Это видео недоступно.
Сожалеем об этом.

NASAৰ সৈতে কাম কৰা অসমীয়া বিজ্ঞানীৰ শিহৰণকাৰী তথ্য l Chandrayaan-3 Latest Updates l

Поделиться
HTML-код
  • Опубликовано: 26 авг 2023
  • #chandrayaan3
    #isro
    #pmmodi
    Scientists Dr. Kishore Baruah’s Contact Details- kiba11921@gmail.com
    My contact details
    For email- pranjal.pratim17@gmail.com
    For instagram- prranjalphazarika

Комментарии • 494

  • @user-bx8fc9jg2c
    @user-bx8fc9jg2c 11 месяцев назад +33

    বৰুবা চাৰৰ দীৰ্ঘায়ু কামনা কৰিলো।এগৰাকী মহান ব্যক্তি।

  • @dineshkalita8029
    @dineshkalita8029 11 месяцев назад +31

    আজিৰ আলোচনা খিনিত উৰহি গছৰ ওৰ বিচাৰি পোৱা যেন অনুভব কৰিছো।
    অনুৰোধ কৰিছো, এনে শিপা থকা মহান বিজ্ঞানী বোৰক লৈ বৰ্তমানৰ Burning topic বোৰ আলোচনা কৰি উপকাৰ কৰি থাকে যেন।
    ধন্যবাদ।

  • @xmdi3687
    @xmdi3687 11 месяцев назад +26

    ৰাজনীতি অশান্তি ৰ পৰা শান্তি পালো আপোনাৰ আলোচনাৰ পৰা ভাল লাগিল আকৌ আশা কৰিলো এনে vlog

  • @pranabjdas
    @pranabjdas 11 месяцев назад +1

    কিশোৰ বৰুৱা চাৰক যিসকলে লগ পাইছে, তেওঁলোক বৰ ভাগ্যৱান। 🙏

    • @kishorbaruah6118
      @kishorbaruah6118 11 месяцев назад

      মইহে ভাগ্যৱান। astronomy ৰ যোগেৰে আপোনালোকৰ দৰে ব্যক্তি সকলক লগ পাওঁ। কথা পাতিবলৈ সুবিধা পাওঁ।

  • @basantanath2647
    @basantanath2647 11 месяцев назад +6

    এগৰাকী মহান লোকৰ মহৎ কাম আৰু চিন্তাৰ সংস্পৰ্শত কিছু সময় পাৰ কৰিবলৈ পায় ধন্য হ'লো। তেখেতৰ সুন্দৰ স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতা গৰাকীলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @rabinchangmai2332
    @rabinchangmai2332 11 месяцев назад +6

    বিজ্ঞানৰ বাস্তৱতাক সুন্দৰকৈ উপস্থাপন কৰি আমাৰ মাজত জ্ঞানৰ পোহৰ বিলাই দিয়া বাবে বৰুৱা ছাৰৰ লগতে আপোনাকো অশেষ ধন্যৱাদ জনালো ।

  • @palashgogoi9722
    @palashgogoi9722 11 месяцев назад +12

    সঁচা কথা নিজৰ ঘৰখন ধ্বংস কৰি অন্যত ঘৰ বন্ধাৰ যুক্তি ক'ত।❤❤

  • @tridipsonowal4236
    @tridipsonowal4236 11 месяцев назад +4

    এনধৰণৰ আৰু নতুন নতুন তথ্য লৈ অসমৰ মহান বিজ্ঞানী সকলৰ ভিদিঅ আৰু বনাবচোন নতুন নতুন নজনা কথা জানিবলৈ খুবেই আগ্ৰহী। ভিদিঅটো চাই বৰ ভাল লাগিল। আপোনালোক দুয়োজনলৈ নমষ্কাৰ

  • @sashibhatta5198
    @sashibhatta5198 11 месяцев назад +38

    বহুত ভাল লাগিল ৷ বহুত জানিলোঁ ৷ হাজৰিকাদেৱক ধন্যবাদ জনাইছোঁ এই মূল্যবান সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাৰ বাবে ৷

