সময় দা আপোনাক অশেষ ধন্যবাদ, আপুনি যে ইমান এটা ভাল ব্যৱস্থা কৰি দিছে, আৰু সেই বা জনীকো বহুত ধন্যবাদ আশা কৰোঁ কনমাণি দুজনী আৰু আইতাও কুশলে থাকে। ধন্যবাদ দাদা🙏🙏🫡🫡🫡
Xosae bht bhl kam korise ❤xosae bht proud feel korisu apunar uprt ...aiya political party e xohai koribo lage jot apuni kori ase xosa e bhl lagil bht ❤
Somoy dak axomr no 1 youtuber bonabo lge axomr bakhi raij
Keneke😅
Right
Yes ❤
Xsake ❤❤
Right
জেচিন বাৰ লগতে সকলোলৈকে অশেষ ধন্যবাদ থাকিল
নিস্বাৰ্থ ভাবে দুখীয়া ক সহায় কৰি যোৱা মানৱ ৰূপী ভগৱান সময় দা এজন একক অনন্য অদ্বিতীয় এজন ইউ টোবাৰ তেখেতক অন্তৰৰ পৰা চেলোত ।
Dimpu, Bikash chetri aibur RUclips hoi aku lav huwa nii 😤 somoy dar dore RUclips hoi dexale vll👍❤️💯
Dimpu, bikash ai 1 number dalal youtuber hoi froud treading app keita promotion kori axomor rajok borbat kori pale 😡😡😡😡😡
Raid
@@Kalitadeepjyoti567 mur monor kotha koi dely ai burr aku Kam nai 🙏
Homyor nisina genuine youtubers bohut kom ase
Dimpi,bikash hote bohut Toka kamai RUclips r pora..olp man jodi enek xohai kore val lagil hoi
ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে এই ভাল মানুহবোৰক সদায় শক্তি দিয়ে যেন 🙏
❤😊
বহুত youtuber কয় যে সময় গগৈৰ কন্টেন তু হৈছে মানুহক সহায় কৰা....সেই মহাপুৰুষ সকলে এটা কথা জনা উচিত যে পৃথিৱীৰ এনেকুৱা একো নিয়ম নাই ধৰ্মই নাই যে মানৱ সেৱা কৰিবলৈ কিবা কন্টেনৰ প্ৰয়োজন। salute সময়।
Right 👍👍👍
Right ❤
*ফেচবুকত চাইছো দাদা video টো share কৰিছো এটাই কথা কম ভাল মানুহ এতিয়াওঁ জীয়াই আছে..ভালে থাকক আপুনি* 💚শেষত বা জনীলৈ বহুত বহুত ধন্যবাদ তেওঁলোকক এটি নতুন জীৱন দিয়াৰ বাবে ❤ সকলোৰে ভাল হওঁক সকলো ভালে থাকক💚
বহুত ভাল লাগিল, কণমানি দুজনী আৰু আইতা গৰাকী ভাল ঠাইত থাকিবলৈ পোৱাৰ বাবে ,তোমাৰ লগতে কংকান ধেমাজি আৰু তোমাক সহযোগিতা কৰা আন সকলো লৈ বহুত বহুত ধন্যবাদ জনালো🙏🙏🙏🙏🙏
সময় আৰু বাইদেউ জনীক বহুত বহুত ধন্যবাদ।
বহুত ভাল লাগিছে তেওঁ লোকক এনে দৰে দেখা পায়। তোমাৰ লগতে বান্ধবী জেচিম, তোমাৰ লগত জড়িত হৈ থকা সকলো কৰে বহুত বহুত ধন্যবাদ জনাইছো , ঈশ্বৰে সকলো কে কুশলে ৰাখক 🙏🙏🙏
Homoy দাক বহুত বহুত ধন্যবাদ থাকিল। আল্লাহে আপোনাক সুস্থ ৰাখক আৰু এনে কাম কৰি যাওক।হময় দাৰ কাৰণে এটা লাইকা কৰক।
মানুহে মানুহৰ বাবে, যদিহে
অকনো নেভাবে, অকনো সহানুভূতি ৰে, ভাবিব কোনেনো কোৱা। মৰম আৰু শুভেচ্ছা থাকিল। নমস্কাৰ।
