"ঘৰ পাবলৈও পইচা দিবলগীয়া হয়, এনে অৱস্থাত মই কেনেকৈ দিব পাৰিম?"মাতৃগৰাকীয়ে এনেকৈ দুখ প্ৰকাশ কৰিছিল

Поделиться
HTML-код
  • Опубликовано: 3 янв 2025

Комментарии • 356

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 2 месяца назад +83

    নাহৰ টকীয়াত দূগা পূজাত এখন অস্থায়ী বিপনীত পকৰী আৰু তেনেধৰণৰ সৰু খোৱা বস্তু দোকান দি বিক্ৰী কৰি থকা ভগৱান ৰুপী সময়ক মাকৰ সৈতে অকস্মাতে দেখিলো উচৰত পাই চিনাকি হলো ।সময় ইমান গহীন কম কথা কয় লগ পালেহে গম পায় বহুত ভাল লাগিল পূজা সময়তো এনেই সময় নকটাই কেনেদৰে বিজি আচৰিত হলো তেওঁ ছাগে ভাবে কেনেদৰে দুপইচা ওলিয়াই দুখীয়া সহায় কৰিব পাৰো সময় দীঘায়ু হ ওক। ভগৱানৰ ওচৰত এইয়ে মোৰ প্ৰাথনা

  • @Tuohhi-pv5ll
    @Tuohhi-pv5ll 2 месяца назад +51

    মই চালা খাবলৈ পাই, শুবলৈ পাই সকলোখিনি পায়ো দুখ কৰি থাকোঁ। আনে যে তাকো পোৱা নাই। সিহঁতৰ যে কিমান দুখ।😢😭

  • @miganghemanta6884
    @miganghemanta6884 2 месяца назад +48

    সেইবোৰ পৰিয়ালেহে প্ৰকৃত চৰকাৰী হিতাধিকাৰী!!!ঘৰ বা অৰুণোদয়!!!

    • @AjijulAjijulali-d6g
      @AjijulAjijulali-d6g 2 месяца назад +2

      দলাল কাৰানাই নাপায়

  • @বলামোৰলগতশিকো
    @বলামোৰলগতশিকো 2 месяца назад +6

    চকুপানী ওলাই গল হচাকে। 😢আজি কালি দুখীয়া মানুহক তো চবে ঘৃণা কৰা যেন এ তুমি যি ভাবিছা দুখীয়া মানুহৰ কথা । হচাকে❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 месяца назад +13

    অতি হৃদয়স্পৰ্শী কাহিনী। দুখীয়াৰ দুখৰ কেতিয়া অন্ত পৰিব। জনপ্ৰতিনিধি সকলে এইসকল দুখীয়া দৰিদ্ৰক চিনি নাপাই নে চকুৰে দেখা নাপায়। ধিক আমাৰ জনপ্ৰতিনিধি। ভগৱানে এই দুৰভগীয়া পৰিয়ালটোক কুশল কৰক।

  • @parthamixarsassam6762
    @parthamixarsassam6762 2 месяца назад +20

    দূৰ্ভাগীয়া পৰিয়ালৰ ওচৰত আছা যেতিয়া পৰিয়ালটোৱে এক সুখ পাইছে। ধন্যবাদ জনালো

  • @PronotiMohon
    @PronotiMohon 18 дней назад +1

    প্ৰথমেই বহুত বহুত ধন্যবাদ দিছো সময়ক খবৰ দিয়া ভাইটি দুজনক ।মানুহ গৰাকীৰ মনৰ কথাবোৰ কৈ ক্ষোভ প্ৰকাশ কৰিছে ।তেখেতৰ কথাত কোমলতা নাই ।আন্তৰীকতা নাই ।ঠিক নাই নহয় ।নাজানে ।

  • @AssamChannel98
    @AssamChannel98 2 месяца назад +36

    Apunar ghort vogoban Goise Aji❤

    • @SangitaGogoi-s6x
      @SangitaGogoi-s6x 2 месяца назад +3

      Apunr comment to pai val lage gol 😊❤❤

    • @AssamChannel98
      @AssamChannel98 12 часов назад

      @@SangitaGogoi-s6x thank you......