  • @nirugogoi3181
    @nirugogoi3181 11 месяцев назад +15

    সত্য ই সুন্দৰ। আৰু এই সুন্দৰতাত আছে বাস্তৱতা।

  • @ranjitbora734
    @ranjitbora734 11 месяцев назад +41

    এনে মহাজ্ঞানী লোকৰ সাখ্যাৎ আৰু পোৱাৰ আশা থাকিল।

  • @dilipdas7344
    @dilipdas7344 11 месяцев назад +10

    তেখেত এগৰাকী মহান ব্যক্তি, তেখেতে শ বছৰ গচকক আৰু নতুন নতুন জ্ঞান আমালৈ দি থাকক।
    এজন মহান অসমীয়া। তেখেতৰ বাবে আমি (মই) সকলোঁ দিবলৈ সাজু আছোঁ।
    দিলীপ চন্দ্ৰ দাস।
    যোৰহাট Baligaon

    • @kishorbaruah6118
      @kishorbaruah6118 11 месяцев назад +1

      আপোনাক বহুত বহুত ধন্যবাদ।

  • @kalpananeog3532
    @kalpananeog3532 11 месяцев назад +4

    অনুস্থানটো চাই বৰ ভাল লাগিল, অতিকৈ আপ্লুত হ'লো, লগতে বহুতো নজনা কথা জানিব আৰু বুজিব পাৰিলোঁ, বিজ্ঞানী কিশোৰ বৰুৱা ডাঙৰীয়াই কথাবোৰ সহজ-সৰল ভাষাৰে ইমান ধুনীয়াকৈ বুজাই দিছে যে, সকলোয়ে সহজে অনুধাৱন কৰিব পাৰিব,মুঠৰ ওপৰত সুন্দৰ অনুস্থান এটি খুউব ভালকৈ উপভোগ কৰিব পাৰিলোঁ, শেষত বিজ্ঞানী তথা অনুস্থানটিৰ আঁত ধৰোঁতা প্ৰাঞ্জল হাজৰিকালৈ মোৰ ফালৰপৰা অশেষ ধন্যবাদ আৰু অলেখ শুভকামনা জনালোঁ,,,,

  • @dipaksarma171
    @dipaksarma171 11 месяцев назад +32

    ভাল লাগিল। কিশোৰ বৰুৱা দেৱে তেজপুৰ বিশ্ববিদ্যালয়ত মহাকাশ বিজ্ঞানৰ অধ্যয়নৰ এক পৰিবেশ সৃষ্টি কৰিছে। তেখেতলৈ বহুত ধন্যবাদ।

  • @anamikasaikia1996
    @anamikasaikia1996 11 месяцев назад

    ছাৰৰ কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ’লো। খুউব ভাল লাগিল😊

  • @mgmusic.3483
    @mgmusic.3483 11 месяцев назад +4

    ছাৰৰ লগত খণ্ড খণ্ডকৈ সাক্ষাৎকাৰৰ ব্যবস্থা কৰিবচোন ৷ বহুত কথা জানিবলৈ মন গৈছে ৷ ভাল লাগিল ৷

  • @AssamTimesPost
    @AssamTimesPost 11 месяцев назад +1

    অনুষ্ঠানটো চাই ভাল লাগিল। লগতে কিছু নতুন কথা জানিব পাৰিলোঁ। ধন্যবাদ।

  • @anuragsankarofficeal6045
    @anuragsankarofficeal6045 11 месяцев назад +1

    বৰ সুন্দৰ এটা interview ললে।যাক বহু আগৰ পৰাই প্ৰয়োজন বোধ কৰিছিলো। সুখী হলো ।

  • @AssameseNetwork
    @AssameseNetwork 11 месяцев назад +1

    বহুত বেছি ভাল লাগিল প্ৰাঞ্জল দা লগতে চাৰক ও বহুত বহুত ধন্যবাদ জনালোঁ ইমানখিনি নজনা কথা আমাক জানাই দিয়াৰ বাবে❤️👍🙏🙏🙏

  • @minudevi785
    @minudevi785 11 месяцев назад

    বহুত সুন্দৰ কঠোপ কঠিন ভাল লাগিল জনি

  • @thinker7931
    @thinker7931 11 месяцев назад +2

    "ইমান সত্যবাদী"
    "ইমান সুন্দৰ মনৰ মানুহ"
    "মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যই মূল্যবান"
    মন মগজু চুই গ'ল
    কোটি কোটি প্ৰণাম🙏
    আৰু এনেধৰণৰ video পাম বুলি আশা ৰাখিলো।

