BHAGAWAT||PROBIN BORAH||JORHAT||Pranjit Gogoi M 7635942031

Поделиться
HTML-код
  • Опубликовано: 6 ноя 2024

Комментарии • 360

  • @simasatya9390
    @simasatya9390 2 года назад +3

    Khondor bakhaya provu,,,,ati khundor ,,,,Krishna Krishna Krishna 🤲🤲🤲🤲🤲🤲🤲🤲

  • @pinkusaikia5373
    @pinkusaikia5373 11 месяцев назад +1

    Bap Jonak mur falor pora khewa jonalu ,om nmh bhagowat basudewae , Krishna, Krishna, krishna

  • @probhawati8478
    @probhawati8478 2 года назад +6

    কৃষ্ণ কৃষ্ণ প্ৰনজিৎ বাপ আমাৰ বাবে আপুনিয়ে শুকমুনি ইমান সুন্দৰ ব্যাখ্যা ভাগৱত মধু পাণ কৰালে ।বহুত বহুত ধন্য প্ৰভূ ।আমি বতমান মৃতুৰ দোৱাৰডলিত।এই দৰে অমৃত পাণ কৰি থাকিবলে পালে সুখী হম ।হেৱা গ্ৰহণ কলিব কৃষ্ণ ।

  • @bimaladas7604
    @bimaladas7604 2 года назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ ভাগৱত পাঠ বাখ্যা ৰাতিপুৱা গধুলি মই সদায় শূনো পৰাকৈ আদৰণী য় পদক্ষেপ লৈছে আপোনা সবে অসমীয়া জাতি টোক আগবঢ়ায় নিবলৈ সক্ষম হব আৰু তাকে কামনা কৰিছো প্ৰভূ‌ ঈশ্বৰ

  • @rupaliborthakur2491
    @rupaliborthakur2491 Год назад +1

    কৃষ্ণ প্ৰভু সুমতি প্ৰদান কৰি চৰণত ঠাই দিয়া ৷

  • @rakhichutia2915
    @rakhichutia2915 2 года назад +10

    কৃষ্ণ কৃষ্ণ,,,,🙏আপোনাৰ এই ভাগৱত ৰ নজনা কথা শুনি সঁচাই মন ভাল লাগিল,,,বহুত বহুত ধন্যবাদ ভকত জনা ,,, কৃষ্ণ 🙏🙏

  • @rekhagogoi322
    @rekhagogoi322 2 года назад +17

    কৃষ্ণ বাপজনা আপোনাসৱৰ ভাগৱত ব্যাখ্যা অতি সুন্দৰ শ্ৰৱণ কৰি বৰ আনন্দিত হওঁ।

  • @junumech653
    @junumech653 2 года назад +8

    কৃষ্ণ ৰাম হৰি ৰাম কৃষ্ণ প্ৰভূ ঈশ্বৰ আপোনাৰ🙏🙏শ্ৰী চৰণ সেৱা নিবেদিছো কৃষ্ণ প্ৰভূ আৰু আপোনাৰ শ্রীমখেৰে ভাগবত কঁথা শুনি শ্রৱণ কৰি কীট কীট সুলু বহুত আনন্দ হইছে প্ৰভূ 🙏🙏কৃষ্ণ অতি সুন্দৰ ভাল লাগিছে ধন্যবাদ প্ৰভূ 🙏🙏কৃষ্ণ কৃষ্ণ

  • @musicvideostatus5016
    @musicvideostatus5016 2 года назад +2

    কৃষ্ণ 🙏🙏🙏 আপুনি ইমান সুন্দৰ কৈ কথা কয় । বহুত ধুনীয়া কৈ বুজাই দিয়ে ।বৰ ভাল লাগে শুনি। আপোনাৰ চৰণত সেৱা জনাইছো 🙏🙏