  • @MissingAgom-lk3rt
    @MissingAgom-lk3rt 2 месяца назад +5

    Bohut Dukh Lagile Dei, Hosakoi chaku pani Rakhab Nuwarilu 😭😭😭 Helping This Family 😭😭 Guy's, Really Hard touching Sricpt ❤❤

  • @MrDebDas
    @MrDebDas 2 месяца назад +137

    Sorkari Ghar bilak diyar namot member bure ba panchayat bure 5000 tokake khaise ami gom paisu, complain diyok thanat

    • @RatulKalita-uc9zb
      @RatulKalita-uc9zb 2 месяца назад +11

      Complain di laav nai dada....Sob akei

    • @MrDebDas
      @MrDebDas 2 месяца назад +2

      @@RatulKalita-uc9zb ase

    • @MrDebDas
      @MrDebDas 2 месяца назад +5

      @@RatulKalita-uc9zb muk naam tu dilei hol Kune ghush loise , with proof,tar pisat dekha jabo

    • @basumataryu2b
      @basumataryu2b 2 месяца назад

      andolon koribo lage dala besi hoise Axomt

    • @sukle6133
      @sukle6133 2 месяца назад

      5000 Sobote loi aibilakor Kam nai aru

  • @bipulbipul1771
    @bipulbipul1771 2 месяца назад +20

    সময় দা শিক্ষা দিয়াৰ ব্যৱস্থা কৰি দিব তেখেত সালক যদিহে পাৰে।।👍

  • @hndekari8011
    @hndekari8011 2 месяца назад +16

    ভোকত ভাত পিয়াহত পানী দিওঁতা মানুহ বহুত আছে যদিও তেওঁলোকৰ কোনো নিঃস্বাৰ্থ নহয় ৷ কিবা নহয় কিবা স্বাৰ্থতহে আতুৰক খাবলৈ বা পিবলৈ দিয়ে ৷ কিন্তু এনে স্বাৰ্থপৰ পৃথিৱীত সময় গগৈ ব্যতিক্ৰম আৰু অনন্য ব্যতিক্ৰম ৷ ইমান নিঃস্বাৰ্থভাৱে কামবোৰ কিদৰে বা কেনেকৈ কৰিছে বা আৰ্থিক বল কেনেদৰে আহৰণ কৰিছে এই কঠিন পৰিস্থিতিত; তাকে ভাবি থমকি ৰওঁ ৷ আমাৰ চকুত নপৰা এনেধৰণৰ বহুতো নিঃস্ব"দুঃস্থজনৰ কুটিল বাস্তৱৰ ছবি আছে যাক সময়ে জীৱনৰ ৰুদ্ধ নদীক গতি দিছে ৷ তেওঁৰ কৰ্মৰাজিয়ে আমাৰো কঁপি উঠা বুকুত জুইৰ উত্তাপ দিছে ৷দসময়লৈ চালাম ৷৷

    • @hndekari8011
      @hndekari8011 2 месяца назад

      শুধৰণিঃ “সময়লৈ চালাম ৷৷“

  • @bipulbipul1771
    @bipulbipul1771 2 месяца назад +11

    নিজৰ সন্তানক নিজৰ কষ্টৰ বলেৰে টকা উপাৰ্জন কৰি খোৱাব নোৱাৰিলে,, এনেদৰে কিছুমান লোকৰ মুখৰ ভাত কাঢ়ি খোৱা লোক সকলক ঘূচ খোৱা বুলি নকয় তেজ খোৱা বুলি কয়,, আৰু এনে লোক সকলক চৰকাৰে নহয় গাওঁ/নগৰৰ লোক সকলে হে ঠিক কৰিব পাৰিব।।

  • @NNG-SINGER
    @NNG-SINGER 2 месяца назад +23

    চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলো সময় !কিবা এটা কৰা বাবা ❤❤❤❤❤

  • @pdpranabdas7237
    @pdpranabdas7237 2 месяца назад +11

    আহক আমি সকলোৱে মিলি সময় দাৰ লগত এখোজ আগ বাঢ়ো মানুহে মানুহৰ বাবে ❤😊😊👍

  • @Struggle_life_bishal
    @Struggle_life_bishal Месяц назад +1

    Homoy daa lora tuk poha xuna koriba bohut bhl nam koribo pisoloi ❤❤ enekua lora bure xomoyot unnoti koriboloi xokhayam hoi , ami xokolue take bhogobanor usorot parthona korisu ❤❤ kanha help koriba ❤❤❤❤❤ homoi daa bohut bohut bosor jiyai thaka, tumak bhogobane enekua dukhiya manuh burok xohai koribor karone prithibiloi pothai se (amiu dukhiya মানুহে)এনে বোৰ দৃশ্য দেখিলে চকু পানী টপ টপ কৈ পৰে❤❤❤❤❤❤❤❤❤❤