  • @asimsaikia9451
    @asimsaikia9451 11 месяцев назад

    ছাৰক মোৰ এবাৰ লগ‌ পাবৰ মন গৈছে। ইমান ভাল ।

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 11 месяцев назад

    আপোনাৰ কথা শুনি বহুত ভাল লাগিল । দীৰ্ঘায়ু হওক সু স্বাস্থ্য হওক নমস্কাৰ চাৰ

  • @triptikalita5534
    @triptikalita5534 11 месяцев назад

    সঁচাকৈ বৰ সুন্দৰ। আমি সৰুৰে পৰা শু নি ছো কোটি কোটি বৰমাহণড থকাৰ কথা। এই কোটি কোটি বৰমাহণড ৰ হৰি অধিকাৰী।

  • @rupasaikia2274
    @rupasaikia2274 11 месяцев назад +7

    বৰ সুন্দৰ কথা কৈছে 🙏🙏🙏

  • @jadabkrray2469
    @jadabkrray2469 11 месяцев назад +1

    বহুত ভাল লাগিছে

  • @musicshow752
    @musicshow752 11 месяцев назад

    অতি সুন্দৰ কথা। ভাল লাগিল

  • @luitporiya1465
    @luitporiya1465 11 месяцев назад

    নমস্কাৰ ৷ শেষৰ কথাখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ আমাৰ পৃথিৱী খনক ভালকৈ ৰাখক ৷

  • @bubuldeka8138
    @bubuldeka8138 11 месяцев назад +11

    কম সময়ত বহুত ভাক লগা সত্য কথা জানিব পাৰিলো এনে ধৰনৰ বিজ্ঞানৰ আলোচনাই সমাজৰ বহুত উপকৃত হব । ভবিষ্যত্ লগ পোৱা আশাৰে দুৰৈৰ পৰা বহুত বহুত ধন্যবাদ জনালো।

  • @kailashchsarma619
    @kailashchsarma619 11 месяцев назад +3

    সন্মানীয় শ্রীকিশোৰ বৰুৱাদেৱে মহাকাশ সম্বন্ধীয় জটিল প্ৰশ্নবোৰৰ উত্তৰ প্ৰাঞ্জল ভাষাৰে বুজাই দিলে যিসমুহৰ ক্ষেত্ৰত আমিও কৌতুহলী আছিলো । সকলোতকৈ ভাল লাগিল 'পৃথিৱী' নামৰ আমি বাস কৰা গ্ৰহটো সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত তেখেতৰ দৃষ্টিভঙ্গী,মানসিকতা আৰু পৰামৰ্শৱলী । আমি এনে এগৰাকী প্ৰতিস্থিত অথচ নিৰহঙ্কাৰী অসমীয়া বিজ্ঞানীক লৈ গৌৰৱান্বিত । তেখেতৰ পৰা সাক্ষাৎকাৰটিৰ জৰিয়তে বহুকথা জনাৰ সুযোগ দিয়া বাবে আপোনাক ধন্যবাদ জনালোঁ ।

  • @madhurjyamohonchutia9453
    @madhurjyamohonchutia9453 11 месяцев назад

    বহুত সুন্দৰ কথা কৈছে । ভাল লাগিলে । আজি কালি আমি মানুহে উন্নত জীৱন যাপন কৰিবলৈ প্ৰকৃতিক ধ্বংস কৰি শেষ কৰিছো । সজাগ হবৰ হল । প্ৰকৃতি ওপৰত কৰা অন্যৰ এদিন আমি ভালকৈ ভুগিব লাগিব 🙏

  • @himankumarsaikia250
    @himankumarsaikia250 11 месяцев назад

    সেৱা জনালোঁ।🛐🙏

  • @rajeshvlogs420
    @rajeshvlogs420 11 месяцев назад +3

    বহুত মহান আদৰ্শ। অসমৰ হৈ যথেষ্ট গৌৰামবিত আপোনাৰ দৰে এজন আদৰ্শ শিল বিজ্ঞানী পাই।

  • @Hold_up_
    @Hold_up_ 11 месяцев назад +1

    ভাল কথা কৈছে ❤

  • @rajatboro1574
    @rajatboro1574 11 месяцев назад +5

    Moi 10t fail kin2 science related video ba bos2 sai khub val paw agor porai... Val val knowledge powa jai... Thank u dada iman knowledgeable video share kora babe 🙏🙏🙏

