁ।

    • @anantadoley4009
      @anantadoley4009 2 года назад +2

      অমৃতময় কথা ভাল লাগিছে

  • @Angel-bo1nn
    @Angel-bo1nn 2 года назад +2

    Krishno🙏

  • @kirangogoi8937
    @kirangogoi8937 Год назад +12

    ভাগৱতৰ বাই ক্ষা ভাগ শুনি বৰ ভাল লাগে,কৃষ্ণ

  • @rupakbaishya-ge9uj
    @rupakbaishya-ge9uj Год назад +1

    সত্য সন্ধ্যাৰ সপোনত স্বয়ং শিৱ আহি ব'ৰ দিয়াৰ বাবে তেওঁৰ পুত্ৰ নাম শংকৰদেৱ হ'ল।

  • @aparijitadas8699
    @aparijitadas8699 4 месяца назад +11

    এওঁৰ ব্যাখ্যা ইমান সুন্দৰ তাৰ পিছতো যদি বুজি নাপায় ভাগৱত নিজে পঢ়ি বুজিব চেষ্টা কৰিলে হল । এতিয়াটো আগৰ নিচিনা অনক্ষৰ লোক আমাৰ সমাজত নাই । শ্ৰীমন্ত শংকৰদেৱৰ কৃপাত আমি আন্ধৰপৰা উদ্ধাৰ হ'লে । অকল চকু নথকা জন অন্ধ নহয় চকু থকাৰ পিছতো মগজু থকা মগজুৰে অন্ধ বিলাকক উদ্ধাৰ কৰিলে ।

    • @SanjuDas-k3d
      @SanjuDas-k3d 4 месяца назад +1

      Sankar dev Ishwar nohoi.sankardev ejan manusya gatike tumi bhaldare sashtra puranar Gyan ahoron Kara aru Kariba buli moi asa rakhilu aru tetiyahe andharar pora mukti paba.om namah shivay.

    • @Rishiraaj2022
      @Rishiraaj2022 4 месяца назад +1

      Om Namah Shivay, Raameo Shivok puja korisil, Krishno o Shivok puja korisil atia aru ondho bhokto bure Shivoke namana hol, hey Krishno provu aiburok udhdhar kora,

  • @abinashkalita9242
    @abinashkalita9242 2 года назад +1

    কৃষ্ণ ।সন্তোষ পালোঁ।

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 2 года назад +5

    কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏,

  • @pranitadas4069
    @pranitadas4069 2 года назад +1

    Krishna krishna krishna🙏🏻🙏🏻🙏🏻

  • @bibhikonperme2957
    @bibhikonperme2957 2 года назад +4

    অতি সুন্দৰ নিশ্চিত ব্যাখ্যা।
    আশা কৰিছোঁ ভাগৱত শব্দটো পুনৰ ব্যাখ্যা কৰিব যত ভাগৱতৰ ভা ৰ শব্দটো ব্যাখ্যা হ'ল, গ ৱ ত ৰ শব্দটো ব্যাখ্যাৰ বাকী থাকিল।
    জয় গুৰু ৰমানন্দ।

  • @debojanibhattacharjya7385
    @debojanibhattacharjya7385 4 месяца назад +5

    জয় মা কামাখ্যা। এই মহাপণ্ডিত ৰ জ্ঞান অপৰিসীম যেন পাওঁ

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 4 месяца назад

      Apunar he Gyan oprikhim diok . Eman hundorkoi Sastro honmotto kotha kuar pisotu eyake Buji pale

  • @tulumonigogoi8385
    @tulumonigogoi8385 2 года назад +1

    Pranjit da val lagil,olekh xubhessa jonalu

  • @bitupanbordoloi6664
    @bitupanbordoloi6664 2 года назад +4

    Oh ভগবান কৃষ্ণ আপুনি মহান আপুনি নৱ প্ৰজন্ম উদ্যোগ, কৃষ্ণ

  • @jjyotitamuly8837
    @jjyotitamuly8837 2 года назад +2

    কৃষ্ণ প্ৰভু আপোনাৰ ভাঙনি বোৰ ইমান সুন্দৰ বাপ শুনি আপ্লুত হৈছো।

  • @alokkumarbaruah8194
    @alokkumarbaruah8194 2 года назад +3

    Bahut beautiful aponarpara bahut janibalagia asa thank you

  • @assamgirlmyna1244
    @assamgirlmyna1244 2 года назад +50

    ভাং খোৱা কথাটো যে ক'লে কিন্তু বিষপান কৰি নীলকণ্ঠ হোৱা কথাটো কোৱা হ'লে বেছি ভাল হ'ল হেতেন👏 🕉️

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 2 года назад +4

      Janilehe kobo e0 debonindat 0stat ..sibok e keneke chini pabo

    • @nandinibaruah5428
      @nandinibaruah5428 2 года назад +1

      Uuummm.... iyat sakhyat bedoigya pondit 3 Jon bohi ase, apunalukei byakhya koroksun.... bhagawat khon uponyakh he...