  • @aabirgogoi1694
    @aabirgogoi1694 2 месяца назад +4

    লৰা ছোৱালী কেইটাক স্কুল লৈ যাব পৰাকৈ সুবিধা কৰি দিয়া সময়, বৰ দুখ লাগে এনেবোৰ দৃশ্য দেখিলে

  • @Digantadutta123
    @Digantadutta123 2 месяца назад +17

    Jai maa Durga 🙏 সময়ক আৰু শক্তি দিয়ক

  • @RobinBordoloi-ne3zw
    @RobinBordoloi-ne3zw 2 месяца назад +14

    এই ঘোচ খুৰ বোৰেই শেষ কৰিছে অসম খন । আপুনি কৰি যাওক আমি আছোঁ লগত ।

    • @angleriya9078
      @angleriya9078 Месяц назад +2

      Umm.kole bibad hbo sage.aamar fale beleg cast sbei ghor Pai.khati gaoliye okhomiyai ghor kuneu napai

    • @RobinBordoloi-ne3zw
      @RobinBordoloi-ne3zw Месяц назад +1

      @angleriya9078 সঁচা কথা

  • @binukonwar8300
    @binukonwar8300 2 месяца назад +2

    ভগৱানে তোমাক সহায় কৰক । তুমি দীৰ্ঘায়ু হোৱা । আমাৰ আশিষ সদায়েই আছে ।

  • @rajudeka4679
    @rajudeka4679 2 месяца назад +4

    চৰকাৰী ঘৰ কোনে কোনে পাই সেয়া দেখিলোঁ। যুজ্ঞজনে নাপায় কিন্তু তাৰ ওপৰত এইখন ফকেটিয়া চৰকাৰৰ অলপো গুৰুত্ব নাই। কাৰণ গাদিত বহি থকাকেইজনে তেনেকুৱা। আৰু ভগৱান সঁচাকৈ নাই , যদি থাকিল হৈ সেই মানু্হ জনীৰ পৰা টকা খোজা দহ তা বাপেকৰ পুতেক টোক এবাৰ হলেও চকু মেলি চালে হৈ। (সময় সদায় মানুহৰ বাবে জীয়াই থাকিব)

  • @BibiPhukan
    @BibiPhukan 2 месяца назад +5

    তুমি সদায় সুখী হোৱা সময়।

  • @BidishaDeka-v8p
    @BidishaDeka-v8p 12 дней назад

    Apunar dore sarkar khon hua hoi aji anekuwa dukhiyar manuh nathakil hoi apuni bht bht vl dada apunar dre ajon mohan manuh kotu ni aru dada apuni aru aguwai jaok dada ❤️❤️❤️ gd bls you 🙏

  • @jayantadeka2349
    @jayantadeka2349 2 месяца назад +2

    চৰকাৰে প্ৰকৃত হিতাধিকাৰিক ঘৰ দিব লাগে তেতিয়া হলে ভাল লাগে। হিমন্ত মামাই কি চাই থাকে। সময় তোমাৰ জৰিয়তে ঘৰ খন ভাল হওঁক। তাৰে কামনা কৰিলোঁ।

  • @Assamesecelebritiesfan
    @Assamesecelebritiesfan 2 месяца назад +2

    সঁচাই বৰ দুখলগা পৰিস্থিতি।❤❤❤❤

  • @Struggle_life_bishal
    @Struggle_life_bishal Месяц назад +1

    Dukh lagi jai bohut ooo 😢😢 please lord help koriba xokoluke ❤❤❤kanha

  • @Deep.vlogs_05
    @Deep.vlogs_05 2 месяца назад +5

    সময় দাই কিমান সহায় কৰিব , আপোনালোকেও কাম কৰি যাওক আৰু কৰ্মৰ অবিহনে কোনেও সফল হ'ব নোৱাৰে

    • @ApurbaDasEntertainer
      @ApurbaDasEntertainer 2 месяца назад

      Pagol ni toi,bapek ny kolei sun.Maak joni r condition tu saa sun.Tur maa rok toi kaam krbo dibo paribi anekoi lukor ghorot.Aru ai horu lora tua ki ai age lukor tolot kaam ai kori thakibo lage noh.Kotha koise saa nije kormo korok unnoti hobo.Toka toi di de kiba krboloi unnoti pura hobo.