  • @কৃষ্ণকৃপাময়-ভ৮ষ

    সুন্দৰ প্ৰাণজিৎ বাপ ।আপোনাৰ মধুৰ কণ্ঠ আৰু আপোনাৰ ব্যাখ্যা শুনি সচাকৈয়ে বৰ আনন্দ পাওঁ ।।

  • @rinuphukan4748
    @rinuphukan4748 2 года назад +7

    আপোনাৰ ভাগৱত পাঠ শুনিছিলো বৰ ভাল লাগিছে কৃষ্ণ ৰাম কৃষ্ণ

  • @nomunomu4661
    @nomunomu4661 Год назад +1

    Hare Krishna hare ram Gurudev

  • @tbcreation9391
    @tbcreation9391 2 года назад +1

    সুন্দৰ। দেহ মন প্ৰাণ ভৰি গল। কৃষ্ণ। 🙏🙏

  • @bantideka823
    @bantideka823 2 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱাহে সুন্দৰ ভাগৱত পাঠ আৰু বাখ্যা বহুত নজনা কথা শিকিলোঁ।🙏🙏🙏

  • @dulumonisaikiaborah6552
    @dulumonisaikiaborah6552 2 года назад +1

    কৃষ্ণ 🙏🙏🙏 অতি সুন্দৰ ব্যাখ্যা। সেৱা জনালোঁ বাপ জনা 🙏🙏🙏 কৃষ্ণ

  • @sewalichetia813
    @sewalichetia813 Год назад +1

    কৃষ্ণ কৃষ্ণ আমি আপোনাৰ ভাগপাঠ সদায়েই শুনো শুনি ইমান ভাল লাগে🙏

  • @JOYNATHDAS-o4e
    @JOYNATHDAS-o4e Год назад

    বৰ সুন্দৰ বৰ মধুৰ 🙏🙏🙏

  • @Parag4554
    @Parag4554 Год назад

    Val lagil bapp🙏🙏🙏🙏🙏🙏🙏🙏

  • @bantisakia8115
    @bantisakia8115 2 года назад +1

    প্ৰভু আপোনাৰ সুৰ বশুত সুন্দৰ ভাল লাগেলে শুনি । আগৰ লৈ এইদৰে আৰু শুনি বলৈ পাম বুলি আশা ৰাখিলোঁ

  • @AtulBorahOfficial
    @AtulBorahOfficial 2 года назад +4

    কৃষ্ণ অতি সুন্দৰ বিশ্লেষণ প্ৰাণজিৎ বাপ অধমৰ প্ৰভাতি সেৱা ভাগ গ্ৰহণ কৰিব 🙏🙏

  • @bijurajkhowa7114
    @bijurajkhowa7114 2 года назад +5

    প্ৰভু আপোনাৰ ভাগৱত পাঠ শুনি বহুতো নজনা কথা জানিলো। কৃষ্ণ

  • @tnath6513
    @tnath6513 2 года назад +3

    কৃষ্ণ বাপ। সুন্দৰ উপষ্ঠাপন। শুনি ভাল লাগিল। কৃষ্ণ কৃষ্ণ কৃষ্ণ------------------

  • @malasaikia9389
    @malasaikia9389 2 года назад +5

    কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা বাপ প্ৰণাম জনালো 🙏🙏🙏

  • @jilimaborah2979
    @jilimaborah2979 2 года назад +1

    বৰ ভাল লাগিল। কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @dhrubajyotibora2746
    @dhrubajyotibora2746 2 года назад +4

    ইমান সুললিত কণ্ঠ আপোনাৰ। ঈশ্বৰে কুশলে ৰাখক আপোনক।

  • @premadharligira532
    @premadharligira532 2 года назад +22

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰী চৰনত শত কৌতি সেৱা নিবেদিছো। আৰু এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা সকলো মহা মহন্ত আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই RUclipsযোগে ভক্তি ভৰা সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ।