    • @allevrythingok5797
      @allevrythingok5797 2 года назад +5

      Jay mahadeva

    • @tonmoinath275
      @tonmoinath275 2 года назад +4

      Har har mahadav

    • @kuladipbaruah6253
      @kuladipbaruah6253 2 года назад +4

      Jai Shree Mahakal.
      Om Namo Shivaya.

  • @bismritideka115
    @bismritideka115 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ বৰ সুন্দৰ

  • @rishasadhana6953
    @rishasadhana6953 2 года назад +4

    বহুত সুন্দৰ যুক্তিৰে ভাগৱত বিশ্লেষণ শুনি ধন্য হ’লোঁ ৷ ওঁম নমো ভগৱতে বাসুদেৱায় ৷৷

  • @devajanideka7686
    @devajanideka7686 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ বৰ ভাল লাগিল

  • @krinhapremee6360_
    @krinhapremee6360_ 2 года назад +5

    ৰাম কৃষ্ণ বাপ.....ভাল লাগিছে, বাপ চোৱা সুট এই বোৰ অন্ধবিশ্বাস নহয় নে....বাপ সকলোতে যদি ইশ্বৰ আছে তেন্তে চোৱা বা অপবিত্ৰ কি...মতিভ্ৰম নহয় আৰু কি....., এই বোৰ অন্ধবিশ্বাস দূৰ কৰাৰ এক মাত্ৰ উপায় .... হৰিময় দেখা ... ' যত দেখা মায়াময় সৱে স্বপ্নসম, হৰিময় দেখি দূৰ কৰা মতিভ্ৰম।....ভুল হলে ক্ষমা প্ৰাৰ্থনা বিচাৰি..... ৰাম কৃষ্ণ

  • @ADas-ys5zn
    @ADas-ys5zn Год назад +1

    KRISHNA KRISHNA KRISHNA Bahut val lagil

  • @ramaborah3940
    @ramaborah3940 2 года назад +11

    কৃষ্ণ সেৱা জনালোঁ🙏🙏

  • @jumidas2289
    @jumidas2289 2 года назад +1

    Bahut val lagil khuni
    Aji kali r manuhe aibik name laba nibisare🙏🙏

  • @pollobjyotirabha4366
    @pollobjyotirabha4366 Год назад +29

    যি তিনি দিন বসু মতি ঋতুবতি হয় সেইটো আমি এই কাৰণে মানো সেইটো আমাৰ মা বসু মতিৰ কাৰণে এটা শ্ৰদ্ধা, যেনেকৈ এটা সময়ত কৃষ্ণ জন্ম হৈছিল, সেই দিনটো আমি বছৰে বছৰে পালন কৰোঁ, কৃষ্ণ টো এবাৰ হে জন্ম লৈছিল, আমি বছৰে কিয় সেই দিন টো মানি চলো,