  • @Nobita_6g
    @Nobita_6g 2 месяца назад +3

    Samoy daa, eta vl upai Dio apunak. Apuni lagi vagi kiba ke govt ghr tu Ani diyok. Video Sai thoka kunuba manuh a apri jdi koi saaok abr. Bahot ghr kimn din thakibo, adin nohoi edin vangibo. Apuni poki govt ghr tu Ani dbo try korok. Tetiya hole apunar o alp xokah hbw. Dhonyobad dada.

  • @nabajyotidoley4493
    @nabajyotidoley4493 2 месяца назад

    আমাৰ সময় অতুলনিয়….!!!!❤❤
    তেখেতৰ মানসিকথা সমগ্ৰ মানৱ সমাজে সলাগীব লাগে…….🙏🙏🙏🙏

  • @ArjunDas-qg4od
    @ArjunDas-qg4od Месяц назад

    Samayda apuni parialtuk bhagabanardare Khan karak God blessed you

  • @bornalivoice417
    @bornalivoice417 2 месяца назад +4

    Tumi bohut vl Kam korisa dukhia manuh khin karone rumi ajon vogoban shorup

  • @SangitaBoruah-o2j
    @SangitaBoruah-o2j 2 месяца назад

    Ki kom ভাষা nai 😢😢😢😢 ভগৱানে শক্তি দিয়ক 🙏🙏🙏

  • @debabratgogoi2719
    @debabratgogoi2719 Месяц назад

    আপোনালোকৰ ভগৱানে আৰ্শীবাদ কৰক 💗🙏🙏

  • @debojitboruah8207
    @debojitboruah8207 2 месяца назад +2

    Xomoy da atia loike help koribo pora hua goi nai.
    Kintu jidina hom tetia apunak nishoi log korim.❤

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 2 месяца назад +2

    ভগৱানে তোমাক সদায় কুশলে ৰাখক ❤

  • @Zgpakhila
    @Zgpakhila 2 месяца назад +1

    সুন্দৰ পদক্ষেপ আপোনাৰ❤❤

  • @dipjyotisaikia2610
    @dipjyotisaikia2610 2 месяца назад +1

    Best youtuber of Assam ❤❤❤❤

  • @Dineshdinesh-q6u1j
    @Dineshdinesh-q6u1j Месяц назад +1

    Bohut Dukh lagile Dei 😢😢😢

  • @dipanditadeka5017
    @dipanditadeka5017 19 дней назад

    Khosakoi tumi bahut bhal aru nek kam koribo ulaisa dhanyabad thakil tmar aru jodi para lora swali dujanak pahuwa

  • @monichetia-p5h
    @monichetia-p5h 2 месяца назад

    Homoy tumi ata ghore bonai Diya.God bless you Homoy.❤❤❤

  • @AzizAli-rh5ys
    @AzizAli-rh5ys 2 месяца назад +9

    Ki sai toka 5000 hajar kujise June a manuh jonik toka xujise xi mor mote manuh nohai xi ata danab hoi I love you dada

  • @DinkuChutia-qf3lh
    @DinkuChutia-qf3lh 2 месяца назад +5

    Bohut val kam korisa

  • @ChandraKonwar-og3lz
    @ChandraKonwar-og3lz Месяц назад

    Thanku somoy .god bless you .

  • @JibanjyotiRay
    @JibanjyotiRay 2 месяца назад +4

    Bohut val Kam korisa dada

  • @barnalinath71
    @barnalinath71 2 месяца назад +3

    আমাৰো একেই ঘৰ নাম আহি থকা দুই বছৰ হ'ল টকা দিব পৰা নাই বাবে আমাক ঘৰ দিয়া নাই

  • @sagarboro9858
    @sagarboro9858 2 месяца назад +9

    5000 khuja Member tuk dhuribo lge😢

  • @SanjayBorahkumar
    @SanjayBorahkumar 2 месяца назад +3

    মহাশয় পাঁচ হাজাৰ টকা কিয় লাগে।তেজ খোৱা মানুহ। সময়❤❤❤

  • @Ratanhajong.
    @Ratanhajong. 2 месяца назад +12

    Moi vabisilu ami dukhiya amar k aru kiman manuh ase dukhiya

    • @jiten166
      @jiten166 2 месяца назад +1

      Same bro

  • @GogoisVloG
    @GogoisVloG 2 месяца назад +3

    ছোৱাচেলেকা বোৰে ৫০০০ বিচাৰাটো স্বাভাৱিক কথা,,,

  • @SumoniRegon
    @SumoniRegon 2 месяца назад

    সময় দা ল'ৰা, ছোৱালী জনীক পঢ়াত সহায় কৰি দিবা,,,,,,❤ ❤❤

  • @hemantaborah3953
    @hemantaborah3953 2 месяца назад +2

    অতি দুঃখ জনক !!! জন প্ৰতিনিধি সকলে এইবোৰ নেদেখে কিয় ?