আমাৰ মাজত সদায় তুমি দেৱতাৰ দৰে থকা ভাইটি,ভাষাহীন তোমাৰ মহানুভতা,, আগুৱাই গৈ থকা।
সময় গগৈ কাৰণে বহুত বহুত ধন্যবাদ দিব লাগিব বহুত ভাল লাগিছে তেওঁ লোকক দেখি
ভবিষ্যতৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে পাবো পাৰু❤❤
সময় গগৈক ভগৱানে দীর্ঘজীৱন দান কৰক। সময় গগৈৰ মা-দেউতা, ককাই ভাই ভনীকো ভগৱানে দীর্ঘজীৱী কৰক। সোনাৰী নগৰ। জিলা( চৰাইদেউ)
সময় দা আপোনাক অশেষ ধন্যবাদ, আপুনি যে ইমান এটা ভাল ব্যৱস্থা কৰি দিছে, আৰু সেই বা জনীকো বহুত ধন্যবাদ আশা কৰোঁ কনমাণি দুজনী আৰু আইতাও কুশলে থাকে। ধন্যবাদ দাদা🙏🙏🫡🫡🫡
অসহায় পৰিয়ালটিক এটা নতুন জীৱন দি পৰিয়াটিৰ মুখত হাঁহি বিৰিঙাইছে তাৰ বাবে সময় দাৰ লগতে কাংকান বাইদেউলৈ ধন্যবাদৰ লগতে শতকোতি প্ৰণাম ।
সঁচাই অসমত দুৰ্ভগীয়া লোকৰ মাজলৈ অহা একমাত্ৰ মহান ব্যক্তি। ভগৱানে সদায় মংগল কৰক তাৰেই কামনা কৰিছো। তুমি ভগৱান ৰূপী মানৱ। লগতে ধেমাজিৰ শ্ৰদ্ধাৰ বাইদেউ গৰাকীৰ লগতে এই পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়োৱা সকলো লোকলৈ বহুত বেছি মৰম থাকিল।
সচাকৈ আপোনাক লগ পালে চৰণত চুই সেৱা কৰিম। আপোনাৰ Thinking কাম কৰা বোৰ চাই ভগবানে পতিয়াই চে নেকি। হলেও vonti জনীৰ কাৰণে বহুত বেয়া লাগিছে যিমানে দিলেও মাঁক বাপেকৰ দৰে কোনোবাই মৰম কৰিব জানো বুলি ভাবো 😢 vonti জনী pohi ডাঙৰ মানুহ হক তাকে ভগবানৰ ওচৰত parthona কৰিছো ❤❤❤
সময় গগৈ এজন দেৱদূত প্ৰকৃততে।তেওঁৰ কামবোৰ দেখি নিজৰ ওপৰত ধিক্কাৰ হয়। একোৱেই কৰিব নাই পৰা দেখোন😢
বহুত বেছি ভাল কাম কৰি আছে আপুনি অতুলনীয় দাদা আপোনাৰ লগতে ,,,ঘৰত আশ্ৰয় দিয়া বাইদেউ গৰাকীলৈ , বাছ চালক সন্থাৰ সভাপতি সম্পাদক দাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ❤
সঁচাকৈয়ে আপুনি ইমান ভাল,সৎ, নিস্বাৰ্থী ব্যক্তি😌🥰
সময় তুমি অসমৰ অদ্বিতীয় সক্তি। যাৰ তুলনা নাই। love u ❤🙏
ঈশ্বৰৰ আশীৰ্বাদ থাকক, ভৱিষ্যতে
এনে দুখ কাৰো নাহে, প্ৰাৰ্থনা ❤❤❤❤❤🎉
জেচিন বা'লৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।🙏❤️ Huge Respect 🫡❤
সমাজত বহুত সৎ মানুহ আছে কিন্তু তেওঁ লোকে নিজে নেতৃত্ব দিব নোৱাৰে বহু অজ্ঞাত কাৰণত ! সৎ মানুহ এজনে নেতৃত্ব দিবলৈ আগবাঢ়ি আহিলে তেওঁক নিস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়াবলৈ নিশ্চয় আগবাঢ়ি আহিবই।
কি কম আৰু ভাষা নাই আৰু বাইদেউ গৰাকী বহু বহু ধন্যবাদ ❤❤❤
Homoi dak hokoluwe saport korok ❤
Hoii support korok👍🏻
সময় গগৈক যাতে ভগৱানে আৰু শক্তি দিয়ে