    • @nandinegohain2915
      @nandinegohain2915 Год назад

      111in

    • @susmitathakuria8291
      @susmitathakuria8291 Год назад +2

      Joi maa kamakhya

    • @NdDd-rz9qh
      @NdDd-rz9qh Год назад +5

      আপুনি ভাগৱততকৈও ওপৰত নেকি 😂

    • @bijoysingha3823
      @bijoysingha3823 Год назад +1

      সুন্দৰ প্ৰশ্ন

    • @anujdeuri7044
      @anujdeuri7044 4 месяца назад +2

      এইতো পাগল হল --ইয়াৰ বেপাৰ বন্ধ হবৰ হল --ভাগৱতৰ মূৰ্খ অধম জ্ঞানদাতা এইজনেই ।

  • @bollywoodsongo7583
    @bollywoodsongo7583 Год назад +1

    Kishono kishoni bhut bhal lagil ❤❤❤❤❤❤❤kishono kishono

  • @nirjurajgogoi319
    @nirjurajgogoi319 Год назад +13

    কাকতি বাপক শতকোটী নমস্কাৰ কিয়নো কণ্য়াৰ জন্মদিনত এনে এটি মহৎ অনুষ্ঠানৰ আয়োজন কৰি সকলোকে আপ্য়ায়িত কৰিলে ৷ কাৰণ আজিকালি জন্মদিন বুলি কলে মাছ মাংসৰে ভোজভাত খুৱাৰ কথাকে সকলোৱে ভাবোঁ ৷ কিন্ত কাকতি বাপে সেইটো নকৰি এই মহান অনুস্হান আয়োজন কৰি সকলোকে কৃপাধন্য় কৰিলে ৷ আজিকালি কলিযুগত এনে অন্ুস্হান একেবাৰেই বিৰল ৷ কৃষ্ণই কৃপা কৰক ৷

  • @pallablaskar3724
    @pallablaskar3724 2 года назад +1

    Bor val lagil

  • @ruprampatar2446
    @ruprampatar2446 2 года назад +17

    সুন্দৰ বাখ্যা হৈছে গুৰু জনাই আপোনাক কূপা কৰক

  • @bidurdekabidurdeka7268
    @bidurdekabidurdeka7268 Год назад +1

    Krishna krishna krishna bap xuni bor aanndor palu 🙏🙏🙏🙏🙏

  • @swadhinsaikia6947
    @swadhinsaikia6947 2 года назад +13

    কৃষ্ণ কৃষ্ণ আপোনাৰ অমৃত বৰষা ভাগৱতৰ ভাঙনি ভাগ শুনি বৰ আমোদ পালো ৷ভগৱানে সহায় কৰক ৷

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Год назад +2

    পৰম আত্মা পৰমপুৰুষৰ পৰা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সূস্টি হৈছে। অৰ্থাৎ তেওঁৰ উদৰস্থ এই অনন্ত কোটি ব্ৰহ্মাণ্ড। জীৱাত্মা আৰু পৰম আত্মাৰ কোনো পাৰ্থক্য ্নাই । বেলি আৰু বেলিৰ পোহৰৰ মাজত একো পাৰ্থক্য নাথাকে। ঠিক সেইদৰে পৰম পুৰুষ আৰু জীৱ আত্মা একে মাথো পৰিমাণে কম বেছি। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহত নিজৰ কৰ্মৰ ফলে জন্ম হয। পৰম আত্মা পৰমপুৰুষ এঠাইতেই থাকে। এজনেই। জীৱ বিলাক তাৰ জ্যোতি বিন্দু। গতিকে চাৰি মুঠি জীৱ ভগৱানৰ সন্তান।

  • @kamruptourism4992
    @kamruptourism4992 2 года назад +11

    মোৰ মাকৰ কূল সত্ৰীয়া , কিন্তু মনৰ মাজত কথা এষাৰে খুন্দিয়ায় , অসমৰ প্ৰাচীন পৰম্পৰাক নশ্বাৎ নাই কৰানে মহাপুৰুষীয়া সকলে , ইয়াক বাৰু বিতংকৈ পাতিব নোখোজোঁ পিছে অসমত গুৰুজনাই জন্ম লোৱাৰ আগতো নামঘৰ নাছিলনে আইনাম লবলৈ , নিৰ্দিষ্ট নামত হবলা জনা নগৈছিল কিন্তু শাৰী শাৰী হৈয়া গোপী তৃণতে বসিয়া নামতো উমান পাব পাৰি ইয়াৰ বিষয়ে , তাৰোপৰি ফুলাম গামোচা , শাস্ত্ৰীয় নৃত্য ( দেৱদাসী ) সকলো আছিল , গুৰুজনাৰ ধৰ্মীৰ সাহিত্য-সংস্কৃতিৰ পয়োভৰে অসমীয়া জনজীৱনত বিস্তাৰ লভি উঠাৰ লগতে আদিৰসৰ প্ৰভাৱ তাকৰাই আনিলে ( চিন্তাৰ ফালৰ পৰা পিছুৱাই অনা - সৰু সৰু লৰাহঁতক কেওলীয়া ভকত কৰি তোলা এনেহেন কাৰ্য্যসমূহ , সন্তান জন্ম দিয়া জাতি এখনক মৌলিক কৰ্তব্য ) , কেইবাটাও প্ৰাচীন শাস্ত্ৰীয় গীতি-বাদ্য-নৃত্য লুপুত নিয়ালে ,,, অসমীয়া জনজীৱনক তেখেতে সংস্কাৰ কৰিছিল যদিও কলীমতী গোঁসানীয়ে ভিন ভিন লাস-ভঙ্গি ধৰি নচা বিহু প্ৰবাদেই নহয় অসমীয়াৰ জাতীয় চিনাকি ... গোঁসানীক নামানিলে আয়ে সেইজনলৈ মুক্তিৰ পথছোৱাত হাঙাৰ বন্ধাৰ উপৰিও আৰু অধিক আওবাটে নিয়ায় , ক্ষমতা পৰীক্ষণৰ নিমিত্তে যিদৰে চান্দক মাৰাই , মহিষক দুৰ্গা আৰু জ্বৰক শীতলা গোঁসানী , নিছুৰীয়া জাতি এখনে কাহানিও ভৰি ডাঙি থিয় দিব নোৱাৰে সেয়ে থৰক বৰক খোজ আজি অসমীয়াৰ , শাক্ত সকলে কাচিতো কৃষ্ণসেৱাত হাক দিয়াচোন নেদেখি , ঋক্বেদ পঢ়ক , আইৰ সাধনতত্ব আৰু মহত্ব উভয়লৈ চিনাকি কৰাব আপোনাক প্ৰাচীন গ্ৰন্থখনে , কাউৰীৰ দৰে ৰমলিয়াই ফুৰিবলৈ কিহে পায়হে