  • @debangshidas632
    @debangshidas632 11 месяцев назад

    বহুত ভাল লাগিল কথাবোৰ।

  • @satyenborgohain5683
    @satyenborgohain5683 11 месяцев назад

    বহুত ভাল ভাল কথা জানিবলৈ পাই ভাল লাগিছে । বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক ।

  • @dipenkumargohain5351
    @dipenkumargohain5351 11 месяцев назад +6

    বৰুৱা চাৰলৈ শ্ৰদ্ধা জনালোঁ। বহিগ্ৰহৰ এলিয়েনৰ পৃথিৱীত আক্ৰমণ সম্পৰ্কত চাৰে দিয়া উত্তৰে মন মুগ্ধ কৰিলে

  • @amiyaborah9305
    @amiyaborah9305 11 месяцев назад

    চাৰে নজনা বিষয়ে জানিবলৈ মানৱ জাতীক যি সহায় কৰি ছে ধন‌্য বাদ।

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 11 месяцев назад

    বৰ ভাল ব্যক্তি এজনৰ লগত এটা সাক্ষাৎকাৰ চাবলৈ পালো ।

  • @polkakati9020
    @polkakati9020 11 месяцев назад +5

    বৰ সুন্দৰ নজনা কথা তথা বিবেচনাৰে ভৰা আলোচনাৰ অনুষ্ঠানটো চাই আপ্লুত হলো। ধন্যবাদ থাকিল।

  • @prasuryahandique8706
    @prasuryahandique8706 11 месяцев назад +4

    আগলৈ এনে ধৰনৰ সাক্ষাৎকাৰ আশা কৰিলোঁ। ধন্যবাদ

  • @shekharjyotibaishya1670
    @shekharjyotibaishya1670 11 месяцев назад +2

    বহুত বেছি ভাল লাগিল video টো চাই।।।নজনা কথা বহুতে শিকিব পাৰিলোঁ । ধন্যবাদ কিশোৰ বৰুৱা Sir 🙏

  • @amarendrasaikia4989
    @amarendrasaikia4989 11 месяцев назад

    অতি সুন্দৰ আৰু অতি গুৰুত্বপূৰ্ণ আলোচনা।🙏

  • @aakroy3864
    @aakroy3864 11 месяцев назад +1

    এই মন্তব্য শুনি মই বহুত আন্দ পাইছো ।বহুত বহুত ধন্যবাদ জনাইছো।

  • @kalpanahazarika7631
    @kalpanahazarika7631 11 месяцев назад

    বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ভাল লাগিল।আগত এনে বোৰ ৰহস্য ভয় কথা শুনি ছইলও্।

  • @simantadeka1191
    @simantadeka1191 11 месяцев назад +1

    আপোনাৰ লগতে চাৰৰ কথাবোৰ শুনি মহাকাশ বিজ্ঞানৰ বিষয়ে জনাৰ বিশেষ আকৰ্ষন হৈছে

  • @dipalitamulyboruah9037
    @dipalitamulyboruah9037 11 месяцев назад

    bohut val lagil. Kisur Boruah Sir K namasker jonaisu.

  • @dipikaroy8258
    @dipikaroy8258 11 месяцев назад +1

    চন্দ্ৰ ত থকাতো চিন্তা নকৰি পৃথিৱীত মানুহ কেনেকৈ সুস্বাস্থ্য ৰ গৰাকী হৈ থাকিব পাৰে তাৰেহে কামনা কৰি তেনেকুৱা কৈ পৃথিৱীক সুন্দৰ কৰি গঢ়িব লাগে।পৃথিৱীত একো অভাৱ নাই।মানুহ নোহোৱা হৈ গলেও পৃথিৱীৰ একো ক্ষতি নহয়।কিন্তু পৃথিৱী নাথাকিলেহে মানুহে জীৱ শ্ৰেষ্ঠতা আখ্যা আৰু মানুহৰ জীৱন নিৰ্বাহ বোলা ঠাইখন পুনঃ নাপাব। মানুহ প্ৰকৃতিৰ অতিথি।ভালকৈ থাকিব লাগে।লেতেৰা আৰু উৎপাত কৰি থাকিব নালাগে মুঠতে😊😊😊🙏