কি বুলি তোমালৈ লগতে এই বা গৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিম ভাষাই বিচাৰি পোৱা নাই.. তোমালোক মহান ❤❤
আজিলৈকে তোমাৰ দৰে হৃদয়বান লৰা পোৱা নাই আৰু নাপাম চাগে।কুশলে থাকক সকলো কেইটা,বাইদেউলৈ অশেষ ধন্যবাদ।
Vogobanr an ata nam hol homoy gogoi❤❤🥰🥰
বহুত বহুত ধন্যবাদ ভগৱানে ভালে ৰাখক অসমৰ No1 RUclipsr❤❤❤❤
আপোনাক আৰু জেচিন বাক ভগৱানে মঙ্গল কৰক পাৰে যদি জেচিন বাৰ ঠিকনা টো দিব। বহুত বহুত ধন্যবাদ আপোনালোকক
তুমি আৰু আগুৱাই যোৱা সময় দা তাকেই ভগৱানৰ ওচৰত পাৰ্থনা।।।
সময় তুমি ভগৱান আমাৰ কাৰনে।তোমাৰ মা দেউতাকো শতকোটি পনাম জনাইছো🙏
সময় তোমাৰ লগতে সেই বা গৰাকী লৈ মোৰ মৰমৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছো
দাদা সচাঁকৈ কি কম ভাষা নাই কবলে বহুত ভাল কাম কৰি আছে আপুনি লগতে জেচিম বা লৈ বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ।
ভন্টি জীৱনত সদাই নম্ৰ হৈ চলিবা ❤❤❤❤❤❤
বহুত বহুত ভাল লাগিল। আৰু কবলৈ মোৰ ভাষা নাই, তোমাৰ জীৱন ধন্য ভগবানে আৰু সাহস দিয়ক । salute
Homoy Gogoi... the messenger of God. True example of - being human
সঁচাকৈ দেই আপোনাৰ জীৱনৰ অতিক্ৰম কৰা সময়বিলাক বহুত মূলয়বান কৰি তুলিছে ❤
Homoy da so much love from Darrang and Udalguri ❤
ভাল লাগে তোমাৰ এই মানবীয়তা বোধ থকাৰ বাবে । আৰু ভাল লাগিল কাংকানৰ অনাৰ বাইদেৱেও এই মহান কাৰ্মৰ লগত জৰিত হোৱাৰ বাবে ।
সময় গগৈ আপোনাক সেইদিনা গুৱাহাটী ত হঠাৎ লগ পাই বৰ ভাল লাগিল। ক'বলৈ একোৱেই নাই আপোনাৰ বিষয়ে। এটায়ে কথা ভগৱান আপোনাৰ সকলো সময়তে সহায় হওক 🙏🎉
মানৱতাই হৈছে পৰম ধৰ্ম । আনৰ দুখত দুখী হৈ নিস্বাৰ্থ ভাবে কাম কৰি গৈছা । বহুতো শুভকামনাৰে🙏 🙏
সময় দা আৰু বা জনী লৈ বহুত বহুতো ধন্যবাদ 🙏🙏 ভগৱানে আপোনালোকক সদায় মঙ্গলে ৰাখে যেন 🙏🙏
This is called real influencer ❤❤aibur h asol RUclipsr ji a homajkhon ata hundor rupt gorhi tulise...God bless you dada❤
আপোনাক আৰু বা জনীক বহুত বহুত ধন্যবাদ জনালো ❤️🙏আজি মনতো খুবেই ভাল লাগিছে ।আপোনাক ভগৱানে বহুত বেছি শক্তি দিয়ক ভাল কামবোৰ কৰি যাবলৈ
সময় তোমাক ধন্যবাদ জনাবলৈ মোৰ ভাষা নাই । আশীৰ্বাদ কৰিছোঁ তুমি এইদৰেই ভাল কাম কৰি যোৱা ।
মানৱীয়তাৰ সকলো মানুহৰ আছে কেৱল এজনে দেখুৱাই দিলেই হল কত কেনেকৈ মানৱীয়তাৰ পৰিচয় দিব লাগে আমি গৌৰৱ কৰিছোঁ সময় দা ❤🎉 আপুনি নেদেখা জনৰ দেখা প্ৰতিচ্ছবি জয় আই অসম 🫡🫡🫡
বহুত বহুত ধন্যবাদ। আপোনালোকৰ দৰে মানুহ পৃথিৱীত থাকিলে চিন্তা কৰিবলগীয়া একো নাই।
ভগৱান গগৈ ❤❤❤❤