  • @bubusaikia9154
    @bubusaikia9154 2 года назад +1

    প্ৰভু ভগৱন্তক ভাগ ভাগ কৰা হৈছে নেকি।

  • @mousamhazarika8972
    @mousamhazarika8972 2 года назад +8

    সকলো সুন্দৰ ভাগৱতৰ বাখ্যা,কিন্ত এটা কথাই সদায় মনত বিভান্তি কৰে,শঙ্কৰ সংঘৰ সমাজে কি নিয়মত তিনি দিনৰ ৰাতিৰ পৰা সেৱকীৰ ঘৰত শাষ্ট পাঠ কৰিৱ পাৰে,পৰিয়ালৰ সকলোৰে সকাম নোহোৱালৈকেটো ব্ৰতট থাকে,ভূল হ'লে ক্ষমা কৰিৱ ।

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  2 года назад +2

      কৃষ্ণ পাৰিলে ফোন এটা কৰিব

    • @lifeetc4679
      @lifeetc4679 2 года назад +1

      @@জ্যোতিময়Jyotimoy প্ৰভু বৰ সুন্দৰ ব্যাখ্যা ।বহু উপকৃত হলো।

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 2 года назад

      Si ekodal najane dharma ki

    • @AnilTantibhagawat
      @AnilTantibhagawat Год назад

      Hongat nuhumai bahirar para gale lav ni

  • @rekhaborah3887
    @rekhaborah3887 2 года назад

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল

  • @beautyswonderland2648
    @beautyswonderland2648 Год назад +3

    আপোনাৰ চৰণত শতকৌতি প্ৰণনাম বাপ ।কৃষ্ণ ।

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 2 года назад +1

    কৃষ্ণ বাপ..বৰ সুন্দৰ ব্যাখ্যা ভাগৱতৰ আশ্ৰয়ৰ, অৰ্থৰ।

  • @indrajitgogoi4742
    @indrajitgogoi4742 2 года назад +5

    আহাৰ সাত লগাৰ ভাগরত মতে বুজাই দিয়া বাবে বহুত ভাল লাগিল ধন্যবাদ ও সেৱা জনাইছো 🙏🙏🙏🙏🙏🙏

  • @puspadhardeka5665
    @puspadhardeka5665 Год назад +1

    বহুত ভাল কথা জনিলোঁ, ধন্যবাদ, প্ৰভু,

  • @noyanbora1914
    @noyanbora1914 Год назад +4

    কৃষ্ণ কৃষ্ণ 🙏 বাপ জন আপোনাৰ দ্বাৰা গুৰুজনাৰ ভাগৱত ব্যাখ্যা শুনি অশেষ ভাল লাগিছে 🙏

  • @umeshdas1429
    @umeshdas1429 2 года назад +1

    কৃষ্ণ কৃষ্ণ, বাপ আপোনালৈ সেৱা হে

  • @DKNath-oe2ts
    @DKNath-oe2ts 2 года назад +7

    কৃষ্ণ বাপ জন
    ভক্তিভৰা সেৱাভাগি নিবেদিলো 🙏🙏🙏🙏

  • @AnjuSaikia-e2h
    @AnjuSaikia-e2h 4 месяца назад +1

    জয় গুৰু শংকৰ বহ্ত ভাল লাগিল !!!