  • @bobyborah28
    @bobyborah28 11 месяцев назад +2

    বহুত সুন্দৰ অনুস্থান । জানিবলৈ ইচ্ছা কৰি থকা কথাবোৰ জানি বহুত বহুত ভাল লাগিল ।

  • @susilsonowal7687
    @susilsonowal7687 11 месяцев назад +4

    বহুত নজনা কথা জানিলোঁ চাৰলৈ ধন্যবাদ থাকিল লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @sanjibkrbordoloi5207
    @sanjibkrbordoloi5207 11 месяцев назад +23

    জ্ঞান, বিজ্ঞান,তদং, ৰহস্য।🙏🙏🙏🇮🇳🇮🇳🇮🇳

  • @jayantadowarah9116
    @jayantadowarah9116 11 месяцев назад +2

    Thanks to you sir

  • @mousumihazarika6255
    @mousumihazarika6255 11 месяцев назад

    ইমান সুন্দৰ কে কথাবোৰ কৈছে কিবা এটা ভাল লাগি গ'ল 🙏

  • @bharatiborah8630
    @bharatiborah8630 11 месяцев назад +2

    এনে ধৰনৰ তথ্য সমৃদ্ধ ভিদিওবোৰ চাবলৈ পালে ভাল আৰু আগতে নজনা কথা জানিবলৈ পায় ভাল লাগে আশা কৰো এনেকুৱা ধৰনৰ সাধাৰণ মানুহে নজনা কথাবোৰ আপোনাৰ জৰিয়তে প্ৰকাশ পায় থাকিব বুলি আশা কৰিছোঁ আৰু বিজ্ঞানী সকলৰ প্ৰছেষ্টা অধিক সফল হৈ মানৱ জাতিৰ কৈলানৰ বাবে তেওলোকে কৰা আত্মোসগত প্ৰনিপাত জনাইছো

  • @kangkanalekharu2170
    @kangkanalekharu2170 11 месяцев назад +2

    Edin apunak log pua hole sir।।।। Much respect 🙏

  • @bossgameingofficial8285
    @bossgameingofficial8285 11 месяцев назад

    বহুত ভাল লাগিল videoটো চাই❤️❤️

  • @gakulsaikia260
    @gakulsaikia260 11 месяцев назад +8

    সুন্দৰ প্ৰদশেপ দাদা। এনেধৰণৰ বাৰ্তা লাভে আমাক নজনা বহুত শিক্ষা দান কৰি যাই।এনেধৰণৰ অনুষ্ঠান আপুনি আমাক আকৌ দিব বুলি আশা ৰাখিছোঁ।🙏

  • @jngtutorial6802
    @jngtutorial6802 11 месяцев назад +1

    বৰ সুন্দৰ উত্তৰ কিছু পালো। তেখেতৰ দীর্ঘায়ু কামনা কৰিলো।

  • @arupbaruah699
    @arupbaruah699 11 месяцев назад +1

    বহুত ভাল লাগিল। দুয়োগৰাকীলৈ অশেষ ধন্যবাদ। বহুত নজনা কথা জানিব পাৰঘলোঁ।

  • @karabeedeka3065
    @karabeedeka3065 11 месяцев назад +2

    বহুত ভাল লাগিল দাদা। এই সাক্ষাৎকাৰ টোৱে বহুখিনি পোহৰৰ সন্ধানপোৱাযেন লাগিল। বৰুৱা দেখলে ধন্যবাদ থাকিল।

  • @NabinRabha-nz2xy
    @NabinRabha-nz2xy 11 месяцев назад +15

    মনত ভাল লগা আলোচনা সৃষ্টি কৰাৰ বাবে ধন্যবাদ থাকিল।

  • @basantagupit2576
    @basantagupit2576 11 месяцев назад

    বহুত কথা শিকিলোঁ.... দুয়ো গৰাকীলৈ অশেষ ধন্যবাদ থাকিল

  • @manojsmusiccorner8016
    @manojsmusiccorner8016 11 месяцев назад

    Ki sundar sinta aponar sir . Bohut bhal lagil ...

  • @dharitreesaikia8993
    @dharitreesaikia8993 11 месяцев назад

    Bohut bhal lagil.. Ene ejon byoktir logot porisoi koruar babe bohut dhonyobad..