প্ৰথমতে সময় গগৈ আৰু বা জনিক লৈ অশেষ ধন্যবাদ জনালো বহুত ভাল লাগিল যে কণমানি দুজনী আৰু আইতাক ক লগত দেখি কণমানি দুজনী ক পঢ়া শুনা কৰাব ভগৱানে আপোনালোকক ভালে ৰাখক প্ৰাথনা কৰোঁ।
Dada apuni val kam koriy goi asa Ami xadi apunar LOgAt asu dada karona ata like❤❤❤
Zerin baa apuni jate enekua val kam kori janle bhogobane apunk dirghayu korok..❤
ধন্যবাদ বা আৰু ধন্যবাদ সময় দা, ভগৱানে ভাল কৰক আপোনালোকৰ ❤️
আপোনাক আৰু বা জনীক বহুত বহুত ধন্যবাদ জনালো দেই, আপোনালোক ভালে থাকক সদায় ।❤❤
দুয়োজনলৈয়ো ধন্যবাদ থাকিল
ভগৱান বুলি নকওঁ, কিন্তু তুমি মানৱীয় গুণ থকা প্ৰকৃত মানুহ সময় দা ❤
খুব ভাল লাগিল। পৰিয়ালটোৱে এখন সুৰক্ষিত আশ্ৰয় স্থল পালে।তুমি, ভন্টি জনী আৰু সকলো শুভকাংশীলৈ আন্তৰিক ধন্যবাদ জনালো
বহুত ভাল কাম কৰি আছে সময় গগৈয়ে ! বহুত বহুত ধন্যবাদ ! ঈশ্বৰে কুশলে ৰাখক !!!
আপোনাক কি বুলি ধন্যবাদ দিউ ভাষা পুৱা নাই আপুনি এন বহুত ভাল মানুহ । আপোনাক ঈশ্বৰে আৰু শক্তিশালী কৰক । লগতে বা জনীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ❤❤❤ জয় আই অসম ✊
তুমি সময় গগৈ নহয় তুমি ভৱিষ্যত গগৈ অৰ্থাৎ মানুহে মানুহৰ বাবে বুলি ভবা ভূপেনদাৰ দ্বিতীয় প্ৰতিচ্ছবি
ভাইটী মোৰ একো ভাষাই নাই তোমাক আৰু সেই ভন্টি গৰাকীক কেনেদৰে ধন্যবাদ জনাম।
বহুত ভাল কাম কৰিছা ভাইটী।
ভগৱান ওচৰত প্ৰাৰ্থনা কৰিছো যে তুমি এনেদৰে ভাল কাম কৰি যাবলৈ ভগৱানে শক্তি দিয়ে যে।
বহুত ভাল কাম কৰিছে আপোনাক vagobane কুশলে ৰাখক
সময় তুমাক ভগবানে সুন্দৰ মনৰ অধিকাৰি হিছাপে পাইছিল তুমাক ভগবানে কুশলে ৰাখক❤❤❤❤❤❤❤❤
কি বুলি যে ধন্যবাদ দিম তুমাক ।ভগৱানে তুমাক আৰু শক্তি দিয়ক আৰু তুমি আগুৱাই যোৱা।❤❤
সময় দা কি ক'ম আৰু ভাষা নাই, সকলো মানুহৰে ভাল হওক, সেই সকলো মানুহকে ভগৱানে ইমানকণ ধনী কৰক যাতে এনেকৈ কাৰোবাৰ বাবে এধানী হাঁহি আৰু অকণমান সুখৰ কাৰণ হ'ব পাৰে ❤🎉
আপুনি আৰু আগুৱাই যাওঁক... বহুত বহুত শুভেচ্ছা ।
Jai সমই গগৈ
বাইদেউক ধন্যবাদ । সময়ক আশীৰ্বাদ কৰিছোঁ আৰু ভগৱানে তোমাক কুশলে ৰাখক ।
ভগবানে সদায় ভালে ৰাখক আপোনাক ❤
আগবহি যাওক সমীৰ দা
Xosae bht bhl kam korise ❤xosae bht proud feel korisu apunar uprt ...aiya political party e xohai koribo lage jot apuni kori ase xosa e bhl lagil bht ❤
বাইদেউ গৰাকীক বহুত বহুত ধন্যবাদ জনালো
VOTE FOR HOMOI DA ❤🙏
Manuhak hohai kori notun jibon dan dya bhagawan r pisot tumr nam lobo pri.. Anekoi okhohai manuhok hohai koriboloi aguwai jua
.salute jonaw tumar ai kamok..