    • @vinodks8894
      @vinodks8894 2 года назад

      ত্ত্ত্ত্ত্ত কৰে

  • @bakulrabha7173
    @bakulrabha7173 2 года назад +1

    Krishna Krishna bap jona,, my dhan kati asu aru apunar Mohan bhagobot pat huni asu suku Pani ulay guyse,, muy udalguri botabari palnamthan usoror akohoron bhagobotir bhokot,, apunak Akbar log puwar bohut esha ase prohu,,

  • @babulborah5253
    @babulborah5253 2 года назад +1

    কৃষ্ণ ৰাম নাৰায়ণ , মহাভাগৱত ।

  • @RekhaChutia-j8j
    @RekhaChutia-j8j 2 года назад +1

    কৃষ্ণ কৃষ্ণ প্রভূ সুন্দৰ ৱাখ্যা

  • @sangitaborah5519
    @sangitaborah5519 2 года назад +2

    অতি সুন্দৰ বাপ কৃষ্ণ। আপোনাক শতকোটী প্ৰণাম জনাইছোঁ । সেৱা গ্ৰহণ কৰিব। মই আপোনাৰ ভাগৱত সদায় শুনো কৃষ্ণ কৃপা কৰিব বাপ আপোনালোকৰ লগতে আমিও যেন ভাগৱত শুনি কুশলে থাকিব পাৰো আৰু কৃষ্ণ গুণ নাম সদায় লব পাৰো 🙏🏻❤🙏🏻

  • @runjunborua1302
    @runjunborua1302 2 года назад +2

    Moi aji fast time khunisu bhut bhut val lagi se khuni 🙏🙏🙏🙏🙏🙏

  • @nirusaikia7631
    @nirusaikia7631 2 года назад +3

    পাঠ শুনি নিজকে ধন্য মানিলো, কৃষ্ণ কৃষ্ণ বাপ 👃👃।আপোনাসবৰ কৃপাত আমাৰো যেন সদা কৃষ্ণৰ চৰণত মতি ৰাখিব পাৰো

  • @MRBK541
    @MRBK541 2 года назад +1

    Bohut hundor kontho baap apuni emane dhuniya koi baikha koresa Krishna🙏🙏🙏🙏🙏🙏

  • @punarammili8215
    @punarammili8215 2 года назад +2

    pranjit bap apunar jitu bhagwt pat byakhan hmoi palei hunu

  • @dipakborah1152
    @dipakborah1152 2 года назад +3

    🙏🌺Krishna Bap🌺🙏 Bor val hoise, apunak duror porai prnam jonaisu🙏🌺❤🌺🙏

  • @torabosumatary9945
    @torabosumatary9945 2 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাৰ ভাঙনি শুনি বহুত ভাল পালোঁ বাপ জন

  • @khirodagogoi625
    @khirodagogoi625 2 года назад +6

    কৃষ্ণ কৃষ্ণ কৃপাবৰ প্ৰভূ ঈশ্বৰ
    শতকৌতি প্ৰণিপাত জনাইছোঁ
    আপোনাৰ শ্ৰী চৰণত।। ভাগৱত
    স্থলীত উপবিষ্ট সমূহ বাপ, বৈষ্ণৱ আই সকললৈ ভক্তি ভৰা
    সেৱা জনাইছোঁ ।। কৃষ্ণ কৃষ্ণ।।

  • @PD-gj7ot
    @PD-gj7ot Год назад +1

    Krishna Krishna Krishna 🙏🙏🙏

  • @taponborah2805
    @taponborah2805 2 года назад +4

    কৃষ্ণ কৃষ্ণ বাপ।সশ্ৰদ্ধ সেৱা নিৱদিছো

  • @rinkusaikia8751
    @rinkusaikia8751 2 года назад +3

    🙏কৃষ্ণ 🙏 হে প্ৰভু ভগৱন্ত মোৰ জীৱন টো বহুত দুখ কষ্টৰ মাজেৰে পাৰ কৰি আহিছোঁ যেতিয়া মন বেয়া লাগে মই আপোনাৰ ভাগৱত বাখ্যা শোনো বহুত শান্তি পাওঁ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ এই জয় যাত্ৰা চিৰ যুগমীয়া হয় 🙏❤️