  • @NilimaSaikiaPathak-cy9ll
    @NilimaSaikiaPathak-cy9ll 11 месяцев назад

    বহুত ভাল লাগিল ৷ বহু ভাল কথা জানিলোঁ

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 11 месяцев назад +1

    সুন্দৰ বহুত বহুত ভাল লাগিল.আৰু দেখাই থাকিব.

  • @amritprovadas7092
    @amritprovadas7092 11 месяцев назад

    Bohut bhal video ata salu....bhal lagil....aru enekua topics upporot dibo

  • @digantahazarika8757
    @digantahazarika8757 11 месяцев назад

    নজনা কথাবিলাক জানিবলৈ পায় বহুত সুখী হলো। ধন্যবাদ

  • @kalpanakataky9092
    @kalpanakataky9092 11 месяцев назад

    ভাল লাগিল সুন্দৰ vdo। জানিবলগা কথা। ধন্যবাদ হাজৰিকা

  • @abinashkalita9242
    @abinashkalita9242 11 месяцев назад +2

    তেওঁ বিজ্ঞানী 'হয়’,তেওঁ অধ্যাপক 'হয়’-এইবোৰ বাক্যত 'হয়’ ব্যৱহাৰ কৰিব নালাগে।বাকী ভালেই পালোঁ।

  • @kshiprajyotiborah7809
    @kshiprajyotiborah7809 11 месяцев назад

    Khubei bhal lagil....agoloiu Ane video agbadhaijen

  • @tapanrajbongshi5795
    @tapanrajbongshi5795 11 месяцев назад +1

    চাৰ ..
    আপোনাৰ কথাবোৰ শুনি বহুত
    উপকৃত হ'লোঁ ,
    আপোনাৰ দীৰ্ঘায়ু
    কামনা কৰিলোঁ ,
    ইউটিউবাৰজনলৈ ধন্যবাদ
    জ্ঞাপন কৰিলোঁ ।।

  • @dwijensanvimusical3130
    @dwijensanvimusical3130 11 месяцев назад +2

    সাক্ষাৎকাৰটো ছাই বহুত ভাল লাগিল। ধন্যবাদ থাকিল হাজৰিকা দেৱ।এনেকুৱা মূল্যবান video দেখাৰ সৌভাগ্য হব বুলি আশা থাকিল।

  • @anirudhaparasar7430
    @anirudhaparasar7430 11 месяцев назад +1

    সুন্দৰ, অতি সুন্দৰ বাৰ্তালাপ, বহুত ভাল লাগিল, শ্ৰদ্ধাৰ কিশোৰ বৰুৱা ছাৰলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ 🌺🌺🌺🌺
    ধন্যবাদ প্ৰাঞ্জল হাজৰিকা দেৱ

  • @shilpasaikia6876
    @shilpasaikia6876 11 месяцев назад +2

    Bohut dhoinyobad...aibur he sabologoia interview...❤

  • @robinburagohain3288
    @robinburagohain3288 11 месяцев назад +1

    সুন্দৰ তথ্য দাঙি ধৰিলে , ভাল লাগিল ।

  • @Mridu-to6uy
    @Mridu-to6uy 11 месяцев назад

    Val lagil,bhut tikhna Aru bahal hridayar byakti

  • @DiptiChetia-bs5vh
    @DiptiChetia-bs5vh 11 месяцев назад

    বহুত বহুত ভাল লাগিল। তেখেতৰ পৰা বহুত
    নজনা কথা জানিব পাৰিলো।

  • @jobinassamch
    @jobinassamch 11 месяцев назад +1

    First of all Thank you so much Sir Apunak. Aru Pranjal Daa apunaku Thank you anekua dhunia content diar babe.

  • @junumisragoswami8967
    @junumisragoswami8967 11 месяцев назад +2

    বহুত ভাল লাগিল‌ । চাৰৰ কথাবোৰেই বহুত উপকৃত কৰিলে।,🙏🙏🙏

  • @balendradas5263
    @balendradas5263 11 месяцев назад +2

    বৰুৱা চাৰৰ গঠণ মুলক কথা বোৰ শুনি ভাল লাগিল | চাৰৰ এনেকুৱা আলোচনা সঘনাই হৈ থকাটো কামনা কৰিলো |

  • @TroilukyaNath
    @TroilukyaNath 11 месяцев назад +2

    বহু কথা শিকিব পাৰিলোঁ❤

  • @simakalita6273
    @simakalita6273 11 месяцев назад

    বহুত ভাল লাগিল..... এনে সময়ত এই বাৰ্তালাপ অধিক প্ৰয়োজনবোধ কৰো.......