  • @Priyanki-e9r
    @Priyanki-e9r 22 дня назад

    Bohut bhal lagise

  • @GautamBora-tp2ik
    @GautamBora-tp2ik 2 месяца назад +5

    Homoy da hoday jindabad

  • @hirakjyoti4427
    @hirakjyoti4427 2 месяца назад +1

    God bless you xamar dada❤❤❤❤ jai aai axam

  • @xyzbaruah228
    @xyzbaruah228 2 месяца назад

    বহুত দুখ লাগিল 😢😢

  • @bolinbora4604
    @bolinbora4604 2 месяца назад +8

    কি কম কবলৈ ভাষা নাই

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 2 месяца назад +1

    দুখ লাগিল

  • @riyanvlog123
    @riyanvlog123 2 месяца назад

    God bless you dada and keep working 💕.

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 2 месяца назад +6

    চৰকাৰ ভতুৱা কুকুৰবোৰক ঘৰ আহিলে পইছা লাগে তেনেকূৱা মানুহবোৰ মৰক সোনকালে।

  • @TulonLetum93
    @TulonLetum93 2 месяца назад

    very very good Dada🙏🙏🙏

  • @sauravrajbongshi1768
    @sauravrajbongshi1768 Месяц назад

    Khamar Dak bhut bhut val pau ❤❤❤❤

  • @ga7-
    @ga7- 2 месяца назад +1

    Dada aapunak bohut dhony .

  • @bijoydas5841
    @bijoydas5841 Месяц назад

    Gogi May. God bless. You . AJi kali kisuman faltu utoper olaise.

  • @kanakrabha3239
    @kanakrabha3239 2 месяца назад +4

    চৰকাৰী ঘৰৰ নামত বহু কেলেংকাৰী হৈছে পোৱা বিলাকে পায় আছে।

  • @KarabiKalita-sl5he
    @KarabiKalita-sl5he 2 месяца назад

    বৰ দুখ লাগে দেই এনেকুৱা

  • @pgaxom435
    @pgaxom435 2 месяца назад +2

    সময় দা মইয়ো APUNAK BOHUT SUPPORT কৰো কিন্তু ইমানখিনি ভিতৰৰ ঘৰৰ অৱস্থা ভিডিঅত উপস্থাপন নকৰিলে অলপ ভাল হব নেকি বা পাৰিলে মুখকেইখন ঢাকি দিলে ভাল হব নেকি .......দুখীয়া হলেও সিহঁতৰো আত্মসন্মান বোলা কিবাতা আছে নহয় .........দেখুৱাওক বাহিৰৰ পৰা তেতিয়া সকলো গমেই পাই যাই আৰু ......।।। ভাল বেয়া বুলি কব যোৱানাই মই কিন্তু অলপ ভাল হয়নেকি আপোনাক সুধিছো ।

  • @kokoi360
    @kokoi360 2 месяца назад +1

    Apuni hukhi thakok homoy daa ♥️

  • @BiswaTaid
    @BiswaTaid 2 месяца назад +4

    Love you homoy da 😮😮

  • @DinkuChutia-qf3lh
    @DinkuChutia-qf3lh 2 месяца назад +2

    Dada tumi bohut val kam kori asa i love u dada

  • @jonjyotideka5370
    @jonjyotideka5370 2 месяца назад

    Real Hero Tomi Dada 🙏😢😊

  • @lakhidherpayeng9193
    @lakhidherpayeng9193 2 месяца назад

    ❤প্ৰম মাজুলী সদায় ❤️ ভগৱানে কৃপা কৰক 🛕

  • @nilakshigogoi6017
    @nilakshigogoi6017 2 месяца назад

    May God bless you

  • @PranjalGam
    @PranjalGam 17 дней назад

    Great job in

  • @SADSTUTUS168
    @SADSTUTUS168 2 месяца назад +1

    God bless u🎉❤..