  • @riturajvlog2964
    @riturajvlog2964 2 года назад +1

    কৃষ্ণ ধুনিয়া হৈছে আপূনি আৰো আগোৱাই জাওক

  • @daduldas1643
    @daduldas1643 2 года назад +6

    কৃষ্ণ কৃষ্ণ প্ৰভূ দেৱ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ

  • @tulonmohan9583
    @tulonmohan9583 2 года назад +3

    কৃষ্ণ কৃষ্ণ!হে প্ৰভূ, সমস্ত ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা , কৃপাৰ সাগৰ তুমি, পৃথিৱী বাসী সমস্তে, তুমি কৃপা বৰষি থাকা।ভাগৱত পাঠৰ শ্ৰৱন-কীৰ্তনেৰে প্ৰাণ জুৰ পৰি যায়...পাঠক প্ৰভূ ঈশ্বৰৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম!

  • @taramaidevi1508
    @taramaidevi1508 2 года назад +3

    কৃষ্ণ বাপ 🙏🙏🙏 বাখ্যা সুন্দৰ চতিয়া নলবাৰী

  • @rajuborah7647
    @rajuborah7647 2 года назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন আপোনাক লগ পোৱা আশা কৰিলোঁ

  • @sarumaiborah448
    @sarumaiborah448 2 года назад +7

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ প্ৰণাম। 🙏🙏🙏

  • @srimantasaikia8373
    @srimantasaikia8373 2 года назад +23

    বৰ ভাল লাগিল দেই । সুন্দৰ কণ্ঠ । ধন্যবাদ জনাইছো । কৃষ্ণ কৃষ্ণ ৰাম ।

  • @kandarpanath1533
    @kandarpanath1533 2 года назад +3

    Eman dhunia koi. Bujai. Dise. Aponi. Aru. Aponar Xur bor bhut. Val .lagise. Krisha...krishna..🙏🙏

  • @champabora3177
    @champabora3177 2 года назад +6

    কৃষ্ণ বাপ সেৱা জনালোঁ

  • @munindragogoi2586
    @munindragogoi2586 2 года назад

    কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ভাগৱতৰ পৰম অমৃত কথাআমি শ্রবনকৰি কৃতকৃত হৈছো

  • @biswapratimtamuli4493
    @biswapratimtamuli4493 2 года назад +1

    অতি সুন্দৰ হৈছে বাপ....🙏🙏🙏🙏

  • @rupaliphukon7111
    @rupaliphukon7111 2 года назад +21

    কৃষ্ণ শত কোটি প্রণাম । আপোনাৰ ব্যাখ্যা আৰু সুৰ ভাল লাগে। পোৱা গধূলি সদাই শুনো। আগলৈ এনেদৰে শুনিবলৈ পাম বুলি আশা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

    • @binoykalita6987
      @binoykalita6987 2 года назад

      বাপ আপুনী যদি অনুমতি দিয়ে ।আপোনাৰ লগত অলপ কথা পাতিবলগীয়া আছিল

  • @jyostnagogoi909
    @jyostnagogoi909 2 года назад +1

    সুন্দৰ ব্যাখ্যা ।কৃষ্ণ

  • @digantadutta7278
    @digantadutta7278 2 года назад

    Jai shree radhe krishna🙏🙏🙏 om namah narayana namah🙏 krishna..

  • @palashgogoi7238
    @palashgogoi7238 Год назад

    🙏🙏 কৃষ্ণ বাপ ।

  • @bijumonikhanikar7540
    @bijumonikhanikar7540 2 года назад +3

    কৃষ্ণ কৃষ্ণ আপোনাৰ অভয় চৰণত সেৱা জনালে

  • @robinborah5848
    @robinborah5848 2 года назад +8

    Panjit bapp Krishna very excl bhaykhya bhut kub

  • @banigayan4963
    @banigayan4963 2 года назад +1

    Krishna krishna pravu.🙏🙏🙏

  • @ArupSaikia-o6c
    @ArupSaikia-o6c 7 месяцев назад +1

    Su ndar❤

  • @rajibyein3212
    @rajibyein3212 2 года назад +1

    Ram Krishna Ram Krishna Ram Krishna.