  • @KopilKotoky2022
    @KopilKotoky2022 11 месяцев назад +1

    Bohut val lagil sir kotha huni.. God bless you sir❤💐💐💐

  • @rupjyotisarma7434
    @rupjyotisarma7434 11 месяцев назад +1

    বহুত বহুত ভাল লাগিল।
    RUclipsr হলে এনে হে হ'ব লাগে।।👍👍

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 11 месяцев назад

    বহুত বহুত বহুত ভাল লাগিল, কথাবোৰ জানিব পায়,🙏👍🇮🇳🇮🇳

  • @hemkantabaruah9049
    @hemkantabaruah9049 11 месяцев назад +1

    বৰ সুন্দৰ ভিদিঅ, আগলৈ অধিৰ আগ্ৰহেৰে অপেক্ষাত ৰলো 🙏🙏🙏

  • @kakalidas8367
    @kakalidas8367 11 месяцев назад

    বৰ ভাল লাগিল

  • @bunubora8950
    @bunubora8950 11 месяцев назад

    এনে সাক্ষ্যাতকাৰ আকৌ অতি সোনকালে দিব।খউৱ ভাল লাগিল।

  • @korobidas5121
    @korobidas5121 11 месяцев назад +1

    বহুত ভাল লাগিল 👍 সঁচাকৈ বহুত নজনা কথা জানিলো ! এনেকুৱা ভিডিঅবোৰহে আশা কৰো

  • @alokkalita1028
    @alokkalita1028 11 месяцев назад

    বৰ ভাল লাগিল চাৰ ।

  • @nibransonowal9182
    @nibransonowal9182 11 месяцев назад

    এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আগলৈ আশা কৰিলো আৰু ধন্যবাদ দিছো

  • @palashgogoi9722
    @palashgogoi9722 11 месяцев назад +4

    বহুত ভাল লাগিল।❤

  • @anjanagogoi6105
    @anjanagogoi6105 11 месяцев назад +4

    বহুত ভাল লাগিল ,নজনা কথা জানিবলৈ পায় ,ছাৰলৈ অশেষ ধন্যবাদ জনালোঁ । লগতে বহুমূলীয়া সাক্ষাৎকাৰ কৰি আমাক উপহাৰ দিয়াৰ বাবে ভাতৃ প্ৰতীম ,তোমালৈ ও বহুত বহুত ধন্যবাদ ও সুস্বাস্থ্যৰ কামনা কৰিলোঁ 🙏🏼🙏🏼🙏🏼

  • @sukanyagohain9562
    @sukanyagohain9562 11 месяцев назад +3

    সচাকৈ এনে ব্যক্তি আমাৰ সমাজৰ সম্পদস্বৰূপ। আগলৈও এনেধৰণৰ ভিডিঅ' আশা‌ কৰিলো।

  • @manashgogoi1370
    @manashgogoi1370 11 месяцев назад

    ভাল লাগিল এনেকুৱা আৰু video দিবচোন দাদা।

  • @ureshbora8416
    @ureshbora8416 11 месяцев назад

    ভাল লাগিল। ধন্যবাদ।

  • @BimolPathak-rf2su
    @BimolPathak-rf2su 11 месяцев назад +2

    এটা সুন্দৰ অনুস্থান। ধন্যবাদ।

  • @pijushkashyap9022
    @pijushkashyap9022 11 месяцев назад +1

    বহুত ভাল লাগিল,, এটা কথা জানিব মন আছিল,, শ্ৰদ্ধাৰ ছাৰ য়ে ভগৱান বিশ্বাস কৰে নে‌ নকৰে ,, ভগৱন্তৰ অস্তিত্বক মানি লয় নে‌ নলয়,, ভাৰতবৰ্ষৰ ইতিহাস ক বিশ্বাস কৰে নে‌ নকৰে,,, উওৰ পাম বুলি আশা ৰাখিলোঁ,, science যদি ইমান আগুৱাই গ'ল তেতিয়া হ'লে কৈলাশ পৰ্বতলৈ আজিলৈকে কিয় উঠিব নোৱাৰিলে,,