  • @OnlineTrading-qh8cb
    @OnlineTrading-qh8cb 4 месяца назад +17

    শংকৰ সংঘ ওলোটা শাস্ত্ৰ। শংকৰ সংঘ পাবত গজা।

    • @pujapanservice3710
      @pujapanservice3710 4 месяца назад +2

      @@OnlineTrading-qh8cb ekdom thik kotha , ehotor Dore anok ninda kora ku saritra manuh prithibit nai. Musalman Bhai Gitai bhal.

    • @BandanaKalita-tr9xh
      @BandanaKalita-tr9xh 4 месяца назад

      সাই কাৰণে সংকৰ সংঘ অসম ত নাম আছে কিন্তু আন বোৰৰ নাম নাই।সঁচা কথা কোৱা কাৰণে গাত লাগিছে কিছুমান মানুহৰ। জয় গুৰু শঙ্কাৰ।।।

    • @pujapanservice3710
      @pujapanservice3710 4 месяца назад +1

      @@BandanaKalita-tr9xh Bal dal naam ase tohotor, nijoke nije naam ase kobole laj thakibo lagibo tohotor. Om namah shivaya. Har har Mahadev. Ek hajarot 10 ta tohotor hongkori.

    • @OnlineTrading-qh8cb
      @OnlineTrading-qh8cb 4 месяца назад +1

      @@BandanaKalita-tr9xh কি নাম আছে কওঁকচোন। অ' থাকিব পাৰে মহাচুৰ কেইটাতো শংকৰ সংঘয়ে। চুৰ কৰি চোৱা চিতা কাম কৰিবলৈ লাজ লাগিব লাগে। তাৰ পৰা সকাম পাতিবলৈ কলে নাম পাতিছো বুলি কয়।

    • @OnlineTrading-qh8cb
      @OnlineTrading-qh8cb 4 месяца назад

      @@BandanaKalita-tr9xh যিমান শংকৰ সংঘত মানুহ আছে মহা পাপী আৰু কেলেংকাৰী কেইটাই আছে তেওঁলোকৰ ইতিহাস চাওঁকচোন তেতিয়া গম পাব।

  • @sanahigogoi381
    @sanahigogoi381 Год назад +1

    আপোনাৰ ব্যাখ্যা অতি সুন্দৰ

  • @pranabbarman9255
    @pranabbarman9255 4 месяца назад +5

    সুন্দৰ বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰিলে.....জয় ভাগৱত শাস্ত্ৰ 🙏... জয় শ্ৰী কৃষ্ণ 🙏

  • @pratimabordoloi7295
    @pratimabordoloi7295 Год назад +2

    কাৰন সকলো লোকে সময় অনুসৰি সকলো নিষিদ্ধ নিয়ম পালন কৰি বিপদৰ পৰা মুক্তি বিচৰা দেখা যায় । বাপ সমস্ত আপুনি দায় নধৰিব এক শৰণীয়া সবেও মূৰ্তি সবৰ আৰাধনা কৰাৰ উদাহৰণ পোৱা যায়

  • @puheswarisonowal1661
    @puheswarisonowal1661 2 года назад +8

    কৃষ্ণ কৃষ্ণ বাপজনা 🙏ইমান সূন্দৰকৈ বুজাই দিলে ! তন্ন তন্নকৈ,!!বহুত ভাল লাগিল!!জয় শ্ৰীকৃষ্ণ🙏🙏

  • @nirumahantadutta4701
    @nirumahantadutta4701 Год назад +1

    কথাখিনি বৰ ভাল লাগিল, কৃষ্ণ

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 года назад +27

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

    • @jibonjyotidutta622
      @jibonjyotidutta622 2 года назад +3

      ধন্যবাদ

    • @subornaroy9303
      @subornaroy9303 2 года назад +1

      Krishna.krishna.hundar Byakhya.hewajanalu

    • @gitakotoky733
      @gitakotoky733 2 года назад +1

      @@jibonjyotidutta622 Narayan Narayan Narayan .

    • @videoassamese.123
      @videoassamese.123 2 года назад

      ঐতিহাসিক ঠাই🙏কাতি মাহত মনোবাঞ্ছা পূৰণৰ বাবে ভক্ত ই আগবঢ়াই ভোগ🙏ruclips.net/video/d7dpa4EzCNY/видео.html