  • @manikkumar7646
    @manikkumar7646 2 года назад +3

    প্ৰভুজনাৰ ভাগৱত বাখয়া সদায়েই ইউটিউবত সন্ধিয়া চকীত বহি শুনি থাকো। মই এজন শিক্ষক , কিন্তু শাৰিৰীক বাবে অক্ষম। পাৰিলে আমাৰ গৃহ লৈ এদিন আহিলে ভগৱান কৃষ্ণৰ চৰনত চকীত বহিয়েই সেৱা এটি জনালোঁ হেঁতেন। প্ৰভু ভগৱন্তই আপুনাক কৃপা কৰক। আপুনি এদিন আহক। কৃষ্ণ।

  • @upakhisivam5568
    @upakhisivam5568 2 года назад +7

    কৃষ্ণ প্ৰভূ তযু চৰণত প্ৰণাম জনালো 🙏🙏🙏🙏🙏

  • @assamesegirl3834
    @assamesegirl3834 2 года назад +1

    He porvu duror porai tumak heuwa korisu eman hundor hoise

  • @ranginofficial7666
    @ranginofficial7666 2 года назад +10

    সুন্দৰ 💓

  • @rahulgogoi8589
    @rahulgogoi8589 2 года назад +2

    কৃষ্ণ বাপ পুৱাই পুৱাই আপোনাসৱৰ শ্ৰী চৰণলৈ এই অভাজনৰ কৌতি কৌতি প্ৰণাম🙏 জয় গুৰু শঙ্কৰ🙏

  • @padmatalukdar7046
    @padmatalukdar7046 2 года назад +1

    🙏🙏🙏🙏 সুন্দৰ ভাগৱত বাখ্যা

  • @taralanath3876
    @taralanath3876 2 года назад +1

    Krishna krishna provu pronam

  • @DevajaniChutia-of6vo
    @DevajaniChutia-of6vo 2 года назад +1

    কৃষ্ণ বাপজনা সেৱা ধৰিছোঁ।

  • @anilboruh4407
    @anilboruh4407 2 года назад +3

    সুন্দৰ বাখ্যা

  • @ranjumoniborahsaikia1684
    @ranjumoniborahsaikia1684 2 года назад +6

    Krishna krishna bap jona 🙏🙏

  • @padumpukhuribhurbandha7159
    @padumpukhuribhurbandha7159 2 года назад +10

    Dhanya prabhujan

  • @rekhamonidutta8489
    @rekhamonidutta8489 2 года назад +1

    Bhut Val lagil xuni 🙏🙏🙏

  • @numolpegu7890
    @numolpegu7890 2 года назад +1

    ভাল লাগিল কৃষ্ণ 🙏

  • @pradipgogoi3182
    @pradipgogoi3182 2 года назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু।