  • @silpikagogoi9040
    @silpikagogoi9040 2 месяца назад

    সময় গগৈ আমাৰ নাহৰকটীয়া গৌৰৱ। সদায় সুখী থাকা

  • @Tilldeath-cc4sr
    @Tilldeath-cc4sr 2 месяца назад

    ভগৱানে শক্তি দিয়ক 🙏
    ভালে ৰাখক

  • @jayantakalita9026
    @jayantakalita9026 2 месяца назад

    Homay good bless you..

  • @mamanidas0726
    @mamanidas0726 2 месяца назад +1

    Homoyo tumi vle thaka de. Tumak samajat aamar majat bhut darkar de

  • @gyanjyoti4872
    @gyanjyoti4872 2 месяца назад

    Good job homoy da

  • @SebiyanKhalkho
    @SebiyanKhalkho 2 месяца назад

    God bless you❤

  • @bulbulinath7612
    @bulbulinath7612 2 месяца назад

    সময় দা কব ভাষা নাই !🙏🙏

  • @bijoychetia6942
    @bijoychetia6942 2 месяца назад

    good bless you 🙏❤️

  • @DhrubaSarma-ze2pq
    @DhrubaSarma-ze2pq 2 месяца назад +1

    Xomoi da ki kom aupnrk🙏🙏🙏🙏🙏🙏

  • @Kumoijyoti-kumoi-assam
    @Kumoijyoti-kumoi-assam 2 месяца назад +1

    😢😢😢 bohut dukh lagil dada

  • @kalpanarai77M
    @kalpanarai77M 2 месяца назад

    great job bhai👏👏

  • @PranjalPranjal-x9u
    @PranjalPranjal-x9u 28 дней назад

    আগোৱাই যোৱা

  • @BobitaHazarika-l7n
    @BobitaHazarika-l7n 2 месяца назад

    Homy da.......hdai jndabd.....❤❤❤

  • @rakeshbora8864
    @rakeshbora8864 2 месяца назад

    কথাবোৰ শুনি চকু পানী ওলাই গল দেই🙏🙏🙏🙏🙏

  • @BonoshreeDas
    @BonoshreeDas 2 месяца назад

    Val lagil homoi da.. Mak hahai korible ag bahi aha babe.. Moi apunak khabor dim buli vabisilu.. Kintu vaiti keita khabor dile.. Ji ki nhauk mak ghr tu banai diek.. Moi maje maje teuk hahai koru.. Teu bor val manuh.. Muk nijor suali dare vabe.. Hei dina apunak marant lg palu lg pai vl lagil.. Aru kiba hahai korib try korim apunak..

  • @bakedwithtrishna
    @bakedwithtrishna 2 месяца назад

    God bless you man ❤❤❤

  • @sangitrabha3374
    @sangitrabha3374 2 месяца назад

    Bohot val lagise da❤❤

  • @rrajesh01
    @rrajesh01 2 месяца назад

    আগ বাঢ়ি যাহক ককাইদেউ❤❤❤

  • @AnsumaBoro-s4r
    @AnsumaBoro-s4r 3 дня назад

    DADA DHEMAJIT AHO BOHUT BAYA AMAR GAUR MANU

  • @MomiBagam
    @MomiBagam 2 месяца назад +2

    Bor dukh lagise video tu sai amiu hajira kori khai asu anekua lage ami jodi dhoni holu heten bohut dukhiya manuhok hohai korilu heten kintu ki koriba ahaj khale an hajile sinta korib lage

  • @Testyfoodfactory
    @Testyfoodfactory 2 месяца назад

    good bless you

  • @JunSaikia-h9z
    @JunSaikia-h9z 12 дней назад

    Tumi bahut val

  • @chimolmurha
    @chimolmurha 2 месяца назад

    Apunar kormoi apunar porisoy😢apuni mut koi horu sage kintu apuni koi salute korib mn jai 😢😢protitu vidio sai bukut thoka dukh bur patol hoi pore😢

  • @OmarAli-ro7vq
    @OmarAli-ro7vq 2 месяца назад +2

    Love you bro❤❤❤❤

  • @Parishmita-l5k
    @Parishmita-l5k 2 месяца назад

    Moi atai kotha buji pua ni j .ei manuh khinir karone sorkaror kuno daityo ni neki ...bohut asoni di ase ei manuh khini kio pua ni .sorkaror ajon bikhoya somoy dar logot eklog hoi ei manuh khinik pabo logia khini diok dhonyobad 🙏...bohut dukh lage ma bhai bhonik eneke dekhile😢

  • @arunrobidas916
    @arunrobidas916 2 месяца назад

    English on the peak🗿❤️‍🩹