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ দা দা ভগৱান নে মঙ্গল কৰিব আপোনাক
জেচিন বা আৰু সময় দাক বহুত বহুত ধন্যবাদ থাকিল।
বহুত ভাল লাগিল ককাইদেউ আৰু বাইদেউ লৈ । ভগৱানে আপোনালোকক কোখলে ৰাখক । ❤❤❤
আপোনালোক মহান । লগতে এখন বহল অন্তৰৰ ব্যক্তি।🙏🙏🙏
সময় গগৈ দাদা বহুত ভাল কাম কৰিলা তাকে কামনা কৰিলোঁ ভগৱান মগল কৰক তাকে কামনা কৰিলোঁ জয় আই অসম 🙏🙏🙏🙏🙏🙏
দাদা আৰু বাইদেউ জনীক বহুত বহুত বহুত ধন্যবাদ ❤❤
এনেকুৱা ভালকামেৰে আগুৱাই যাওক । ইশ্বৰে মংগল কৰক 🙏🙏
তোমাৰ দৰে বিশাল মনৰ মানুহ থকাৰ বাবেই আজি ও পৃথিৱী খণ ধুনীয়া হৈ আছে।
🙏দুৰ্লভ মানৱ ইতিহাস সভ্যতাৰ কেন্দ্ৰ বিন্দু আৰু মানৱীয়তা সম্পদ আৰু কিছুমান ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি,আপোনাসকলে প্ৰকৃত মানৱ প্ৰেম সম্পৰ্কৰ সম্পদ বহুত বহুত ধন্যবাদ 🙏
বহুত ধন্যবাদ তোমাক সময়, সদায় কুশলে থাকা।❤❤
বহুত ধন্যবাদ জনাইছো। পৰিয়াল টো কুশলে থাকক 🙏
Homoy da aru baido 🙏🙏🙏
সময় আৰু বাইদেউ গৰাকী লৈ বহুত মৰম আৰু আশীৰ্বাদ থাকিল।
বা জনীৰ আৰু আপোনাৰ মহানুভৱতাক সন্মান জনাইছোঁ।।ভালে থাকক আপোনালোকৰ দৰে মানুহবোৰ।।💟
সময় তোমাক বহুও বহুত ধন্যবাদ এনেদৰে তুমি কৰি যোৱা আমাৰ আৰ্শীৰ্বাদ সদায় তোমালৈ
মনটো বহুত ভাল লাগিছে, ঈশ্বৰৰ আশীৰ্বাদ তেওঁ লোকলৈ থকাৰ বাবে । সময় তোমাৰ মংগল হওঁক ঈশ্বৰৰ ওচৰত মিনতি জনাইছোঁ ।
মানুহে মানুহৰ বাবে দাদা,আপোনালৈ অশেষ মৰম ,আপুনি আগবাঢ়ি যাওক।।
জেচিম বা আৰু আপোনাক ঈশ্বৰে সদায় কুশলে ৰাখক 🙏 !
আপোনাৰ বিষয়ে যিমানেই সিমানেই কম হবl মানে কবলে একো ভাষা নাই যেন এই কাৰণে আপোনাক ❤❤❤ পৰা,,,,বহুত বহুত বহুত ধ্যনবাদ 😢😢😢
Great youtyber homay gogoi love you ❤❤❤❤❤
খুব ভাল লাগিল ভিডিঅ'টো চাই, তেওঁ লোকৰ সমস্যাটোৰ এটা সঠিক সিদ্ধান্ত লোৱা হ'ল।হে মহান হিদয়বান বাইদেউ গৰাকীলৈ শতকোটি প্ৰণাম 🙏🏻🙏🏻🙏🏻🙏🏻
Homoy tumak log puar issa ase. Infinity thanks to you.. Tumar jibon hukhor houk ..
দুয়োজনকে বহুত বহুত ধন্যবাদ