  • @monujborah4496
    @monujborah4496 2 года назад +9

    কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা

  • @maramidevi2398
    @maramidevi2398 2 года назад +1

    Moi aji fast time khunisu bhut val lagesa khuni 🙏 🙏🙏🙏🙏

  • @dipshikhaborah3082
    @dipshikhaborah3082 2 года назад +5

    কৃষ্ণ, সুন্দৰ

  • @rohinimech1568
    @rohinimech1568 Год назад +1

    Kirshna kirshna kirshna kirshna 🙏🙏🙏🙏🙏🙏

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 Год назад +1

    Krishna Hori Ram Oum santi santi santi 🙏🙏🙏🙏

  • @trailokyadutta7049
    @trailokyadutta7049 2 года назад +3

    "হেন জানি শিশুসব এৰি আন কৰ্ম।
    কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম।"
    প্ৰহ্লাদ চৰিত্ৰৰ এই মহান বাক্যৰ প্ৰকৃত সাৰ মৰ্ম ৰক্ষা কৰি বালকে শ্ৰীমদ্ভাগৱতৰ লগতে গীতা আদি শাস্ত্ৰৰ উদ্ধৃতিৰে সাৱলীল ব্যাখ্যা কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে।নিজে ভাগৱত ধৰ্মৰ নিৰৱিচ্ছিন্ন সাধক নহ'লে এনে সুমধুৰ ব্যাখ্যা কেতিয়াও সম্ভৱ নহয়।বালকৰ সাধনা সফল হওক। কৃষ্ণ কৃষ্ণ।

  • @lilakalita6705
    @lilakalita6705 2 года назад +1

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল ।সেয়া জনালোঁ ।

  • @momisaikia6408
    @momisaikia6408 2 года назад +2

    Apunar baikha huni bohut val lagil🙏🙏🙏🙏

  • @dimbeswarkurmi7260
    @dimbeswarkurmi7260 2 года назад +4

    কৃষ্ণ কৃষ্ণ, জয় গুৰু শঙ্কৰ

  • @roshmiandjintuvlogs1209
    @roshmiandjintuvlogs1209 2 года назад +1

    ধুনীয়া লাগিছে বহুত

  • @himuhdremix6516
    @himuhdremix6516 2 года назад +5

    কৃষ্ণ🙏 জয় গুৰু শঙ্কৰ

  • @dipakbora9439
    @dipakbora9439 2 года назад +2

    কৃষ্ণ কৃষ্ণ বাপজন ভাল লাগিল আপোনাৰ ভাগৱত ব্যাখ্যা শুনিবলৈ পাই আমি নিজকে ধন্য হলো কিন্তু আপুনি গুৰুজন বস্তু বুলি কোৱা কথাষাৰ বুজি নাপালো বিশেষ বহলাই কব নি

  • @sidaborah1607
    @sidaborah1607 2 года назад +1

    Xoto koti pranam

  • @anantakumarborah2192
    @anantakumarborah2192 2 года назад +1

    Bor bhal lagil .krishna krishna ram .

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 года назад +4

    কৃষ্ণ প্ৰণাম প্ৰভু সমষ্ত।

  • @ranjudeka5852
    @ranjudeka5852 2 года назад +4

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব 🙏🙏🙏

  • @narendra.saikia.narendrasaikia
    @narendra.saikia.narendrasaikia 11 месяцев назад +1

    🙏❤❤❤❤

  • @pujakalita8491
    @pujakalita8491 2 года назад +1

    🙏🙏 OM Krishna provu apunak sewa 🙏🙏

  • @prakashbezbaruah9996
    @prakashbezbaruah9996 2 года назад +1

    সুন্দৰ ব্যাখ্যা

  • @deepanajlidas4523
    @deepanajlidas4523 2 года назад +1

    Krishna Bap aponar xoronot xeuwa jonalo 🙏🙏🙏

  • @nagendrasonowal7907
    @nagendrasonowal7907 2 года назад +1

    প্ৰণাম প্ৰভু

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 2 года назад +3

    Krishna Krishna Bap Hewa janalu

  • @probinbora135
    @probinbora135 2 года назад +4

    কলিযুগৰ শঙ্কৰদেৱ স্বৰুপ কৃষ্ণ কৃষ্ণ বাপ ।

  • @monnilimofficial5274
    @monnilimofficial5274 2 года назад +1

    Krishna Krishna prabhu bor hundor hoise dai... 🙏🙏🙏

  • @sumitrapatar4245
    @sumitrapatar4245 Год назад +1

    Krishna Krishna Krishna baap

  • @rumigogoi8881
    @rumigogoi8881 2 года назад +4

    কৃষ্ণ কৃষ্ণ হৰিৰাম।